• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মহালক্ষ্মী ৰাজযোগৰ প্রভাৱত আগন্তুক ১ বছৰলৈ সাফল্য আহিব! শীৰ্ষত এই ৫ৰাশি, পুৰণ হ’ব সকলো সপোন

মহালক্ষ্মী ৰাজযোগৰ প্রভাৱত আগন্তুক ১ বছৰলৈ সাফল্য আহিব! শীৰ্ষত এই ৫ৰাশি, পুৰণ হ’ব সকলো সপোন

3 years ago
১০০ টকীয়া নোটখনৰ এপিঠিত থকা ছবিখনৰ ৰহস্য আৰু ইতিহাস

১০০ টকীয়া নোটখনৰ এপিঠিত থকা ছবিখনৰ ৰহস্য আৰু ইতিহাস

1 hour ago
বহু সময়লৈ গাখীৰ কেনেকৈ সতেজ কৰি ৰাখিব?

বহু সময়লৈ গাখীৰ কেনেকৈ সতেজ কৰি ৰাখিব?

2 hours ago
এতিয়াৰে পৰা বজাৰত নাপাব কোনো ধৰণৰ Energy Drink

এতিয়াৰে পৰা বজাৰত নাপাব কোনো ধৰণৰ Energy Drink

3 hours ago
কেনে যাব আজি আপোনাৰ দিনটো?

কেনে যাব আজি আপোনাৰ দিনটো?

4 hours ago
শীঘ্ৰে পাব ৫ ৰাশিৰ লোকে সুখবৰ, জানক দৈনিক ৰাশিফল

কাইলৈ নতুন খবৰ পাব ৪ ৰাশিৰ লোকে, জানক কাৰ কাৰ উদয় হ’ব ভাগ্য!

12 hours ago
৫ মিনিটতে WhatsAppত উপলব্ধ হ’ব আয়ুষ্মান কাৰ্ড, এইদৰে কৰক আবেদন

৫ মিনিটতে WhatsAppত উপলব্ধ হ’ব আয়ুষ্মান কাৰ্ড, এইদৰে কৰক আবেদন

12 hours ago
পুৰণি ৫০ বা ১০০ টকীয়া নোট আছে নেকি? তেন্তে হ’ব পাৰিব কোটিপতি!

পুৰণি ৫০ বা ১০০ টকীয়া নোট আছে নেকি? তেন্তে হ’ব পাৰিব কোটিপতি!

13 hours ago
‘কেৰিয়াৰ বচাবলৈ দীপিকাক ত্যাগ কৰিলো!’ ক’লে দীপিকা পাডুকনৰ প্ৰাক্তন প্ৰেমিকে

‘কেৰিয়াৰ বচাবলৈ দীপিকাক ত্যাগ কৰিলো!’ ক’লে দীপিকা পাডুকনৰ প্ৰাক্তন প্ৰেমিকে

13 hours ago
২২ জুলাইৰ পূৰ্বে হওক সাৱধান, হ’ব পাৰে দুৰ্ঘটনা!

২২ জুলাইৰ পূৰ্বে হওক সাৱধান, হ’ব পাৰে দুৰ্ঘটনা!

14 hours ago
ডায়েবেটিছ ৰোগীৰ বাবে ডাঙৰ সকাহ, সপ্তাহত এবাৰহে মাত্ৰ প্ৰয়োজন হ’ব ইনচুলিন!

ডায়েবেটিছ ৰোগীৰ বাবে ডাঙৰ সকাহ, সপ্তাহত এবাৰহে মাত্ৰ প্ৰয়োজন হ’ব ইনচুলিন!

14 hours ago
সংগীৰ নাকৰ শব্দই নিশা টোপনিত ব্যাঘাত জন্মাইছে নেকি? ব্যয়ামেৰে কৰক দূৰ

সংগীৰ নাকৰ শব্দই নিশা টোপনিত ব্যাঘাত জন্মাইছে নেকি? ব্যয়ামেৰে কৰক দূৰ

16 hours ago
নেটৱৰ্ক অবিহনেও এতিয়াৰে পৰা পাতিব পাৰিব কথা, কিন্তু কেনেকৈ?

নেটৱৰ্ক অবিহনেও এতিয়াৰে পৰা পাতিব পাৰিব কথা, কিন্তু কেনেকৈ?

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, July 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মহালক্ষ্মী ৰাজযোগৰ প্রভাৱত আগন্তুক ১ বছৰলৈ সাফল্য আহিব! শীৰ্ষত এই ৫ৰাশি, পুৰণ হ’ব সকলো সপোন

editor by editor
November 15, 2023
in জীৱনশৈলী, বিবিধ, বিশ্ব, ভাৰত
0
মহালক্ষ্মী ৰাজযোগৰ প্রভাৱত আগন্তুক ১ বছৰলৈ সাফল্য আহিব! শীৰ্ষত এই ৫ৰাশি, পুৰণ হ’ব সকলো সপোন
0
SHARES
15.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ দীপাৱলীত তৈয়াৰ হৈছে মহালক্ষ্মী যোগ। এই যোগৰ প্ৰভাৱ থাকিব আগন্তুক ২০২৪ৰ পৰ্যন্ত। শাস্ত্ৰ অনুসৰি দীপাৱলীত মহালক্ষ্মী ৰাজযোগত সুখ-সমৃদ্ধিদায়ক প্ৰমাণিত হ’ব। জ্যোতিষ অনুসৰি দীপাৱলীত মঙল আৰু চন্দ্ৰই তুলা ৰাশিত যুঁটি তৈয়াৰ কৰিছে। ইয়াৰ ফলতেই মহালক্ষ্মী যোগ সৃষ্টি হয়। জ্যোতিষ অনুসৰি মহালক্ষ্মী যোগৰ প্ৰভাৱত বেছ কিছু ৰাশিৰ জাতকৰ হাতলৈ ধন আৰু ঐশ্বৰ্য আহিব। দীপাৱলীত সৃষ্ট এই শুভ সংযোগৰ প্রভাৱত ২০২৪ পৰ্যন্ত কোন কোন ৰাশিৰ উন্নতি হ’ব? জানি থওক সবিশেষ।

মেষ ৰাশি
মহালক্ষ্মী ৰাজযোগৰ প্ৰভাৱত মেষ ৰাশিৰ জাতকৰ ভাল লাভ হ’ব। লক্ষ্মীৰ আশীৰ্বাদ পাব এই ৰাশিৰ জাতকে। ইয়াৰোপৰি আপোনাৰ ধন-ধ্যান বৃদ্ধি হ’ব। কামত কোনো বাধা আহিলে বুদ্ধি প্ৰয়োগ কৰি সমাধানৰ বাট উলিয়াব। পৰিশ্ৰমৰ ভাল ফলো লাভ কৰিব। সমাজত আপোনাৰ মান-সন্মান আৰু প্ৰতিষ্ঠা বৃদ্ধি পাব। ছাত্ৰ-ছাত্ৰীয়ে পঢ়াশুনাত ভাল পৰিণাম লাভ কৰিব। একাগ্ৰতা বৃদ্ধিৰ ফলত পঢ়াশুনাত মনোনিবেশ কৰিব পাৰিব এই ৰাশিৰ জাতকে। পুৰণা ঋণৰ পৰা মুক্তি লাভ কৰিব।

সিংহ ৰাশি
সিংহ ৰাশিৰ জাতকে মহালক্ষ্মী ৰাজযোগৰ প্ৰভাৱত সুফল লাভ কৰিব। ২০২৪চনত কামত ভাল প্ৰদৰ্শন দেখুৱাব পাৰিব এই ৰাশিৰ জাতকে। লক্ষ্মীৰ আশীৰ্বাদত সৌভাগ্য বৃদ্ধি হ’ব। আপোনাৰ জীৱনতো কোনো সমস্যা আহিলে মুক্তিৰ পথো প্ৰশস্ত হ’ব। পাৰিবাৰিক জীৱনত আনন্দ থাকিব। ২০২৪ চনত নিজৰ উন্নতি দেখি আনন্দিত হ’ব এই ৰাশিৰ জাতক। কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল’ব পাৰে। জীৱনসংগীৰ সৈতে সম্পৰ্ক ভালে থাকিব। মাটি ক্ৰয় কৰিব পাৰে। পৰিয়ালৰ সদস্যৰ সৈতে সম্পৰ্ক ভাল হ’ব। আপোনাৰ সমস্ত কামত তেওঁলোকৰ সহযোগিতা অৰ্জন কৰিব। বন্ধুৰ পৰা কোনো তথ্য পাব আৰু এই তথ্য আপোনাৰ ব্যৱহাৰিক জীৱনত কামত আহিব।

তুলা ৰাশি
তুলা ৰাশিৰ জাতকে মহালক্ষ্মী ৰাজযোগৰ কাৰণে লাভাম্বিত হ’ব। ভাগ্যৰ সংগ পোৱাৰ সমস্ত কাম সহজে পূৰ্ণ হ’ব। ২০২৪চনত আপোনাৰ প্ৰতিষ্ঠা বাঢ়িব। পৰিয়ালৰ সদস্যসকলৰ সৈতে কোনো কথাৰ কটাকটি চলিব পাৰে। পৰিয়ালত সুখ শান্তিৰ পৰিবেশ আনিবলৈ চেষ্টা অব্যাহত ৰাখিব। ঘৰত কোনো শুভ অনুষ্ঠান আয়োজিত হ’ব পাৰে। সৰু সুৰা সমস্যা আহিলেও হেলাৰঙে পাৰ কৰিব।

মকৰ ৰাশি
মহালক্ষ্মী ৰাজযোগৰ প্ৰভাৱত মকৰ ৰাশিৰ জাতকে ভাগ্যৰ ভাল সংগ লাভ কৰিব। কেৰিয়াৰত শুভ। ধৰ্মীয় কামত ৰুচি বাঢ়িব। অন্য লোকক সহায় কৰিব পাৰে আগুৱাই আহিব এই ৰাশিৰ জাতক। নিজৰ এই কামৰ বাবে মকৰ ৰাশিৰ জাতকে সমাজত সন্মান লাভ কৰিব। চাকৰিৰ সন্ধানত যিসকল আছে তেঁওলোকে চাকৰি লাভ কৰিব। কেৰিয়াৰত উন্নতিৰ সুযোগ আছে। প্ৰেমত শুভ। যিসকল পূৰ্বৰে পৰাই প্ৰেমৰ সম্পৰ্কত আছে তেওঁলোকৰ বিবাহৰ যোগ আছে। আৰ্থিক পৰিস্থিতি ভাল। অন্যহাতে মকৰ ৰাশিৰ যিসকল জাতকে আইন আদালতৰ মামলাত আছে, তেওঁলোকে শুনানি লাভ কৰিব।

কুম্ভ ৰাশি
মহালক্ষ্মী ৰাজযোগৰ প্ৰভাৱত কুম্ভ ৰাশিৰ জাতকৰ জীৱনত শুভ প্রভাৱ বৃদ্ধি পাব। অসম্পূৰ্ণ কাম পূৰ্ণ হ’ব। চাকৰিয়ালসকলৰ বাবে ২০২৪ চন খুবেই শুভ। নতুন ব্যৱসায় আৰম্ভ কৰিব পাৰে। অৰ্থ লাভ সম্ভৱ। ইয়াৰোপৰি পৰিয়ালৰ সদস্যসকলৰ সৈতে কোনো ধৰ্মীয় স্থানলৈ যাত্ৰা কৰিব পাৰে। ব্যৱসায়ীসকলে ভাল মুনাফা অৰ্জন কৰিব। ব্যৱসায়িক পৰিকল্পনা সফল হ’ব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24 digitalBest Assamese News ChannelBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

১০০ টকীয়া নোটখনৰ এপিঠিত থকা ছবিখনৰ ৰহস্য আৰু ইতিহাস
বিবিধ

১০০ টকীয়া নোটখনৰ এপিঠিত থকা ছবিখনৰ ৰহস্য আৰু ইতিহাস

July 11, 2026
বহু সময়লৈ গাখীৰ কেনেকৈ সতেজ কৰি ৰাখিব?
জীৱনশৈলী

বহু সময়লৈ গাখীৰ কেনেকৈ সতেজ কৰি ৰাখিব?

July 11, 2026
এতিয়াৰে পৰা বজাৰত নাপাব কোনো ধৰণৰ Energy Drink
জীৱনশৈলী

এতিয়াৰে পৰা বজাৰত নাপাব কোনো ধৰণৰ Energy Drink

July 11, 2026
কেনে যাব আজি আপোনাৰ দিনটো?
জীৱনশৈলী

কেনে যাব আজি আপোনাৰ দিনটো?

July 11, 2026
Next Post
‘প্লিজ ইয়াত ৰাজনীতি নকৰিব, আমাক কাম কৰিবলৈ সুবিধা দিয়ক!’ উত্তৰাখণ্ডৰ ৪০গৰাকী শ্ৰমিকক উদ্ধাৰৰ বাবে কি পন্থা লৈছে উদ্ধাৰকাৰী দলে?

'প্লিজ ইয়াত ৰাজনীতি নকৰিব, আমাক কাম কৰিবলৈ সুবিধা দিয়ক!’ উত্তৰাখণ্ডৰ ৪০গৰাকী শ্ৰমিকক উদ্ধাৰৰ বাবে কি পন্থা লৈছে উদ্ধাৰকাৰী দলে?

১৫ নম্বৰ কিস্তিৰ ধন মুকলি কৰিলে প্রধানমন্ত্ৰীয়ে! আপোনাৰ একাউণ্টত এতিয়াও PM কিষাণ যোজনাৰ ধন সোমোৱা নাই যদি কৰক এই কাম

১৫ নম্বৰ কিস্তিৰ ধন মুকলি কৰিলে প্রধানমন্ত্ৰীয়ে! আপোনাৰ একাউণ্টত এতিয়াও PM কিষাণ যোজনাৰ ধন সোমোৱা নাই যদি কৰক এই কাম

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.