• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অসম্ভৱক সম্ভৱ কৰাৰ আত্মবিশ্বাস আছে! অৰ্জুনৰ সৈতে বিচ্ছেদক লৈ কি ক’লে মালাইকা আৰোৰাই?

অসম্ভৱক সম্ভৱ কৰাৰ আত্মবিশ্বাস আছে! অৰ্জুনৰ সৈতে বিচ্ছেদক লৈ কি ক’লে মালাইকা আৰোৰাই?

3 years ago
FIFA বিশ্বকাপত নোৰা ফাতেহীৰ গ্লেমাৰাছ লুকৰ আঁৰত কোন?

FIFA বিশ্বকাপত নোৰা ফাতেহীৰ গ্লেমাৰাছ লুকৰ আঁৰত কোন?

24 minutes ago
ক্ৰিকেট মেচ সম্প্ৰচাৰৰ সময়ত নাথাকিব ক*ণ্ডম, ডে*টিং এপৰ বিজ্ঞাপন!

ক্ৰিকেট মেচ সম্প্ৰচাৰৰ সময়ত নাথাকিব ক*ণ্ডম, ডে*টিং এপৰ বিজ্ঞাপন!

1 hour ago
এইকেইটা ৰাশিৰ লোকে কেতিয়াও নিপিন্ধিব তামৰ খাৰু

এইকেইটা ৰাশিৰ লোকে কেতিয়াও নিপিন্ধিব তামৰ খাৰু

3 hours ago
জাকজমক লাইফষ্টাইলেৰে ছ’চিয়েল মিডিয়াত Show Off কৰি ভয়ংকৰ বিপদত পৰিল যুৱক

জাকজমক লাইফষ্টাইলেৰে ছ’চিয়েল মিডিয়াত Show Off কৰি ভয়ংকৰ বিপদত পৰিল যুৱক

3 hours ago
বাংলাদেশৰ সহায়ত নেপাল-ভূটানলৈ এলন মাস্কৰ Starlink

বাংলাদেশৰ সহায়ত নেপাল-ভূটানলৈ এলন মাস্কৰ Starlink

4 hours ago
গৰমৰ বাবে ছাল-চুলিৰ বিভিন্ন সমস্যাত ভুগিছে নেকি?

গৰমৰ বাবে ছাল-চুলিৰ বিভিন্ন সমস্যাত ভুগিছে নেকি?

4 hours ago
‘মই যদি তোমাৰ ফালে চাও…’ মহিলা সাংবাদিকৰ প্ৰেমত মেছি?

‘মই যদি তোমাৰ ফালে চাও…’ মহিলা সাংবাদিকৰ প্ৰেমত মেছি?

4 hours ago
সাংঘাটিক চুম্বন! বলীউডৰ এই ১০ চুম্বনৰ দৃশ্যই আজিও সকলোকে চিন্তাত পেলায়

সাংঘাটিক চুম্বন! বলীউডৰ এই ১০ চুম্বনৰ দৃশ্যই আজিও সকলোকে চিন্তাত পেলায়

5 hours ago
মচুৰ দালি আপোনাৰ প্ৰিয় নেকি? খোৱাৰ পূৰ্বে হওক সাৱধান!

মচুৰ দালি আপোনাৰ প্ৰিয় নেকি? খোৱাৰ পূৰ্বে হওক সাৱধান!

5 hours ago
জনপ্ৰিয় অভিনেতাৰ মৃত্যু! মনোৰঞ্জন জগতত পৰিছে শোকৰ ছাঁ

জনপ্ৰিয় অভিনেতাৰ মৃত্যু! মনোৰঞ্জন জগতত পৰিছে শোকৰ ছাঁ

6 hours ago
কৰ্কট ৰাশিকে ধৰি এইকেইটা ৰাশিৰ লোকসকল সাৱধান, এটা ভুলে বৃদ্ধি কৰিব চিন্তা!

কৰ্কট ৰাশিকে ধৰি এইকেইটা ৰাশিৰ লোকসকল সাৱধান, এটা ভুলে বৃদ্ধি কৰিব চিন্তা!

6 hours ago
8th Pay Commission: মৌলিক দৰমহা ৬৫% বৃদ্ধিৰ প্ৰস্তুতি? HRA, TA আৰু DA একত্ৰীকৰণে সলাব আপোনাৰ পে-স্লিপ

8th Pay Commission: মৌলিক দৰমহা ৬৫% বৃদ্ধিৰ প্ৰস্তুতি? HRA, TA আৰু DA একত্ৰীকৰণে সলাব আপোনাৰ পে-স্লিপ

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, July 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

অসম্ভৱক সম্ভৱ কৰাৰ আত্মবিশ্বাস আছে! অৰ্জুনৰ সৈতে বিচ্ছেদক লৈ কি ক’লে মালাইকা আৰোৰাই?

editor by editor
August 26, 2023
in চিনেমা, জীৱনশৈলী, বিনোদন, ভাৰত
0
অসম্ভৱক সম্ভৱ কৰাৰ আত্মবিশ্বাস আছে! অৰ্জুনৰ সৈতে বিচ্ছেদক লৈ কি ক’লে মালাইকা আৰোৰাই?
0
SHARES
862
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ বলীউডত ভৰি দিয়াৰ পাছতেই বিবাহ। বিবাহো এলাপেছা ব্যক্তিৰ সৈতে নহয়। ১৯৯৮ চনত মাত্ৰ ২৫ বছৰ বয়সতে বিবাহৰ বান্ধোনত বান্ধ খাই মালাইকা আৰোৰা। দৰা ছলমান খানৰ ভাতৃ আৰবাজ খান। ছলমানৰ ভাতৃ আৰবাজৰ সৈতে ১৮ বছৰীয়া সংসাৰ মালাইকাৰ। কিন্তু লাহে লাহে সম্পৰ্কত যতি পৰে। দুয়োৰে বিচ্ছেদ হয়। বিচ্ছেদৰ পাছত আৰবাজ-মালাইকা দুয়ো নিজৰ ৰাস্তাত। মালাইকা-আৰবাজৰ সন্তানটোক লৈ কিন্তু দুয়োৱেই সমানে দায়িত্ব গ্ৰহণ কৰিছে। আৰবাজেও এগৰাকী বিদেশী অভিনেত্ৰীৰ সৈতে প্ৰেমৰ পাতনি মেলে আনফালে মালাইকাই অভিনেতা অৰ্জূন কাপুৰৰ প্ৰেমত পৰে।

মালাইকাৰ প্ৰেম বলীউডৰ মুখ্য আলোচনাৰ ভিতৰত এটা। মালাইকাই তেওঁতকৈ কেইবাবছৰে সৰু অৰ্জুনৰ সৈতে প্ৰেমৰ সম্পৰ্ক ৰখাকলৈ বহুতেই মালাইকাক সমালোচনাও কৰি আহিছে। কিন্তু সকলোবোৰ আঁতৰাই মালাইকাই প্ৰেমৰ লগতে পেছাগত জীৱনক আগুৱাই আগবাঢ়ি থাকিল। ৫০ বছৰীয়া মালাইকাৰ স্বাস্থ্য সচেতনতাৰ প্ৰশংসা নকৰাকৈ নোৱাৰি। ইফালে প্ৰায় প্ৰতি সময়তে কাষে কাষে থকা প্ৰেমিক অৰ্জুনেও প্ৰেমৰ সমান্তৰালকৈ তেওঁৰ পেছাগত দিশটোকো আগুৱাই নিয়াৰ কথা বহু সময়ত প্ৰকাশ কৰি আহিছে। মালাইকাতকৈ ১২ বছৰে সৰু অৰ্জুন। দুয়োৰে অপেন ছিক্ৰেট প্ৰেমত এইবাৰ দূৰত্ব আহিছে। ২০১৯ চনৰ পৰা ২০২৩ দীঘলীয়া সময়। ৫ বছৰীয়া প্ৰেমত যৱনিকা পৰিল বুলি সামাজিক মাধ্যমত প্ৰচাৰ হৈ থকা এই কথাৰ উত্তৰ এইবাৰ নিজেই দিছে মালাইকা আৰোৰাই।

মুখেৰে খুলি নকলেও এই সম্পৰ্ক যে শেষ তাৰ ইংগিত দিছে মালাইকাই। মালাইকাই তেওঁৰ ইনষ্টাগ্ৰামত অৰ্জুনৰ পৰিয়ালৰ প্ৰতিজন সদস্যকেই আনফ’ল কৰিছে। শ্ৰীদেৱীৰ মৃত্যুৰ পাছত বনি কাপুৰ আৰু দুই ভগ্নী খুশী আৰু জাহ্নৱীৰ সৈতে সম্পৰ্ক ভাল হৈছে অৰ্জুনৰ। অৰ্জুনৰ সম্পৰ্ক পৰিয়ালৰ সৈতে ভাল হোৱাৰ পাছতে মালাইকাইয়ো অৰ্জুনৰ পিতৃ আৰু দুই ভগ্নীক ফ’ল কৰিছিল। অৰ্জুনৰ ভগ্নী অংশুলা কাপুৰকো ইনষ্টাগ্ৰামত ফ’ল কৰিছিল মালাইকাই। কিন্তু শেহতীয়াভাৱে মালাইকাই সকলোকে আনফ’ল কৰিছে।

সম্প্ৰতি ইনষ্টাগ্ৰাম ষ্টৰী এটাত মালাইকাই লিখিছে, ‘সাহসৰ সৈতে জীৱনত আগবাঢ়িব লাগিব। অসম্ভৱক সম্ভৱ কৰাৰ আত্মবিশ্বাস ৰাখিব লাগিব। যি কাষত থাকিব লাগে তেওঁ সদায়ে কাষত থাকিব।’ মালাইকাৰ পোষ্ট দেখা মাত্ৰকেই অনুৰাগীৰ ধাৰণা, মুখ নোখোলিলেও মালাইকাই পৰোক্ষভাৱে এই কথা অৰ্জুনক উদ্দেশ্যিয়েই দিছে। অৰ্জুনৰ সৈতে বিচ্ছেদৰ কথাকেই এই বাক্যশাৰীৰে মালাইকাই বুজাই দিছে। অৱশ্যে মালাইকাই এনেধৰণে পোষ্ট শ্বেয়াৰ কৰি আনফ’ল কৰিলেও অৰ্জুনে এতিয়ালৈ মালাইকাক আনফ’ল কৰা নাই।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

FIFA বিশ্বকাপত নোৰা ফাতেহীৰ গ্লেমাৰাছ লুকৰ আঁৰত কোন?
বিনোদন

FIFA বিশ্বকাপত নোৰা ফাতেহীৰ গ্লেমাৰাছ লুকৰ আঁৰত কোন?

July 6, 2026
ক্ৰিকেট মেচ সম্প্ৰচাৰৰ সময়ত নাথাকিব ক*ণ্ডম, ডে*টিং এপৰ বিজ্ঞাপন!
বিনোদন

ক্ৰিকেট মেচ সম্প্ৰচাৰৰ সময়ত নাথাকিব ক*ণ্ডম, ডে*টিং এপৰ বিজ্ঞাপন!

July 6, 2026
এইকেইটা ৰাশিৰ লোকে কেতিয়াও নিপিন্ধিব তামৰ খাৰু
জীৱনশৈলী

এইকেইটা ৰাশিৰ লোকে কেতিয়াও নিপিন্ধিব তামৰ খাৰু

July 6, 2026
জাকজমক লাইফষ্টাইলেৰে ছ’চিয়েল মিডিয়াত Show Off কৰি ভয়ংকৰ বিপদত পৰিল যুৱক
জীৱনশৈলী

জাকজমক লাইফষ্টাইলেৰে ছ’চিয়েল মিডিয়াত Show Off কৰি ভয়ংকৰ বিপদত পৰিল যুৱক

July 6, 2026
Next Post
তুলনা নকৰো কিন্তু মহাকাশ গৱেষণাত ভাৰতৰ এই সাফল্যৰ পৰা পাকিস্তানে শিকিবলগা বহু কথা আছে! পাক বিদেশ মন্ত্ৰণালয়েও অৱশেষত অভিনন্দন জনালে ইছৰোৰ দলক

তুলনা নকৰো কিন্তু মহাকাশ গৱেষণাত ভাৰতৰ এই সাফল্যৰ পৰা পাকিস্তানে শিকিবলগা বহু কথা আছে! পাক বিদেশ মন্ত্ৰণালয়েও অৱশেষত অভিনন্দন জনালে ইছৰোৰ দলক

ৰুটি গোল হওক বা নহওক সেয়া অদৰকাৰী কথা… শাৰী পিন্ধি চন্দ্ৰ জয় কৰিলে ইছৰোৰ মহিলা ব্ৰিগেডে, নাৰী শক্তিৰ নামেৰে প্ৰধানমন্ত্ৰীয়ে উৎসৰ্গা কৰিলে বিক্ৰমে লেণ্ডিং কৰা পয়েণ্টক

ৰুটি গোল হওক বা নহওক সেয়া অদৰকাৰী কথা... শাৰী পিন্ধি চন্দ্ৰ জয় কৰিলে ইছৰোৰ মহিলা ব্ৰিগেডে, নাৰী শক্তিৰ নামেৰে প্ৰধানমন্ত্ৰীয়ে উৎসৰ্গা কৰিলে বিক্ৰমে লেণ্ডিং কৰা পয়েণ্টক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.