• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰাখী পূৰ্ণিমাৰ পৰাই ভাগ্য সলনি হ’ব এই তিনি ৰাশিৰ! হাতলৈ চাকৰিৰ লগতে ধন আহিব এই তিনি ৰাশিৰ ব্যক্তিৰ

ৰাখী পূৰ্ণিমাৰ পৰাই ভাগ্য সলনি হ’ব এই তিনি ৰাশিৰ! হাতলৈ চাকৰিৰ লগতে ধন আহিব এই তিনি ৰাশিৰ ব্যক্তিৰ

3 years ago
এইবাৰ বিশ্বৰ সপ্তম আশ্বৰ্য তাজমহলতো হ’ব নেকি খনন?

এইবাৰ বিশ্বৰ সপ্তম আশ্বৰ্য তাজমহলতো হ’ব নেকি খনন?

1 hour ago
কিয় ৫৩ বছৰ বয়সতো অবিৱাহিত হৈয়ে থাকিল গীতা কাপুৰ? জানক ইয়াৰ কাৰণ

কিয় ৫৩ বছৰ বয়সতো অবিৱাহিত হৈয়ে থাকিল গীতা কাপুৰ? জানক ইয়াৰ কাৰণ

2 hours ago
সহজে পোৱা এই ৫ বিধ খাদ্যই আপোনাক দিব পাৰে ভাল আৰু গভীৰ টোপনি

সহজে পোৱা এই ৫ বিধ খাদ্যই আপোনাক দিব পাৰে ভাল আৰু গভীৰ টোপনি

2 hours ago
বিশ্বাস কৰক বা নকৰক, মেয়ৰ দৰাই বিয়া পাতিলে কইনা ঘঁৰিয়ালক

বিশ্বাস কৰক বা নকৰক, মেয়ৰ দৰাই বিয়া পাতিলে কইনা ঘঁৰিয়ালক

3 hours ago
FIFA বিশ্বকাপত নোৰা ফাতেহীৰ গ্লেমাৰাছ লুকৰ আঁৰত কোন?

FIFA বিশ্বকাপত নোৰা ফাতেহীৰ গ্লেমাৰাছ লুকৰ আঁৰত কোন?

4 hours ago
ক্ৰিকেট মেচ সম্প্ৰচাৰৰ সময়ত নাথাকিব ক*ণ্ডম, ডে*টিং এপৰ বিজ্ঞাপন!

ক্ৰিকেট মেচ সম্প্ৰচাৰৰ সময়ত নাথাকিব ক*ণ্ডম, ডে*টিং এপৰ বিজ্ঞাপন!

4 hours ago
এইকেইটা ৰাশিৰ লোকে কেতিয়াও নিপিন্ধিব তামৰ খাৰু

এইকেইটা ৰাশিৰ লোকে কেতিয়াও নিপিন্ধিব তামৰ খাৰু

6 hours ago
জাকজমক লাইফষ্টাইলেৰে ছ’চিয়েল মিডিয়াত Show Off কৰি ভয়ংকৰ বিপদত পৰিল যুৱক

জাকজমক লাইফষ্টাইলেৰে ছ’চিয়েল মিডিয়াত Show Off কৰি ভয়ংকৰ বিপদত পৰিল যুৱক

6 hours ago
বাংলাদেশৰ সহায়ত নেপাল-ভূটানলৈ এলন মাস্কৰ Starlink

বাংলাদেশৰ সহায়ত নেপাল-ভূটানলৈ এলন মাস্কৰ Starlink

7 hours ago
গৰমৰ বাবে ছাল-চুলিৰ বিভিন্ন সমস্যাত ভুগিছে নেকি?

গৰমৰ বাবে ছাল-চুলিৰ বিভিন্ন সমস্যাত ভুগিছে নেকি?

7 hours ago
‘মই যদি তোমাৰ ফালে চাও…’ মহিলা সাংবাদিকৰ প্ৰেমত মেছি?

‘মই যদি তোমাৰ ফালে চাও…’ মহিলা সাংবাদিকৰ প্ৰেমত মেছি?

8 hours ago
সাংঘাটিক চুম্বন! বলীউডৰ এই ১০ চুম্বনৰ দৃশ্যই আজিও সকলোকে চিন্তাত পেলায়

সাংঘাটিক চুম্বন! বলীউডৰ এই ১০ চুম্বনৰ দৃশ্যই আজিও সকলোকে চিন্তাত পেলায়

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, July 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ৰাখী পূৰ্ণিমাৰ পৰাই ভাগ্য সলনি হ’ব এই তিনি ৰাশিৰ! হাতলৈ চাকৰিৰ লগতে ধন আহিব এই তিনি ৰাশিৰ ব্যক্তিৰ

editor by editor
August 29, 2023
in জীৱনশৈলী, বিবিধ
0
ৰাখী পূৰ্ণিমাৰ পৰাই ভাগ্য সলনি হ’ব এই তিনি ৰাশিৰ! হাতলৈ চাকৰিৰ লগতে ধন আহিব এই তিনি ৰাশিৰ ব্যক্তিৰ
0
SHARES
8.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ বৈদিক জ্যোতিষত গ্ৰহ নক্ষত্ৰ পৰিবৰ্তনক গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰা হয়। কোনো গ্ৰহে ৰাশি পৰিবৰ্তন কৰিলে তাৰ প্ৰভাৱ সমস্ত ৰাশিৰ জাতকৰ ওপৰত পৰে। নক্ষত্ৰ পৰিবৰ্তনেও ৰাশিচক্ৰৰ ৰাশিসমূহক প্ৰভাৱিত কৰে। উল্লেখ্য যে এই বছৰ ৰাখী পূৰ্ণিমাৰ দিনা নক্ষত্ৰ পৰিবৰ্তন কৰিব সূৰ্যই। বৰ্তমাণ মঘা নক্ষত্ৰত বিচৰণ কৰি আছে এই গ্ৰহে। এইবাৰ ৩১ আগষ্ট অৰ্থাৎ ৰাখী পুৰ্ণিমাৰ দিনা পূৰ্বাফাল্গুনী নক্ষত্ৰত প্ৰৱেশ কৰিব এই গ্ৰহই। জ্যোতিষ শাস্ত্ৰ অনুযায়ী সূৰ্যৰ নক্ষত্ৰ পৰিবৰ্তন তিনি ৰাশিৰ জাতকৰ বাবে শুভ প্ৰমাণিত হ’ব। তেওঁলোকৰ জীৱনত উন্নতি আহিব। ইয়াৰোপৰি সমস্ত কৰ্মতেই তেওঁলোক লাভৱান হ’ব। সূৰ্যৰ নক্ষত্ৰ পৰিবৰ্তনে কোন কোন ৰাশিৰ জাতকৰ বাবে ভাল খবৰ কঢ়িয়াব জানেনে?

বৃষ ৰাশি
সূৰ্যৰ পূৰ্বাফাল্গুনী নক্ষত্ৰত প্ৰৱেশে বৃষ ৰাশিৰ জাতকৰ বাবে ভাল খবৰ কঢ়িয়াব। এই সময়ত এই ৰাশিৰ জাতকে আকস্মিক ধন লাভ কৰিব। ইয়াৰোপৰি পিতৃৰ সৈতে সম্পৰ্ক উন্নীত হ’ব। কাম আৰু ব্যৱসায়ত নতুন সুযোগ আহিব। গাড়ী বা সম্পত্তি ক্ৰয় কৰিব পাৰে। মাটি সম্পত্তিৰ ক্ৰয়-বিক্ৰয় কৰিব পাৰে। চৰকাৰী দপ্তৰৰ কৰ্মীয়েও ভাল খবৰ লাভ কৰিব।

মিথুন ৰাশি
সূৰ্যৰ পূৰ্বাফাল্গুনী নক্ষত্ৰত প্ৰৱেশে ভাল খবৰ কঢ়িয়াব। কোনো পৰিকল্পনাত সাফল্য লাভ কৰিব। আকস্মিক ধন লাভৰ যোগ। মিথুন ৰাশিৰ জাতকে নতুন ব্যৱসায়ীক চুক্তি কৰিব পাৰে। ইয়াৰ ফলত আয় বৃদ্ধি সম্ভৱ। আয়ৰ নতুন উৎস মুকলি হ’ব। ৰৈ থকা কোনো কাম সম্পন্ন হ’ব।

কৰ্কট ৰাশি
নক্ষত্ৰ সলনিয়ে কৰ্কট ৰাশিৰ জাতকৰ ওপৰত ভাল প্ৰভাৱ পেলাব। প্ৰতিযোগীতামূলক পৰীক্ষাত অৱতীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীয়ে সাফল্য লাভ কৰিব। চৰকাৰী চাকৰিৰ প্ৰস্তুতি কৰি থকাসকলে ভাল খবৰ লাভ কৰিব। কৰ্কট ৰাশিৰ জাতকসকলে কৰ্মক্ষেত্ৰত নতুন দায়িত্ব লাভ কৰিব। এই সময়ত যি কামেই হাতত নলওক কিয় সুফল পাব। ভ্ৰমণৰো যোগ আছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এইবাৰ বিশ্বৰ সপ্তম আশ্বৰ্য তাজমহলতো হ’ব নেকি খনন?
ভাৰত

এইবাৰ বিশ্বৰ সপ্তম আশ্বৰ্য তাজমহলতো হ’ব নেকি খনন?

July 6, 2026
কিয় ৫৩ বছৰ বয়সতো অবিৱাহিত হৈয়ে থাকিল গীতা কাপুৰ? জানক ইয়াৰ কাৰণ
বিনোদন

কিয় ৫৩ বছৰ বয়সতো অবিৱাহিত হৈয়ে থাকিল গীতা কাপুৰ? জানক ইয়াৰ কাৰণ

July 6, 2026
সহজে পোৱা এই ৫ বিধ খাদ্যই আপোনাক দিব পাৰে ভাল আৰু গভীৰ টোপনি
জীৱনশৈলী

সহজে পোৱা এই ৫ বিধ খাদ্যই আপোনাক দিব পাৰে ভাল আৰু গভীৰ টোপনি

July 6, 2026
বিশ্বাস কৰক বা নকৰক, মেয়ৰ দৰাই বিয়া পাতিলে কইনা ঘঁৰিয়ালক
বিশ্ব

বিশ্বাস কৰক বা নকৰক, মেয়ৰ দৰাই বিয়া পাতিলে কইনা ঘঁৰিয়ালক

July 6, 2026
Next Post
‘আল্লাহ আপুনিয়েই ন্যায় দিয়ক!’ উমৰাহ কৰিবলৈ গৈ মক্কাতেই আউলী-বাউলী হৈ ৰাখীৰ কান্দোন

'আল্লাহ আপুনিয়েই ন্যায় দিয়ক!’ উমৰাহ কৰিবলৈ গৈ মক্কাতেই আউলী-বাউলী হৈ ৰাখীৰ কান্দোন

সময় হাতত বেছি নাই! চন্দ্ৰত ৬ দিন ধৰি পৰীক্ষা কৰিলে ইছৰোৰ প্ৰজ্ঞানে? এতিয়াও বাকী আছে এটা কাম, কেনেকৈ কৰিব প্ৰজ্ঞানে?

সময় হাতত বেছি নাই! চন্দ্ৰত ৬ দিন ধৰি পৰীক্ষা কৰিলে ইছৰোৰ প্ৰজ্ঞানে? এতিয়াও বাকী আছে এটা কাম, কেনেকৈ কৰিব প্ৰজ্ঞানে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.