• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দেশৰ নাম সলনি কৰোতে কিমান হাজাৰ কোটি খৰচ কৰিব চৰকাৰে? হিচাপ দেখিলে আচৰিত হ’ব আপুনিও

দেশৰ নাম সলনি কৰোতে কিমান হাজাৰ কোটি খৰচ কৰিব চৰকাৰে? হিচাপ দেখিলে আচৰিত হ’ব আপুনিও

3 years ago
প্ৰায় ২৪ বছৰ মূৰত পাডিক্কালৰ ৰূপত ভাৰতীয় বেটাৰে গঢ়িলে এই ৰেকৰ্ড

প্ৰায় ২৪ বছৰ মূৰত পাডিক্কালৰ ৰূপত ভাৰতীয় বেটাৰে গঢ়িলে এই ৰেকৰ্ড

15 hours ago
ৰাণীৰে পৰকীয়া প্ৰেমৰ বিতৰ্ক! এইবাৰ মুখ খুলিছে অভিনেতা গোবিন্দই

ৰাণীৰে পৰকীয়া প্ৰেমৰ বিতৰ্ক! এইবাৰ মুখ খুলিছে অভিনেতা গোবিন্দই

16 hours ago
কাশ্মীৰত লস্কৰ-ঈ-তৈবাৰ শীৰ্ষ কমাণ্ডাৰৰ ঘৰত উদযাপন স্বাধীনতা দিৱস

কাশ্মীৰত লস্কৰ-ঈ-তৈবাৰ শীৰ্ষ কমাণ্ডাৰৰ ঘৰত উদযাপন স্বাধীনতা দিৱস

16 hours ago
সিংহ ৰাশিকে ধৰি এইকেইটা ৰাশিৰ আহি আছে ভাল দিন

সিংহ ৰাশিকে ধৰি এইকেইটা ৰাশিৰ আহি আছে ভাল দিন

17 hours ago
কৰণ জোহৰৰ শ্ব’ক লৈ চৰ্চাৰ শীৰ্ষত মল্লিকা শ্বেৰাৱত

কৰণ জোহৰৰ শ্ব’ক লৈ চৰ্চাৰ শীৰ্ষত মল্লিকা শ্বেৰাৱত

18 hours ago
লালকিল্লাৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানত কিয় উপস্থিত নাথাকিল ৰাহুল গান্ধী?

লালকিল্লাৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানত কিয় উপস্থিত নাথাকিল ৰাহুল গান্ধী?

18 hours ago
ক্ৰিকেটাৰ ৰবিচন্দ্ৰন অশ্বিনৰ ঘৰত আৰক্ষীৰ দল

ক্ৰিকেটাৰ ৰবিচন্দ্ৰন অশ্বিনৰ ঘৰত আৰক্ষীৰ দল

19 hours ago
৮ম দৰমহা আয়োগত কিমান হ’ব ন্যূনতম বেচিক দৰমহা?

৮ম দৰমহা আয়োগত কিমান হ’ব ন্যূনতম বেচিক দৰমহা?

19 hours ago
লালকিল্লাত বিকশিত ভাৰতৰ বাম্পাৰ PLAN, লক্ষ্য ১ কোটি যুৱক-যুৱতী

লালকিল্লাত বিকশিত ভাৰতৰ বাম্পাৰ PLAN, লক্ষ্য ১ কোটি যুৱক-যুৱতী

20 hours ago
শিক্ষয়িত্ৰীৰ বিৰুদ্ধে সপ্তম শ্ৰেণীৰ ছাত্ৰৰ আৰক্ষীক অভিযোগ

শিক্ষয়িত্ৰীৰ বিৰুদ্ধে সপ্তম শ্ৰেণীৰ ছাত্ৰৰ আৰক্ষীক অভিযোগ

21 hours ago
‘বন্দে মাতৰম’ পৰিৱেশনক লৈ অসন্তুষ্ট নেকি ৰাহুল-ছোনিয়া?

‘বন্দে মাতৰম’ পৰিৱেশনক লৈ অসন্তুষ্ট নেকি ৰাহুল-ছোনিয়া?

21 hours ago
পুৱালৈ অপেক্ষা নকৰি কিয় মাজনিশাই ভাৰতক স্বাধীন ঘোষণা কৰা হৈছিল?

পুৱালৈ অপেক্ষা নকৰি কিয় মাজনিশাই ভাৰতক স্বাধীন ঘোষণা কৰা হৈছিল?

22 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, August 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

দেশৰ নাম সলনি কৰোতে কিমান হাজাৰ কোটি খৰচ কৰিব চৰকাৰে? হিচাপ দেখিলে আচৰিত হ’ব আপুনিও

editor by editor
September 8, 2023
in বিবিধ, ভাৰত, ৰাজনীতি
0
দেশৰ নাম সলনি কৰোতে কিমান হাজাৰ কোটি খৰচ কৰিব চৰকাৰে? হিচাপ দেখিলে আচৰিত হ’ব আপুনিও
0
SHARES
15.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ইণ্ডিয়া বা ভাৰত! ৫ ছেপ্টেম্বৰৰ পৰা দেশৰ দুটা নামক লৈ উত্তাল হৈ আছে ৰাজনৈতিক মহল। ক্ষমতাৰ অপব্যৱহাৰ কৰি বিজেপি চৰকাৰে ইণ্ডিয়া নাম সলাই ভাৰত কৰিবলৈ যত্ন কৰিছে বুলি শাসকীয় দলৰ বিৰুদ্ধে একাংশই অভিযোগো আনিছে। G-20ৰ আমন্ত্ৰণী পত্ৰত ইণ্ডিয়াৰ সলনি ভাৰত লেখা দেখাৰ পাছতেই এই কথা স্পষ্ট হৈ পৰিল। দক্ষিণ এছিয়াৰ অন্যতম শক্তিধৰ দেশ হৈছে ভাৰত। ভাৰতৰ ইংৰাজী নাম ইণ্ডিয়া। দেশৰ নাম ভাৰত নে ইণ্ডিয়া নে দুয়োটাই থাকিব তাক লৈয়েই চলি আছে তৰ্ক বিতৰ্ক।

দেশৰ সংবিধানতো ইণ্ডিয়া আৰু ভাৰত দুয়োটা নামেই উল্লেখ আছে। শেষ পৰ্যন্ত নাম পৰিবৰ্তন হ’লে কিমান ধন খৰচ হ’ব সেই বিষয়টোৱেও আলোচনা লাভ কৰিছে। দেশৰ নাম সলনি কৰিবলৈ আগবঢ়া ভাৰতেই প্ৰথমখন দেশ নহয়। পূৰ্বেও বহুকেইখন দেশৰ নাম সলনি হৈছে। দেশৰ নাম সলনিৰ ক্ষেত্ৰত প্ৰথমেই আহে খৰচৰ প্ৰসংগ। কাৰণ সকলোতেইল পুৰণি নাম মোহাৰি কেৱল নতুন নাম লিখিব লাগিব। এই কামৰ বাবে খৰচ হ’ব বিপুল পৰিমানৰ অৰ্থ। দেশৰ নাম পৰিবৰ্তন হ’লে সকলো নথি, অফিচিয়েল ৱেবচাইট, দেশৰ বিভিন্ন প্ৰতিষ্ঠানৰ নামৰ কাষত দেশৰ নাম সলোৱা হ’ব।

ভাৰতৰ নাম সলাবলৈ কিমান ধন খৰচ হ’ব?

আইনজীৱীৰ ফৰ্মূলা অনুযায়ী, ভাৰত চৰকাৰে ৮০ কোটি ভাৰতীয়ৰ বাবে খাদ্য সুৰক্ষাত যিমান ধন ব্যয় কৰে দেশৰ নাম পৰিবৰ্তনত তাতোকৈ বেছি ধন খৰচ হ’ব। ২০২৩ চনত ভাৰতৰ ৰাজহ সংগ্ৰহ হৈছিল ২৩ লাখ ৮৪ হাজাৰ কোটি টকা। এক সূত্ৰমতে, এই সময়ত যদি দেশৰ নাম সলনি কৰা হয় তেন্তে খৰচ হ’ব ১৪ হাজাৰ ৩০৪ কোটি টকা।

এই হিচাপ কোনে কেনেকৈ ওলিয়ালে?
২০২৩ চনত ভাৰতৰ ৰাজহ সংগ্ৰহ হৈছিল ২৩ লাখ ৮৪ হাজাৰ কোটি টকা। ‘অলিভিয়াৰ মডেল অনুসৰি ভাৰতৰ নাম পৰিবৰ্তন প্ৰক্ৰিয়াত প্ৰায় ১৪ হাজাৰ ৩০৪ কোটি টকা খৰচ হ’ব। এই প্ৰসংগত উদাহৰণ হিচাপে দিয়ে যে ২০১৮ চনত আফ্ৰিকান দেশ ছোৱাজিলেণ্ডৰ নাম পৰিবৰ্তন কৰাৰ ক্ষেত্ৰত খৰচ হৈছিল ৫০০ কোটি টকা। এই হিচাপৰ ভিত্তিতেই অলিভিয়াৰ দেশৰ ৰাজহ আয়ৰ বিশেষ সূত্ৰৰ হিচাপত এই হিচাপ ওলিওৱা হৈছে।

এলাহবাদৰ নাম সলনি কৰোতে খৰচ হৈছিল ৩০০ কোটি টকা
চলিত বছৰৰ আৰম্ভনিতে মহাৰাষ্ট্ৰৰ ঔৰঙ্গাবাদ চহৰৰ নাম পৰিবৰ্তন কৰি ছত্ৰপচি সম্ভাজি নগৰ কৰা হয়। একে সময়তে ওছমানাবাদৰ নাম সলনি কৰি ৰখা হয় ধাৰাশিব। ১০১৬ চনত হাৰিয়ানা চৰকাৰে গুৰগাওঁৰ নাম সলনি কৰি গুৰুগ্ৰাম কৰে। ২০১৮ চনত ইউ পি চৰকাৰে এলাহবাদৰ নাম পৰিবৰ্তন কৰি প্ৰয়াগৰাজ কৰে। ৰাষ্ট্ৰীয় এক সংবাদমাধ্যমে প্ৰকাশ কৰামতে ৰাজ্য চৰকাৰে এলাহবাদৰ নাম পৰিবৰ্তন কৰোতে খৰচ কৰিছিল ৩০০ কোটিৰো অধিক ধন।

ধনৰ হিচাপ কৰিলেও সঁচাকৈয়ে ইণ্ডিয়া সলনি কৰি ভাৰত হ’বনে সেই সম্পৰ্কে কোনো আনুষ্ঠানিক বিবৃত্তি দিয়া হোৱা নাই। সংসদৰ অধিবেশনৰ পাছতহে এই সমগ্ৰ বিষয়টো স্পষ্ট হ’ব বুলি জনাইছে প্ৰায়সংখ্যক ৰাজনীতিবিদেই।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channel
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

প্ৰায় ২৪ বছৰ মূৰত পাডিক্কালৰ ৰূপত ভাৰতীয় বেটাৰে গঢ়িলে এই ৰেকৰ্ড
বিনোদন

প্ৰায় ২৪ বছৰ মূৰত পাডিক্কালৰ ৰূপত ভাৰতীয় বেটাৰে গঢ়িলে এই ৰেকৰ্ড

August 15, 2026
ৰাণীৰে পৰকীয়া প্ৰেমৰ বিতৰ্ক! এইবাৰ মুখ খুলিছে অভিনেতা গোবিন্দই
বিনোদন

ৰাণীৰে পৰকীয়া প্ৰেমৰ বিতৰ্ক! এইবাৰ মুখ খুলিছে অভিনেতা গোবিন্দই

August 15, 2026
কাশ্মীৰত লস্কৰ-ঈ-তৈবাৰ শীৰ্ষ কমাণ্ডাৰৰ ঘৰত উদযাপন স্বাধীনতা দিৱস
ভাৰত

কাশ্মীৰত লস্কৰ-ঈ-তৈবাৰ শীৰ্ষ কমাণ্ডাৰৰ ঘৰত উদযাপন স্বাধীনতা দিৱস

August 15, 2026
সিংহ ৰাশিকে ধৰি এইকেইটা ৰাশিৰ আহি আছে ভাল দিন
জীৱনশৈলী

সিংহ ৰাশিকে ধৰি এইকেইটা ৰাশিৰ আহি আছে ভাল দিন

August 15, 2026
Next Post
‘পৰিণীতিতকৈ ৰাজনীতি মোৰ জীৱনলৈ আগেয়ে আহিছে’, পৰিণীতিৰ সৈতে বিবাহক লৈ অৱশেষত মুখ খুলিলে সাংসদ ৰাঘৱ চাড্ডাই

‘পৰিণীতিতকৈ ৰাজনীতি মোৰ জীৱনলৈ আগেয়ে আহিছে’, পৰিণীতিৰ সৈতে বিবাহক লৈ অৱশেষত মুখ খুলিলে সাংসদ ৰাঘৱ চাড্ডাই

Elon Muskৰ ছিক্ৰেট যমজ সন্তানৰ চৰ্চা! পত্নী এই সন্তানৰ মাতৃ নহয়, যমজ সন্তানদ্বয়ৰ মাতৃ কোন?

Elon Muskৰ ছিক্ৰেট যমজ সন্তানৰ চৰ্চা! পত্নী এই সন্তানৰ মাতৃ নহয়, যমজ সন্তানদ্বয়ৰ মাতৃ কোন?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.