• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ইংৰাজী বুজি নাপাও বাবেই মালয়ালম ভাষাত জ্যোতিৰ্বিজ্ঞানৰ গ্ৰন্থ পঢ়িছিলো! আঞ্চলিক ভাষাতেই শিক্ষাজীৱন, ইছৰো প্রধানৰ শিক্ষাগত যোগ্যতা কিমান?

ইংৰাজী বুজি নাপাও বাবেই মালয়ালম ভাষাত জ্যোতিৰ্বিজ্ঞানৰ গ্ৰন্থ পঢ়িছিলো! আঞ্চলিক ভাষাতেই শিক্ষাজীৱন, ইছৰো প্রধানৰ শিক্ষাগত যোগ্যতা কিমান?

3 years ago
কি ৰঙৰ মানিবেগে ভাগ্য সলনি কৰে? বাস্তু মতে শুভ ৰং জানি লওক

কি ৰঙৰ মানিবেগে ভাগ্য সলনি কৰে? বাস্তু মতে শুভ ৰং জানি লওক

9 minutes ago
প্ৰতিমাহে ৫০০০ টকাৰ SIP ৰে ১০ বছৰত উপাৰ্জন কৰক লাখ লাখ টকা

প্ৰতিমাহে ৫০০০ টকাৰ SIP ৰে ১০ বছৰত উপাৰ্জন কৰক লাখ লাখ টকা

45 minutes ago
সাগৰৰ পৰা স্থললৈ… ইৰাণক অৰ্থনৈতিকভাৱে আক্ৰমণ কৰিবলৈ ট্ৰাম্পে ৰচনা কৰিছে ‘চক্ৰবেহু’

সাগৰৰ পৰা স্থললৈ… ইৰাণক অৰ্থনৈতিকভাৱে আক্ৰমণ কৰিবলৈ ট্ৰাম্পে ৰচনা কৰিছে ‘চক্ৰবেহু’

1 hour ago
৪ দিন বন্ধ থাকিব বেংক, সমস্যা হ’ব নেকি ধনৰ লেনদেনত?

অহা সপ্তাহত বন্ধ থাকিব বেংক, শীঘ্ৰে সম্পূৰ্ণ কৰক গুৰুত্বপূৰ্ণ কাম

3 hours ago
পুনৰ ভুমিকম্প! ৰিখটাৰ স্কেলত প্ৰাৱল্য ৫.৯,  আহত ২৩ গৰাকী

পুনৰ ভুমিকম্প! ৰিখটাৰ স্কেলত প্ৰাৱল্য ৫.৯, আহত ২৩ গৰাকী

3 hours ago
আকৌ প্ৰতিবাদ! কিন্তু এইবাৰ অসম নহয় হ’ব মেঘালয়ত!

আকৌ প্ৰতিবাদ! কিন্তু এইবাৰ অসম নহয় হ’ব মেঘালয়ত!

15 hours ago
সংকটৰ সময়ত Emergency fund আহিব কামত, সৰু সৰু প্ৰয়োজনৰ বাবে নকৰিব শেষ

সংকটৰ সময়ত Emergency fund আহিব কামত, সৰু সৰু প্ৰয়োজনৰ বাবে নকৰিব শেষ

16 hours ago
বছৰৰ অন্তিম চন্দ্ৰগ্ৰহণে সলাব ভাগ্য! জানক নক্ষত্ৰৰ সংযোগ

বছৰৰ অন্তিম চন্দ্ৰগ্ৰহণে সলাব ভাগ্য! জানক নক্ষত্ৰৰ সংযোগ

16 hours ago
যোৰাবাটৰ প্ৰতিবাদ অন্ত! অসমলৈ আহিব পাৰিব মেঘালয়ৰ গাড়ী, নাথাকে বাধা

যোৰাবাটৰ প্ৰতিবাদ অন্ত! অসমলৈ আহিব পাৰিব মেঘালয়ৰ গাড়ী, নাথাকে বাধা

17 hours ago
KYC আপডেট নকৰিলে ব্লক হ’ব নেকি বেংক একাউণ্ট? RBI য়ে দিলে গুৰুত্বপূৰ্ণ আপডেট

KYC আপডেট নকৰিলে ব্লক হ’ব নেকি বেংক একাউণ্ট? RBI য়ে দিলে গুৰুত্বপূৰ্ণ আপডেট

18 hours ago
মন্দিৰলৈ গ’লে ভুলতো এইসময়ত নবজাব ঘণ্টা, কঢ়িয়াই আনিব দুখ-দুৰ্দশা!

মন্দিৰলৈ গ’লে ভুলতো এইসময়ত নবজাব ঘণ্টা, কঢ়িয়াই আনিব দুখ-দুৰ্দশা!

19 hours ago
ভাগ্য সলনি হোৱাৰ ইংগিত, এই ৫টা ৰাশি সদায় বিশেষ

শীঘ্ৰে সলনি হ’ব ৩ ৰাশিৰ জীৱন, আছে ৰাজযোগৰ সম্ভাৱনা!

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, August 23, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ইংৰাজী বুজি নাপাও বাবেই মালয়ালম ভাষাত জ্যোতিৰ্বিজ্ঞানৰ গ্ৰন্থ পঢ়িছিলো! আঞ্চলিক ভাষাতেই শিক্ষাজীৱন, ইছৰো প্রধানৰ শিক্ষাগত যোগ্যতা কিমান?

editor by editor
August 28, 2023
in জীৱনশৈলী, প্ৰযুক্তি, ভাৰত, শিক্ষা
0
ইংৰাজী বুজি নাপাও বাবেই মালয়ালম ভাষাত জ্যোতিৰ্বিজ্ঞানৰ গ্ৰন্থ পঢ়িছিলো! আঞ্চলিক ভাষাতেই শিক্ষাজীৱন, ইছৰো প্রধানৰ শিক্ষাগত যোগ্যতা কিমান?
0
SHARES
4.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ চন্দ্ৰযান-৩ ৰ সাফল্যৰ পাছতেই আলোচনাৰ কেন্দ্ৰবিন্দু ইছৰো প্ৰধান এছ সোমনাথ৷ কেনেকৈ এই সাফল্যৰ মুখ দেখিলে ভাৰতে? ইছৰো প্ৰধানৰ অৱদান কি কি? কথাই প্ৰতি সলসলীয়া ইংৰাজী ইছৰো প্ৰধান সোমনাথে ইংৰাজী মাধ্যমত পঢ়িছিল নেকি ইত্যাদি সমূহ তথ্য বিচাৰি বহুতেই গুগলত চাৰ্ছো কৰিছে৷

চন্দ্ৰযান-৩ ৰ সাফল্যৰ নেপথ্যত সোমনাথৰ অৱদান অনস্বীকাৰ্য৷ তেঁওৰ নিৰন্তৰ পৰিশ্ৰমেই চন্দ্ৰযান-৩য়ে ইতিহাস তৈয়াৰ কৰাৰ প্ৰধান চাবিকাঠি৷ কেইবাটাও অভিযানৰ নেতৃত্বত তেওঁ আছে৷ দীৰ্ঘ ৩৫ বছৰ ধৰি মহাকাশ গৱেষণাক লৈ কাম কৰি আছে এছ সোমনাথে৷ সাফল্যৰ উচ্চ শিখৰত অৱস্থান কৰা সোমনাথে কিন্তু ইংৰাজী মিডিয়ামত শিক্ষাগ্ৰহণ কৰা নাছিল৷ বহুতৰেই ধাৰণা যে বিজ্ঞানীসকলৰ শিক্ষাগ্ৰহণৰ মাধ্যম ইংৰাজীয়েই হ’ব লাগিব৷ কিন্তু এই ধাৰণা সম্পূৰ্ণ ভুল সেই কথা প্ৰমাণ কৰি দেখুওৱাইছে সোমনাথে৷ অভিভাৱকসকলক উদ্দেশ্যিও সোমনাথে কৈছে সফলতা লাভ কৰিবলৈ ইংৰাজীত শিক্ষাগ্ৰহণ কৰিব লাগিব বুলি কোনো কথা নাই৷ এই ধাৰণা বেছিভাগ অভিভাৱকেই লৈ থাকে৷ কষ্টেৰে হ’লেও সন্তানক ইংৰাজী মাধ্যমৰ স্কুলত ভৰ্তী কৰাবলৈ চেষ্টা কৰে৷ তথাকথিত ধাৰণা এয়াই যে ইংৰাজী মাধ্যমৰ বিদ্যালয়ত পঢ়াশুনা কৰিলেই সুযোগ বেছিকৈ লাভ কৰিব৷

আঞ্চলিক ভাষাত পঢ়াশুনা কৰিলে পেছাগত দিশত সফল হোৱা সম্ভৱ নে? এই বিতৰ্ক নতুন নহয়৷ দীৰ্ঘদিন ধৰি এই সংশয় অভিভাৱকৰ মাজতো আছে৷ যাৰবাবে দেশত ক্ৰমে কমিবলৈ ধৰিছে আঞ্চলিক ভাষাৰ বিদ্যালয়৷ আঞ্চলিক ভাষাৰ বিদ্যালয়সমূহ শিক্ষাৰ্থীৰ অভাৱতেই বন্ধ হ’বলৈ ধৰিছে৷ ইছৰো প্ৰধানে কিন্তু এই ধাৰণাক সলনি কৰিছে৷ সোমনাথৰ শিক্ষাজীৱন আৰম্ভ হৈছিল আঞ্চলিক ভাষাত৷ আৰুৰৰ ছেণ্ট অগাষ্টিনছ হাইস্কুলত পঢ়াশুনা আৰম্ভ কৰিছিল সোমনাথে৷ এৰ্নাকুলামৰ মহাৰজা কলেজত স্নাতক হয় সোমনাথ৷ স্নাতক হোৱাৰ পাছতেই কোল্লাম কেৰালা বিশ্ববিদ্যালয়ৰ অধীনত থকা থাঙ্গাল কুঞ্জু মুছালিয়াৰ কলেজৰ পৰা অফ ইঞ্জিনিয়াৰিঙত মেকানিকেল ইঞ্জিনিয়াৰিঙৰ ডিগ্ৰী লয়৷

এছ সোমনাথে স্নাতকোত্তৰ পাছ কৰে বাংগালুৰুৰ ইণ্ডিয়াৰ ইনষ্টিটিউট অৱ ছায়েন্সৰ পৰা৷ এৰোনটিকেল ইঞ্জিনিয়াৰিঙত তেওঁ স্নাতকোত্তৰ ডিগ্ৰী লয়৷ ১৯৮৫ চনত বিক্ৰম ছাৰাভাই মহাকাশ কেন্দ্ৰত কাম কৰিবলৈ আৰম্ভ কৰে সোমনাথে৷ শশী থাৰুৰৰ সৈতে দিয়া এক সাক্ষাৎকাৰত ইছৰো প্ৰধানে এই সন্দৰ্ভত কয়, ‘বিজ্ঞানৰ প্ৰতি মোৰ দেউতাৰ বিশেষ আগ্ৰহ আছিল৷ মোৰ দেউতা যদিও হিন্দীৰ শিক্ষক আছি তথাপিও তেওঁৰ বিজ্ঞান বিষয়ত বিশেষ আগ্ৰহ আছিল৷ জ্যোতিৰ্বিজ্ঞান বিষয়ক বিভিন্ন কিতাপ আমাক পঢ়িবলৈ আনি দিছিল৷ এই গ্ৰন্থসমূহৰ বেছিভাগ গ্ৰন্থ ইংৰাজীতেই লিখা আছিল৷ মই ইংৰাজী মাধ্যমত পঢ়া নাছিলো৷ ইংৰাজী সেয়ে ভালকৈ বুজি পোৱাত অসুবিধাও হৈছিল৷ মোৰ শিক্ষাজীৱন মালয়ালম ভাষাতেই আছিল৷

ইংৰাজী ভাষা ভালকৈ বুজিয়ে নাপাও বাবে সেই গ্ৰন্থসমূহ পঢ়ি বিশেষ জ্ঞান আয়ত্ব কৰিব পৰা নাছিলো৷ দেউতাই সেই অসুবিধা বুজি পাইছিল৷ তাৰপিছতেই দেউতাই মালয়ালম ভাষাত লিখা বিজ্ঞান সম্পৰ্কীয় গ্ৰন্থ মোৰ বাবে আনি দিয়ে৷ জ্যোতিৰ্বিজ্ঞান বিষয়ক মালয়ালমত লিখা কেইবাখনো গ্ৰন্থ দেউতাই আনি দিছিল৷ মই এজন মেকানিকেল ইঞ্জিনিয়াৰহে আছিলো৷ স্নাতক হোৱাৰ পাছত মই প্ৰপালছন বিষয়টোক জানিবলৈ আগ্ৰহী হৈ উঠো৷ মই স্নাতকোত্তৰ কৰি থকা সময়ত তাৰেই এগৰাকী প্ৰফেচাৰক সুধিছিলো প্ৰপালছল বিষয়ক কিবা কৰ্ছ আছে নেকি? মই পঢ়ি থকা কলেজখনত প্ৰপালছনক লৈ পঢ়াৰ সুযোগ নাছিল৷ সেই সময়ত তেওঁ মোক সহায় কৰিম বুলি কৈছিল৷ তেওঁ মোৰ অনুৰোধতেই প্ৰপালছন বিষয়টো পঢ়োৱাবলৈ আৰম্ভ কৰে৷ চূড়ান্ত বৰ্ষত আমাপ কলেজলৈ ইছৰোত চাকৰি দিয়াৰ বাবে বিশেষ অফাৰ আহে৷ মই এই চাকৰিৰ বাবে মনোনীত হওঁ৷’

সোমনাথে আঞ্চলিক ভাষাক লৈ কয়, ‘আঞ্চলিক ভাষা কেতিয়াও কোনো ক্ষেত্ৰত হেঙাৰ হ’ব নোৱাৰে৷ ইংৰাজী নাজানো বুলি হীনমন্যতাত ভূগাৰো কাৰণ নাই৷ আঞ্চলিক ভাষাত লেখাপঢ়া কৰি দক্ষতা অৰ্জন কৰিব পাৰি৷ অন্য ভাষাতকৈ নিজা ভাষাত পঢ়িলে কথাবোৰ ভালকৈ বুজি পোৱাত সহায়কো হয়৷’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assam live 24Best Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কি ৰঙৰ মানিবেগে ভাগ্য সলনি কৰে? বাস্তু মতে শুভ ৰং জানি লওক
জীৱনশৈলী

কি ৰঙৰ মানিবেগে ভাগ্য সলনি কৰে? বাস্তু মতে শুভ ৰং জানি লওক

August 23, 2026
বছৰৰ অন্তিম চন্দ্ৰগ্ৰহণে সলাব ভাগ্য! জানক নক্ষত্ৰৰ সংযোগ
জীৱনশৈলী

বছৰৰ অন্তিম চন্দ্ৰগ্ৰহণে সলাব ভাগ্য! জানক নক্ষত্ৰৰ সংযোগ

August 22, 2026
মন্দিৰলৈ গ’লে ভুলতো এইসময়ত নবজাব ঘণ্টা, কঢ়িয়াই আনিব দুখ-দুৰ্দশা!
জীৱনশৈলী

মন্দিৰলৈ গ’লে ভুলতো এইসময়ত নবজাব ঘণ্টা, কঢ়িয়াই আনিব দুখ-দুৰ্দশা!

August 22, 2026
ভাগ্য সলনি হোৱাৰ ইংগিত, এই ৫টা ৰাশি সদায় বিশেষ
জীৱনশৈলী

শীঘ্ৰে সলনি হ’ব ৩ ৰাশিৰ জীৱন, আছে ৰাজযোগৰ সম্ভাৱনা!

August 22, 2026
Next Post
দাঁতৰ স্বাস্থ্য কেনেকৈ ভালে ৰাখিব? বিশেষজ্ঞই কি কয়?

দাঁতৰ স্বাস্থ্য কেনেকৈ ভালে ৰাখিব? বিশেষজ্ঞই কি কয়?

৩গৰাকী IAS, এজন IPS! এটা পৰিয়ালৰ ৪গৰাকী সন্তানেই UPSC-ত উত্তীৰ্ণ হৈ গঢ়িলে নজিৰ

৩গৰাকী IAS, এজন IPS! এটা পৰিয়ালৰ ৪গৰাকী সন্তানেই UPSC-ত উত্তীৰ্ণ হৈ গঢ়িলে নজিৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.