• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘জীৱনত ইমান দুখ পাইছো, মই বিষ সহ্য কৰিব পাৰো’, ৮বছৰৰ পাছত মুখ খুলিছে মহম্মদ ছামিয়ে

‘জীৱনত ইমান দুখ পাইছো, মই বিষ সহ্য কৰিব পাৰো’, ৮বছৰৰ পাছত মুখ খুলিছে মহম্মদ ছামিয়ে

2 years ago
ব্ৰাছ কৰাৰ সঠিক পদ্ধতি, ভুল কৰিলে বিপদ অনিবাৰ্য!

ব্ৰাছ কৰাৰ সঠিক পদ্ধতি, ভুল কৰিলে বিপদ অনিবাৰ্য!

1 hour ago
পশ্চিম বংগত শেষ হ’ব নেকি মমতাৰ ৰাজত্ব! Exit Poll ৰ পিছতে আৰম্ভ চৰ্চা

পশ্চিম বংগত শেষ হ’ব নেকি মমতাৰ ৰাজত্ব! Exit Poll ৰ পিছতে আৰম্ভ চৰ্চা

2 hours ago
মুকেশ আম্বানীয়ে ক্ৰয় কৰিলে প্ৰিয়ংকা চোপ্ৰাৰ কোম্পানী

মুকেশ আম্বানীয়ে ক্ৰয় কৰিলে প্ৰিয়ংকা চোপ্ৰাৰ কোম্পানী

2 hours ago
চলনাময়ী নাৰীৰ চকুত পৰাৰ পূৰ্বে পুৰুষসকল সাৱধান! মনত ৰাখক এইকেইটা কথা

চলনাময়ী নাৰীৰ চকুত পৰাৰ পূৰ্বে পুৰুষসকল সাৱধান! মনত ৰাখক এইকেইটা কথা

3 hours ago
কেৱল শৰীৰৰ নহয়, পাকঘৰৰ সমস্যাও দূৰ কৰক নেমুৰে!

কেৱল শৰীৰৰ নহয়, পাকঘৰৰ সমস্যাও দূৰ কৰক নেমুৰে!

4 hours ago
মংগলৰ কৃপাত ভাগ্য উদয় হ’ব ৫ ৰাশিৰ, পূৰ্ণ হ’ব সকলো সপোন!

মংগলৰ কৃপাত ভাগ্য উদয় হ’ব ৫ ৰাশিৰ, পূৰ্ণ হ’ব সকলো সপোন!

4 hours ago
আলহী আহিলে কিয় পানী খাবলৈ দিয়ে? আঁৰত আছে ধৰ্মীয় কাৰণ

আলহী আহিলে কিয় পানী খাবলৈ দিয়ে? আঁৰত আছে ধৰ্মীয় কাৰণ

5 hours ago
পূজাত ফুল ধুই দিয়াটো উচিত নে অনুচিত? ভুল কৰিলে নহয় ইচ্ছা পূৰণ!

পূজাত ফুল ধুই দিয়াটো উচিত নে অনুচিত? ভুল কৰিলে নহয় ইচ্ছা পূৰণ!

6 hours ago
বিপদে লগ নেৰা হৈছে ৰিয়ানক! BCCIৰ শাস্তিৰ সন্মুখীন ক্ৰিকেটাৰগৰাকী

বিপদে লগ নেৰা হৈছে ৰিয়ানক! BCCIৰ শাস্তিৰ সন্মুখীন ক্ৰিকেটাৰগৰাকী

6 hours ago
হঠাৎ অসুস্থ ভিক্টৰ দাস, কি হৈছিল জে’লৰ ভিতৰত?

হঠাৎ অসুস্থ ভিক্টৰ দাস, কি হৈছিল জে’লৰ ভিতৰত?

7 hours ago
দশম-দ্বাদশ উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?

RBI Recruitment 2026: RBI ত ওলাইছে চাকৰি, অন্তিম তাৰিখৰ পূৰ্বে কৰক আবেদন

8 hours ago
গু*প্তাংগৰ খজুৱতিয়ে অশান্তি কৰিছে নেকি? এই সহজ উপায়েৰে কৰক ঠিক

গু*প্তাংগৰ খজুৱতিয়ে অশান্তি কৰিছে নেকি? এই সহজ উপায়েৰে কৰক ঠিক

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, April 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

‘জীৱনত ইমান দুখ পাইছো, মই বিষ সহ্য কৰিব পাৰো’, ৮বছৰৰ পাছত মুখ খুলিছে মহম্মদ ছামিয়ে

editor by editor
November 22, 2023
in ক্ৰীড়া, ভাৰত
0
‘জীৱনত ইমান দুখ পাইছো, মই বিষ সহ্য কৰিব পাৰো’, ৮বছৰৰ পাছত মুখ খুলিছে মহম্মদ ছামিয়ে
0
SHARES
6.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ হাৰ্দিক পাণ্ডিয়াই আঘাত পোৱাৰ বাবে প্ৰথম একাদশত স্থান পালে মহম্মদ ছামিয়ে। মাত্ৰ ৭খন মেচতেই ২৪টা উইকেট লৈ ৰেকৰ্ডো গঢ়িছে ছামিয়ে। ফাইনেলক বাদ দি প্ৰতিখন মেচতেই ভয়ংকৰভাৱে খেলিছে ছামিয়ে। কিন্তু ৮বছৰ পূৰ্বে ছামিক চিকিৎসকে জনাইছিল, ‘খেলৰ কথা পাহৰি যোৱা।’ ২০১৫ চনত আঁঠুত পোৱা আঘাতৰ বাবে ছামিৰ আঁঠুৰ অস্ত্ৰোপছাৰ হৈছিল। ছামিয়ে সেই সময়ত পুনৰ আকৌ ২২ গজলৈ উভতি আহিব পাৰিব বুলি সপোনতো ভৱা নাছিল।

ছামিয়ে এই সন্দৰ্ভত কয়, ‘মই বিষ সহ্য কৰিব পাৰো। ২০১৫ চনত মোৰ আঁঠুৰ অসুবিধা হৈছিল। মোৰ হাতত তেতিয়া দুটাই বিকল্প আছিল। এক খেলৰ পৰা অব্যাহতি লোৱা আৰু দ্বিতীয় আঁঠুৰ অস্ত্ৰোপছাৰ কৰা। কিন্তু মই দুটা ইনজেকছন লৈ খেলত নামিছিলো। খেলৰ শেষতহে অস্ত্ৰোপছাৰ কৰাও। সতীৰ্থ খেলুৱৈসকলে খেল শেষ হোৱাৰ পাছত মোক হাস্পতাললৈ লৈ গৈছিল। দেশৰ বাবে খেলাৰ সুযোগ পাইছো তেনেক্ষেত্ৰত আঁঠুৰ বিষৰ বাবে মই খেলৰ পৰা আঁতৰি থাকিম এয়া হ’বই নোৱাৰে। মোৰ যেতিয়া অস্ত্ৰোপছাৰ হৈছিল তেতিয়া প্ৰায় ২ ঘণ্টা সময় মই অজ্ঞান হৈ পৰি আছিলো। জ্ঞান ঘূৰাই পাওঁতে চিকিৎসকে সুধিলে, আকৌ কেতিয়া খেল আছে? যদি খেল আছে তেন্তে খেলাৰ কথা পাহৰি যোৱা। তুমি যদি মোটামুটিভাৱে খোজ কাঢ়িব পৰা হৈ উঠা তাৰবাবে আমি চেষ্টা চলাম।’

২০১৮ চনত বাহন দুৰ্ঘটনাত আঘাত পাইছিল ছামিয়ে। ডেৰাডুনৰ পৰা দিল্লী যোৱাৰ পথত এখন ট্ৰাকে তেওঁৰ বাহনত খুন্দা মাৰিছিল। মূৰত আঘাত পাইছিল ছামিয়ে। তাৰ কিছুদিন পাছতেই ছামিৰ বিৰুদ্ধে হাছিন জাহানে কলকাতাত বোৱাৰী নিৰ্যাতনৰ গোচৰ তৰিছিল ছামিৰ বিৰুদ্ধে। ছামিয়ে এই সন্দৰ্ভত কয়, ‘বুজিবই নোৱাৰিলো ক’ত কি দুৰ্ঘটনা হ’ল। সেই সময়ত মোৰ জেট কেটেগৰীৰ নিৰাপত্তা নাছিল। মোৰ বাহত সন্মুখত দুখন আৰু পিছফালে দুখন গাড়ী আছিল। তাৰমাজতেই কেৱল সেইদিনা মোৰ বাহনতহে ধাক্কা লাগিছিল। লগেলগেই মোক ডেৰাডুনলৈ লৈ যোৱা হ’ল। সুস্থ হোৱাৰ পাছত তাতেই মই আকৌ অনুশীলনত নামি পৰো। খুব কঠিন সময় আছিল, কিন্তু মই সমস্যা এৰি পলাই যোৱা মানুহ নহয়।’

সুস্থ হৈ আকৌ মেচত নামিল ছামি। ২০১৯ চনত বিশ্বকাপো খেলিছিল। এইবাৰৰ বিশ্বকাপত প্ৰথম চাৰিখন মেচ খেলাৰ সুযোগ পোৱা নাছিল ছামিয়ে। তেওঁ এইবাৰৰ বিশ্বকাপত মুঠ ৭খন মেচ খেলিছে। তাৰপিছতেই প্ৰতিপক্ষৰ মুঠ ৭০টা উইকেটৰ মাজত ২৪টা উইকেট ছামিয়েই লৈছে। অৰ্থাৎ ৩৮.৩৩ শতাংশ অকলেই লৈছে পেছাৰ বলাৰ ছামিয়ে। ছামিয়েই বিশ্বকাপত সৰ্বাধিক উইকেট লোৱা একমাত্ৰ খেলুৱৈ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পশ্চিম বংগত শেষ হ’ব নেকি মমতাৰ ৰাজত্ব! Exit Poll ৰ পিছতে আৰম্ভ চৰ্চা
ভাৰত

পশ্চিম বংগত শেষ হ’ব নেকি মমতাৰ ৰাজত্ব! Exit Poll ৰ পিছতে আৰম্ভ চৰ্চা

April 30, 2026
বিপদে লগ নেৰা হৈছে ৰিয়ানক! BCCIৰ শাস্তিৰ সন্মুখীন ক্ৰিকেটাৰগৰাকী
ক্ৰীড়া

বিপদে লগ নেৰা হৈছে ৰিয়ানক! BCCIৰ শাস্তিৰ সন্মুখীন ক্ৰিকেটাৰগৰাকী

April 30, 2026
প্লাষ্টিকৰ পেকেটত পুনৰ বিক্ৰী নহয় পান মছলা! চৰকাৰে লৈছে ডাঙৰ পদক্ষেপ
ভাৰত

প্লাষ্টিকৰ পেকেটত পুনৰ বিক্ৰী নহয় পান মছলা! চৰকাৰে লৈছে ডাঙৰ পদক্ষেপ

April 29, 2026
বিপদত ৰিয়ান পৰাগ! ড্ৰেছিং ৰূমত ই চিগাৰেট সেৱনৰ গম্ভীৰ অভিযোগ, কি হ’ব ক্ৰিকেটাৰজনৰ ভৱিষ্যৎ?
ক্ৰীড়া

বিপদত ৰিয়ান পৰাগ! ড্ৰেছিং ৰূমত ই চিগাৰেট সেৱনৰ গম্ভীৰ অভিযোগ, কি হ’ব ক্ৰিকেটাৰজনৰ ভৱিষ্যৎ?

April 29, 2026
Next Post
বিশ্বকাপত মেছিয়ে পৰিধান কৰা জাৰ্ছী নিলামত, মেছিৰ এটা জাৰ্ছী ক্ৰয় কৰিবলৈ কিমান টকা লাগিব?

বিশ্বকাপত মেছিয়ে পৰিধান কৰা জাৰ্ছী নিলামত, মেছিৰ এটা জাৰ্ছী ক্ৰয় কৰিবলৈ কিমান টকা লাগিব?

হাঁহি ৰাজনীতি কৰা মানুহজন, হু ইজ বদৰুদ্দিন বুলি কোৱা আপোনভোলা মানুহজনৰ আজি তৃতীয় মৃত্যুবাৰ্ষিকী

হাঁহি ৰাজনীতি কৰা মানুহজন, হু ইজ বদৰুদ্দিন বুলি কোৱা আপোনভোলা মানুহজনৰ আজি তৃতীয় মৃত্যুবাৰ্ষিকী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.