• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দেশৰ আগন্তুক প্ৰধানমন্ত্ৰী ৰাহুল গান্ধী! ভৱিষ্যতবাণী ২০২৪ত সঁচা হ’বই, কোনে ক’লে এই কথা?

দেশৰ আগন্তুক প্ৰধানমন্ত্ৰী ৰাহুল গান্ধী! ভৱিষ্যতবাণী ২০২৪ত সঁচা হ’বই, কোনে ক’লে এই কথা?

3 years ago
ছিংগাপুৰৰ অভিমন্যু তালুকদাৰক মনত আছেনে? জুবিন দাক হেনো ভালকৈ চিনিয়েই পোৱা নাছিল অভিমন্যুই!

ছিংগাপুৰৰ অভিমন্যু তালুকদাৰক মনত আছেনে? জুবিন দাক হেনো ভালকৈ চিনিয়েই পোৱা নাছিল অভিমন্যুই!

9 hours ago
নতুন গ্ৰহৰ সন্ধান! সঁচাকৈয়ে আছে নেকি এলিয়েন?

নতুন গ্ৰহৰ সন্ধান! সঁচাকৈয়ে আছে নেকি এলিয়েন?

10 hours ago
৪৮ ঘণ্টাৰ DEADLINE, পুনৰ দেশজুৰি আন্দোলনৰ হুংকাৰ CJPৰ

৪৮ ঘণ্টাৰ DEADLINE, পুনৰ দেশজুৰি আন্দোলনৰ হুংকাৰ CJPৰ

11 hours ago
দুটাকৈ ধ*ৰ্ষণৰ অভিযোগ! নিলম্বিত হ’ল এইজন ইংলিছ ক্ৰিকেটাৰ

দুটাকৈ ধ*ৰ্ষণৰ অভিযোগ! নিলম্বিত হ’ল এইজন ইংলিছ ক্ৰিকেটাৰ

11 hours ago
তৃতীয় সন্তান জন্ম দিলেই পাব ৫০ হাজাৰ টকা, ভাৰতৰ কোন সম্প্ৰদায়ৰ এই ঘোষণা?

তৃতীয় সন্তান জন্ম দিলেই পাব ৫০ হাজাৰ টকা, ভাৰতৰ কোন সম্প্ৰদায়ৰ এই ঘোষণা?

12 hours ago
এটা লাড্ডুৰ দাম উঠিল ১.০১ কোটি টকা

এটা লাড্ডুৰ দাম উঠিল ১.০১ কোটি টকা

12 hours ago
মুছলমান বিৱাহক লৈ ডাঙৰ খবৰ, মুছলমানৰ বিৱাহত আৰু নচলিব কাজীৰ ৰাজত্ব!

মুছলমান বিৱাহক লৈ ডাঙৰ খবৰ, মুছলমানৰ বিৱাহত আৰু নচলিব কাজীৰ ৰাজত্ব!

13 hours ago
তুলা ৰাশিত বুধৰ মহাপ্ৰৱেশ, সলনি হ’ব কেইবাটাও ৰাশিৰ ভাগ্য

তুলা ৰাশিত বুধৰ মহাপ্ৰৱেশ, সলনি হ’ব কেইবাটাও ৰাশিৰ ভাগ্য

14 hours ago
বিহাৰত হৈছে কি? জামুইৰ পিছত এইবাৰ সমস্তীপুৰ…

বিহাৰত হৈছে কি? জামুইৰ পিছত এইবাৰ সমস্তীপুৰ…

15 hours ago
১০ মাহত ১৪ বাৰ আপত্তি, SIRক লৈ কি চলিছে নিৰ্বাচন আয়োগত?

১০ মাহত ১৪ বাৰ আপত্তি, SIRক লৈ কি চলিছে নিৰ্বাচন আয়োগত?

15 hours ago
৩৪ বছৰজোৰা নীৰৱতাৰ অন্ত! বাজি উঠিল কাশ্মীৰৰ শীতলনাথ মন্দিৰৰ ঘণ্টা

৩৪ বছৰজোৰা নীৰৱতাৰ অন্ত! বাজি উঠিল কাশ্মীৰৰ শীতলনাথ মন্দিৰৰ ঘণ্টা

17 hours ago
ভূতৰ অস্তিত্ব সঁচাকৈয়ে আছে নেকি?

ভূতৰ অস্তিত্ব সঁচাকৈয়ে আছে নেকি?

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, September 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

দেশৰ আগন্তুক প্ৰধানমন্ত্ৰী ৰাহুল গান্ধী! ভৱিষ্যতবাণী ২০২৪ত সঁচা হ’বই, কোনে ক’লে এই কথা?

editor by editor
July 17, 2023
in ভাৰত, ৰাজনীতি
0
দেশৰ আগন্তুক প্ৰধানমন্ত্ৰী ৰাহুল গান্ধী! ভৱিষ্যতবাণী ২০২৪ত সঁচা হ’বই, কোনে ক’লে এই কথা?
0
SHARES
3.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ বিৰোধী দলে ২০২৪ৰ লোকসভা নিৰ্বাচনক লৈ ন ন ৰণকৌশল তৈয়াৰত ব্যস্ত হৈ পৰিছে। বাংগালুৰুত আজি পুনৰ লগ হৈছে বিৰোধী দলৰ নেতাসকল। ইয়াৰ মাজতেই কৰ্ণাটকৰ মন্ত্ৰী তথা কংগ্ৰেছ নেতা ঈশ্বৰ খণ্ডেই কৰিছে বিশেষ ভৱিষ্যতবাণী। ২০২৪ চনত মহাজোঁটবন্ধনেই লোকসভাত সংখ্যাগৰিষ্ট আসন দখল কৰিব। ভাৰতীয় জনতা পাৰ্টীয়ে দেশৰ পৰা বিদায় মাগিব। নতুন চৰকাৰৰ প্ৰধানমন্ত্ৰীৰ দায়িত্ব ল’ব ৰাহুল গান্ধীয়ে।

বিৰোধী মহাজোঁটৰ বৈঠকৰ পূৰ্বেই সংবাদমাধ্যমৰ সন্মুখত দিয়া মন্তব্যত এই কথা প্ৰকাশ কৰিছে কংগ্ৰেছ নেতা ঈশ্বৰ খণ্ডেই। তেওঁ লগতে কয় যে, কৰ্ণাটকত যেনেকৈ বিজেপিক বিদায় দিয়া হ’ল তেনেকৈয়ে দেশৰ পৰা বিদায় দিয়া হ’ব বিজেপি দলক। আগন্তুক লোকসভা নিৰ্বাচনত দেশৰ জনতাই বিজেপিক উচিত প্ৰত্তুত্ত্যৰ দিব বুলিও মন্তব্যত প্ৰকাশ কৰে কংগ্ৰেছ নেতাগৰাকীয়ে।

দিল্লী এৰি বাংগালুৰুত কিয় একগোট হৈছে বিৰোধী?
ভাজপা নেতৃত্বাধীন এনডিএ চৰকাৰক ওফৰাবৰ বাবে একগোট হৈছে ২৬টা বিৰোধী দল। ১৭ আৰু ১৮ জুলাইত দুদিনীয়া কাৰ্যসূচী হাতত লৈ উপস্থিত হৈছে এজনৰ পাছত আনজন বিৰোধী নেতা। বৈঠকত অৰবিন্দ কেজৰিৱাল, এম কে ষ্টেলিন, ছোনীয়া গান্ধী, ৰাহুল গান্ধী, নীতিশ কুমাৰ, তেজস্বী যাদৱকে ধৰি কেইবাগৰাকীও নেতা উপস্থিত হৈছে বাংগালুৰুত। সূত্ৰৰ খবৰ অনুসৰি দুদিনীয়া বৈঠকত ২০২৪ চনত চীটৰ ভাগ বটোৱাৰা, ইভিএম আদি বিষয়ক লৈ দেশৰ ৰাজনৈতিক স্থিতিৰ ওপৰতো চৰ্চা চলিব এই বৈঠকত।

বিজেপিয়ে এই মহাজোঁটবন্ধনক লৈ কি ক’লে?

বিৰোধী মহাজোঁটৰ মিটিঙক উপলুঙা কৰিছে কৰ্ণাটকৰ পূৰ্বৰ মুখ্যমন্ত্ৰী বাসৱৰাজ বুম্মাই। ‘বিৰোধীয়ে মহাজোঁট কৰিছে কৰক। আমি বাধা দিয়া নাই। বিজেপিৰ বিৰুদ্ধে একত্ৰিত হৈ তেওঁলোকে একো কৰিব নোৱাৰে। শূন্যৰ সৈতে শূন্য যোগ হ’লে ফলাফল সদায়ে শূন্যই হয়। বিৰোধীয়ে যি মহাজোঁটবন্ধন কৰিছে এয়া বন্ধন নহয়। তেওঁলোকৰ একমাত্ৰ উদ্দেশ্যই হৈছে প্ৰধানমন্ত্ৰী মোদীক হৰুওৱা। যি একেবাৰেই অসম্ভৱ।’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নতুন গ্ৰহৰ সন্ধান! সঁচাকৈয়ে আছে নেকি এলিয়েন?
প্ৰযুক্তি

নতুন গ্ৰহৰ সন্ধান! সঁচাকৈয়ে আছে নেকি এলিয়েন?

September 24, 2026
৪৮ ঘণ্টাৰ DEADLINE, পুনৰ দেশজুৰি আন্দোলনৰ হুংকাৰ CJPৰ
ভাৰত

৪৮ ঘণ্টাৰ DEADLINE, পুনৰ দেশজুৰি আন্দোলনৰ হুংকাৰ CJPৰ

September 24, 2026
তৃতীয় সন্তান জন্ম দিলেই পাব ৫০ হাজাৰ টকা, ভাৰতৰ কোন সম্প্ৰদায়ৰ এই ঘোষণা?
জীৱনশৈলী

তৃতীয় সন্তান জন্ম দিলেই পাব ৫০ হাজাৰ টকা, ভাৰতৰ কোন সম্প্ৰদায়ৰ এই ঘোষণা?

September 24, 2026
এটা লাড্ডুৰ দাম উঠিল ১.০১ কোটি টকা
জীৱনশৈলী

এটা লাড্ডুৰ দাম উঠিল ১.০১ কোটি টকা

September 24, 2026
Next Post
শাওণ মাহত শিৱলিংগত পানী ঢলাৰ পাছত সেই পানী শৰীৰৰ তিনিটা অংগত লগালেই দূৰ হ’ব ৰাহু-কেতুৰ দোষ

শাওণ মাহত শিৱলিংগত পানী ঢলাৰ পাছত সেই পানী শৰীৰৰ তিনিটা অংগত লগালেই দূৰ হ’ব ৰাহু-কেতুৰ দোষ

কেদাৰনাথ-বদ্ৰীনাথত সম্পূৰ্ণৰূপে নিষিদ্ধ হ’ল ফটো-ৰীল! মন্দিৰ কৰ্তৃপক্ষই ক’লে এইকেইটা শাস্তি হ’ব ৰীল বনোৱা তীৰ্থযাত্ৰীৰ

কেদাৰনাথ-বদ্ৰীনাথত সম্পূৰ্ণৰূপে নিষিদ্ধ হ’ল ফটো-ৰীল! মন্দিৰ কৰ্তৃপক্ষই ক’লে এইকেইটা শাস্তি হ’ব ৰীল বনোৱা তীৰ্থযাত্ৰীৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.