• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
টি-২০ আৰু এদিনীয়া মেচত নতুন নিয়ম, ICCৰ নতুন ষ্টপ ক্লক পদ্ধতি কি? জানি থওক সবিশেষ

টি-২০ আৰু এদিনীয়া মেচত নতুন নিয়ম, ICCৰ নতুন ষ্টপ ক্লক পদ্ধতি কি? জানি থওক সবিশেষ

2 years ago
ঘৰত গংগাজল প্লাষ্টিকৰ বটলত থৈছে নেকি? অজানিতেই মাতি আনিছে চৰম দুৰ্ভাগ্য আৰু অৰ্থকষ্ট

ঘৰত গংগাজল প্লাষ্টিকৰ বটলত থৈছে নেকি? অজানিতেই মাতি আনিছে চৰম দুৰ্ভাগ্য আৰু অৰ্থকষ্ট

27 minutes ago
পোষ্ট অফিচৰ PPFত এবছৰৰ বাবে ৫০ হাজাৰ টকা ৰাখিলে মেচিউৰিটিত কিমান পাব?

পোষ্ট অফিচৰ PPFত এবছৰৰ বাবে ৫০ হাজাৰ টকা ৰাখিলে মেচিউৰিটিত কিমান পাব?

2 hours ago
১৮ এপ্ৰিলৰ পৰা ইনকাম বাঢ়িব ৩ৰাশিৰ, প্ৰমোছনৰ আশা, শুক্ৰ চন্দ্ৰৰ বৈভৱত লক্ষ্মী ৰাজযোগ

১৮ এপ্ৰিলৰ পৰা ইনকাম বাঢ়িব ৩ৰাশিৰ, প্ৰমোছনৰ আশা, শুক্ৰ চন্দ্ৰৰ বৈভৱত লক্ষ্মী ৰাজযোগ

2 hours ago
সাৱধান হওক! ৫খাদ্যঃ ভাতৰ সৈতে খালে বিপদ হ’ব পাৰে

সাৱধান হওক! ৫খাদ্যঃ ভাতৰ সৈতে খালে বিপদ হ’ব পাৰে

3 hours ago
নেমু, আদা, হালধি, নহৰু, জালুক… বিশেষ গুণসম্পন্ন এই ১০ বিধ খাদ্য খালে বিষাক্ত চৰ্বি সহজেই বাহিৰ হ’ব, লিভাৰৰ সুস্থতাৰ বাবে উপকাৰী খাদ্য কি কি?

নেমু, আদা, হালধি, নহৰু, জালুক… বিশেষ গুণসম্পন্ন এই ১০ বিধ খাদ্য খালে বিষাক্ত চৰ্বি সহজেই বাহিৰ হ’ব, লিভাৰৰ সুস্থতাৰ বাবে উপকাৰী খাদ্য কি কি?

3 hours ago
অক্ষয় তৃতীয়াত তৈয়াৰ হ’ব দুৰ্লভ যোগ, ৪ৰাশিৰ বাবে আহিছে সুসময়, কোনে কোনে লাভ কৰিব সুখবৰ?

অক্ষয় তৃতীয়াত তৈয়াৰ হ’ব দুৰ্লভ যোগ, ৪ৰাশিৰ বাবে আহিছে সুসময়, কোনে কোনে লাভ কৰিব সুখবৰ?

3 hours ago
মিথুন, সিংহৰ পৰা কন্যা, ২১ এপ্ৰিলৰ পৰা ভাগ্য চমকিব ৫ৰাশিৰ, গজকেশৰী ৰাজযোগত আৰম্ভ হ’ব শুভ সময়

মিথুন, সিংহৰ পৰা কন্যা, ২১ এপ্ৰিলৰ পৰা ভাগ্য চমকিব ৫ৰাশিৰ, গজকেশৰী ৰাজযোগত আৰম্ভ হ’ব শুভ সময়

4 hours ago
সাৱধানে থাকক ৩ৰাশি, ১৭ এপ্ৰিলতে শনিয়ে গোচৰ আৰম্ভ কৰিছে উত্তৰভাদ্ৰা নক্ষত্ৰত

সাৱধানে থাকক ৩ৰাশি, ১৭ এপ্ৰিলতে শনিয়ে গোচৰ আৰম্ভ কৰিছে উত্তৰভাদ্ৰা নক্ষত্ৰত

4 hours ago
১৯ এপ্ৰিলৰ পৰা ধন-সম্পদ বাঢ়িব ৫ৰাশিৰ, তৈয়াৰ হৈছে মালব্য ৰাজযোগ

১৯ এপ্ৰিলৰ পৰা ধন-সম্পদ বাঢ়িব ৫ৰাশিৰ, তৈয়াৰ হৈছে মালব্য ৰাজযোগ

5 hours ago
পহিলা ব’হাগত লটাৰী জিকিল, একো একোজনৰ নামত থাৰ, ইনোভাকে ধৰি বিলাসী বাহন, নলবাৰীলৈ বাহন নিবলৈ আহি কিয় মূৰে-কঁপালে হাত লটাৰী জিকা ব্যক্তিৰ?

পহিলা ব’হাগত লটাৰী জিকিল, একো একোজনৰ নামত থাৰ, ইনোভাকে ধৰি বিলাসী বাহন, নলবাৰীলৈ বাহন নিবলৈ আহি কিয় মূৰে-কঁপালে হাত লটাৰী জিকা ব্যক্তিৰ?

15 hours ago
বিতৰ্কত লেন্সকাৰ্টঃ হিজাব পিন্ধিব পাৰিব, কিন্তু বিন্দি বা তিলক নহয়, বিষয়ক লৈ কি কৈছে লেন্সকাৰ্টৰ CEOয়ে?

বিতৰ্কত লেন্সকাৰ্টঃ হিজাব পিন্ধিব পাৰিব, কিন্তু বিন্দি বা তিলক নহয়, বিষয়ক লৈ কি কৈছে লেন্সকাৰ্টৰ CEOয়ে?

16 hours ago
জীৱনলৈ কেতিয়া আহে শনিৰ চাৰে সাতি দশা? ব্যক্তিৰ সৈতে কি ঘটে এই সময়ত? জানক ইয়াৰ পৰা মুক্তিৰ উপায়

জীৱনলৈ কেতিয়া আহে শনিৰ চাৰে সাতি দশা? ব্যক্তিৰ সৈতে কি ঘটে এই সময়ত? জানক ইয়াৰ পৰা মুক্তিৰ উপায়

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, April 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

টি-২০ আৰু এদিনীয়া মেচত নতুন নিয়ম, ICCৰ নতুন ষ্টপ ক্লক পদ্ধতি কি? জানি থওক সবিশেষ

editor by editor
November 22, 2023
in জীৱনশৈলী, বিবিধ, বিশ্ব, ভাৰত, লেখা
0
টি-২০ আৰু এদিনীয়া মেচত নতুন নিয়ম, ICCৰ নতুন ষ্টপ ক্লক পদ্ধতি কি? জানি থওক সবিশেষ
0
SHARES
702
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ পুৰুষৰ এদিনীয়া আন্তৰ্জাতিক আৰু টি-২০ক আৰু উত্তেজক কৰাৰ বাবে বিশেষ সিদ্ধান্ত লৈছে ICCয়ে। পৰীক্ষামূলকভাৱে ষ্টৰ ক্লক পদ্ধতি আৰম্ভ কৰিবলৈ সিদ্ধান্ত লৈছে আই চি চিয়ে। চলিত বছৰৰ ডিচেম্বৰৰ পৰা এই নতুন নিয়ম কাৰ্যকৰী কৰা হ’ব। ডিচেম্বৰৰ পৰা চলিব লগা টি-২০ ২০২৪ৰ এপ্ৰিল মাহলৈকে চলিব। মঙলবাৰে আহমেদাবাদত বহিব ICC-ৰ বৰ্ড মিটিং। ষ্টপ ক্লক পদ্ধতি পৰীক্ষামূলকভাৱে আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছে আইচিচিয়ে।

নতুন ষ্টপ ক্লক পদ্ধতি কি?
নতুন নিয়ম অনুসৰি, যি টিমে বলিং কৰিছে, তেওঁলোকে এটা অভাৰৰ শেষৰ পাছত দ্বিতীয় অভাৰ আৰম্ভ কৰিবলৈ মাত্ৰ ৬০ ছেকেণ্ড সময় পাব। কোনো এটা ইনিংছত তিনিবাৰকৈ দুটা অভাৰৰ মাজৰ সময়ৰ পাৰ্থক্য ৬০ ছেকেণ্ডৰ বেছি হ’লে ৫ৰানৰ পেনাল্টী হিচাপে বেটিং টীমৰ স্কোৰ যোগ কৰা হ’ব। ICC-ৰ দাবী, ইমান লেহেমীয়া অভাৰ ৰেটৰ সমস্যা দূৰ কৰিবলৈকে আৰু খেলখন বেছি উত্তেজক হ’বৰ বাবেই টি-২০ৰ এদিনীয়া ক্ৰিকেটত এই নিয়ম বান্ধি দিয়া হৈছে। উল্লেখ্য যে বেট বলৰ যুঁজৰ বাবে আৰু গতিশীল কৰিবলৈকে ইতিমধ্যেই উদ্যোগী হৈছে MCC ৱাৰ্ল্ড ক্ৰিকেট কমিটিয়ে। ইয়াৰ বাবে বিগত বছৰৰ ছেপ্টেম্বৰত সংস্থাৰ তৰফৰ পৰা প্ৰাক্তন ভাৰতীয় অধিনায়ক আৰু বৰ্ড প্ৰেছিডেণ্ট সৌৰভ গাংগুলীক নিয়োগ কৰা হৈছে। ইয়াৰোপৰি কেইবাজনো প্ৰাক্তন খেলুৱৈক মতামত জনাবলৈ আহ্বান জনাইছে এই ক্ৰিকেট সংস্থাই।

চলিত বছৰৰ বিশ্বকাপত বাংলাদেশৰ সৈতে খেলত নামোতে শ্ৰীলংকাৰ ক্ৰিকেটৰ এঞ্জেলো মেথিউজৰ আউটক লৈ বিতৰ্কই দেখা দিছিল। মেচত নামিবলৈ তেওঁ বহু সময় লৈছিল। এনেকৈ দেৰী কৰা দেখিয়েই বিৰক্ত হৈ পৰিছিল বাংলাদেশৰ কেপ্টেইন শাকিব আল হাছান। ইয়াৰপাছতেই টাইম আউট পদ্ধতিত মেথিউজক মেচ এৰিবলৈ নিৰ্দেশ দিয়ে আম্পায়াৰে। সেই মেচত নেখেলাকৈয়ে ড্ৰেছিং ৰুমলৈ উভতি যায় লংকাৰ বেটাৰজন।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24axom live 24 digitalBest Assamese News ChannelBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ঘৰত গংগাজল প্লাষ্টিকৰ বটলত থৈছে নেকি? অজানিতেই মাতি আনিছে চৰম দুৰ্ভাগ্য আৰু অৰ্থকষ্ট
জীৱনশৈলী

ঘৰত গংগাজল প্লাষ্টিকৰ বটলত থৈছে নেকি? অজানিতেই মাতি আনিছে চৰম দুৰ্ভাগ্য আৰু অৰ্থকষ্ট

April 17, 2026
পোষ্ট অফিচৰ PPFত এবছৰৰ বাবে ৫০ হাজাৰ টকা ৰাখিলে মেচিউৰিটিত কিমান পাব?
জীৱনশৈলী

পোষ্ট অফিচৰ PPFত এবছৰৰ বাবে ৫০ হাজাৰ টকা ৰাখিলে মেচিউৰিটিত কিমান পাব?

April 17, 2026
১৮ এপ্ৰিলৰ পৰা ইনকাম বাঢ়িব ৩ৰাশিৰ, প্ৰমোছনৰ আশা, শুক্ৰ চন্দ্ৰৰ বৈভৱত লক্ষ্মী ৰাজযোগ
জীৱনশৈলী

১৮ এপ্ৰিলৰ পৰা ইনকাম বাঢ়িব ৩ৰাশিৰ, প্ৰমোছনৰ আশা, শুক্ৰ চন্দ্ৰৰ বৈভৱত লক্ষ্মী ৰাজযোগ

April 17, 2026
সাৱধান হওক! ৫খাদ্যঃ ভাতৰ সৈতে খালে বিপদ হ’ব পাৰে
খাদ্য

সাৱধান হওক! ৫খাদ্যঃ ভাতৰ সৈতে খালে বিপদ হ’ব পাৰে

April 17, 2026
Next Post
বিভ্ৰান্তিমূলক বিজ্ঞাপন বন্ধ নহ’লে ১কোটিৰ জৰিমনা! পতঞ্জলিক সঁকীয়াই দিলে উচ্চতম ন্যায়ালয়ে

বিভ্ৰান্তিমূলক বিজ্ঞাপন বন্ধ নহ’লে ১কোটিৰ জৰিমনা! পতঞ্জলিক সঁকীয়াই দিলে উচ্চতম ন্যায়ালয়ে

কমি আহিছে দূৰত্ব, ২৪ঘণ্টাৰ ভিতৰতেই আহিব ভাল খবৰ! উত্তৰকাশীৰ সুৰংগৰ উদ্ধাৰকাৰ্যক লৈ ভাল খবৰ দিলে প্ৰশাসনে

কমি আহিছে দূৰত্ব, ২৪ঘণ্টাৰ ভিতৰতেই আহিব ভাল খবৰ! উত্তৰকাশীৰ সুৰংগৰ উদ্ধাৰকাৰ্যক লৈ ভাল খবৰ দিলে প্ৰশাসনে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.