• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিশেষ চাৰিটা ৰাশিৰ জাতকে বেয়া সময়ৰ মোকাবিলাৰ কিটিপ জানে! তেওঁলোকৰ শক্তিৰ উৎস কি?

বিশেষ চাৰিটা ৰাশিৰ জাতকে বেয়া সময়ৰ মোকাবিলাৰ কিটিপ জানে! তেওঁলোকৰ শক্তিৰ উৎস কি?

2 years ago
গুপ্তাংগৰ খজুৱতি, তলপেটৰ বিষ…এয়া কি ৰোগৰ লক্ষণ?

গুপ্তাংগৰ খজুৱতি, তলপেটৰ বিষ…এয়া কি ৰোগৰ লক্ষণ?

33 minutes ago
দাঁতৰ বিষ, ভাগৰ আৰু দূৰ্বল… আওকাণ নকৰিব এই লক্ষণ

দাঁতৰ বিষ, ভাগৰ আৰু দূৰ্বল… আওকাণ নকৰিব এই লক্ষণ

56 minutes ago
Eid-ul-Fitr 2026: আজি পবিত্ৰ ঈদ-উল-ফিটৰ, ইছলামধৰ্মালম্বী লোকসকলৰ মাজত ব্যাপক উছাহ

Eid-ul-Fitr 2026: আজি পবিত্ৰ ঈদ-উল-ফিটৰ, ইছলামধৰ্মালম্বী লোকসকলৰ মাজত ব্যাপক উছাহ

1 hour ago
মুখ্যমন্ত্ৰীৰ দূৰ্গত কোন এই সাহসী নাৰী, উৰুৱাব পাৰিবনে বিজয় ধ্বজা?

মুখ্যমন্ত্ৰীৰ দূৰ্গত কোন এই সাহসী নাৰী, উৰুৱাব পাৰিবনে বিজয় ধ্বজা?

13 hours ago
আকাশ মাৰ্গত থকা বিমানত বজ্ৰপাত পৰিলে কি হ’ব?

আকাশ মাৰ্গত থকা বিমানত বজ্ৰপাত পৰিলে কি হ’ব?

14 hours ago
মেষৰ লগতে এই ৩ ৰাশি সাৱধান, সন্মুখত আহিব ডাঙৰ বিপদ!

মেষৰ লগতে এই ৩ ৰাশি সাৱধান, সন্মুখত আহিব ডাঙৰ বিপদ!

15 hours ago
দুৰ্ভাগ্য নে অভিশাপ? অন্ধকাৰৰ সৈতে সহবাস একেটা পৰিয়ালৰ ৬ জনকৈ সদস্যৰ

দুৰ্ভাগ্য নে অভিশাপ? অন্ধকাৰৰ সৈতে সহবাস একেটা পৰিয়ালৰ ৬ জনকৈ সদস্যৰ

15 hours ago
শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী

শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী

16 hours ago
ঈদ মোবাৰক: আপোনজনলৈ প্ৰেৰণ কৰক ঈদ-উল-ফিটৰৰ শুভেচ্ছা…

ঈদ মোবাৰক: আপোনজনলৈ প্ৰেৰণ কৰক ঈদ-উল-ফিটৰৰ শুভেচ্ছা…

16 hours ago
কাইলৈ ঈদ-উল-ফিটৰ, খাদ্য সম্ভাৰেৰে উভৈনদী বজাৰ

কাইলৈ ঈদ-উল-ফিটৰ, খাদ্য সম্ভাৰেৰে উভৈনদী বজাৰ

17 hours ago
গেছৰ নাটনি হ’লেও নাই চিন্তা, খৰিত খাদ্য ৰান্ধি খালে পাব বেছি উপকাৰিতা

গেছৰ নাটনি হ’লেও নাই চিন্তা, খৰিত খাদ্য ৰান্ধি খালে পাব বেছি উপকাৰিতা

18 hours ago
স্বামীৰ ওচৰত যাবলৈ অনিহা পত্নীৰ, তেন্তে নিশা কৰক এই কাম!

স্বামীৰ ওচৰত যাবলৈ অনিহা পত্নীৰ, তেন্তে নিশা কৰক এই কাম!

18 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, March 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বিশেষ চাৰিটা ৰাশিৰ জাতকে বেয়া সময়ৰ মোকাবিলাৰ কিটিপ জানে! তেওঁলোকৰ শক্তিৰ উৎস কি?

editor by editor
September 28, 2023
in জীৱনশৈলী, ভাৰত
0
বিশেষ চাৰিটা ৰাশিৰ জাতকে বেয়া সময়ৰ মোকাবিলাৰ কিটিপ জানে! তেওঁলোকৰ শক্তিৰ উৎস কি?
0
SHARES
8.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ জ্যোতিষ অনুসৰি বিভিন্ন ৰাশিৰ জাতকৰ চাৰিত্ৰিক বৈশিষ্ট্য থাকে। বিভিন্ন ৰাশিৰ জাতকৰ স্বভাৱ চৰিত্ৰ পৃথক পৃথক। কেতিয়াবা কিছুমান ৰাশিৰ দিন বেয়া চলিলে দাতে দাতে লাগিলেও যুদ্ধ হয়। জ্যোতিষ অনুসৰি সমগ্ৰ ৰাশিচক্ৰৰ মাজত চাৰি ৰাশিৰ জাতক মানসিকভাৱে শক্তিশালী। কিন্তু কেতিয়াবা এই ৪ৰাশিৰ জীৱনলৈকো বেয়া দিন আহে। বেয়া সময়খিনি কিন্তু তেওঁলোকৰ অত্যধিক বেয়া হয়। কিন্তু যিমানেই দুৰ্ভাগ্য নাহক কিয় কেইটামান ৰাশিৰ জাতক কেতিয়াও হাৰ নামানে।

ধনু ৰাশি
অত্যন্ত আত্মবিশ্বাসী আৰু স্বাধীনচেতীয়া হয় ধনু ৰাশিৰ জাতকসকল। বেয়া সময় আহিলেও এই ৰাশিৰ জাতক হাৰ নামানে। বৰং বেয়া সময়ৰ পৰা শিক্ষা লৈ ভৱিষ্যতৰ উন্নতিৰ বাটত খোজ দিবলৈ যত্ন কৰে এই ৰাশিৰ জাতকে। বেয়া সময়ত নিজকে মানসিকভাৱে সুখী কৰাৰ মন্ত্ৰণা এই ৰাশিৰ জাতকে জানে।

কুম্ভ ৰাশি
কুম্ভ ৰাশিৰ জাতক দৃঢ় আৰ নিজৰ লক্ষ্যৰ প্ৰতি স্থিৰ। এওঁলোকৰ জীৱনলৈকে মাজে মাজে বেয়া সময় আহে। কিন্তু সেই বেয়া সময়ত তেওঁলোক ভাঙি নপৰি যুঁজ কৰে। বেয়া সময়ত তেওঁলোকে আৱেগিক নহৈ বিবেকেৰে যুঁজ দিবলৈ যত্ন কৰে। পৰিস্থিতি অনুসৰি নিজকে সলনি কৰিব পাৰে কুম্ভ ৰাশিৰ জাতকে। যেতিয়া যি কামত আগবাঢ়িব লাগে তাৰ মন্ত্ৰণা তেওঁলোকে জানে।

মকৰ ৰাশি
মকৰ ৰাশিৰ জাতকসকল কঠোৰ পৰিশ্ৰমী আৰু পৰিপাটী হয়। জীৱনত যিয়েই নঘটক কিয় তেওঁলোক কেতিয়াও লক্ষ্যৰ পৰা বিচ্যুত নহয়। বেয়া সময় জীৱনলৈ আহিলেও নিৰৱে সেই সময় অতিক্ৰমী যায় এই ৰাশিৰ জাতকে। দুৰ্ভাগ্যক তেওঁলোকে জীৱনলৈ অহা সাময়িক বাধা হিচাপেই জ্ঞান কৰে। বেয়া সময়ত তেওঁলোকে দৃঢ় মনটোৰে ভাল সময়লৈ নিৰৱেই অপেক্ষা কৰিব পৰাকৈ শক্তিশালী।

মেষ ৰাশি
এই ৰাশিৰ ব্যক্তি যিমান সাহসী, তেনেকৈয়ে মানসিকতাৰেও দৃঢ়। এওঁলোকে মনৰ জোৰতেই খুব বেছি বাধাও হেলাৰঙে পাৰ কৰে। বেয়া সময় আহিলে তাত তেওঁলোকে ভাঙি নপৰি বিষয়টোক পুনঃবিবেচনা কৰি আগবাঢ়ে। ডাঙৰ লক্ষ্যৰ পাছত দৌৰাত সময় নষ্ট নকৰি সৰু সৰু লক্ষ্য স্থিৰ কৰি সেয়া অৰ্জন কৰাৰ চেষ্টা কৰে এই ৰাশিৰ জাতকে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

গুপ্তাংগৰ খজুৱতি, তলপেটৰ বিষ…এয়া কি ৰোগৰ লক্ষণ?
জীৱনশৈলী

গুপ্তাংগৰ খজুৱতি, তলপেটৰ বিষ…এয়া কি ৰোগৰ লক্ষণ?

March 21, 2026
দাঁতৰ বিষ, ভাগৰ আৰু দূৰ্বল… আওকাণ নকৰিব এই লক্ষণ
জীৱনশৈলী

দাঁতৰ বিষ, ভাগৰ আৰু দূৰ্বল… আওকাণ নকৰিব এই লক্ষণ

March 21, 2026
Eid-ul-Fitr 2026: আজি পবিত্ৰ ঈদ-উল-ফিটৰ, ইছলামধৰ্মালম্বী লোকসকলৰ মাজত ব্যাপক উছাহ
ভাৰত

Eid-ul-Fitr 2026: আজি পবিত্ৰ ঈদ-উল-ফিটৰ, ইছলামধৰ্মালম্বী লোকসকলৰ মাজত ব্যাপক উছাহ

March 21, 2026
মেষৰ লগতে এই ৩ ৰাশি সাৱধান, সন্মুখত আহিব ডাঙৰ বিপদ!
জীৱনশৈলী

মেষৰ লগতে এই ৩ ৰাশি সাৱধান, সন্মুখত আহিব ডাঙৰ বিপদ!

March 20, 2026
Next Post
পূজাৰ সময়তেই অচল হ’ব whatsapp, কোনকেইটা স্মাৰ্টফোনত বন্ধ হ’ব whatsapp?

পূজাৰ সময়তেই অচল হ’ব whatsapp, কোনকেইটা স্মাৰ্টফোনত বন্ধ হ’ব whatsapp?

জীয়াই থকাটোৱেই বৃহৎ প্ৰত্যাহ্বান! ধ্বংসস্তুপৰ মাজৰ পৰা ওলাই দেশলৈ আনিলে ৰূপৰ পদক, কান্দোনত ভাঙি পৰা মণিপুৰৰ ৰোছিবিনাই কি ক’লে দেশবাসীক?

জীয়াই থকাটোৱেই বৃহৎ প্ৰত্যাহ্বান! ধ্বংসস্তুপৰ মাজৰ পৰা ওলাই দেশলৈ আনিলে ৰূপৰ পদক, কান্দোনত ভাঙি পৰা মণিপুৰৰ ৰোছিবিনাই কি ক’লে দেশবাসীক?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.