• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
জ’ বাইডেনক আদৰিবলৈ বিমান বন্দৰলৈ কিয় নগ’ল প্রধানমন্ত্ৰী মোদী? শ্বেখ হাছিনা আৰু ঋষি ছুনাকক কোনে আদৰণি জনালে বিমান বন্দৰত?

জ’ বাইডেনক আদৰিবলৈ বিমান বন্দৰলৈ কিয় নগ’ল প্রধানমন্ত্ৰী মোদী? শ্বেখ হাছিনা আৰু ঋষি ছুনাকক কোনে আদৰণি জনালে বিমান বন্দৰত?

2 years ago
কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

6 days ago
চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

6 days ago
ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ

ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ

6 days ago
ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

6 days ago
সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

6 days ago
মাজত মাত্ৰ দুদিন, কুম্ভ ৰাশিলৈ সূৰ্য আহিলেই বুধাদিত্য ৰাজযোগ, সাফল্য আহিব এই ৪ৰাশিৰ হাতলৈ

মাজত মাত্ৰ দুদিন, কুম্ভ ৰাশিলৈ সূৰ্য আহিলেই বুধাদিত্য ৰাজযোগ, সাফল্য আহিব এই ৪ৰাশিৰ হাতলৈ

6 days ago
শনিৰ ৰাশিত সূৰ্যগ্ৰহণ, একেলগে পঞ্চগ্ৰহী যোগ, মালামাল হ’ব ৩ৰাশিৰ জাতক

শনিৰ ৰাশিত সূৰ্যগ্ৰহণ, একেলগে পঞ্চগ্ৰহী যোগ, মালামাল হ’ব ৩ৰাশিৰ জাতক

7 days ago
ওলোটা পথেৰে যাত্ৰা কৰিব বুধে, লাভেই লাভ এই ৪ৰাশিৰ জাতকৰ

ওলোটা পথেৰে যাত্ৰা কৰিব বুধে, লাভেই লাভ এই ৪ৰাশিৰ জাতকৰ

7 days ago
বজৰংবলীৰ প্ৰিয় এই ৫ৰাশিৰ জাতক-জাতিকা, সকলো সময়তে বজৰংবলী কাষত থাকে তেওঁলোকৰ

বজৰংবলীৰ প্ৰিয় এই ৫ৰাশিৰ জাতক-জাতিকা, সকলো সময়তে বজৰংবলী কাষত থাকে তেওঁলোকৰ

7 days ago
UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক

UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক

7 days ago
ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত শুক্ৰাদিত্য ৰাজযোগ, সাফল্য নিশ্চিত ৫ৰাশিৰ ভাগ্যত

ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত শুক্ৰাদিত্য ৰাজযোগ, সাফল্য নিশ্চিত ৫ৰাশিৰ ভাগ্যত

7 days ago
কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত

কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত

1 week ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, February 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

জ’ বাইডেনক আদৰিবলৈ বিমান বন্দৰলৈ কিয় নগ’ল প্রধানমন্ত্ৰী মোদী? শ্বেখ হাছিনা আৰু ঋষি ছুনাকক কোনে আদৰণি জনালে বিমান বন্দৰত?

editor by editor
September 8, 2023
in বিশ্ব, ভাৰত, ৰাজনীতি
0
জ’ বাইডেনক আদৰিবলৈ বিমান বন্দৰলৈ কিয় নগ’ল প্রধানমন্ত্ৰী মোদী? শ্বেখ হাছিনা আৰু ঋষি ছুনাকক কোনে আদৰণি জনালে বিমান বন্দৰত?
0
SHARES
257
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ G-20 সন্মিলনক লৈ উখল-মাখল ৰাজধামী দিল্লী। এখনৰ পাছত আনখন দেশৰ ৰাষ্ট্ৰপ্ৰধান উপস্থিত হৈছে ভাৰতত। কিন্তু এই ৰাষ্ট্ৰপ্ৰধানসকলৰ অভ্যৰ্থনাৰ দায়িত্বত কোন আছে? প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নে বিদেশ মন্ত্ৰী এছ জয়শংকৰে আদৰণি জনাইছে এইসকল ৰাষ্ট্ৰপ্রধানক?

বৃহস্পতিবাৰে সন্ধিয়া দিল্লী বিমানবন্দৰত আহি উপস্থিত হৈছিল আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেন। জ’ বাইডেনক বিমান বন্দৰৰ পৰা আদৰি আনিবলৈ কিন্তু প্ৰধানমন্ত্ৰী তথা বিদেশমন্ত্ৰী কোনোৱে উপস্থিত হোৱা নাছিল। তাৰ সলনি জ’ বাইডেনক আদৰণি জনাই অসামৰিক বিমান পৰিবহন মন্ত্ৰী জেনেৰেল ভি কে সিংহই। বাইডেনৰ ওপৰিও G-20ত ভাগ ল’বলৈ অহা চীনৰ প্ৰধানমন্ত্ৰী লি কিয়াংককো ভি কে সিংহয়েই আদৰণী জনাই।

নতুন দিল্লীৰ প্ৰগতি ময়দানত ভাৰত মণ্ডপম কনভেনসন চেণ্টাৰত G-20ৰ শীৰ্ষ সন্মিলন আৰম্ভণিৰ আগে আগে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হয় আমেৰিকাৰ প্ৰেছিডেণ্ট জ’ বাইডেন। বিদেশ মন্ত্ৰণালয়ৰ এই সূত্ৰৰ খবৰ অনুসৰি বৃহস্পতিবাৰে সন্ধিয়া ৬ বাজি ৫৫ মিনিটত বাইডেনৰ বিমান দিল্লী বিমান বন্দৰত নামে। বাইডেন আৰু তেওঁৰ প্ৰতিনিধি দলৰ বাবে দিল্লীৰ বিশেষ সা সুবিধা সম্পন্ন হোটেলৰ ৪০০ টা কোঠা ভাড়াত লোৱা হৈছে। আগন্তুক দুটা দিন তাতেই থাকিব বাইডেনসহ তেঁওৰ লগত অহা প্ৰতিনিধি দলটো। শুকুৰবাৰে নিশা মোদীৰ সৈতে বৈঠকত মিলিত হ’ব দলটো। কিন্তু এইসমূহৰ মাজতেই চৰ্চা লাভ কৰিছে আন এক বিষয়ে।

২০১৭ চনত বাংলাদেশৰ প্রধানমন্ত্ৰী শ্বেখ হাছিনা যেতিয়া দিল্লী বিমান বন্দৰত উপস্থিত হৈছিল তেতিয়া সকলো প্ৰটকল ভাঙি প্ৰধানমন্ত্ৰীয়ে নিজেই হাছিনাক আদৰিবলৈ বিমান বন্দৰত উপস্থিত হৈছিল। ২০১৮ চনত ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেটানিয়াহুকো মোদীয়ে নিজেই বিমান বন্দৰৰ পৰা আদৰি আনিছিল। মোদীৰ আতিথ্যপৰায়ণতা দেখি সকলোৱেই আশা কৰিছিল G-20 সন্মিলনত আমেৰিকাৰ প্ৰেছিডেণ্টক নিশ্চয় প্রধানমন্ত্ৰীয়ে নিজেই আদৰি আনিব। অৱশ্যে সেয়া হৈ নুঠিল। মোদীয়ে আদৰণি জনাবলৈ বিমান বন্দৰত উপস্থিত হোৱাটো বাদেই ভাৰতত উপস্থিত হোৱাৰ বহু সময় পাছতহে লগ কৰে আমেৰিকাৰ ৰাষ্ট্ৰপ্ৰধানক। এক সূত্ৰই প্ৰকাশ কৰামতে G-20ৰ শীৰ্ষ সন্মিলনত ভাগ ল’বলৈ অহা নেতাসকলক প্ৰটকল মানি লগ কৰিব দেশৰ প্রধানমন্ত্ৰীয়ে। বিগত বৃহস্পতিবাৰৰ নিশা ইউৰোপীয় কমিছনৰ প্ৰেছিডেণ্ট উৰছুলা ফানডাৰ লেয়নক অভ্যৰ্থনা জনাবলৈ আহে কেন্দ্ৰীয় উদ্যোগ তথা বাণিজ্য ৰাজ্যিক মন্ত্ৰী অনুপ্ৰিয়া পেটেল। বিদেশ মন্ত্ৰীৰ সূত্ৰৰ খবৰ অনুসৰি, শুকুৰবাৰে দুপৰীয়া ১ বাজি ৪০ মিনিটত ব্ৰিটেইনৰ প্রধানমন্ত্ৰী ঋষি ছুনাক উপস্থিত হৈছে দিল্লী ইন্দিৰা গান্ধী বিমান বন্দৰত। ঋষি ছুনাকক আদৰণি জনাইছে কেন্দ্ৰীয় খাদ্য সৰবৰাহ তথা ক্ৰেতা সুৰক্ষা ৰাজ্যিক মন্ত্ৰী অশ্বিনীকুমাৰ চৌৰে। জাপানৰ প্ৰধানমন্ত্ৰী ফুমিও কিছিদাক দুপৰীয়া ২ বজাত বিমান বন্দৰত অভ্যৰ্থনা জনাবলৈ উপস্থিত থাকে ৰাজ্যিক মন্ত্ৰী অশ্বিনী।

ইটালীৰ প্রধানমন্ত্ৰী জৰ্জিয়া মেলোনিক অভ্যৰ্থনা জনাবলৈ কৃষি ৰাজ্যিকমন্ত্ৰী শোভী কৰাণ্ডলাজ আৰু বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক অভ্যৰ্থনা জনাব ৰেল আৰু বস্ত্ৰ ৰাজ্যিকমন্ত্ৰী দৰ্শনা জাৰ্দোছাই। দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতি ইউন ছুক ইওলোক দিল্লী বিমানবন্দৰত স্বাগতম জনাব তথ্য প্ৰযুক্তিৰ ৰাজ্যিক মন্ত্ৰী চন্দ্ৰশেষকে। সূত্ৰৰ খবৰ অনুসৰি মোদী-বাইডেনে শুকুৰবাৰৰ বৈঠকত নতুন দিল্লী আৰু ৱাছিংটন দ্বিপাক্ষিক সহযোগিতাত নানান ক্ষেত্ৰৰ কেইবাটাও আলোচনা চলিব। এই বৈঠকত ভাৰত প্ৰশান্ত মহাসাগৰীয় অঞ্চলত চীনৰ মোকাবিলাত ‘কোৱাড্ৰিল্যাটেৰাল ছিকিউৰিটি ডায়ালগ(কোয়াড)ৰ চাৰি সদস্য ৰাষ্ট্ৰ (ভাৰত, আমেৰিকা, অষ্ট্ৰেলিয়া আৰু জাপান)ৰ মাজত সমন্বয় সন্দৰ্ভতো আলোচনা চলিব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24 digitalBest Assamese News Channelbest news channel in assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?
চিনেমা

চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

February 10, 2026
সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য
জীৱনশৈলী

সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

February 10, 2026
UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক
জীৱনশৈলী

UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক

February 9, 2026
কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত
ক্ৰীড়া

কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত

February 9, 2026
Next Post
দেশৰ নাম সলনি কৰোতে কিমান হাজাৰ কোটি খৰচ কৰিব চৰকাৰে? হিচাপ দেখিলে আচৰিত হ’ব আপুনিও

দেশৰ নাম সলনি কৰোতে কিমান হাজাৰ কোটি খৰচ কৰিব চৰকাৰে? হিচাপ দেখিলে আচৰিত হ’ব আপুনিও

‘পৰিণীতিতকৈ ৰাজনীতি মোৰ জীৱনলৈ আগেয়ে আহিছে’, পৰিণীতিৰ সৈতে বিবাহক লৈ অৱশেষত মুখ খুলিলে সাংসদ ৰাঘৱ চাড্ডাই

‘পৰিণীতিতকৈ ৰাজনীতি মোৰ জীৱনলৈ আগেয়ে আহিছে’, পৰিণীতিৰ সৈতে বিবাহক লৈ অৱশেষত মুখ খুলিলে সাংসদ ৰাঘৱ চাড্ডাই

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.