• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰুটি গোল হওক বা নহওক সেয়া অদৰকাৰী কথা… শাৰী পিন্ধি চন্দ্ৰ জয় কৰিলে ইছৰোৰ মহিলা ব্ৰিগেডে, নাৰী শক্তিৰ নামেৰে প্ৰধানমন্ত্ৰীয়ে উৎসৰ্গা কৰিলে বিক্ৰমে লেণ্ডিং কৰা পয়েণ্টক

ৰুটি গোল হওক বা নহওক সেয়া অদৰকাৰী কথা… শাৰী পিন্ধি চন্দ্ৰ জয় কৰিলে ইছৰোৰ মহিলা ব্ৰিগেডে, নাৰী শক্তিৰ নামেৰে প্ৰধানমন্ত্ৰীয়ে উৎসৰ্গা কৰিলে বিক্ৰমে লেণ্ডিং কৰা পয়েণ্টক

3 years ago
পুৰুষৰ এইকেইটা অভ্যাসেই বঢ়াই মহিলাৰ ছাৰ্ভাইকেল কেন্সাৰৰ আশংকা, পুৰুষৰ কোনবোৰ অভ্যাসে বিপদ বৃদ্ধি কৰিব পাৰে? 

পুৰুষৰ এইকেইটা অভ্যাসেই বঢ়াই মহিলাৰ ছাৰ্ভাইকেল কেন্সাৰৰ আশংকা, পুৰুষৰ কোনবোৰ অভ্যাসে বিপদ বৃদ্ধি কৰিব পাৰে? 

13 minutes ago
দিল্লীত ২২৮ যাত্ৰী কঢ়িওৱা বিমানৰ ইঞ্জিনত জুই, আহত ৬যাত্ৰী, ক’লৈ যাত্ৰা কৰিবলৈ লৈছিল বিমানখনে?

দিল্লীত ২২৮ যাত্ৰী কঢ়িওৱা বিমানৰ ইঞ্জিনত জুই, আহত ৬যাত্ৰী, ক’লৈ যাত্ৰা কৰিবলৈ লৈছিল বিমানখনে?

32 minutes ago
শৰীৰত এই ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ! কেনেকৈ ৰক্ষা পাব?

শৰীৰত এই ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ! কেনেকৈ ৰক্ষা পাব?

54 minutes ago
মাজে মাজে মূৰৰ বিষ, হাত-ভৰি টানি ধৰে? সাৱধান হওক, এই লক্ষণ কিয় দিয়ে শৰীৰে?

মাজে মাজে মূৰৰ বিষ, হাত-ভৰি টানি ধৰে? সাৱধান হওক, এই লক্ষণ কিয় দিয়ে শৰীৰে?

1 hour ago
কেইটামান দিনৰ পাছতেই অস্ত যাব বুধ, ১মে’ৰ পৰা পদোন্নতি-অৰ্থলাভৰ সুযোগ পাব তেওঁলোকে?

কেইটামান দিনৰ পাছতেই অস্ত যাব বুধ, ১মে’ৰ পৰা পদোন্নতি-অৰ্থলাভৰ সুযোগ পাব তেওঁলোকে?

1 hour ago
১২ বছৰৰ পাছত কৰ্কট ৰাশিত গজকেশৰী যোগ, ১৪মে ৰ পৰা সাফল্য লাভৰ সুযোগ ৫ৰাশিৰ সন্মুখত

১২ বছৰৰ পাছত কৰ্কট ৰাশিত গজকেশৰী যোগ, ১৪মে ৰ পৰা সাফল্য লাভৰ সুযোগ ৫ৰাশিৰ সন্মুখত

2 hours ago
মনেৰে সকলো দিশৰ পৰা উদাৰ এই ৪ৰাশি, অন্যৰ সুখৰ বাবে সকলো এৰিব পাৰে তেওঁলোকে

মনেৰে সকলো দিশৰ পৰা উদাৰ এই ৪ৰাশি, অন্যৰ সুখৰ বাবে সকলো এৰিব পাৰে তেওঁলোকে

2 hours ago
মাহেকীয়াৰ সময়ত Mood swings হয় নেকি? জানক ইয়াৰ প্ৰতিকাৰ

মাহেকীয়াৰ সময়ত Mood swings হয় নেকি? জানক ইয়াৰ প্ৰতিকাৰ

12 hours ago
সঘনাই প্ৰস্ৰাৱ আৰু ভৰি ফুলাৰ সমস্যা, এয়া বৃক্কৰ ৰোগৰ লক্ষণ নেকি?

সঘনাই প্ৰস্ৰাৱ আৰু ভৰি ফুলাৰ সমস্যা, এয়া বৃক্কৰ ৰোগৰ লক্ষণ নেকি?

13 hours ago
শৰীৰত ৰত্ন পৰিধান কৰাৰ পূৰ্বে সাৱধান! জ্যোতিষৰ মতে জানক ৰত্ন ধাৰণৰ নিয়ম

শৰীৰত ৰত্ন পৰিধান কৰাৰ পূৰ্বে সাৱধান! জ্যোতিষৰ মতে জানক ৰত্ন ধাৰণৰ নিয়ম

13 hours ago
চুম্বনৰ চেষ্টা পৰিচালকৰ, কিন্তু অভিনেত্ৰীয়ে কৰিলে এই কাম!

চুম্বনৰ চেষ্টা পৰিচালকৰ, কিন্তু অভিনেত্ৰীয়ে কৰিলে এই কাম!

14 hours ago
কেনেকুৱা পুৰুষে আকৰ্ষণ কৰে মডাৰ্ণ নাৰীক? জানি হ’ব আচৰিত!

কেনেকুৱা পুৰুষে আকৰ্ষণ কৰে মডাৰ্ণ নাৰীক? জানি হ’ব আচৰিত!

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, April 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ৰুটি গোল হওক বা নহওক সেয়া অদৰকাৰী কথা… শাৰী পিন্ধি চন্দ্ৰ জয় কৰিলে ইছৰোৰ মহিলা ব্ৰিগেডে, নাৰী শক্তিৰ নামেৰে প্ৰধানমন্ত্ৰীয়ে উৎসৰ্গা কৰিলে বিক্ৰমে লেণ্ডিং কৰা পয়েণ্টক

editor by editor
August 26, 2023
in জীৱনশৈলী, প্ৰযুক্তি, বিজ্ঞান, বিবিধ, বিশ্ব, ভাৰত, ৰাজনীতি
0
ৰুটি গোল হওক বা নহওক সেয়া অদৰকাৰী কথা… শাৰী পিন্ধি চন্দ্ৰ জয় কৰিলে ইছৰোৰ মহিলা ব্ৰিগেডে, নাৰী শক্তিৰ নামেৰে প্ৰধানমন্ত্ৰীয়ে উৎসৰ্গা কৰিলে বিক্ৰমে লেণ্ডিং কৰা পয়েণ্টক
0
SHARES
264
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ৰুটি গোল নহ’লেও হ’ব। মহিলা মানেই গৃহকৰ্ম নিপুন হ’ব লাগিব তেনে কথা নাই। শেহতীয়াভাৱে এই কথাকেই প্ৰমাণ কৰি দেখুৱালে ইছৰোৰ মহিলা বিজ্ঞানীয়ে। তথাকথিত বেদবাক্যক উপেক্ষা কৰি চন্দ্ৰক জয় কৰিলে ভাৰতীয় মহিলাই। সমগ্ৰ বিশ্বতে চৰ্চা লাভ কৰা ইছৰোৰ মহিলা বিজ্ঞানীক শুভেচ্ছা জনাইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও।

পিন্ধনত শাৰী, খোঁপাত ফুল মেৰিয়াই থাকিলেও দুচকুত আছিল চন্দ্ৰ জয় কৰাৰ সপোন। সেয়ে সমাজৰ সকলো পৰিধি ভাঙি আজি তেওঁলোকে চন্দ্ৰক জয় কৰিবলৈ সক্ষম হৈছে। পুৰুষ বিজ্ঞানীৰ সমানে সমানে কান্ধ মিলাই আগবাঢ়িছে তেওঁলোক। চন্দ্ৰ মিছনত মহিলা বুলিয়েই তেওঁলোক কোনো দিশত পিছপৰি থকা নাই। তেওঁলোকৰ এই বিজয়ে প্ৰমাণ কৰিছে মহিলা পুৰুষতকৈ কোনো গুণেই কম নহয়। তথাকথিত সমাজৰ চিন্তাক কামেৰেই বুঢ়া আঙুলি দেখুৱালে এইকেইগৰাকী মহিলাই।

২৩ আগষ্টৰ সন্ধিয়া ৬ বাজি ৩ মিনিটত চন্দ্ৰৰ মাটি স্পৰ্শ কৰিলে ইছৰোৰ চন্দ্ৰযান-৩য়ে। এই সফলতাত আনন্দত উৎফুল্লিত হৈ পৰিছে এই মিছনত জড়িত আটাইকেইগৰাকী বিজ্ঞানীৰ সমান্তৰালকৈ মহিলা বিজ্ঞানীসকলো। কেৱলমাত্ৰ চন্দ্ৰাভিযানৰ সফলতাৰ বাবেই তেওঁলোক আনন্দিত হৈছে তেনে নহয়। কু সংস্কাৰাচ্চন্ন আৰু এক শ্ৰেণীৰ পুৰুষতান্ত্ৰিক সমাজৰ গালত পূৰ্ণহতীয়া চৰ সোধাইছে এই সাফল্যই। শনিবাৰে ইছৰোৰ মুখ্য কাৰ্যালয়ত উপস্থিত হৈছে প্ৰধানমন্ত্ৰী মোদী। মোদীয়ে উপস্থিত হৈয়েই ইছৰোৰ নাৰী ব্ৰিগেডক বিশেষভাৱে অভিনন্দন জনোৱাৰ লগতে প্ৰশংসাও কৰিছে। চন্দ্ৰৰ যি অংশত লেণ্ডাৰ বিক্ৰমে ভৰি থলে সেই অঞ্চলক শিৱশক্তি নাম দিছে প্ৰধানমন্ত্ৰীয়ে। এই শিৱশক্তি মহিলাসকলৰ অক্লান্ত পৰিশ্ৰমৰ প্ৰতীক বুলিও জনাইছে প্ৰধানমন্ত্ৰীয়ে। দেশৰ বৈজ্ঞানিক অগ্ৰগতিক তেওঁলোকৰ অৱদান অনস্বীকাৰ্য বুলিও জনাইছে প্ৰধানমন্ত্ৰীয়ে।

সামাজিক মাধ্যমতো বেছ ভাইৰেল এতিয়া আটাইকেইগৰাকী মহিলা বিজ্ঞানী। তেওঁলোকক লৈ এটাৰ পাছত এটা পোষ্ট শ্বেয়াৰ কৰিছে বিভিন্নজনে। নেটিজেনৰ অধিকাংশৰেই মত, সাধাৰণ পোছাক পৰিহিতা শান্ত এই মহিলা বিজ্ঞানীসকল সাফল্যৰ প্ৰতীক।

এই সফলতাক লৈ মহিলা বিজ্ঞানীয়ে কি কৈছে?
ইছৰোৰ মহিলা বিজ্ঞানী সাবিত্ৰীয়ে এই সন্দৰ্ভত কয়, ‘মই খুব সুখী। যেনেকৈ পৰিকল্পনা কৰিছিলো তেনেকৈয়ে চন্দ্ৰত লেণ্ড কৰিলে বিক্ৰমে। সমগ্ৰ দেশেই এই মাহেন্দ্ৰক্ষণৰ বাবে অপেক্ষা কৰিছিল। এই সফলতাক লৈ আমি খুবেই গৰ্বিত। আশা কৰো আমাৰ ভৱিষ্যতৰ প্ৰকল্পসমূহেও এনেকৈ সফলতা লাভ কৰিব। চন্দ্ৰত লেণ্ডিং পয়েণ্টৰ নাম প্ৰধানমন্ত্ৰীয়ে শিৱশক্তি দিয়াক লৈয়ো খুবেই সুখী বুলি জনাই সাবিত্ৰীয়ে। সাবিত্ৰীয়ে এই সন্দৰ্ভত কয়,’এই সফলতাক নাৰী শক্তিৰ সৈতে তুলনা কৰাক লৈ আমি নথৈ আনন্দিত।’

ইছৰোৰ জুনিয়ৰ অভিযন্তা নীত্যাই কয়, ‘এই মিছনৰ অংশ হৈ মই অত্যন্ত সুখী। এই মিছন সফল হোৱাত আমি গৰ্বিত।’ চন্দ্ৰযান-৩ৰ EMIMCৰ প্ৰজেক্ট মেনেজাৰ সৌজন্যই এই সন্দৰ্ভত কয়, ‘সঁচায়ে আমি এতিয়া টপ অৱ দ্যা মুন। আমাক প্ৰধানমন্ত্ৰীয়ে ইমান প্ৰশংসা কৰিছে আমি সুখী হৈ পৰিছো। এয়া আমাৰ বাবে ঐতিহাসিক এক মুহূৰ্ত।’

বাংগালুৰুৰ ছেটেলাইট চেণ্টাৰৰ চিনিয়ৰ বিজ্ঞানী নীধি পোৰোৱালে কয়, ‘চকুৰ সন্মুখতে মেজিক দেখিলো। দীৰ্ঘদিন ধৰি এই মিছনৰ বাবে আমি পৰিশ্ৰম কৰিছো। দিন-ৰাতি এক কৰি কাম কৰিছিল আমাৰ বিজ্ঞানীয়ে। আমাৰ হেড অৱ দ্যা ফেমিলি হৈছে প্ৰধানমন্ত্ৰী। তেওঁ সোঁশৰীৰে উপস্থিত হৈ আমাক আশীৰ্বাদ দিছে। এয়া আমাৰ বাবে বৃহৎ এক অনুপ্ৰেৰণা।’

এই চেণ্টাৰত কৰ্মৰত আন এগৰাকী বিজ্ঞানী প্ৰিয়ংকা মিশ্ৰই কয়, ‘আমি বহুত এক্সাইটেড। আমাৰ সফলতাক বিশ্বই প্ৰশংসা কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সাক্ষাৎ কৰিবলৈ নিজে আহিছে। সেয়াই গৌৰৱ আমাৰ। আমাৰ সাহস আৰু কামৰ প্ৰশংসা কৰি নাৰীশক্তিৰ নামত এই পয়েণ্ট উৎসৰ্গা কৰাটোত আমি অতিশয় সুখী।’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পুৰুষৰ এইকেইটা অভ্যাসেই বঢ়াই মহিলাৰ ছাৰ্ভাইকেল কেন্সাৰৰ আশংকা, পুৰুষৰ কোনবোৰ অভ্যাসে বিপদ বৃদ্ধি কৰিব পাৰে? 
জীৱনশৈলী

পুৰুষৰ এইকেইটা অভ্যাসেই বঢ়াই মহিলাৰ ছাৰ্ভাইকেল কেন্সাৰৰ আশংকা, পুৰুষৰ কোনবোৰ অভ্যাসে বিপদ বৃদ্ধি কৰিব পাৰে? 

April 26, 2026
দিল্লীত ২২৮ যাত্ৰী কঢ়িওৱা বিমানৰ ইঞ্জিনত জুই, আহত ৬যাত্ৰী, ক’লৈ যাত্ৰা কৰিবলৈ লৈছিল বিমানখনে?
জীৱনশৈলী

দিল্লীত ২২৮ যাত্ৰী কঢ়িওৱা বিমানৰ ইঞ্জিনত জুই, আহত ৬যাত্ৰী, ক’লৈ যাত্ৰা কৰিবলৈ লৈছিল বিমানখনে?

April 26, 2026
শৰীৰত এই ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ! কেনেকৈ ৰক্ষা পাব?
খাদ্য

শৰীৰত এই ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ! কেনেকৈ ৰক্ষা পাব?

April 26, 2026
মাজে মাজে মূৰৰ বিষ, হাত-ভৰি টানি ধৰে? সাৱধান হওক, এই লক্ষণ কিয় দিয়ে শৰীৰে?
জীৱনশৈলী

মাজে মাজে মূৰৰ বিষ, হাত-ভৰি টানি ধৰে? সাৱধান হওক, এই লক্ষণ কিয় দিয়ে শৰীৰে?

April 26, 2026
Next Post
আওপকীয়াকৈ য়েভগেনিৰ মৃত্যুক লৈ পুটিনে দিলে ইংগিত! প্ৰিগোজিন য়েভগেনি এজন প্রতিভাৱান সৈনিক আছিল, কিন্তু তেওঁ জীৱনত কেইটামন ডাঙৰ ভুল কৰিলেঃ ভ্লাডিমিৰ পুটিন

আওপকীয়াকৈ য়েভগেনিৰ মৃত্যুক লৈ পুটিনে দিলে ইংগিত! প্ৰিগোজিন য়েভগেনি এজন প্রতিভাৱান সৈনিক আছিল, কিন্তু তেওঁ জীৱনত কেইটামন ডাঙৰ ভুল কৰিলেঃ ভ্লাডিমিৰ পুটিন

শ্বাহৰুখ, আমিৰ, অক্ষয় নহয়, বক্স অফিচত সকলোতকৈ বেছি ১০০ কোটি আয় কৰা বলীউড তাৰকা কোন?

শ্বাহৰুখ, আমিৰ, অক্ষয় নহয়, বক্স অফিচত সকলোতকৈ বেছি ১০০ কোটি আয় কৰা বলীউড তাৰকা কোন?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.