• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিশ্বকাপত মেছিয়ে পৰিধান কৰা জাৰ্ছী নিলামত, মেছিৰ এটা জাৰ্ছী ক্ৰয় কৰিবলৈ কিমান টকা লাগিব?

বিশ্বকাপত মেছিয়ে পৰিধান কৰা জাৰ্ছী নিলামত, মেছিৰ এটা জাৰ্ছী ক্ৰয় কৰিবলৈ কিমান টকা লাগিব?

3 years ago
মহিলাক হাৰাশাস্তি কৰি আছিল যুৱকে! ঘৰলৈ মাতি মহিলাই যুৱকৰ কাঢ়িলে প্ৰাণ

মহিলাক হাৰাশাস্তি কৰি আছিল যুৱকে! ঘৰলৈ মাতি মহিলাই যুৱকৰ কাঢ়িলে প্ৰাণ

5 hours ago
দুৰ্গাপূজাৰ পূৰ্বেই ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ সামগ্ৰী

দুৰ্গাপূজাৰ পূৰ্বেই ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ সামগ্ৰী

5 hours ago
শিক্ষাৰ্থীৰ প্ৰতিবাদত কঁপিছে সমগ্ৰ ফান্স

শিক্ষাৰ্থীৰ প্ৰতিবাদত কঁপিছে সমগ্ৰ ফান্স

6 hours ago
নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ পূৰ্বেই অঘটন

নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ পূৰ্বেই অঘটন

6 hours ago
শীঘ্ৰেই মগজুৰ পৰা ইচ্ছা অনুসৰি মচি পেলাব পাৰিব দুখৰ স্মৃতি

শীঘ্ৰেই মগজুৰ পৰা ইচ্ছা অনুসৰি মচি পেলাব পাৰিব দুখৰ স্মৃতি

7 hours ago
ডিটেনচন চেণ্টাৰত বাংলাদেশী মহিলাৰে ৩ আৰক্ষী কনিষ্টবলৰ জঘন্য কাণ্ড

ডিটেনচন চেণ্টাৰত বাংলাদেশী মহিলাৰে ৩ আৰক্ষী কনিষ্টবলৰ জঘন্য কাণ্ড

7 hours ago
নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ

নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ

8 hours ago
মোমায়েকৰে মিলি যুৱতীক নিৰ্মমভাৱে হ*ত্যা মাতৃৰ

মোমায়েকৰে মিলি যুৱতীক নিৰ্মমভাৱে হ*ত্যা মাতৃৰ

9 hours ago
শিক্ষাৰ্থীৰ নামভৰ্তিক লৈ শিক্ষাবিভাগৰ ৭টা বৃহৎ ঘোষণা

শিক্ষাৰ্থীৰ নামভৰ্তিক লৈ শিক্ষাবিভাগৰ ৭টা বৃহৎ ঘোষণা

10 hours ago
উজনি অসমত নাই এখনো পিছপৰা জিলা!

উজনি অসমত নাই এখনো পিছপৰা জিলা!

10 hours ago
সাক্ষাৎকাৰৰ ভয় নেকি? এই চৰকাৰী চাকৰিত নাই ইণ্টাৰভিউ

সাক্ষাৎকাৰৰ ভয় নেকি? এই চৰকাৰী চাকৰিত নাই ইণ্টাৰভিউ

11 hours ago
দায়িত্বৰ পৰা আঁতৰোৱা হ’ব নেকি জ্ঞানেশ কুমাৰক?

দায়িত্বৰ পৰা আঁতৰোৱা হ’ব নেকি জ্ঞানেশ কুমাৰক?

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, October 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

বিশ্বকাপত মেছিয়ে পৰিধান কৰা জাৰ্ছী নিলামত, মেছিৰ এটা জাৰ্ছী ক্ৰয় কৰিবলৈ কিমান টকা লাগিব?

editor by editor
November 22, 2023
in ক্ৰীড়া, জীৱনশৈলী, ভাৰত
0
বিশ্বকাপত মেছিয়ে পৰিধান কৰা জাৰ্ছী নিলামত, মেছিৰ এটা জাৰ্ছী ক্ৰয় কৰিবলৈ কিমান টকা লাগিব?
0
SHARES
628
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ বিগত বছৰ ফুটবল বিশ্বকাপ দখল কৰিছে লিয়োনেল মেছিৰ দল আৰ্জেণ্টিনাই। তেওঁৰ কেৰিয়াৰত সেয়াই প্রথম বিশ্বকাপ জয়। সেই জয়ৰ বাবে ৭খন মেচ খেলিব লগা হৈছিল আৰ্জেণ্টিনাই। এই ৭খন মেচৰ মাজত ৬খনত মেচিয়ে যি জাৰ্ছী পৰিধান কৰিছিল সেই জাৰ্ছী নিলামত উঠিছে। সকলো মিলি ১ কোটি ডলাৰ বা ৮৩ কোটি টকাত নিলাম
হ’ব বুলি জনাইছে বিশেষজ্ঞমহলে।

ইংলেণ্ডৰ এটা বিখ্যাত সংস্থাই মেচিৰ জাৰ্ছীসমূহ নিলামত উঠিছে। ডিচেম্বৰতেই নিলাম হ’ব এই টি ছাৰ্ট কেইটা। বিশ্বকাপত ছৌদি আৰৱ, মেক্সিকো, অষ্ট্ৰেলিয়া, নেদাৰলেণ্ডছ, ক্ৰোয়োছিয়া আৰু ফাইনেলত ফ্ৰান্সৰ বিৰুদ্ধে মেছিয়ে যি জাৰ্ছী পৰিধান কৰিছিল সেইসমূহ নিলামত দিয়া হ’ব। বৰ্তমান পৰ্যন্ত ব্যক্তিগত জাৰ্ছি নিলামত উঠিছে সকলোতকৈ বেছি দাম উঠিছে বাস্কেটবলাৰ মাইকেল জৰ্ডানে এটা জাৰ্ছীৰ। ১৯৯৮ চনত NBA ফাইনেলত ছিকাগো বুলছেৰ বিৰুদ্ধে খেলত নামোতে এই জাৰ্ছী পৰিধান কৰিছিল জৰ্ডানে। এই জাৰ্ছী নিলামত উঠোতে সৰ্বাধিক দাম উঠিছিল ১.১ কোটি ডলাৰ।

উল্লেখ্য মেছিৰ ৬খন মেচত পিন্ধা ৬টা জাৰ্ছী নিলামত উঠাৰ কথা আহোঁতেই বহুতে জানিব খুজিছে মেচিৰ জাৰ্ছী কেইটা একেলগে নিলাম হ’ব নে পৃথকে পৃথকে নিলাম হ’ব? মেছিৰ এই ৬টা জাৰ্ছী ক্ৰয় কৰিবলৈ আগ্ৰহী হৈছে আমেৰিকাৰ এটা সংস্থা। বিক্ৰী হোৱা মূল্যৰ এটা অংশ ৰাষ্ট্ৰপুঞ্জৰ শিশুকল্যাণৰ বাবে দান কৰা হ’ব। নিলাম সংস্থাই জনোৱামতে ৩০ নৱেম্বৰৰ পৰা ১৪ ডিচেম্বৰলৈ এই নিলাম প্ৰক্ৰিয়া চলি আছে। সাধাৰণ লোকেও বিনামূলীয়াকৈ এইসমূহ চাবলৈ যাব পাৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মহিলাক হাৰাশাস্তি কৰি আছিল যুৱকে! ঘৰলৈ মাতি মহিলাই যুৱকৰ কাঢ়িলে প্ৰাণ
অপৰাধ

মহিলাক হাৰাশাস্তি কৰি আছিল যুৱকে! ঘৰলৈ মাতি মহিলাই যুৱকৰ কাঢ়িলে প্ৰাণ

October 5, 2026
দুৰ্গাপূজাৰ পূৰ্বেই ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ সামগ্ৰী
জীৱনশৈলী

দুৰ্গাপূজাৰ পূৰ্বেই ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ সামগ্ৰী

October 5, 2026
শীঘ্ৰেই মগজুৰ পৰা ইচ্ছা অনুসৰি মচি পেলাব পাৰিব দুখৰ স্মৃতি
জীৱনশৈলী

শীঘ্ৰেই মগজুৰ পৰা ইচ্ছা অনুসৰি মচি পেলাব পাৰিব দুখৰ স্মৃতি

October 5, 2026
ডিটেনচন চেণ্টাৰত বাংলাদেশী মহিলাৰে ৩ আৰক্ষী কনিষ্টবলৰ জঘন্য কাণ্ড
অপৰাধ

ডিটেনচন চেণ্টাৰত বাংলাদেশী মহিলাৰে ৩ আৰক্ষী কনিষ্টবলৰ জঘন্য কাণ্ড

October 5, 2026
Next Post
হাঁহি ৰাজনীতি কৰা মানুহজন, হু ইজ বদৰুদ্দিন বুলি কোৱা আপোনভোলা মানুহজনৰ আজি তৃতীয় মৃত্যুবাৰ্ষিকী

হাঁহি ৰাজনীতি কৰা মানুহজন, হু ইজ বদৰুদ্দিন বুলি কোৱা আপোনভোলা মানুহজনৰ আজি তৃতীয় মৃত্যুবাৰ্ষিকী

আগন্তুক বৰ্ষত বৃহস্পতিৰ গোচৰ, মাৰ্গী হ’ব শনি! হাতলৈ টকাই টকা আহিব ৪ৰাশিৰ

আগন্তুক বৰ্ষত বৃহস্পতিৰ গোচৰ, মাৰ্গী হ’ব শনি! হাতলৈ টকাই টকা আহিব ৪ৰাশিৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.