• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিজ্ঞানীয়ে আৱিষ্কাৰ কৰিলে বিশেষ গ্ৰহ! ধৰণ, চলন-ফুৰণ পৃথিৱীৰ সৈতে একেই… অন্য এক সূৰ্যক প্ৰদক্ষিণ কৰি থকা আৰ্থ ২.০ত প্ৰাণী জীয়াই থাকিব পৰা সমল আছেনে?

বিজ্ঞানীয়ে আৱিষ্কাৰ কৰিলে বিশেষ গ্ৰহ! ধৰণ, চলন-ফুৰণ পৃথিৱীৰ সৈতে একেই… অন্য এক সূৰ্যক প্ৰদক্ষিণ কৰি থকা আৰ্থ ২.০ত প্ৰাণী জীয়াই থাকিব পৰা সমল আছেনে?

3 years ago
শচীন তেণ্ডুলকাৰৰ দৰে বৈভৱ সূৰ্যবংশীয়ে পালে বিশেষ অনুমতি, BCCI এ কৰিলে নিয়ম সলনি

শচীন তেণ্ডুলকাৰৰ দৰে বৈভৱ সূৰ্যবংশীয়ে পালে বিশেষ অনুমতি, BCCI এ কৰিলে নিয়ম সলনি

7 minutes ago
মছজিদত প্ৰশাসনৰ বুলড’জাৰ, বিদেশী ৰাষ্ট্ৰৰ পতাকাসহ জব্দ বহু আপত্তিজনক নথি

মছজিদত প্ৰশাসনৰ বুলড’জাৰ, বিদেশী ৰাষ্ট্ৰৰ পতাকাসহ জব্দ বহু আপত্তিজনক নথি

22 minutes ago
কাইলৈ ভাগ্য উদয় হ’ব ৫ ৰাশিৰ, হঠাতে হাতলৈ আহিব পাৰে অৰ্থ!

কাইলৈ ভাগ্য উদয় হ’ব ৫ ৰাশিৰ, হঠাতে হাতলৈ আহিব পাৰে অৰ্থ!

42 minutes ago
আমি অসমীয়া হ’ম কেতিয়া? বন্ধ দিলেই হ’ব নেকি সমাধান?

আমি অসমীয়া হ’ম কেতিয়া? বন্ধ দিলেই হ’ব নেকি সমাধান?

54 minutes ago
টকাৰে হ’ব ঘৰ উভৈনদী, মাথোঁ সূৰ্যাস্তৰ সময়ত নকৰিব এইকেইটা ভুল!

টকাৰে হ’ব ঘৰ উভৈনদী, মাথোঁ সূৰ্যাস্তৰ সময়ত নকৰিব এইকেইটা ভুল!

1 hour ago
আফগানিস্তানৰ বিৰুদ্ধে ভাৰতৰ বেটিং বিক্ৰম

আফগানিস্তানৰ বিৰুদ্ধে ভাৰতৰ বেটিং বিক্ৰম

2 hours ago
জুবিন গাৰ্গৰ ‘হামিং’ কিয় ইমান মৰ্মস্পৰ্শী? প্ৰকাশ বিশ্বৰ আগশাৰীৰ বিজ্ঞান গৱেষণা পত্ৰিকাত

জুবিন গাৰ্গৰ ‘হামিং’ কিয় ইমান মৰ্মস্পৰ্শী? প্ৰকাশ বিশ্বৰ আগশাৰীৰ বিজ্ঞান গৱেষণা পত্ৰিকাত

3 hours ago
আপুনি ভাবিব নোৱাৰা হিং*স্ৰতাৰে ভৰা এক উৎসৱ

আপুনি ভাবিব নোৱাৰা হিং*স্ৰতাৰে ভৰা এক উৎসৱ

3 hours ago
‘মোদী মোৰ ভাল বন্ধু!’ মোদীৰ প্ৰশংসাত পঞ্চমুখ ড’নাল্ড ট্ৰাম্প, আঁৰৰ কাৰণ কি?

‘মোদী মোৰ ভাল বন্ধু!’ মোদীৰ প্ৰশংসাত পঞ্চমুখ ড’নাল্ড ট্ৰাম্প, আঁৰৰ কাৰণ কি?

4 hours ago
FIFA World Cup 2026: ছাকিৰাক চাব নে নোৰাক? ফুটবল বিশ্বকাপত দেখিব দুয়োৰে যাদু!

FIFA World Cup 2026: ছাকিৰাক চাব নে নোৰাক? ফুটবল বিশ্বকাপত দেখিব দুয়োৰে যাদু!

5 hours ago
১ লাখতকৈও অধিক পঁইতাচোৰা জব্দ, যাৰ মূল্য ১.৩ কোটি টকাতকৈও অধিক

১ লাখতকৈও অধিক পঁইতাচোৰা জব্দ, যাৰ মূল্য ১.৩ কোটি টকাতকৈও অধিক

5 hours ago
অনুৰাগীৰ প্ৰশ্ন, ‘আৰু কি কৰিলে সন্তুষ্ট হ’ব টীম ইণ্ডিয়াৰ নিৰ্বাচক অজিত আগাৰকাৰ’

অনুৰাগীৰ প্ৰশ্ন, ‘আৰু কি কৰিলে সন্তুষ্ট হ’ব টীম ইণ্ডিয়াৰ নিৰ্বাচক অজিত আগাৰকাৰ’

6 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, June 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বিজ্ঞানীয়ে আৱিষ্কাৰ কৰিলে বিশেষ গ্ৰহ! ধৰণ, চলন-ফুৰণ পৃথিৱীৰ সৈতে একেই… অন্য এক সূৰ্যক প্ৰদক্ষিণ কৰি থকা আৰ্থ ২.০ত প্ৰাণী জীয়াই থাকিব পৰা সমল আছেনে?

editor by editor
August 30, 2023
in জীৱনশৈলী, বিজ্ঞান, বিশ্ব
0
বিজ্ঞানীয়ে আৱিষ্কাৰ কৰিলে বিশেষ গ্ৰহ! ধৰণ, চলন-ফুৰণ পৃথিৱীৰ সৈতে একেই… অন্য এক সূৰ্যক প্ৰদক্ষিণ কৰি থকা আৰ্থ ২.০ত প্ৰাণী জীয়াই থাকিব পৰা সমল আছেনে?
0
SHARES
1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ বিশাল এই ব্ৰহ্মাণ্ডত পৃথিৱীয়েই একমাত্ৰ গ্ৰহ, য’ত প্ৰাণীৰ অস্তিত্ব আছে। অন্য গ্ৰহত প্ৰাণী আছেনে? এই বিষয়টোক লৈ প্ৰত্যেক দিনেই চৰ্চা চলাই আছে বিজ্ঞানীৰ দলে। পৃথিৱীৰ বাহিৰত প্ৰাণীৰ অস্তিত্ব বিচাৰি দীৰ্ঘ গৱেষণা চলাইছে বিজ্ঞানীয়ে। বিজ্ঞানীপ সেই গৱেষণাতেই উদ্ধাৰ হৈছে কেপলাৰ-৪৫২ নামৰ এটা গ্ৰহ। পৃথিৱীৰ সৈতে বহু সাদৃশ্য আছে কেপলাৰ-৪৫২ৰ। কেপলাৰ-৪৫২ ক ‘দ্বিতীয় পৃথিৱী’ আখ্যা দিছে বিজ্ঞানীয়ে। আমেৰিকাৰ মহাকাশ সংস্থা নাছাই নিশ্চিত কৰিছে যে, পৃথিৱীৰ দৰে বাসোপযোগ্য এটা গ্ৰহই সূৰ্যক প্ৰদক্ষিণ কৰি আছে।

পৃথিৱী এই যমজগ্ৰহৰ অন্য এটা নাম দিছে বিজ্ঞানীয়ে। বিজ্ঞানীয়ে এই গ্ৰহৰ নাম দিছে আৰ্থ ২.০। কিন্তু এই গ্ৰহত প্ৰাণ আছেনে? পৃথিৱীৰ পৰা এই গ্ৰহৰ দূৰত্ব কিমান? বিজ্ঞানীৰ মনত এতিয়া বহু কৌতুহল। কেপলাৰ অভিযানৰ সময়ত আৰ্থ-২ ৰ সন্ধান পাইছিল নাছাৰ বিজ্ঞানীয়ে। কেপলাৰ অভিযান হৈছে পৃথিৱীৰ দৰে গ্ৰহ আৱিষ্কাৰৰ বাবে নাছাই চলোৱা এটা প্ৰচেষ্টা। মূলত এই গ্ৰহসমূহত পানীৰ সন্ধান পোৱা যাব পাৰে বুলি প্ৰকাশ কৰিছে বিজ্ঞানীয়ে। এই গ্ৰহসমূহক লৈ গৱেষণাও অব্যাহত ৰাখিছে নাছাৰ বিজ্ঞানীয়ে।

কেপলাৰ এটা মহাকাশ পৰ্যবেক্ষণ কেন্দ্ৰ। এই অভিযান নাছাই আৰম্ভ কৰিছিল ২০০৯ চনতেই। মহাকাশত থকা এই কেন্দ্ৰই অত্যাধুনিক ফটোমিটাৰ ব্যৱহাৰ কৰি বহু গ্ৰহ এতিয়ালৈ আৱিষ্কাৰ কৰিছে। কেপলাৰ মহাকাশ যানখন বৰ্তমান পৰ্যন্ত প্ৰায় ১ হাজাৰ এক্সোপ্লেনেট বিচাৰি ওলিয়াইছে। যাৰ মাজতেই এনে গ্ৰহো আছে যিয়ে দুটা নক্ষত্ৰক প্ৰদক্ষিণ কৰে। ২০১৫ চনৰ জুলাই মাহত কেপলাৰ অভিযানৰ মাধ্যমেৰে কেপলাপ ৪৫২বি গ্ৰহটো বিচাৰি ওলিয়াইছিল নাছাই। নাছাৰ বিজ্ঞানীৰ মতে কেপলাৰ-৪৫২ নক্ষত্ৰক প্ৰদক্ষিণ কৰি আছে আৰ্থ-২য়ে। অৰ্থাৎ কেপলাৰ ৪৫২ নক্ষত্ৰৰ সৈতে সূৰ্যৰ বহু মিল আছে। পৃথিৱীৰ সৈতে কেপলাৰ-৪৫২ বিৰ মিল আছে। কেপলাৰ-৪৫২ বি পৃথিৱীৰ পৰা প্ৰায় ৬০ শতাংশ ডাঙৰ। সূৰ্যক ৩৬৫ দিনত এবাৰ প্ৰদক্ষিণ কৰে পৃথিৱীয়ে। কেপলাৰ-৪৫২ক আৰ্থ-২য়ে ৩৮৫ দিনত এবাৰ প্ৰদক্ষিণ কৰে। অৰ্থাৎ পৃথিৱীতকৈ মাত্ৰ ২০ দিন বেছি।

বিজ্ঞানীসকলে সেই গ্ৰহৰ মাটি পৰীক্ষাৰ কাম আৰম্ভ কৰিছে। বিজ্ঞানীৰ অনুমান যে তাত মাটি আৰু শিল আছে। কেপলাৰ-৪৫২ প্ৰায় সূৰ্যৰ দৰেই। আকাৰত মাত্ৰ ১০ শতাংশ ডাঙৰ। তাপমাত্ৰাও সূৰ্যতকৈ অলপ বেছি। উজ্জ্বলতা সূৰ্যৰ তুলনাত ২০ শতাংশ বেছি। কেপলাৰ-৪৫২ ৰ বয়স সূৰ্যতকৈ বেছি বুলি বিজ্ঞানীয়ে সন্দেহ কৰিছে। কেপলাৰৰ বয়স প্ৰায় ৬০০ কোটি বছৰ হ’ব বুলিও জনাইছে বিজ্ঞানীয়ে। অৰ্থাৎ এই নক্ষত্ৰ সূৰ্যতকৈ ১৫০ কোটি বছৰ ডাঙৰ। কেপলাৰ-৪৫২ বি গ্ৰহ সৌৰজগতৰ পৰা ১৪০০ আলোকবৰ্ষ দূৰত্বত আছে। অৰ্থাৎ তালৈকে যাত্ৰা কৰিবলৈ বিজ্ঞানীৰ হাতত এতিয়ালৈকে তেনে কোনো যান নাই। কেপলাৰ-৪৫২ত প্ৰাণৰ অস্তিত্ব আছেনে সেই লৈহে একাধিক প্ৰশ্ন উঠিছে। বিজ্ঞানীৰ সন্দেহ এই গ্ৰহত প্ৰাণী জীয়াই থাকিব পাৰিব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কাইলৈ ভাগ্য উদয় হ’ব ৫ ৰাশিৰ, হঠাতে হাতলৈ আহিব পাৰে অৰ্থ!
জীৱনশৈলী

কাইলৈ ভাগ্য উদয় হ’ব ৫ ৰাশিৰ, হঠাতে হাতলৈ আহিব পাৰে অৰ্থ!

June 6, 2026
টকাৰে হ’ব ঘৰ উভৈনদী, মাথোঁ সূৰ্যাস্তৰ সময়ত নকৰিব এইকেইটা ভুল!
জীৱনশৈলী

টকাৰে হ’ব ঘৰ উভৈনদী, মাথোঁ সূৰ্যাস্তৰ সময়ত নকৰিব এইকেইটা ভুল!

June 6, 2026
আফগানিস্তানৰ বিৰুদ্ধে ভাৰতৰ বেটিং বিক্ৰম
ক্ৰীড়া

আফগানিস্তানৰ বিৰুদ্ধে ভাৰতৰ বেটিং বিক্ৰম

June 6, 2026
আপুনি ভাবিব নোৱাৰা হিং*স্ৰতাৰে ভৰা এক উৎসৱ
জীৱনশৈলী

আপুনি ভাবিব নোৱাৰা হিং*স্ৰতাৰে ভৰা এক উৎসৱ

June 6, 2026
Next Post
বিশ্বৰ সকলোতকৈ ধনী ব্যক্তি মাস্ক থাকে দুকোঠালীৰ ঘৰত! দক্ষিণ আফ্ৰিকাৰ অভাৱী জীৱনৰ পৰা বিশ্বৰ আটাইতকৈ ধনী ব্যক্তিলৈ পৰিণত হোৱা মাস্কৰ সফলতাৰ কাহিনী জানেনে?

বিশ্বৰ সকলোতকৈ ধনী ব্যক্তি মাস্ক থাকে দুকোঠালীৰ ঘৰত! দক্ষিণ আফ্ৰিকাৰ অভাৱী জীৱনৰ পৰা বিশ্বৰ আটাইতকৈ ধনী ব্যক্তিলৈ পৰিণত হোৱা মাস্কৰ সফলতাৰ কাহিনী জানেনে?

২২ বছৰৰ অন্তত প্ৰত্যাবৰ্তন! আকৌ লাইট-কেমেৰা-একশ্ব্যন, কিন্তু যুঁটিত ছানী দেওলক নিবিচাৰে অমিশা পেটেলে! কাৰ সৈতে কাম কৰিবলৈ আগ্ৰহী অমিশা?

২২ বছৰৰ অন্তত প্ৰত্যাবৰ্তন! আকৌ লাইট-কেমেৰা-একশ্ব্যন, কিন্তু যুঁটিত ছানী দেওলক নিবিচাৰে অমিশা পেটেলে! কাৰ সৈতে কাম কৰিবলৈ আগ্ৰহী অমিশা?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.