• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
চিকিৎসকে নিজেই আগতে সুৰাপানৰ অভ্যাস এৰি ৰোগীক সুৰাপান এৰিবলৈ কওক! চিকিৎসক নিজেই সুৰাপান কৰি ৰোগীক সুৰা নাখাবলৈ কোৱাৰ নৈতিক অধিকাৰ নাই

চিকিৎসকে নিজেই আগতে সুৰাপানৰ অভ্যাস এৰি ৰোগীক সুৰাপান এৰিবলৈ কওক! চিকিৎসক নিজেই সুৰাপান কৰি ৰোগীক সুৰা নাখাবলৈ কোৱাৰ নৈতিক অধিকাৰ নাই

3 years ago
বহু তাৰকাই সেৱন কৰা সেই বিখ্যাত পানী আৰু G7 শীৰ্ষ সন্মিলন অনুষ্ঠিত কৰা চহৰখন

বহু তাৰকাই সেৱন কৰা সেই বিখ্যাত পানী আৰু G7 শীৰ্ষ সন্মিলন অনুষ্ঠিত কৰা চহৰখন

35 minutes ago
এলন মাক্সৰ SpaceXৰ ৬০ বিলিয়ন ডলাৰৰ চুক্তিয়ে কেনেদৰে সলনি কৰিলে অমন সাংগাৰৰ ভাগ্য

এলন মাক্সৰ SpaceXৰ ৬০ বিলিয়ন ডলাৰৰ চুক্তিয়ে কেনেদৰে সলনি কৰিলে অমন সাংগাৰৰ ভাগ্য

1 hour ago
COVID প্ৰতিষেধক লোৱাৰ পিছত Anxiety, Stress আৰু Depression বাঢ়ে নেকি?

COVID প্ৰতিষেধক লোৱাৰ পিছত Anxiety, Stress আৰু Depression বাঢ়ে নেকি?

2 hours ago
আপোনাৰ বাহনৰ ‘মাইলেজ’ কমিছে নেকি? পূৰ্বতকৈ বৃদ্ধি হৈছে নেকি মেৰামতিৰ ব্যয়?

আপোনাৰ বাহনৰ ‘মাইলেজ’ কমিছে নেকি? পূৰ্বতকৈ বৃদ্ধি হৈছে নেকি মেৰামতিৰ ব্যয়?

2 hours ago
চৰকাৰী চাকৰিয়ালে ব্যৱহাৰ কৰিব নোৱাৰিব SMART PHONE. যাব পাৰে চাকৰি, হ’ব পাৰে জে’ল

চৰকাৰী চাকৰিয়ালে ব্যৱহাৰ কৰিব নোৱাৰিব SMART PHONE. যাব পাৰে চাকৰি, হ’ব পাৰে জে’ল

3 hours ago
মে’ মাহত ঘৰ সলনি কৰিব ৬ গ্ৰহই, ভাৱিব নোৱাৰা উন্নতি আহিব বৃষসহ এই ৫ৰাশিৰ জীৱনত

কাইলৈৰ পৰা ৩ ৰাশিৰ আহিব পাৰে বিপদ, শীঘ্ৰে কৰক এই কাম!

5 hours ago
কোনখন দেশত সৰ্বাধিক লিচু উৎপাদন কৰা হয়?

কোনখন দেশত সৰ্বাধিক লিচু উৎপাদন কৰা হয়?

5 hours ago
REEL চোৱাৰ অভ্যাসে মাতিব বিপদ, ক্ষতি কৰিব আপোনাৰ শৰীৰত!

REEL চোৱাৰ অভ্যাসে মাতিব বিপদ, ক্ষতি কৰিব আপোনাৰ শৰীৰত!

5 hours ago
চুম্বন কৰি পাহৰি গ’ল সকলো! আজিও চৰ্চাত বলীউডৰ এইগৰাকী অভিনেত্ৰী

চুম্বন কৰি পাহৰি গ’ল সকলো! আজিও চৰ্চাত বলীউডৰ এইগৰাকী অভিনেত্ৰী

6 hours ago
বিপাশাৰ সৈতে ৰোনাল্ডোৰ ঘনিষ্ঠতা! সেই নিশা কি ঘটিছিল দুয়োৰে মাজত?

বিপাশাৰ সৈতে ৰোনাল্ডোৰ ঘনিষ্ঠতা! সেই নিশা কি ঘটিছিল দুয়োৰে মাজত?

7 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, তুলা ৰাশিকে ধৰি এই ৫ টা ৰাশিৰ ফুলিব কপাল!

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, মেষ ৰাশিৰ লগতে ৫ ৰাশিৰ লোকৰ হাতলৈ আহিব ধন!

7 hours ago
ছানস্ক্ৰীণ প্ৰয়োগ কৰাৰ পিছতো ক’লা পৰিছে নেকি? জানক কেনেকৈ দূৰ কৰিব

ছানস্ক্ৰীণ প্ৰয়োগ কৰাৰ পিছতো ক’লা পৰিছে নেকি? জানক কেনেকৈ দূৰ কৰিব

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, June 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

চিকিৎসকে নিজেই আগতে সুৰাপানৰ অভ্যাস এৰি ৰোগীক সুৰাপান এৰিবলৈ কওক! চিকিৎসক নিজেই সুৰাপান কৰি ৰোগীক সুৰা নাখাবলৈ কোৱাৰ নৈতিক অধিকাৰ নাই

editor by editor
June 22, 2023
in জীৱনশৈলী, ভাৰত, স্বাস্থ্য
0
চিকিৎসকে নিজেই আগতে সুৰাপানৰ অভ্যাস এৰি ৰোগীক সুৰাপান এৰিবলৈ কওক! চিকিৎসক নিজেই সুৰাপান কৰি ৰোগীক সুৰা নাখাবলৈ কোৱাৰ নৈতিক অধিকাৰ নাই
0
SHARES
419
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ উপদেশতকৈ আৰ্হি ভাল! ৰোগীক উপদেশ দিয়াৰ আগতে চিকিৎসকে নিজে কিছুমান শুধৰণি হোৱা দৰকাৰ। ৰোগীক মদ্যপানৰ অভ্যাস ত্যাগ কৰিবলৈ কোৱাৰ আগতে চিকিৎসকসকলে মদ্যপানৰ অভ্যাস এৰক। সুৰাপানক লৈ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে দিছে এই নিৰ্দেশনা। চিকিৎসকসকলে মূলত মদ্যপানৰ অভ্যাস দূৰ কৰিবলৈ চিকিৎসকেই পোনতে দৃষ্টাম্ত গঢ়ি তুলিব লাগিব।

সম্প্ৰতি দেশৰ ডাইৰেক্টৰ জেনেৰেল অৱ হেলথ ছাৰ্ভিছেছ অতুল গোৱেলে এখন বিশেষ চিঠি লিখিছে। চিঠিত তেওঁ উল্লেখ কৰামতে, চিকিৎসকসকলে স্বাস্থ্য সন্মিলন, আলোচনাচক্ৰ, শিক্ষামূলক অনুষ্ঠান, কৰ্মশালাৰ পাছত হোৱা ডিনাৰত চিকিৎসকৰ ৱাইন পাৰ্টী বা ককটেইল পাৰ্টীৰ ব্যৱস্থা সম্পূৰ্ণ বন্ধ কৰিব লাগে। এয়া বন্ধ হ’লে চিকিৎসকে সমাজত এটা উজ্জ্বল দৃষ্টান্ত স্থাপন কৰিবলৈ সক্ষম হ’ব।

অতুল গোৱেলে চিঠিত পৰিষ্কাৰকৈ উল্লেখ কৰিছে যে, চিকিৎসকে নিজেই মদ্যপান কৰি ৰোগীক সুৰাপানৰ পৰা বিৰত থাকিবলৈ পৰামৰ্শ দিয়ে। যদি নিজেই সুৰাপায়ী হয় তেন্তে ৰোগীক মদ্যপানৰ অভাস এৰিবলৈ কোৱাৰ নৈতিক অধিকাৰ চিকিৎসকৰ নাথাকিব। অতুল গোৱেলৰ এই আহ্বান দেশৰ প্ৰায়সংখ্যক চিকিৎসকেই যোগাত্মকভাৱে লৈছে যদিও একাংশ চিকিৎসক কিন্তু এই কথাক লৈ অসন্তুষ্টও। দেশৰ সৰ্ববৃহৎ চিকিৎসক সংগঠন, ইণ্ডিয়ান মেডিকেল এছোচিয়েছনৰ সচিব অনিল নায়েকে এই সন্দৰ্ভত কয়, ‘এয়া সঠিক কথাই। এনে কামে চিকিৎসকৰ সন্মানহে হানি কৰে। চিকিৎসকে নিজেই স্বাস্থ্যৰ প্ৰতি সচেতন নহ’লে ৰোগীক কি বুজাব!’

ইফালে এজন শল্য চিকিৎসক তথা ব্ৰেষ্ট কেন্সাৰ চাৰ্জন দীপ্তেন্দ্ৰ চৰকাৰে এই সন্দৰ্ভত কয়, ‘এটা সময় আছিল যেতিয়া আমিও ভাৱিছিলো যে অলপমান সুৰাপান কৰাটো স্বাস্থ্যৰ পক্ষে ভালেই। কিন্তু শেহতীয়াকৈ চলা গৱেষণাসমূহৰ পৰা পোহৰলৈ আহিছে যে সুৰাৰ পৰা শৰীৰৰ কোনো উপকাৰ নহয়, বৰঞ্চ অপকাৰহে হয়। সুৰা লিভাৰৰ বাবেই বেয়া তেনে নহয়। সুৰাপানৰ পৰা কৰ্কটৰ আশংকাও বাঢ়ি যায়।’

উল্লেখ্য যে দেশৰ ৬৩ শতাংশ লোকৰ মৃত্যুৰ আঁৰতেই আছে অসংক্ৰামক ৰোগব্যাধি। ইয়াৰে সৰ্বাধিকেই হৈছে হাৰ্টৰ ৰোগ। ২৭শতাংশ লোকৰ হাৰ্টৰ সমস্যাত মৃত্যু হয়। শ্বাসজনিত সমস্যাত মৃত্যু হয় ১১শতাংশ লোকৰ, কৰ্কটত মৃত্যু হয় ৯শতাংশ ৰোগৰ আৰু অন্যান্য অসুখত ১৩ শতাংশ ৰোগৰ মৃত্যু হয়। এইসমূহৰ উপৰিও অস্বাস্থ্যকৰ জীৱনযাপন, সুৰাপান আদি।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24best news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বহু তাৰকাই সেৱন কৰা সেই বিখ্যাত পানী আৰু G7 শীৰ্ষ সন্মিলন অনুষ্ঠিত কৰা চহৰখন
জীৱনশৈলী

বহু তাৰকাই সেৱন কৰা সেই বিখ্যাত পানী আৰু G7 শীৰ্ষ সন্মিলন অনুষ্ঠিত কৰা চহৰখন

June 18, 2026
COVID প্ৰতিষেধক লোৱাৰ পিছত Anxiety, Stress আৰু Depression বাঢ়ে নেকি?
জীৱনশৈলী

COVID প্ৰতিষেধক লোৱাৰ পিছত Anxiety, Stress আৰু Depression বাঢ়ে নেকি?

June 18, 2026
আপোনাৰ বাহনৰ ‘মাইলেজ’ কমিছে নেকি? পূৰ্বতকৈ বৃদ্ধি হৈছে নেকি মেৰামতিৰ ব্যয়?
প্ৰযুক্তি

আপোনাৰ বাহনৰ ‘মাইলেজ’ কমিছে নেকি? পূৰ্বতকৈ বৃদ্ধি হৈছে নেকি মেৰামতিৰ ব্যয়?

June 18, 2026
মে’ মাহত ঘৰ সলনি কৰিব ৬ গ্ৰহই, ভাৱিব নোৱাৰা উন্নতি আহিব বৃষসহ এই ৫ৰাশিৰ জীৱনত
জীৱনশৈলী

কাইলৈৰ পৰা ৩ ৰাশিৰ আহিব পাৰে বিপদ, শীঘ্ৰে কৰক এই কাম!

June 18, 2026
Next Post
উদ্ধাৰ কৰিব পৰা যাবনে টাইটানৰ যাত্ৰীৰ দেহ? বিস্ফোৰণ ঘটা নাছিল টাইটানৰ, কেনেকৈ সমুদ্ৰৰ তলি পালেগৈ টাইটান? সবিশেষ…

উদ্ধাৰ কৰিব পৰা যাবনে টাইটানৰ যাত্ৰীৰ দেহ? বিস্ফোৰণ ঘটা নাছিল টাইটানৰ, কেনেকৈ সমুদ্ৰৰ তলি পালেগৈ টাইটান? সবিশেষ...

আপোনাৰ গুগল একাউণ্ট অইন কোনোৱে ব্যৱহাৰ কৰি আছে নেকি? কেনেকৈ জানিব?

আপোনাৰ গুগল একাউণ্ট অইন কোনোৱে ব্যৱহাৰ কৰি আছে নেকি? কেনেকৈ জানিব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.