• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
লাখে লাখে লোক বেকাৰ হৈ পৰিছে! ৩৫বছৰ হ’লেই চাকৰি যায় চীনৰ যুৱকৰ, কিয় অভিশপ্ত বুলি ধৰা হয় এই বয়সক?

লাখে লাখে লোক বেকাৰ হৈ পৰিছে! ৩৫বছৰ হ’লেই চাকৰি যায় চীনৰ যুৱকৰ, কিয় অভিশপ্ত বুলি ধৰা হয় এই বয়সক?

3 years ago
কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

5 days ago
চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

5 days ago
ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ

ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ

5 days ago
ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

5 days ago
সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

5 days ago
মাজত মাত্ৰ দুদিন, কুম্ভ ৰাশিলৈ সূৰ্য আহিলেই বুধাদিত্য ৰাজযোগ, সাফল্য আহিব এই ৪ৰাশিৰ হাতলৈ

মাজত মাত্ৰ দুদিন, কুম্ভ ৰাশিলৈ সূৰ্য আহিলেই বুধাদিত্য ৰাজযোগ, সাফল্য আহিব এই ৪ৰাশিৰ হাতলৈ

5 days ago
শনিৰ ৰাশিত সূৰ্যগ্ৰহণ, একেলগে পঞ্চগ্ৰহী যোগ, মালামাল হ’ব ৩ৰাশিৰ জাতক

শনিৰ ৰাশিত সূৰ্যগ্ৰহণ, একেলগে পঞ্চগ্ৰহী যোগ, মালামাল হ’ব ৩ৰাশিৰ জাতক

6 days ago
ওলোটা পথেৰে যাত্ৰা কৰিব বুধে, লাভেই লাভ এই ৪ৰাশিৰ জাতকৰ

ওলোটা পথেৰে যাত্ৰা কৰিব বুধে, লাভেই লাভ এই ৪ৰাশিৰ জাতকৰ

6 days ago
বজৰংবলীৰ প্ৰিয় এই ৫ৰাশিৰ জাতক-জাতিকা, সকলো সময়তে বজৰংবলী কাষত থাকে তেওঁলোকৰ

বজৰংবলীৰ প্ৰিয় এই ৫ৰাশিৰ জাতক-জাতিকা, সকলো সময়তে বজৰংবলী কাষত থাকে তেওঁলোকৰ

6 days ago
UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক

UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক

6 days ago
ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত শুক্ৰাদিত্য ৰাজযোগ, সাফল্য নিশ্চিত ৫ৰাশিৰ ভাগ্যত

ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত শুক্ৰাদিত্য ৰাজযোগ, সাফল্য নিশ্চিত ৫ৰাশিৰ ভাগ্যত

6 days ago
কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত

কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত

6 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, February 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

লাখে লাখে লোক বেকাৰ হৈ পৰিছে! ৩৫বছৰ হ’লেই চাকৰি যায় চীনৰ যুৱকৰ, কিয় অভিশপ্ত বুলি ধৰা হয় এই বয়সক?

editor by editor
July 17, 2023
in বিবিধ, বিশ্ব
0
লাখে লাখে লোক বেকাৰ হৈ পৰিছে! ৩৫বছৰ হ’লেই চাকৰি যায় চীনৰ যুৱকৰ, কিয় অভিশপ্ত বুলি ধৰা হয় এই বয়সক?
0
SHARES
313
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ৩৫ বছৰ। যৌৱন শেষ হৈ মধ্যবয়সে হাতবাউল দিয়া সময়। কেৰিয়াৰৰ গঢ়াৰ ভৰপক সময়। কিন্তু এই বয়সতেই চীনত লাখ লাখ যুৱক এতিয়া কৰ্মহীনতাত ভূগিছে। ৩৫বছৰ হ’লেই চাকৰি হেৰুৱাইছে চীনৰ যুৱকে। অন্য দেশত কেৰিয়াৰ গঢ়াৰ সময় আৰু চীনত ৩৫বছৰ অৱসৰৰ সময়। ৩৫বছৰ পাৰ হোৱা সকলো যুৱক যুৱতীয়েই এতিয়া বেকাৰ হৈ পৰিছে চীনত।

চীনত এইসকল যুৱক-যুৱতীয়ে চাকৰিৰ বাবে এপ্লাই কৰিলেও উভতাই পঠিয়াই চীনৰ প্ৰায়সংখ্যক কোম্পানীয়ে। নিউ ইয়ৰ্ক টাইমছে চলোৱা গৱেষণাত পোহৰলৈ আহিছে এই তথ্য। চীনৰ ৩৫বছৰীয়া এজন যুৱকে জনোৱা অনুসৰি তেওঁ প্ৰতি দিনে নিশা ১১ বজালৈ কাম কৰিছিল। কামত কোনো খুটিনাটি এৰা নাছিল। কিন্তু তাৰপিছতো তেওঁৰ চাকৰি স্থায়ী নহ’ল।

যুৱকজনে আৰ্টিফিছিয়েল ইণ্টেলিজেন্সত কাম কৰিছিল। কিন্তু হঠাতেই তেওঁক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হয়। বৰ্তমান ৩৫ বছৰত ভৰি দিছে যুৱকজনে। চাকৰি যোৱাৰ পাছতেই যুৱকজনে অন্য কোম্পানীত এপ্লাই কৰে। কিন্তু তাতো তেওঁক ৰিজেক্ট কৰা হ’ল। তেওঁক কিয় সকলোতে ৰিজেক্ট কৰা হ’ল সেই সন্দৰ্ভত তেওঁ কয়, ‘বেছিভাগ চাকৰিতেই বিজ্ঞাপনত যোগ্যতা হিচাপে পোনতে বয়সৰ মাপকাঠি বান্ধি দিয়া হয়। কিন্তু তেওঁৰ বয়স এতিয়া ৩৫বছৰ পাৰ হৈছে। সেয়ে কোনোৱে তেওঁক কামত ৰাখিবলৈ ৰাজী নহয়।’

চীনৰ কৰ্পৰেট গোষ্ঠীত ‘কাৰ্ছ অৱ ৩৫’ বুলি এক নিয়ম আছে। এই ধৰণৰ দেশত বেকাৰত্ব সমস্যাৰ নেপথ্যতেই এই কাৰণ। চীনত প্ৰচলিত নিয়ম অনুসৰি ৩৫বছৰ বয়সক অভিশপ্ত বুলি ধৰা হয়। এই বয়স অতিক্ৰম কৰিলেই কাম হেৰুৱাই চীনৰ যুৱক-যুৱতীয়ে। পুৰণিসকলৰ ঠাইত নতুন কমবয়সীয়া লোকক নিযুক্তি দিয়া হয়। চীনৰ সমাজত প্ৰচলিত ধাৰণা এয়াই যে, ৩৫বছৰ বয়সৰ পাছতেই যুৱক একোজনে সমস্যাৰ সমাধান কৰিব নোৱাৰাত পৰে। এয়া চীনা সমাজৰ মাজত যুগ যুগ ধৰি চলি অহা বদ্ধমূল ধাৰণা। এই বদ্ধমূল ধাৰণাৰ বাবেই চীনত বছৰি হাজাৰ হাজাৰ যুৱকে কৰ্মসংস্থাপন হেৰুৱাই আহিছে। অৰ্থাৎ চীনত বয়স বাঢ়িলেই চিন্তা বাঢ়ে যুৱক যুৱতীসকলৰ। আৰম্ভ হয় জীৱনৰ নতুন সংগ্ৰাম। অভিজ্ঞতাৰ তুলনাত পৰিশ্ৰমৰ ক্ষমতাৰ ওপৰতহে বেছি জোৰ দিয়ে চীনাসকলে।

উল্লেখ্য যে, কমবয়সীয়া অনভিজ্ঞ কৰ্মীসকলৰ দৰমহা তুলনামূলকভাৱে কম। সংস্থাৰ খৰচ বচাবলৈকো ৩৫পাৰ হ’লেই কৰ্মীসকলক চাটাই কৰি নতুন কৰ্মীক সংস্থাপন দিয়া হয়।এই নিয়মৰ বাবেই চীনৰ তৰুণ প্ৰজন্ম বেকাৰত্বৰ আশংকাত ভূগিছে। কৰ্মসংস্থাপনহীনতাৰ বাবেই চীনৰ নৱ প্ৰজন্ম বিবাহৰ বাবেও আগ্ৰহী নহয়। ২০২১ চনৰ পৰিসংখ্যা মতে চীনত বছৰি ৭৬ লাখ ৩০হাজাৰ লোকে বিবাহৰ বাবে আৱেদন কৰিছে। তাৰপিছতেই ২০২২ চনত এই পৰিসংখ্যা কমি হৈছেগৈ ৬৮লাখ ৩০হাজাৰ। কেৱল বিবাহেই নহয় সন্তান জন্ম দিয়া লোকৰ হাৰো সামগ্ৰিকভাৱে কমিবলৈ লৈছে চীনত। জনসংখ্যাৰ দিশেৰে বিশ্বৰ দ্বিতীয় স্থানত এতিয়া চীন। সম্প্ৰতি ১৪০ কোটি জনসংখ্যাৰে ভাৰততকৈ তলত আছে চীন।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assam live 24axom live 24Best Assamese News ChannelBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?
চিনেমা

চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

February 10, 2026
সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য
জীৱনশৈলী

সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

February 10, 2026
UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক
জীৱনশৈলী

UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক

February 9, 2026
কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত
ক্ৰীড়া

কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত

February 9, 2026
Next Post
দিল্লীত বাগদান, বিয়া ৰাজস্থানত, অভ্যৰ্থনা অনুষ্ঠান দেশৰ কোন কোন প্ৰান্তত হ’ব জনালে ৰাঘৱ-পৰিণীতিয়ে

দিল্লীত বাগদান, বিয়া ৰাজস্থানত, অভ্যৰ্থনা অনুষ্ঠান দেশৰ কোন কোন প্ৰান্তত হ’ব জনালে ৰাঘৱ-পৰিণীতিয়ে

দেশৰ আগন্তুক প্ৰধানমন্ত্ৰী ৰাহুল গান্ধী! ভৱিষ্যতবাণী ২০২৪ত সঁচা হ’বই, কোনে ক’লে এই কথা?

দেশৰ আগন্তুক প্ৰধানমন্ত্ৰী ৰাহুল গান্ধী! ভৱিষ্যতবাণী ২০২৪ত সঁচা হ’বই, কোনে ক’লে এই কথা?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.