• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বেলিফুল ভালপোৱা সন্যাসিনীক আপোনাৰ অকণমান সহায়ৰ প্ৰয়োজন, সন্যাক চিকিৎসাৰ বাবে আপুনিও অলপমান সহায় আগবঢ়াওক

বেলিফুল ভালপোৱা সন্যাসিনীক আপোনাৰ অকণমান সহায়ৰ প্ৰয়োজন, সন্যাক চিকিৎসাৰ বাবে আপুনিও অলপমান সহায় আগবঢ়াওক

3 years ago
কোনদিনা চন্দ্ৰগ্ৰহণ? জানক ভাৰতত পৰিব নেকি প্ৰভাৱ

কোনদিনা চন্দ্ৰগ্ৰহণ? জানক ভাৰতত পৰিব নেকি প্ৰভাৱ

49 minutes ago
কম বয়সতে চুলি পকিছে নেকি? ইয়াৰ আঁৰৰ কাৰণ কি জানক

কম বয়সতে চুলি পকিছে নেকি? ইয়াৰ আঁৰৰ কাৰণ কি জানক

1 hour ago
শীঘ্ৰে ভাগ্য উদয় হ’ব ৪ ৰাশিৰ জাতক-জাতিকাৰ, বৃহস্পতিৰ পাব আশীৰ্বাদ!

২ জুনৰ পৰা বহুকেইটা ৰাশিৰ জীৱনলৈ আহিব পৰিৱৰ্তন, হ’ব ধনৰ বৰষুণ!

2 hours ago
কিদৰে বঢ়াব উপাৰ্জন? এই উপায়ে কৰিব আপোনাক সহায়

কিদৰে বঢ়াব উপাৰ্জন? এই উপায়ে কৰিব আপোনাক সহায়

2 hours ago
কিং বনাম প্ৰিন্স, কোনে দখল কৰিব IPLৰ খিতাপ? বৰষুণ হ’লে ঘটিব ডাঙৰ ঘটনা

কিং বনাম প্ৰিন্স, কোনে দখল কৰিব IPLৰ খিতাপ? বৰষুণ হ’লে ঘটিব ডাঙৰ ঘটনা

3 hours ago
মুক্তি পালে বহু প্ৰত্যাশিত ছবি ‘চুপা চুপি’ৰ ট্ৰেইলাৰ, ছবিখনকলৈ উৎসাহ বৃদ্ধি অসমবাসীৰ

মুক্তি পালে বহু প্ৰত্যাশিত ছবি ‘চুপা চুপি’ৰ ট্ৰেইলাৰ, ছবিখনকলৈ উৎসাহ বৃদ্ধি অসমবাসীৰ

4 hours ago
ৰেচন কাৰ্ডকলৈ ডাঙৰ আপডেট, কৰ্তন হ’ব পাৰে আপোনাৰ ৰেচন কাৰ্ড!

ৰেচন কাৰ্ডকলৈ ডাঙৰ আপডেট, কৰ্তন হ’ব পাৰে আপোনাৰ ৰেচন কাৰ্ড!

5 hours ago
প্ৰস্ৰাৱৰ পিছত পানী পিয়াহ লগাটো কি ৰোগৰ লক্ষণ? বিপদৰ পূৰ্বে হওক সাৱধান!

প্ৰস্ৰাৱৰ পিছত পানী পিয়াহ লগাটো কি ৰোগৰ লক্ষণ? বিপদৰ পূৰ্বে হওক সাৱধান!

19 hours ago
মুক্তিৰ পূৰ্বেই চৰ্চাত ‘চুপা চুপি’, কাইলৈ মুকলি হ’ব ট্ৰেইলাৰ

মুক্তিৰ পূৰ্বেই চৰ্চাত ‘চুপা চুপি’, কাইলৈ মুকলি হ’ব ট্ৰেইলাৰ

20 hours ago
ছেপ্টেম্বৰৰ আৰম্ভণিৰে পৰাই সুখৰ সময় আৰম্ভ হৈছে! লাভ হ’ব কোন ৩ ৰাশিৰ জাতকৰ?

খঙত অগ্নিশৰ্মা হৈ থাকে এই তাৰিখত জন্মা লোকসকল! শীঘ্ৰে হওক সাৱধান!

21 hours ago
কেৱল বিদেশ ভ্ৰমণেই নহয়, ৰাহু-শনিয়ে এই ৰাশিৰ লোকক দিব অপৰিসীম ধন-সম্পত্তি!

কেৱল বিদেশ ভ্ৰমণেই নহয়, ৰাহু-শনিয়ে এই ৰাশিৰ লোকক দিব অপৰিসীম ধন-সম্পত্তি!

22 hours ago
নিজে সলনি কৰক ভাগ্য, মাত্ৰ মনত ৰাখক এই ৬ টা কথা, দেখিব সকলো পৰিৱৰ্তন!

নিজে সলনি কৰক ভাগ্য, মাত্ৰ মনত ৰাখক এই ৬ টা কথা, দেখিব সকলো পৰিৱৰ্তন!

23 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, May 31, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

বেলিফুল ভালপোৱা সন্যাসিনীক আপোনাৰ অকণমান সহায়ৰ প্ৰয়োজন, সন্যাক চিকিৎসাৰ বাবে আপুনিও অলপমান সহায় আগবঢ়াওক

editor by editor
November 14, 2023
in অসম, বিবিধ, লেখা
0
বেলিফুল ভালপোৱা সন্যাসিনীক আপোনাৰ অকণমান সহায়ৰ প্ৰয়োজন, সন্যাক চিকিৎসাৰ বাবে আপুনিও অলপমান সহায় আগবঢ়াওক
0
SHARES
683
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ জীৱনটোৰ বাবেইতো আমাৰ অ’তবোৰ আয়োজন থাকে৷ জীয়াই থকাৰ হেঁপাহ বুকুত বান্ধিয়েই আপোনাৰ, মোৰ, প্ৰত্যেকৰেই সংগ্ৰাম চলি থাকে৷ তাই সাহসী৷ সাহসেৰেই তাই অ’তদিনে যুঁজখন অকলেই চলাই ৰাখিছে৷ ঠিকেই আমি ক’ব বিচাৰিছো সামাজিক মাধ্যমত প্ৰায়েই ভাইৰেল হোৱা এখন বিশেষ হাতৰ গৰাকীৰ কথা৷ সামাজিক মাধ্যমত সদা সক্ৰিয় সন্যা সিনী ওৰফে লিম্পী পাঠকৰ কথা৷ সন্যা সিন্নী এতিয়া খুবেই অসুস্থ৷

সন্যা সিন্নী বৃক্কৰ জটিল ৰোগত আক্ৰান্ত হৈ বিগত কেইবামাহ ধৰি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে৷ শেহতীয়াভাৱে বেছিকৈয়ে অসুস্থ হৈ পৰিছে সন্যা সিন্নী৷ সন্যা সিন্নীৰ ৰোগৰ চিকিৎসা অসমত সম্ভৱ নোহোৱাৰ বাবেই উন্নত চিকিৎসাৰ বাবে তেওঁক বাহিৰলৈ লৈ যোৱাৰ পৰামৰ্শও দিয়া হৈছে৷ কিন্তু… এই কিন্তুটোৱেই হৈছে সন্যাৰ আৰ্থিক পৰিস্থিতি৷ সন্যা সিন্নীৰ উন্নত চিকিৎসাৰ বাবে বাহিৰলৈ লৈ যাবলৈ প্ৰয়োজন হ’ব প্ৰায় ৫ৰ পৰা ৮লাখ টকা৷ এই অৰ্থ যোগাৰ কৰিব নোৱাৰিয়েই অসহায় হৈ পৰিছে সন্যা সিন্নীৰ পৰিয়াল৷ তেওঁৰ ঘনিষ্ঠ একাংশই সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে সন্যাৰ বেংক ডিটেইলছ৷ আপুনিও সন্যাক নতুন জীৱন দিয়াৰ এই কামত অকণমান সহায় আগবঢ়াব পাৰে৷
RAJU PATHAK
AC NO . 34201417366
IFSC : SBIN0009403
6003455767 Phonepee/gpay

বেলিফুৰ ভালপোৱা সন্যাক আপোনাৰ অলপমান সহায়েই জীয়াই তুলিব পাৰিব৷ ৰঙ ভালপোৱা ছোৱালীজনীক এন্ধাৰ বাটৰ পৰা উভতাই অনাৰ দায়িত্বহয়তো একোগৰাকী মানৱদৰদী প্ৰত্যেকজন ব্যক্তিৰেই৷ সম্ভাৱনাময় সৃষ্টিৰ ধাৰা সন্যাই বোৱাই থাকিব৷ ৰঙ তুলিকা হাতত তুলি আকৌ এবাৰ ছবিৰেই সন্যাই কথা ক’ব৷ এই যাত্ৰাত কেৱল সন্যাক আপুনিও অকণমান সহায় আগবঢ়াওক৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কোনদিনা চন্দ্ৰগ্ৰহণ? জানক ভাৰতত পৰিব নেকি প্ৰভাৱ
জীৱনশৈলী

কোনদিনা চন্দ্ৰগ্ৰহণ? জানক ভাৰতত পৰিব নেকি প্ৰভাৱ

May 31, 2026
কম বয়সতে চুলি পকিছে নেকি? ইয়াৰ আঁৰৰ কাৰণ কি জানক
জীৱনশৈলী

কম বয়সতে চুলি পকিছে নেকি? ইয়াৰ আঁৰৰ কাৰণ কি জানক

May 31, 2026
শীঘ্ৰে ভাগ্য উদয় হ’ব ৪ ৰাশিৰ জাতক-জাতিকাৰ, বৃহস্পতিৰ পাব আশীৰ্বাদ!
জীৱনশৈলী

২ জুনৰ পৰা বহুকেইটা ৰাশিৰ জীৱনলৈ আহিব পৰিৱৰ্তন, হ’ব ধনৰ বৰষুণ!

May 31, 2026
কিদৰে বঢ়াব উপাৰ্জন? এই উপায়ে কৰিব আপোনাক সহায়
বাণিজ্য

কিদৰে বঢ়াব উপাৰ্জন? এই উপায়ে কৰিব আপোনাক সহায়

May 31, 2026
Next Post
মহালক্ষ্মী ৰাজযোগৰ প্রভাৱত আগন্তুক ১ বছৰলৈ সাফল্য আহিব! শীৰ্ষত এই ৫ৰাশি, পুৰণ হ’ব সকলো সপোন

মহালক্ষ্মী ৰাজযোগৰ প্রভাৱত আগন্তুক ১ বছৰলৈ সাফল্য আহিব! শীৰ্ষত এই ৫ৰাশি, পুৰণ হ’ব সকলো সপোন

‘প্লিজ ইয়াত ৰাজনীতি নকৰিব, আমাক কাম কৰিবলৈ সুবিধা দিয়ক!’ উত্তৰাখণ্ডৰ ৪০গৰাকী শ্ৰমিকক উদ্ধাৰৰ বাবে কি পন্থা লৈছে উদ্ধাৰকাৰী দলে?

'প্লিজ ইয়াত ৰাজনীতি নকৰিব, আমাক কাম কৰিবলৈ সুবিধা দিয়ক!’ উত্তৰাখণ্ডৰ ৪০গৰাকী শ্ৰমিকক উদ্ধাৰৰ বাবে কি পন্থা লৈছে উদ্ধাৰকাৰী দলে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.