• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কমি আহিছে দূৰত্ব, ২৪ঘণ্টাৰ ভিতৰতেই আহিব ভাল খবৰ! উত্তৰকাশীৰ সুৰংগৰ উদ্ধাৰকাৰ্যক লৈ ভাল খবৰ দিলে প্ৰশাসনে

কমি আহিছে দূৰত্ব, ২৪ঘণ্টাৰ ভিতৰতেই আহিব ভাল খবৰ! উত্তৰকাশীৰ সুৰংগৰ উদ্ধাৰকাৰ্যক লৈ ভাল খবৰ দিলে প্ৰশাসনে

3 years ago
বাৰে বাৰে নখ ভাঙি যোৱাৰ সমস্যা, কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি?

বাৰে বাৰে নখ ভাঙি যোৱাৰ সমস্যা, কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি?

17 minutes ago
মনোকামনা পূৰণ হোৱা এটি মন্দিৰ, কিন্তু নিশা গ’লে হ’ব সৰ্বনাশ!

মনোকামনা পূৰণ হোৱা এটি মন্দিৰ, কিন্তু নিশা গ’লে হ’ব সৰ্বনাশ!

1 hour ago
সঘনাই মিছা কোৱাৰ অভ্যাস, এয়া কোনো গ্ৰহৰ দোষ নেকি?

ৰাশিফলৰ ৪ টা গ্ৰহই নিৰ্ধাৰণ কৰে আপোনাৰ সফলতা! জানি লওক

2 hours ago
8th Pay Commission: মৌলিক দৰমহা ৬৫% বৃদ্ধিৰ প্ৰস্তুতি? HRA, TA আৰু DA একত্ৰীকৰণে সলাব আপোনাৰ পে-স্লিপ

8th Pay Commission: অৱসৰপ্ৰাপ্ত পেঞ্চনাৰসকলৰ বাবে দাবী, কি বিচাৰে সংগঠনসমূহে জানক

3 hours ago
এই বছৰৰে ১১ নৱেম্বৰত কইনা হ’ব কাব্য মৰাণ! কোন সেইজন লাকী দৰা?

এই বছৰৰে ১১ নৱেম্বৰত কইনা হ’ব কাব্য মৰাণ! কোন সেইজন লাকী দৰা?

4 hours ago
৭০-৭২ বছৰীয়া দম্পতীৰ বিৱাহ বিচ্ছেদৰ কাহিনী দেশজুৰি চৰ্চাত

৭০-৭২ বছৰীয়া দম্পতীৰ বিৱাহ বিচ্ছেদৰ কাহিনী দেশজুৰি চৰ্চাত

4 hours ago
দেশৰ কোন মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে আছে কেইটাকৈ অপৰাধমূলক গোচৰ?

দেশৰ কোন মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে আছে কেইটাকৈ অপৰাধমূলক গোচৰ?

5 hours ago
দেৰিকৈ খায় নেকি ৰাতিৰ আহাৰ? অজানিতে শৰীৰলৈ নিমন্ত্ৰণ দিছে এই মাৰাত্মক ৰোগ

দেৰিকৈ খায় নেকি ৰাতিৰ আহাৰ? অজানিতে শৰীৰলৈ নিমন্ত্ৰণ দিছে এই মাৰাত্মক ৰোগ

5 hours ago
ৰাম মন্দিৰৰ দানপাত্ৰ চুৰি গোচৰ, চম্পট ৰায় আৰু অনিল মিশ্ৰক ক্লীন-শ্বীট SITৰ

ৰাম মন্দিৰৰ দানপাত্ৰ চুৰি গোচৰ, চম্পট ৰায় আৰু অনিল মিশ্ৰক ক্লীন-শ্বীট SITৰ

6 hours ago
ৰাণী স্বৰ্ণকাৰেৰে বিতৰ্কৰ মাজতে এইবাৰ আকৌ কি নতুন বিতৰ্কত গোবিন্দ?

ৰাণী স্বৰ্ণকাৰেৰে বিতৰ্কৰ মাজতে এইবাৰ আকৌ কি নতুন বিতৰ্কত গোবিন্দ?

6 hours ago
গোপন অংগৰ বাবেই ১৬ বছৰীয়া কিশোৰক হ*ত্যা

গোপন অংগৰ বাবেই ১৬ বছৰীয়া কিশোৰক হ*ত্যা

7 hours ago
এই ৫ ৰাশিয়ে গ্ৰহৰ শুভ স্থিতিৰ পাব ভৰপূৰ লাভ, মাথোঁ কৰক এই কাম

এই ৫ ৰাশিয়ে গ্ৰহৰ শুভ স্থিতিৰ পাব ভৰপূৰ লাভ, মাথোঁ কৰক এই কাম

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, August 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কমি আহিছে দূৰত্ব, ২৪ঘণ্টাৰ ভিতৰতেই আহিব ভাল খবৰ! উত্তৰকাশীৰ সুৰংগৰ উদ্ধাৰকাৰ্যক লৈ ভাল খবৰ দিলে প্ৰশাসনে

editor by editor
November 22, 2023
in জীৱনশৈলী, বিবিধ, ভাৰত
0
কমি আহিছে দূৰত্ব, ২৪ঘণ্টাৰ ভিতৰতেই আহিব ভাল খবৰ! উত্তৰকাশীৰ সুৰংগৰ উদ্ধাৰকাৰ্যক লৈ ভাল খবৰ দিলে প্ৰশাসনে
0
SHARES
572
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ধীৰে ধীৰে কমিছে দূৰত্ব। আৰু মাত্ৰ ১৮মিটাৰ খান্দিলেই উদ্ধাৰ কৰিব উত্তৰকাশীৰ ভঙা সুৰংগত আৱদ্ধ থকা ৪১গৰাকী শ্ৰমিকক। বুধবাৰে এই কথা প্ৰকাশ কৰিলে উত্তৰাখণ্ডৰ প্রশাসনিক বিষয়াই। উত্তৰাখণ্ডৰ প্রশাসনিক বিষয়াৰ দাবী, ‘আৰু মাত্ৰ ২৪ ঘণ্টা ড্ৰিলিং কৰিলেই আহিব ভাল খবৰ!’ তেওঁ জনোৱামতে সুৰংগত আৱদ্ধ ৪১ শ্ৰমিকক বাহিৰলৈ উলিয়াই আনিবলৈ ২০ মিটাৰতকৈ কম দূৰত্ব ড্ৰিলিং কৰিলেই হ’ব। উত্তৰাখণ্ডৰ পৰিবহণ বিভাগৰ উচ্চপদস্ত বিষয়া মাহমুদ আহমেদে জনোৱামতে, ‘বুধবাৰে দুপৰীয়া ১ বজাৰ পৰা সুৰংগৰ মুখ বন্ধ কৰি ৰখা শিল খান্দি থকা হৈছে। দুঘণ্টাৰ ভিতৰতেই ১৮ মিটাৰ খনন কৰা হৈছে। এই সন্দৰ্ভত মাহমুদ আহমেদে কয়, ‘আমি জনাবলৈ সুখী হৈছো. ৩৯ মিটাৰ পৰ্যন্ত শিল ভঙা হৈছেই। আমি শ্ৰমিকক উদ্ধাৰ কৰাৰ পথ প্ৰায় মসৃণ হৈ পৰিছে। আমাৰ অনুমান ৫৭ মিটাৰ তলত শ্ৰমিকসকল আৱদ্ধ হৈ আছে। আৰু মাত্ৰ ১৮ মিটাৰ বাকী আছে। যদি কোনো বাধা নাহে তেন্তে বুধবাৰে নিশা বা বৃহস্পতিবাৰে পুৱা ডাঙৰ খবৰ লাভ কৰিব।’

আহমেদে লগতে কয়, ‘শিল ভাঙি সুৰংগৰ পৰা উদ্ধাৰকাৰীসকলক বাহিৰলৈ অনাৰ বাবে ঢালাই কৰা পাইপ সোমোৱাই দিয়া হৈছে। আৰু সেই প্ৰক্ৰিয়াটোৰ বাবেই আমাক সময় অলপ বেছি লাগিছে। ঝালাই কৰিবলৈকে বেছি সময় লাগিছে। খননৰ বাবে বেছি সময় নালাগে। মঙলবাৰে নিশাৰ পৰা বৰ্তমানলৈকে ১৮ মিটাৰ পাইপ সোমোৱাই দিবলৈ প্ৰায় ১৫ঘণ্টা সময় লাগিছে। এটা পৃথক পাইপ সুৰংগৰ ভিতৰক ২১ মিটাৰ পৰ্যন্ত ঠেলি সোমোওৱা হৈছে। ড্ৰিলিং মেছিন বাৰে বাৰে বিকল হোৱাৰ বাবেও উদ্ধাৰ প্ৰক্ৰিয়া জটিল হৈছে। বিগত সপ্তাহত এটা মেচিন বল্ডাৰৰ মাজত সোমাই পৰিল। যাৰ ফলত টানিলেই সুৰংগ আকৌ খহিব বুলি ভয় কৰিয়েই ড্ৰিলিং স্থগিত কৰা হয়।’

সুৰংগত আৱদ্ধ শ্ৰমিকক ঔষধ, খাদ্য পুৰামাত্ৰাই যোগান ধৰি থকা হৈছে। মঙলবাৰে দুপৰীয়া শ্ৰমিকক খিচিৰি প্ৰেৰণ কৰা হৈছে। নিশাৰ খাদ্যত পোলাও, মটৰ পনিৰ আৰু দুখনকৈ ৰুটি দি থকা হৈছে। শ্ৰমিকৰ স্বাস্থ্যৰ কথা ভাৱিয়েই খাদ্য চিকিৎসকক সুধিহে প্ৰেৰণ কৰি থকা হৈছে। মঙলবাৰে নিশা পাইপেৰে ১৫০ পেকেট খাদ্য পঠোৱা হৈছে। শীঘ্ৰেই তেওঁলোকৰ মোবাইল, চাৰ্জাৰ, কাপোৰো পঠিওৱা হৈছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24 digitalBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বাৰে বাৰে নখ ভাঙি যোৱাৰ সমস্যা, কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি?
জীৱনশৈলী

বাৰে বাৰে নখ ভাঙি যোৱাৰ সমস্যা, কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি?

August 18, 2026
মনোকামনা পূৰণ হোৱা এটি মন্দিৰ, কিন্তু নিশা গ’লে হ’ব সৰ্বনাশ!
জীৱনশৈলী

মনোকামনা পূৰণ হোৱা এটি মন্দিৰ, কিন্তু নিশা গ’লে হ’ব সৰ্বনাশ!

August 18, 2026
সঘনাই মিছা কোৱাৰ অভ্যাস, এয়া কোনো গ্ৰহৰ দোষ নেকি?
জীৱনশৈলী

ৰাশিফলৰ ৪ টা গ্ৰহই নিৰ্ধাৰণ কৰে আপোনাৰ সফলতা! জানি লওক

August 18, 2026
8th Pay Commission: মৌলিক দৰমহা ৬৫% বৃদ্ধিৰ প্ৰস্তুতি? HRA, TA আৰু DA একত্ৰীকৰণে সলাব আপোনাৰ পে-স্লিপ
বাণিজ্য

8th Pay Commission: অৱসৰপ্ৰাপ্ত পেঞ্চনাৰসকলৰ বাবে দাবী, কি বিচাৰে সংগঠনসমূহে জানক

August 18, 2026
Next Post
‘জীৱনত ইমান দুখ পাইছো, মই বিষ সহ্য কৰিব পাৰো’, ৮বছৰৰ পাছত মুখ খুলিছে মহম্মদ ছামিয়ে

'জীৱনত ইমান দুখ পাইছো, মই বিষ সহ্য কৰিব পাৰো’, ৮বছৰৰ পাছত মুখ খুলিছে মহম্মদ ছামিয়ে

বিশ্বকাপত মেছিয়ে পৰিধান কৰা জাৰ্ছী নিলামত, মেছিৰ এটা জাৰ্ছী ক্ৰয় কৰিবলৈ কিমান টকা লাগিব?

বিশ্বকাপত মেছিয়ে পৰিধান কৰা জাৰ্ছী নিলামত, মেছিৰ এটা জাৰ্ছী ক্ৰয় কৰিবলৈ কিমান টকা লাগিব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.