• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘‘আই এম এ ছচিঅ’ লেফটিষ্ট, কি নাম, কিবা ফটুৱা পাৰ্টী এটা যে কি নাম, অজাপ…’’ অজাপক কিয় ফটোৱা ক’লে জুবিনে, সবিশেষ…

‘‘আই এম এ ছচিঅ’ লেফটিষ্ট, কি নাম, কিবা ফটুৱা পাৰ্টী এটা যে কি নাম, অজাপ…’’ অজাপক কিয় ফটোৱা ক’লে জুবিনে, সবিশেষ…

3 years ago
বিশ্বকাপ ফুটবল ২০২৬ৰ পৰা FIFAই কিমান টকা সংগ্ৰহ কৰিব জানেনে?

বিশ্বকাপ ফুটবল ২০২৬ৰ পৰা FIFAই কিমান টকা সংগ্ৰহ কৰিব জানেনে?

29 minutes ago
বন্ধ হ’ব নেকি ভাৰতীয় ঐতিহ্য বহন কৰা লণ্ডনৰ ১০০ বছৰীয়া ৰেষ্টুৰেণ্ট বীৰাস্বামী?

বন্ধ হ’ব নেকি ভাৰতীয় ঐতিহ্য বহন কৰা লণ্ডনৰ ১০০ বছৰীয়া ৰেষ্টুৰেণ্ট বীৰাস্বামী?

3 hours ago
সমুদ্ৰত জাহাজ, নাবিকৰ সুৰক্ষাৰ দায়িত্ব কাৰ? জাহাজত থকা পতাকাৰ অৰ্থ কি?

সমুদ্ৰত জাহাজ, নাবিকৰ সুৰক্ষাৰ দায়িত্ব কাৰ? জাহাজত থকা পতাকাৰ অৰ্থ কি?

4 hours ago
১ কিলোগ্ৰামত দাম ২০ লাখ টকা পৰ্যন্ত, হিমালয়ান VIAGRAৰ সন্ধানত খালী হৈছে নেপালৰ গাঁওসমূহ

১ কিলোগ্ৰামত দাম ২০ লাখ টকা পৰ্যন্ত, হিমালয়ান VIAGRAৰ সন্ধানত খালী হৈছে নেপালৰ গাঁওসমূহ

5 hours ago
মেছি-ৰোনাল্ডোৰ সৈতে একেশাৰীতে স্মৃতি মান্ধানা

মেছি-ৰোনাল্ডোৰ সৈতে একেশাৰীতে স্মৃতি মান্ধানা

5 hours ago
ৰিক্সাচালকৰ পৰা ৯০০ কোটি টকাৰ সাম্ৰাজ্যলৈ, ব্যৱসায় কৰিম বুলি ভবাসকলে পঢ়ক এই কাহিনী

ৰিক্সাচালকৰ পৰা ৯০০ কোটি টকাৰ সাম্ৰাজ্যলৈ, ব্যৱসায় কৰিম বুলি ভবাসকলে পঢ়ক এই কাহিনী

6 hours ago
এইবাৰ ইজৰাইলক ধমক ট্ৰাম্পৰ ‘মই নাথাকিলে ইজৰাইলো নাথাকিলহেঁতেন’

এইবাৰ ইজৰাইলক ধমক ট্ৰাম্পৰ ‘মই নাথাকিলে ইজৰাইলো নাথাকিলহেঁতেন’

6 hours ago
‘ছোৱালী হৈ ল’ৰাৰ খেলত!’ কণ্টকময় পথেৰে কেনেকৈ ফিফা বিশ্বকাপত মহিলা ফটো সাংবাদিক হিচাপে দপদপাইছে গীতিকাই?

‘ছোৱালী হৈ ল’ৰাৰ খেলত!’ কণ্টকময় পথেৰে কেনেকৈ ফিফা বিশ্বকাপত মহিলা ফটো সাংবাদিক হিচাপে দপদপাইছে গীতিকাই?

7 hours ago
হোৰাহোৰে কমিল সোণ-ৰূপৰ মূল্য, একেদিনাই ৰূপৰ ১৭ হাজাৰ টকা পৰ্যন্ত হ্ৰাস!

অলংকাৰ ক্ৰয় কৰিব বিচাৰিছে নেকি? হোৰাহোৰা কমিছে সোণ-ৰূপৰ মূল্য!

8 hours ago
LPG ৰ ডাঙৰ আপডেট, ৩০ জুনৰ পিছত বন্ধ হ’ব পাৰে আপোনাৰ ঘৰৰ গেছ ডেলিভাৰী!

LPG ৰ ডাঙৰ আপডেট, ৩০ জুনৰ পিছত বন্ধ হ’ব পাৰে আপোনাৰ ঘৰৰ গেছ ডেলিভাৰী!

9 hours ago
ওঁঠৰ কঁপনি আৰু বুকুৰ ধপধপনি কৰিশ্মাৰ, গোবিন্দৰ সৈতে শ্বুটিঙত ঘটে অদ্ভুত ঘটনা!

ওঁঠৰ কঁপনি আৰু বুকুৰ ধপধপনি কৰিশ্মাৰ, গোবিন্দৰ সৈতে শ্বুটিঙত ঘটে অদ্ভুত ঘটনা!

10 hours ago
পুৰণি কাপোৰ পিন্ধাৰ পূৰ্বে সাৱধান? কঢ়িয়াই আনিব আপোনাৰ দুৰ্ভাগ্য!

পুৰণি কাপোৰ পিন্ধাৰ পূৰ্বে সাৱধান? কঢ়িয়াই আনিব আপোনাৰ দুৰ্ভাগ্য!

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, June 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

‘‘আই এম এ ছচিঅ’ লেফটিষ্ট, কি নাম, কিবা ফটুৱা পাৰ্টী এটা যে কি নাম, অজাপ…’’ অজাপক কিয় ফটোৱা ক’লে জুবিনে, সবিশেষ…

editor by editor
August 29, 2023
in অসম, ৰাজনীতি
0
‘‘আই এম এ ছচিঅ’ লেফটিষ্ট, কি নাম, কিবা ফটুৱা পাৰ্টী এটা যে কি নাম, অজাপ…’’ অজাপক কিয় ফটোৱা ক’লে জুবিনে, সবিশেষ…
0
SHARES
7.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ‘‘আই এম এ ছচিঅ’ লেফটিষ্ট, বিজেপিও নহয়, কংগ্ৰেছো নহয়, এজিপিও নহয়… আৰু এটা কি ওলাইছিল নতুন যে ওলাইছিল, কি নাম, কিবা ফটুৱা পাৰ্টী এটা যে কি নাম… এজেপি, অ…’’ এই মন্তব্যক লৈ এতিয়া ৰাজ্যজুৰি চলিছে চৰ্চা। জুবিন গাৰ্গে এজেপি দলক ফটোৱা পাৰ্টী আখ্যা দিয়াক লৈ সৰৱ হৈ পৰিছে অজাপ।

জুবিন গাৰ্গে অজাপ দলক লৈ বিৰুপ মন্তব্য কৰাৰ পাছতেই লুৰিণজ্যোতি গগৈয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। লুৰিণজ্যোতি গগৈয়ে কয়, ‘যি গৰাকী ব্যক্তিয়ে নিশা ২ বজাত ফোন কৰি লুৰিণ তই পাৰিবি। সমাজৰ কাৰণে কিবা এটা কৰিব লাগিব বুজিছ। জুবিন গাৰ্গে হঠাৎ কিয় এনেদৰে মন্তব্য কৰিলে বুজি নাপালোঁ।’ লগতে লুৰিণজ্যোতি গগৈয়ে স্পষ্ট ভাবে কয়, ‘আজিৰ তাৰিখত দেশক যি বিলাক সমস‍্যাই গ্ৰাস কৰি পেলাইছে তেনে সময়ত আমাৰ দলৰ কথা চিন্তা নকৰি ৰাইজৰ কথা চিন্তা কৰক। যি সময়ত বাজপেয়ী ভৱনৰ পৰা চাকৰিৰ কিনা বেছা চলি আছে সেইবোৰৰ বিৰোধিতা কৰক। বাজপেয়ী ভৱন কিনা বেচা ভৱনলৈ পৰিণত হৈছে। এই সময়ত এইসমূহৰ বিৰুদ্ধে যুঁজ দিয়ক। আমি আমাৰ নিজৰ লক্ষ্যৰ পৰা আঁতৰি অহা নাই বা বিচলিতও হোৱা নাই। আমাক লৈ বেছিকৈ চিন্তা কৰাৰ প্ৰয়োজনীয়তা নাই।’

ইপিনে জুবিন গাৰ্গৰ সমালোচনাৰ পিছতে ফেচবুক পোষ্টযোগে প্ৰত্যুত্তৰ দিছে অসম জাতীয় পৰিষদৰ উপ সভাপতি দুলু আহমেদ। সামাজিক মাধ্যমত জুবিনক কটু সমালোচনা দুলু আহমেদৰ। দুলু আহমেদে ফেছবুক পোষ্টত লিখিছে, ‘জুবিন গাৰ্গ ডাঙৰীয়া,আপোনাৰ নিচিনা ৪২০ আৰু সুবিধাবাদী শিল্পী মই দেখা নাছিলো,আপোনাৰ টকা থাকিব পাৰে,কিন্তু আপুনি মানুহৰ শাৰীত নপৰে।আপোনাৰ নিচিনা এগৰাকী আগশাৰীৰ সাংস্কৃতিক ৰাজনৈতিক দালাল সুৰাৰ নিচাত মাতাল হৈ আমাৰ দলৰ বিৰুদ্ধে মন্তব্য দিয়াৰ কোনো অধিকাৰ নাই। কা আন্দোলনত আপোনাৰ দুমুখীয়া স্থিতি অসমৰ ৰাইজে দেখিছে।আমাৰ দলৰ বিৰুদ্ধে এইটো বাক্য কব আপোনাক মুখ্যমন্ত্ৰীয়ে কিমান টকা দিলে ৰাইজৰ আগত জনাব নেকি।আপোনাৰ নিচিনা দালাল শিল্পীয়ে এনেও দুটা টকাৰ বিনিময়ত যে পক পকাই থাকে সেই কথা আমিও বুজি পাওঁ।’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assam live 24axom live 24axom live 24 digitalBest Assamese News ChannelBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এইবাৰ ইজৰাইলক ধমক ট্ৰাম্পৰ ‘মই নাথাকিলে ইজৰাইলো নাথাকিলহেঁতেন’
বিশ্ব

এইবাৰ ইজৰাইলক ধমক ট্ৰাম্পৰ ‘মই নাথাকিলে ইজৰাইলো নাথাকিলহেঁতেন’

June 17, 2026
এন ডি এ চৰকাৰৰ ১২ বছৰ সম্পূৰ্ণ, কহিমাত জনসম্পৰ্ক কাযসূচীত অংশগ্ৰহণ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ
অসম

এন ডি এ চৰকাৰৰ ১২ বছৰ সম্পূৰ্ণ, কহিমাত জনসম্পৰ্ক কাযসূচীত অংশগ্ৰহণ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ

June 17, 2026
বতৰে ল’ব ৰূদ্ৰ ৰূপ, আজিৰে পৰা আহিব নেৰানেপেৰা বৰষুণ!
ভাৰত

বতৰে ল’ব ৰূদ্ৰ ৰূপ, আজিৰে পৰা আহিব নেৰানেপেৰা বৰষুণ!

June 17, 2026
আজি সুন্দৰৰ পূজাৰী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্মজয়ন্তী
অসম

আজি সুন্দৰৰ পূজাৰী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্মজয়ন্তী

June 17, 2026
Next Post
আকৌ আমেঠিলৈ ৰাহুল, ৰাহুলে আমেঠিত প্ৰতিদ্বন্দিতা কৰাটো বিচাৰে নে সাধাৰণ ভোটাৰে? সমীক্ষাৰ ৰিপৰ্টত খহিছে স্মৃতিৰ ভৰিৰ তলৰ মাটি

আকৌ আমেঠিলৈ ৰাহুল, ৰাহুলে আমেঠিত প্ৰতিদ্বন্দিতা কৰাটো বিচাৰে নে সাধাৰণ ভোটাৰে? সমীক্ষাৰ ৰিপৰ্টত খহিছে স্মৃতিৰ ভৰিৰ তলৰ মাটি

ৰাখী পূৰ্ণিমাৰ পৰাই ভাগ্য সলনি হ’ব এই তিনি ৰাশিৰ! হাতলৈ চাকৰিৰ লগতে ধন আহিব এই তিনি ৰাশিৰ ব্যক্তিৰ

ৰাখী পূৰ্ণিমাৰ পৰাই ভাগ্য সলনি হ’ব এই তিনি ৰাশিৰ! হাতলৈ চাকৰিৰ লগতে ধন আহিব এই তিনি ৰাশিৰ ব্যক্তিৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.