• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৩গৰাকী IAS, এজন IPS! এটা পৰিয়ালৰ ৪গৰাকী সন্তানেই UPSC-ত উত্তীৰ্ণ হৈ গঢ়িলে নজিৰ

৩গৰাকী IAS, এজন IPS! এটা পৰিয়ালৰ ৪গৰাকী সন্তানেই UPSC-ত উত্তীৰ্ণ হৈ গঢ়িলে নজিৰ

3 years ago
আপোনাৰ ফোনৰ ক’ভাৰ হালধীয়া হৈছে নেকি? ঘৰুৱা সহজ পদ্ধতিৰে কৰক নতুনৰ দৰে

আপোনাৰ ফোনৰ ক’ভাৰ হালধীয়া হৈছে নেকি? ঘৰুৱা সহজ পদ্ধতিৰে কৰক নতুনৰ দৰে

48 minutes ago
সঘনাই হাঁচি অহাৰ সমস্যা? এই সহজ উপায়েৰ পাব মুক্তি

সঘনাই হাঁচি অহাৰ সমস্যা? এই সহজ উপায়েৰ পাব মুক্তি

1 hour ago
‘আইৰন লেডী’ সংযুক্তা পৰাশৰ সফলতা, CRPFৰ বিশেষ কামাণ্ডো ইউনিট CoBRA ৰ প্ৰথম মহিলা IG হিচাপে নিযুক্তি

‘আইৰন লেডী’ সংযুক্তা পৰাশৰ সফলতা, CRPFৰ বিশেষ কামাণ্ডো ইউনিট CoBRA ৰ প্ৰথম মহিলা IG হিচাপে নিযুক্তি

3 hours ago
বাঢ়িব নেকি ৰে’ল টিকটৰ মূল্য? UPI ৰে বুকিং কৰিলে কিমান লাগিব চাৰ্জ জানক

বাঢ়িব নেকি ৰে’ল টিকটৰ মূল্য? UPI ৰে বুকিং কৰিলে কিমান লাগিব চাৰ্জ জানক

3 hours ago
ৰীল চাই ১ নম্বৰত বিহাৰ, দ্বিতীয় স্থানত থকা ঠাইৰ নাম জানি হ’ব আচৰিত

ৰীল চাই ১ নম্বৰত বিহাৰ, দ্বিতীয় স্থানত থকা ঠাইৰ নাম জানি হ’ব আচৰিত

4 hours ago
হঠাৎ মাজ আকাশত হাহাকাৰ, উৰণৰ পিছতে ফাটি গ’ল বিমানৰ চকা

হঠাৎ মাজ আকাশত হাহাকাৰ, উৰণৰ পিছতে ফাটি গ’ল বিমানৰ চকা

4 hours ago
ৰাজপথত কিমান সুৰক্ষিত নাৰী? পোহৰলৈ আহিছে মহিলা বাইকাৰৰ সৈতে হিট-এণ্ড-ৰানৰ ঘটনা

ৰাজপথত কিমান সুৰক্ষিত নাৰী? পোহৰলৈ আহিছে মহিলা বাইকাৰৰ সৈতে হিট-এণ্ড-ৰানৰ ঘটনা

5 hours ago
ভাগ্যৰ দুৱাৰ খোলাৰ সম্ভাৱনা ৪ ৰাশিৰ, আহিব নতুন সুযোগ! জানক আজিৰ ভাগ্যৱান ৰাশিৰ বিষয়ে

ভাগ্যৰ দুৱাৰ খোলাৰ সম্ভাৱনা ৪ ৰাশিৰ, আহিব নতুন সুযোগ! জানক আজিৰ ভাগ্যৱান ৰাশিৰ বিষয়ে

5 hours ago
দৈনিক ৰাশিফল- আজি শুক্লা দশমী তিথিত কেনে যাব দিনটো, ৫ ৰাশিৰ বাবে সৌভাগ্য ভৰা দিন

আজি কোন ৰাশিৰ ভাগ্যত সফলতা, কোন হ’ব সাৱধান? জানক দৈনিক ৰাশিফল

6 hours ago
বেট-বলত ভাৰতৰ দপদপনি, আফগানিস্তানৰ বিৰুদ্ধে শৃংখলা জয়

বেট-বলত ভাৰতৰ দপদপনি, আফগানিস্তানৰ বিৰুদ্ধে শৃংখলা জয়

14 hours ago
বৰপেটাত মিঞাৰ উপদ্ৰৱ, দলবদ্ধ আক্ৰমণৰ বলি এটা পৰিয়াল

বৰপেটাত মিঞাৰ উপদ্ৰৱ, দলবদ্ধ আক্ৰমণৰ বলি এটা পৰিয়াল

17 hours ago
UPI লেনদেনত নতুন নিয়ম

UPI লেনদেনত নতুন নিয়ম

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, September 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

৩গৰাকী IAS, এজন IPS! এটা পৰিয়ালৰ ৪গৰাকী সন্তানেই UPSC-ত উত্তীৰ্ণ হৈ গঢ়িলে নজিৰ

editor by editor
August 28, 2023
in জীৱনশৈলী, ভাৰত, লেখা, শিক্ষা
0
৩গৰাকী IAS, এজন IPS! এটা পৰিয়ালৰ ৪গৰাকী সন্তানেই UPSC-ত উত্তীৰ্ণ হৈ গঢ়িলে নজিৰ
0
SHARES
2.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ৪গৰাকী ভায়েক ভনীয়েকৰ মাজত তিনিজন আইএএছ আৰু এজন আইপিএছ৷ এটা পৰিয়ালৰ চাৰি সদস্যই দেশৰ কঠিন পৰীক্ষাত উত্তীৰ্ণ হোৱাটো অসাধাৰণ কথা৷ এই অসাধ্য সাধন কৰি দেখুৱালে উত্তৰপ্ৰদেশৰ প্ৰতাপগড়ৰ মিশ্ৰ পৰিয়ালে৷ ইউপিএছচি পৰীক্ষাত এটাৰ পিছত আনটো সন্তান উজলি উঠাত অত্যন্ত সুখী হৈ পৰিছে পিতৃ-মাতৃও৷

ভাৰত তথা বিশ্বৰ একমাত্ৰ কঠিন পৰীক্ষা হৈছে ছিভিল চাৰ্ভিছ পৰীক্ষা৷ ইউনিয়ন পাব্লিক চাৰ্ভিছ পৰীক্ষাত পাছ কৰিলে আইএএছ, আই পিএছৰ দৰে আমোলা হ’ব পাৰিব৷ প্ৰতি বছৰে বহুসংখ্যক ছাত্ৰ-ছাত্ৰীয়ে এই পৰীক্ষাত বহে৷ প্ৰিলিমছ, মেইন আৰু ইণ্টাৰভিউ এই তিনিটা পৰ্যায় পাৰ কৰিলেহে আমোলা হ’ব পাৰি৷ এই পৰীক্ষাতেই সফলতাৰে উত্তীৰ্ণ হৈছে একেটা পৰিয়ালৰ চাৰিটাকৈ সন্তান৷

উত্তৰপ্ৰদেশৰ প্ৰতাপগড়ক অনিল মিশ্ৰৰ ৪টাকৈ সন্তান এতিয়া দেশৰ আমোলা৷ দুকোঠালীৰ ঘৰৰ পৰা ওলাই গৈ ৪ সন্তানে দেশৰ আগশাৰীৰ চাকৰিত যোগদান কৰিছে৷ অনিল মিশ্ৰৰ দুই পুত্ৰ আৰু দুইগৰাকী কন্যা সন্তানক অতি কষ্টেৰে পঢ়াৰ খৰচ যোগান ধৰিছিল অনিলে৷ গ্ৰামীণ বেংকত কাম কৰিছিল অনিল মিশ্ৰই৷ তেওঁ বিচাৰিছিল তেওঁৰ সন্তানকেইটা অফিচাৰ হওক৷ সেই সপোন পূৰণ কৰিলে তেওঁৰ চাৰি সন্তানে৷

অনিল মিশ্ৰৰ ডাঙৰটো সন্তান যোগেশ মিশ্ৰ আই এএছ অফিচাৰ৷ লালগঞ্জৰ পৰা স্কুলৰ পঢ়াশুনা শেষ কৰি তেওঁ মতিলাল নেহৰু নেশ্ব্যনেল ইনষ্টিটিউট অৱ টেকনলজিৰ পৰা ইঞ্জিনিয়াৰিঙত স্নাতক হয়৷ তাৰপিছতেই তেওঁ ব্যক্তিগত খণ্ডত কৰ্মজীৱন আৰম্ভ কৰে৷ নয়ডাত তেওঁ চাকৰি কৰি থকা সময়তে ইউপিএছছি পৰীক্ষাৰ প্ৰস্তুতি চলায়৷ তাৰপিছতেই তেওঁ ২০১৩ চনত চিভিল চাৰ্ভিছ পৰীক্ষাত উত্তীৰ্ণ হয়৷ যোগেশৰ সৈতে তেওঁৰ ভনীয়েক ক্ষমাইয়ো ইউপিএছচি পৰীক্ষাৰ প্ৰস্তুতি কৰিছিল৷ ক্ষমাই কিন্তু প্ৰথমবাৰত পৰীক্ষাত পাছ কৰিব নোৱাৰিলে৷ তিনিবাৰ পাছ কৰিব নোৱাৰিও চেষ্টা এৰি নিদিলে ক্ষমাই৷ ব্যৰ্থতাৰ পৰা শিক্ষা লৈ চতুৰ্থবাৰত তেঁও উত্তীৰ্ণ হয়৷ ক্ষমাও বৰ্তমান আইপিএছ বিষয়া৷ যোগেশৰ আৰু এগৰাকী ভনীয়েক মাধুৰীয়ে লালগঞ্জক পৰা স্নাতক হোৱাৰ পিছত স্নাতকোত্তৰ ডিগ্ৰীৰ বাবে এলাহবাদলৈ যায়৷ স্নাতকোত্তৰৰ পাছত তেওঁ ইউপিএছছি পৰীক্ষাত বহে৷ ২০১৪ চনত তেওঁ ছিভিল চাৰ্ভিছ পৰীক্ষাত উত্তীৰ্ণ হৈ আইএএছ বিষয়া হিচাপে ঝাৰখণ্ডত যোগদান কৰিছে৷ তিনিওগৰাকী ভাতৃ ভগ্নী আমোলা হোৱাৰ দেখি সৰু ভায়েক লোকেশেও ছিভিল চাৰ্ভিছ পৰীক্ষাৰ বাবে প্ৰস্তুতি চলায়৷ ২০১৫ ত লোকেশে বিহাৰত আইএঅছ অফিচাৰ হিচাপে যোগদান কৰিছে৷ চাৰিগৰাকী ভাতৃ-ভগ্নীৰ এই সাফল্যই এতিয়া উপিএছচি পৰীক্ষাৰ বাবে চেষ্টা চলাই থকাসকলৰ বাবেও অনুপ্ৰেৰণা হৈ পৰিছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assam live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আপোনাৰ ফোনৰ ক’ভাৰ হালধীয়া হৈছে নেকি? ঘৰুৱা সহজ পদ্ধতিৰে কৰক নতুনৰ দৰে
প্ৰযুক্তি

আপোনাৰ ফোনৰ ক’ভাৰ হালধীয়া হৈছে নেকি? ঘৰুৱা সহজ পদ্ধতিৰে কৰক নতুনৰ দৰে

September 16, 2026
সঘনাই হাঁচি অহাৰ সমস্যা? এই সহজ উপায়েৰ পাব মুক্তি
জীৱনশৈলী

সঘনাই হাঁচি অহাৰ সমস্যা? এই সহজ উপায়েৰ পাব মুক্তি

September 16, 2026
‘আইৰন লেডী’ সংযুক্তা পৰাশৰ সফলতা, CRPFৰ বিশেষ কামাণ্ডো ইউনিট CoBRA ৰ প্ৰথম মহিলা IG হিচাপে নিযুক্তি
অসম

‘আইৰন লেডী’ সংযুক্তা পৰাশৰ সফলতা, CRPFৰ বিশেষ কামাণ্ডো ইউনিট CoBRA ৰ প্ৰথম মহিলা IG হিচাপে নিযুক্তি

September 16, 2026
বাঢ়িব নেকি ৰে’ল টিকটৰ মূল্য? UPI ৰে বুকিং কৰিলে কিমান লাগিব চাৰ্জ জানক
বাণিজ্য

বাঢ়িব নেকি ৰে’ল টিকটৰ মূল্য? UPI ৰে বুকিং কৰিলে কিমান লাগিব চাৰ্জ জানক

September 16, 2026
Next Post
‘‘আই এম এ ছচিঅ’ লেফটিষ্ট, কি নাম, কিবা ফটুৱা পাৰ্টী এটা যে কি নাম, অজাপ…’’ অজাপক কিয় ফটোৱা ক’লে জুবিনে, সবিশেষ…

‘‘আই এম এ ছচিঅ’ লেফটিষ্ট, কি নাম, কিবা ফটুৱা পাৰ্টী এটা যে কি নাম, অজাপ…’’ অজাপক কিয় ফটোৱা ক’লে জুবিনে, সবিশেষ...

আকৌ আমেঠিলৈ ৰাহুল, ৰাহুলে আমেঠিত প্ৰতিদ্বন্দিতা কৰাটো বিচাৰে নে সাধাৰণ ভোটাৰে? সমীক্ষাৰ ৰিপৰ্টত খহিছে স্মৃতিৰ ভৰিৰ তলৰ মাটি

আকৌ আমেঠিলৈ ৰাহুল, ৰাহুলে আমেঠিত প্ৰতিদ্বন্দিতা কৰাটো বিচাৰে নে সাধাৰণ ভোটাৰে? সমীক্ষাৰ ৰিপৰ্টত খহিছে স্মৃতিৰ ভৰিৰ তলৰ মাটি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.