• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘ক্ষমতা পালেই মধ্যপ্ৰদেশৰ বাতাবৰণ অসুস্থ কৰি তুলিব কংগ্ৰেছে’, কংগ্ৰেছৰ উত্থানক ভয় কৰিয়েই এই ভ্ৰমণ নেকি? ৬মাহত সপ্তমটো মধ্যপ্ৰদেশ ভ্ৰমণ প্ৰধানমন্ত্ৰী মোদীৰ

‘ক্ষমতা পালেই মধ্যপ্ৰদেশৰ বাতাবৰণ অসুস্থ কৰি তুলিব কংগ্ৰেছে’, কংগ্ৰেছৰ উত্থানক ভয় কৰিয়েই এই ভ্ৰমণ নেকি? ৬মাহত সপ্তমটো মধ্যপ্ৰদেশ ভ্ৰমণ প্ৰধানমন্ত্ৰী মোদীৰ

3 years ago
IND vs AFG: ভাৰত-আফগানিস্তানৰ শৃংখলাত হৰ্ষিত ৰানাৰ প্ৰৱেশ, BCCI এ হঠাতে কৰিলে ঘোষণা

IND vs AFG: ভাৰত-আফগানিস্তানৰ শৃংখলাত হৰ্ষিত ৰানাৰ প্ৰৱেশ, BCCI এ হঠাতে কৰিলে ঘোষণা

31 minutes ago
আপোনাৰো হ্ৰাস পাইছে নেকি শুক্ৰাণু? তেন্তে আজিয়েই হওক সাৱধান!

আপোনাৰো হ্ৰাস পাইছে নেকি শুক্ৰাণু? তেন্তে আজিয়েই হওক সাৱধান!

49 minutes ago
বিয়াৰ ৬ মাহতে গৰ্ভৱতী সামন্থা ৰুথ প্ৰভু! সামাজিক মাধ্যমত ভাইৰেল ফটো

বিয়াৰ ৬ মাহতে গৰ্ভৱতী সামন্থা ৰুথ প্ৰভু! সামাজিক মাধ্যমত ভাইৰেল ফটো

2 hours ago
২০ জুনত কৃষকৰ একাউণ্টত সোমাব ২০০০ টকা, তাৰ পূৰ্বে পৰীক্ষা কৰক তালিকা!

২০ জুনত কৃষকৰ একাউণ্টত সোমাব ২০০০ টকা, তাৰ পূৰ্বে পৰীক্ষা কৰক তালিকা!

2 hours ago
মহিলাসকলে এঘণ্টা ধৰি প্ৰস্ৰাৱ ধৰি ৰাখিলে হ’ব পাৰে ভয়ংকৰ সমস্যা, বিশেষজ্ঞই ক’লে এইদৰে…

মহিলাসকলে এঘণ্টা ধৰি প্ৰস্ৰাৱ ধৰি ৰাখিলে হ’ব পাৰে ভয়ংকৰ সমস্যা, বিশেষজ্ঞই ক’লে এইদৰে…

3 hours ago
চলচ্চিত্ৰ জগতত দুঃখবৰ, ৩৫ বছৰ বয়সত অকাল বিয়োগ জনপ্ৰিয় অভিনেত্ৰীৰ!

চলচ্চিত্ৰ জগতত দুঃখবৰ, ৩৫ বছৰ বয়সত অকাল বিয়োগ জনপ্ৰিয় অভিনেত্ৰীৰ!

4 hours ago
অম্বুবাচীত আপুনি কি কি নিয়ম পালন কৰিব? ব্ৰত পালনৰ ক্ষেত্ৰত নকৰিব ভুল!

অম্বুবাচীত আপুনি কি কি নিয়ম পালন কৰিব? ব্ৰত পালনৰ ক্ষেত্ৰত নকৰিব ভুল!

5 hours ago
আম খাই বাকলি পেলাই দিয়ে নেকি? আজিৰে পৰা নকৰিব তেনে ভুল!

আম খাই বাকলি পেলাই দিয়ে নেকি? আজিৰে পৰা নকৰিব তেনে ভুল!

6 hours ago
হোৰাহোৰে কমিল সোণ-ৰূপৰ মূল্য, একেদিনাই ৰূপৰ ১৭ হাজাৰ টকা পৰ্যন্ত হ্ৰাস!

গহনা ক্ৰয়ৰ কথা ভাবিছে নেকি? হোৰাহোৰে হ্ৰাস পাইছে সোণ-ৰূপৰ মূল্য

6 hours ago
হিজাব পৰিধান নকৰাৰ বাবেই ইৰানী কণ্ঠশিল্পীক বেত্ৰাঘাতসহ কেইবাটাও গুৰুতৰ শাস্তি

হিজাব পৰিধান নকৰাৰ বাবেই ইৰানী কণ্ঠশিল্পীক বেত্ৰাঘাতসহ কেইবাটাও গুৰুতৰ শাস্তি

8 hours ago
যোৰহাটৰ দুৰ্ঘটনাত শ্বহীদ বায়ুসেনাৰ পত্নীলৈ ২১ লাখ টকা, নাৰাজ পিতৃ

যোৰহাটৰ দুৰ্ঘটনাত শ্বহীদ বায়ুসেনাৰ পত্নীলৈ ২১ লাখ টকা, নাৰাজ পিতৃ

9 hours ago
বিপদত তিলক বৰ্মা আৰু মহম্মদ ছিৰাজ, ক্ৰিকেটাৰ দুজনলৈ TCAৰ আইনী জাননী

বিপদত তিলক বৰ্মা আৰু মহম্মদ ছিৰাজ, ক্ৰিকেটাৰ দুজনলৈ TCAৰ আইনী জাননী

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, June 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

‘ক্ষমতা পালেই মধ্যপ্ৰদেশৰ বাতাবৰণ অসুস্থ কৰি তুলিব কংগ্ৰেছে’, কংগ্ৰেছৰ উত্থানক ভয় কৰিয়েই এই ভ্ৰমণ নেকি? ৬মাহত সপ্তমটো মধ্যপ্ৰদেশ ভ্ৰমণ প্ৰধানমন্ত্ৰী মোদীৰ

editor by editor
September 25, 2023
in ভাৰত, ৰাজনীতি
0
‘ক্ষমতা পালেই মধ্যপ্ৰদেশৰ বাতাবৰণ অসুস্থ কৰি তুলিব কংগ্ৰেছে’, কংগ্ৰেছৰ উত্থানক ভয় কৰিয়েই এই ভ্ৰমণ নেকি? ৬মাহত সপ্তমটো মধ্যপ্ৰদেশ ভ্ৰমণ প্ৰধানমন্ত্ৰী মোদীৰ
0
SHARES
118
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ সন্মুখত মধ্যপ্ৰদেশ বিধানসভা নিৰ্বাচন। নিৰ্বাচনী প্ৰচাৰত ব্যস্ত এতিয়া প্ৰতিটো দলেই। নিৰ্বাচনী প্ৰচাৰৰ বাবে খোদ প্ৰধানমন্ত্ৰীয়েই এইবাৰ উপস্থিত হৈছে মধ্যপ্ৰদেশত। ভোপালত ভাষণৰ মাজতে কংগ্ৰেছক কটু সমালোচনা কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে। কংগ্ৰেছ দলক আক্ৰমণ কৰি প্ৰধানমন্ত্ৰীয়ে বক্তব্যত কয় যে কংগ্ৰেছে ক্ষমতা দখল কৰিলে মধ্যপ্ৰদেশক অসুস্থ কৰি তুলিব। প্ৰধানমন্ত্ৰীৰ মন্তব্য যে, দেশৰ যি কেইখন ৰাজ্যত কংগ্ৰেছ ক্ষমতালৈ আহিছে আটাইকেইখন ৰাজ্যকেই ধ্বংস কৰিছে কংগ্ৰেছে।

সোমবাৰে ভোপালত বিজেপিৰ কাৰ্যকৰ্তা মহাকুম্বৰ ভাষণত প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ‘৩০ বছৰ ধৰি মধ্য প্ৰদেশ শাসন কৰিছে বিজেপিয়ে। কংগ্ৰেছ ক্ষমতাত থকা অৱস্থাত দেশৰ জনতা যি দুৰ্দিনৰ মুখামুখি হৈছিল সেই অতীত মানুহে পাহৰা নাই। স্বাধীনতাৰ পাছত কেইবাবছৰ কংগ্ৰেছে মধ্যপ্ৰদেশতো শাসন কৰিছিল। সেই বছৰকেইটাতেই মধ্যপ্ৰদেশক কংগ্ৰেছে ধ্বংস কৰি পেলালে। আমি ক্ষমতা দখল কৰি মধ্যপ্ৰদেশক কিছু পৰিমানে সুস্থিৰ কৰিছো।’

কংগ্ৰেছক টাৰ্গেট কৰি প্ৰধানমন্ত্ৰীয়ে লগতে কয়, ‘৫০ বছৰ আগতেই কংগ্ৰেছে গৰিবি হাটাও শ্লোগান দিছিল। কিন্তু বাস্তৱত সেয়া কৰি দেখুৱাব পাৰিলে জানো? ১৩.৫ কোটি দৰিদ্ৰ লোকক বিশেষ সুবিধা প্রদানেৰে বিজেপিয়ে আগুৱাই নিছে। কংগ্ৰেছৰ অৰ্থই হৈছে শাসনৰ নামত পৰিবেশ বিনষ্ট কৰা। যিসমূহ ৰাজ্যত কংগ্ৰেছৰ শাসন আছে সেইসমূহত দুৰ্নীতিৰ বাবেই দুখীয়া মানুহৰ সংখ্যা বৃদ্ধি হৈছে।’

মহিলা সংৰক্ষণ বিলক লৈ দেশত চৰ্চা চলি থকাৰ সময়তে বিতৰ্কও সৃষ্টি হৈছে। এই প্ৰেক্ষাপটক কংগ্ৰেছে সমৰ্থন কৰিও যা তা কথা কৈ বিতৰ্কৰ সৃষ্টি কৰি আছে। এই সন্দৰ্ভত প্রধানমন্ত্ৰী মোদীয়ে কয়, ‘কংগ্ৰেছে যিয়েই নকওক আমাৰ মাতৃ, ভগ্নীসকল ৰাজনীতিক লৈ সচেতন। মধ্যপ্ৰদেশত আমি মহিলাৰ সামাজিক স্থিতি উন্নীতকৰণৰ বাবে কাম কৰিছো।এইবাৰ আমি পাছ কৰোৱা বিলখনে প্ৰত্যেকগৰাকী মহিলাকেই উপকৃত কৰিব।’

কংগ্ৰেছৰ পৰিয়ালতান্ত্ৰীক ৰাজনীতিকো সমালোচনা কৰিবলৈ নাপাহৰিলে প্রধানমন্ত্ৰীয়ে। কংগ্ৰেছক সমালোচনা কৰি প্রধানমন্ত্ৰীয়ে কয়, ‘গণতন্ত্ৰক নিজৰ পৰিয়ালৰ মাজতেই বান্ধি ৰাখিছে কংগ্ৰেছে। দেশৰ দৰিদ্ৰ জনতাৰ কথা ভাৱিবলৈ তেওঁলোকৰ সময় ক’ত? কংগ্ৰেছে কেতিয়াও বিচৰা নাই এই দেশৰ অৱস্থাৰ পৰিবৰ্তন হওক। সকলো ভাল কামতেই কংগ্ৰেছে খুত উলিয়াই। UPI অনলাইন লেনদেন ব্যৱস্থা আৰম্ভ কৰোতেও কংগ্ৰেছে সমালোচনা কৰিছিল। কিন্তু এই UPIৰ মাধ্যমেৰে দেশত আৰ্থিক লেনদেন ভালহে হৈছে।

উল্লেখ্য যে জন সংঘৰ সহ প্ৰতিষ্ঠাতা দীনদয়াল উপাধ্যায়ৰ জন্মবাৰ্ষিকী উপলক্ষ্যে ভোপালৰ জাম্বোৰি ময়দানৰ বিজেপিয়ে আয়োজন কৰা ‘জন আশীৰ্বাদ যাত্ৰা’ৰ সমাপ্তি অনুষ্ঠানত উপস্থিত হৈ এই মন্তব্য কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে। বিগত ৬মাহত প্রধানমন্ত্ৰীৰ এয়া সপ্তমটো মধ্যপ্ৰদেশ ভ্ৰমণ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

যোৰহাটৰ দুৰ্ঘটনাত শ্বহীদ বায়ুসেনাৰ পত্নীলৈ ২১ লাখ টকা, নাৰাজ পিতৃ
ভাৰত

যোৰহাটৰ দুৰ্ঘটনাত শ্বহীদ বায়ুসেনাৰ পত্নীলৈ ২১ লাখ টকা, নাৰাজ পিতৃ

June 19, 2026
বিপদত তিলক বৰ্মা আৰু মহম্মদ ছিৰাজ, ক্ৰিকেটাৰ দুজনলৈ TCAৰ আইনী জাননী
বিনোদন

বিপদত তিলক বৰ্মা আৰু মহম্মদ ছিৰাজ, ক্ৰিকেটাৰ দুজনলৈ TCAৰ আইনী জাননী

June 19, 2026
অসমলৈ আহিব জাপানৰ প্ৰধানমন্ত্ৰী, ছানায়ে টাকাইশ্বিৰ ভ্ৰমণ অসমৰ বাবে কিয় গুৰুত্বপূৰ্ণ?
বিশ্ব

অসমলৈ আহিব জাপানৰ প্ৰধানমন্ত্ৰী, ছানায়ে টাকাইশ্বিৰ ভ্ৰমণ অসমৰ বাবে কিয় গুৰুত্বপূৰ্ণ?

June 19, 2026
ইৰান-আমেৰিকাৰ মাজত হোৱা চুক্তিৰ ১৪টা পইণ্ট
বিশ্ব

ইৰান-আমেৰিকাৰ মাজত হোৱা চুক্তিৰ ১৪টা পইণ্ট

June 19, 2026
Next Post
মৃত্যু হৈছে চন্দ্ৰযান-৩ৰ বিক্ৰম আৰু প্ৰজ্ঞানৰ? বিজ্ঞানীয়ে দিছে বিশেষ খবৰ, ‘এই ৰেকৰ্ডো কম নহয়’

মৃত্যু হৈছে চন্দ্ৰযান-৩ৰ বিক্ৰম আৰু প্ৰজ্ঞানৰ? বিজ্ঞানীয়ে দিছে বিশেষ খবৰ, 'এই ৰেকৰ্ডো কম নহয়’

হিমাচলৰ ক্ষতিগ্ৰস্থ পৰিয়ালৰ কাষত আমিৰ খান! ২৫ লাখ টকা দান কৰিলে মি পাৰ্ফেকছনিষ্টে

হিমাচলৰ ক্ষতিগ্ৰস্থ পৰিয়ালৰ কাষত আমিৰ খান! ২৫ লাখ টকা দান কৰিলে মি পাৰ্ফেকছনিষ্টে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.