• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আলিয়া, ৰণবীৰ, শ্ৰী দেৱীৰ পৰা কাজল! দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত পাছ কৰিব পৰা নাছিল এইসকল বলীউড তাৰকা

আলিয়া, ৰণবীৰ, শ্ৰী দেৱীৰ পৰা কাজল! দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত পাছ কৰিব পৰা নাছিল এইসকল বলীউড তাৰকা

3 years ago
মাহেকীয়াৰ সময়ত Mood swings হয় নেকি? জানক ইয়াৰ প্ৰতিকাৰ

মাহেকীয়াৰ সময়ত Mood swings হয় নেকি? জানক ইয়াৰ প্ৰতিকাৰ

1 hour ago
সঘনাই প্ৰস্ৰাৱ আৰু ভৰি ফুলাৰ সমস্যা, এয়া বৃক্কৰ ৰোগৰ লক্ষণ নেকি?

সঘনাই প্ৰস্ৰাৱ আৰু ভৰি ফুলাৰ সমস্যা, এয়া বৃক্কৰ ৰোগৰ লক্ষণ নেকি?

2 hours ago
শৰীৰত ৰত্ন পৰিধান কৰাৰ পূৰ্বে সাৱধান! জ্যোতিষৰ মতে জানক ৰত্ন ধাৰণৰ নিয়ম

শৰীৰত ৰত্ন পৰিধান কৰাৰ পূৰ্বে সাৱধান! জ্যোতিষৰ মতে জানক ৰত্ন ধাৰণৰ নিয়ম

2 hours ago
চুম্বনৰ চেষ্টা পৰিচালকৰ, কিন্তু অভিনেত্ৰীয়ে কৰিলে এই কাম!

চুম্বনৰ চেষ্টা পৰিচালকৰ, কিন্তু অভিনেত্ৰীয়ে কৰিলে এই কাম!

2 hours ago
কেনেকুৱা পুৰুষে আকৰ্ষণ কৰে মডাৰ্ণ নাৰীক? জানি হ’ব আচৰিত!

কেনেকুৱা পুৰুষে আকৰ্ষণ কৰে মডাৰ্ণ নাৰীক? জানি হ’ব আচৰিত!

3 hours ago
অপ্ৰতিৰোধ্য ১৫ বছৰীয়া বৈভৱ! IPL ত অৰ্জন কৰিলে আন এক সফলতা

অপ্ৰতিৰোধ্য ১৫ বছৰীয়া বৈভৱ! IPL ত অৰ্জন কৰিলে আন এক সফলতা

4 hours ago
এটা ভুলে শেষ কৰিব আপোনাৰ Gmail ID, Jio-Airtel ব্যৱহাৰকাৰীসকলে ভুলতো নকৰিব এই কাম!

এটা ভুলে শেষ কৰিব আপোনাৰ Gmail ID, Jio-Airtel ব্যৱহাৰকাৰীসকলে ভুলতো নকৰিব এই কাম!

4 hours ago
পেটৰ তলৰ অংশত মাজে মাজে বিষ অনুভৱ, হ’ব পাৰে মাৰাত্মক ৰোগৰ ইংগিত!

পেটৰ তলৰ অংশত মাজে মাজে বিষ অনুভৱ, হ’ব পাৰে মাৰাত্মক ৰোগৰ ইংগিত!

6 hours ago
‘৪ টা সন্তান জন্ম দিয়ক আৰু এজনক RSS ৰ সেৱক বনাওক,’ মন্তব্য ধীৰেন্দ্ৰ শাস্ত্ৰীৰ

‘৪ টা সন্তান জন্ম দিয়ক আৰু এজনক RSS ৰ সেৱক বনাওক,’ মন্তব্য ধীৰেন্দ্ৰ শাস্ত্ৰীৰ

6 hours ago
World Malaria Day 2026: শৰীৰৰ বিষ আৰু অত্যাধিক জ্বৰ, মেলেৰিয়া ডেংগুতকৈ কিমান পৃথক?

World Malaria Day 2026: শৰীৰৰ বিষ আৰু অত্যাধিক জ্বৰ, মেলেৰিয়া ডেংগুতকৈ কিমান পৃথক?

7 hours ago
মাত্ৰ ২১০ টকা বিনিয়োগেৰে প্ৰতিমাহে পাব ৫০০০ টকাৰ পেঞ্চন, এই চৰকাৰী আঁচনিয়ে কৰিব সহায়

মাত্ৰ ২১০ টকা বিনিয়োগেৰে প্ৰতিমাহে পাব ৫০০০ টকাৰ পেঞ্চন, এই চৰকাৰী আঁচনিয়ে কৰিব সহায়

7 hours ago
নিশা টোপনিত নকৰিব এইবোৰ ভুল, ডাঙৰ সমস্যাত পৰিব আপুনি!

নিশা টোপনিত নকৰিব এইবোৰ ভুল, ডাঙৰ সমস্যাত পৰিব আপুনি!

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, April 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

আলিয়া, ৰণবীৰ, শ্ৰী দেৱীৰ পৰা কাজল! দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত পাছ কৰিব পৰা নাছিল এইসকল বলীউড তাৰকা

editor by editor
June 30, 2023
in জীৱনশৈলী, ভাৰত, শিক্ষা
0
আলিয়া, ৰণবীৰ, শ্ৰী দেৱীৰ পৰা কাজল! দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত পাছ কৰিব পৰা নাছিল এইসকল বলীউড তাৰকা
0
SHARES
2.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ বলীউডত তেওঁলোক খুবেই জনপ্ৰিয়। জনপ্ৰিয়তাৰ শীৰ্ষত থাকিলেও তেওঁলোকৰ শিক্ষা দীক্ষা কিন্তু বৰ বেছি নহয়। বলীউডৰ সূত্ৰৰ খবৰ অনুসৰি আলিয়া ভাট্টে দশম শ্ৰেণীত ৭১ শতাংশ নম্বৰ লৈ পাছ কৰিছিল। কিন্তু দশম শ্ৰেণীতেই পঢ়া শুনা সামৰিলে আলিয়াই। ২০১২ চনত, ‘ষ্টুডেণ্ট অৱ দ্যা ইয়াৰ’ ছবিৰে বলীউডত ভৰি দিয়ে আলিয়াই। দ্বাদশ শ্ৰেণীলৈ পঢ়ি তাৰ পৰা আৰু শিক্ষা আগবঢ়াব নোৱাৰিলে আলিয়াই।

আলিয়াৰ স্বামী ৰণবীৰ কাপুৰেও দ্বাদশ শ্ৰেণী পাৰ হ’ব নোৱাৰিলে। বলীউডৰ এক সূত্ৰৰ খবৰ অনুসৰি দশম শ্ৰেণীত ৫৩.৪ শতাংশ নম্বৰ লৈ উত্তীৰ্ণ হৈছিল অভিনেতা ৰণবীৰ। দ্বাদশ শ্ৰেণীতেই পঢ়া সমাপ্ত কৰে ৰণবীৰেও। এটা সাক্ষাৎকাৰত ৰণবীৰে দাবী কৰে যে, ‘কাপুৰ পৰিয়ালৰ সদস্যসকলৰ মাজত যিসকল শিক্ষিত আছে তেওঁলোকৰ মাজত মইয়েই অন্যতম।’

বলীউডৰ তাৰকাসকলৰ ভিতৰত কাজলো বৰ বেছি শিক্ষিত নহয়। কাজলে ১৬বছৰ বয়সতে অভিনয়ৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। ৰাহুল ৰাওয়ালিৰ ‘বেখুদি’ ছবিৰ মাধ্যমেৰে বলীউডত ভৰি দিয়ে কাজলে। সেয়ে পঢ়াশুনা সিমানতেই সামৰে কাজলে। বৰ্তমান বলীউডৰ সৰ্বাধিক উপাৰ্জনকাৰী অভিনেত্ৰীসকলৰ ভিতৰত আছে কেটৰীণা কাঈফো। কেৰিয়াৰত সফল হ’লেও স্কুলীয়া শিক্ষাহে ল’লে কেটেও। কলেজৰ দুৱাৰডলি গৰকিবলৈ সক্ষম নোহোৱাৰ কথা কেটে নিজেই এক সাক্ষাৎকাৰত প্ৰকাশ কৰিছিল।

বলীউডৰ এক সুত্ৰই প্ৰকাশ কৰামতে কেটৰ পিতৃ-মাতৃৰ বিচ্ছেদ হৈছিল। পিতৃ মাতৃৰ বিচ্ছেদৰ পাছত মাতৃৰ সৈতে থাকিবলৈ লয় কেটে। কেটৰীণাৰ মাতৃ এগৰাকী সমাজসেৱিকা আছিল। সেয়ে এটা স্থানতেই তেওঁলোক স্থায়ীভাৱে থাকিব পৰা নাছিল। কেটে এখন বিদ্যালয়তো পঢ়াশুনা স্থায়ীভাৱে কৰা নাছিল। শৈশৱতেই কেটে অভিনয় জগতত ভৰি দিছিল। আনহাতে কৰিশ্মা কাপুৰো শিক্ষা দীক্ষাৰে বৰ বেছি আগবঢ়া নহয়। কলেজৰ দুৱাৰডলি গৰকা নাই কৰিশ্মা কাপুৰেও। ১৬বছৰ বয়সতেই হৰীশ কুমাৰৰ বিপৰীতে ‘প্ৰেম কয়েদি’ ছবিত পোনতে অভিনয় কৰিছিল কৰীশ্মাই। ষষ্ঠ শ্ৰেণীলৈকে পঢ়াশুনা কৰিছিল কৰিশ্মাই।

শিক্ষাদীক্ষাৰে পিছপৰা অভিনেতা অৰ্জুন কাপুৰো। দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত উত্তীৰ্ণ হ’ব নোৱাৰিলে অভিনেতা অৰ্জুন কাপুৰেও। ইফালে ৪বছৰ বয়সৰ পৰাই অভিনয় জগতত ভৰি দিছিল শ্ৰী দেবীয়েও। স্কুল আৰু কলেজীয়া জীৱন উপভোগ নকৰিলেও তেওঁ অভিনয় জগতত যি প্রভাৱ ৰাখি থৈ গৈছে সেয়া সকলোৱেই শলাগ লয়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মাহেকীয়াৰ সময়ত Mood swings হয় নেকি? জানক ইয়াৰ প্ৰতিকাৰ
জীৱনশৈলী

মাহেকীয়াৰ সময়ত Mood swings হয় নেকি? জানক ইয়াৰ প্ৰতিকাৰ

April 25, 2026
সঘনাই প্ৰস্ৰাৱ আৰু ভৰি ফুলাৰ সমস্যা, এয়া বৃক্কৰ ৰোগৰ লক্ষণ নেকি?
জীৱনশৈলী

সঘনাই প্ৰস্ৰাৱ আৰু ভৰি ফুলাৰ সমস্যা, এয়া বৃক্কৰ ৰোগৰ লক্ষণ নেকি?

April 25, 2026
শৰীৰত ৰত্ন পৰিধান কৰাৰ পূৰ্বে সাৱধান! জ্যোতিষৰ মতে জানক ৰত্ন ধাৰণৰ নিয়ম
জীৱনশৈলী

শৰীৰত ৰত্ন পৰিধান কৰাৰ পূৰ্বে সাৱধান! জ্যোতিষৰ মতে জানক ৰত্ন ধাৰণৰ নিয়ম

April 25, 2026
কেনেকুৱা পুৰুষে আকৰ্ষণ কৰে মডাৰ্ণ নাৰীক? জানি হ’ব আচৰিত!
জীৱনশৈলী

কেনেকুৱা পুৰুষে আকৰ্ষণ কৰে মডাৰ্ণ নাৰীক? জানি হ’ব আচৰিত!

April 25, 2026
Next Post
ৰাহুলৰ প্ৰশ্ন, ‘অশান্ত মণিপুৰক শান্ত কৰাটোৱেই প্ৰধান লক্ষ্য হওক, চৰকাৰে বাৰে বাৰে কিয় বাধা দিছে?’

ৰাহুলৰ প্ৰশ্ন, 'অশান্ত মণিপুৰক শান্ত কৰাটোৱেই প্ৰধান লক্ষ্য হওক, চৰকাৰে বাৰে বাৰে কিয় বাধা দিছে?’

তামৰ পাত্ৰত পানী থৈ খালে কি কি ৰোগৰ পৰা পৰিত্ৰাণ পাব? পুষ্টিবীদে কি কয়?

তামৰ পাত্ৰত পানী থৈ খালে কি কি ৰোগৰ পৰা পৰিত্ৰাণ পাব? পুষ্টিবীদে কি কয়?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.