• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সন্মুখত ৰাস পূৰ্ণিমা! সনাতন ধৰ্মত এই দিনটোৰ কি কি বিশেষ তাৎপৰ্য আছে?

সন্মুখত ৰাস পূৰ্ণিমা! সনাতন ধৰ্মত এই দিনটোৰ কি কি বিশেষ তাৎপৰ্য আছে?

2 years ago
কিমান বছৰ বয়সত নিজৰ ঘৰ তৈয়াৰ কৰিব? কি কয় জ্যোতিষশাস্ত্ৰই?

কিমান বছৰ বয়সত নিজৰ ঘৰ তৈয়াৰ কৰিব? কি কয় জ্যোতিষশাস্ত্ৰই?

15 minutes ago
ৰাইজক সেৱা কৰাৰ মন নে ক্ষমতাৰ প্ৰয়োজন? কোন হেভিয়েট নেতাই কোন দলত কৰিলে যোগদান?

ৰাইজক সেৱা কৰাৰ মন নে ক্ষমতাৰ প্ৰয়োজন? কোন হেভিয়েট নেতাই কোন দলত কৰিলে যোগদান?

58 minutes ago
মঙ্গলৰ ৰাশিত সূৰ্যৰ গোচৰ, ৰবিগ্ৰহৰ প্ৰভাৱত আমূল সাল-সলনি হ’ব ৪ৰাশিৰ জাতকৰ জীৱনত

মঙ্গলৰ ৰাশিত সূৰ্যৰ গোচৰ, ৰবিগ্ৰহৰ প্ৰভাৱত আমূল সাল-সলনি হ’ব ৪ৰাশিৰ জাতকৰ জীৱনত

2 hours ago
কোন কোন বেংকত কম সুদত পাব ৭৫ লাখতকৈ বেছি হোম লোন? জানি থওক হিচাপ

কোন কোন বেংকত কম সুদত পাব ৭৫ লাখতকৈ বেছি হোম লোন? জানি থওক হিচাপ

2 hours ago
২০ মাহৰ বকেয়া ধন পাব একেলগেই! হাতলৈ আহিব ৩ৰ পৰা ১৫ লাখ টকা, অষ্টম দৰমহা কমিছনৰ বাস্তবায়ন কেতিয়া হ’ব?

২০ মাহৰ বকেয়া ধন পাব একেলগেই! হাতলৈ আহিব ৩ৰ পৰা ১৫ লাখ টকা, অষ্টম দৰমহা কমিছনৰ বাস্তবায়ন কেতিয়া হ’ব?

3 hours ago
প্ৰমোছন বিচাৰে? এতিয়াও দৰমহা বৃদ্ধিৰ খবৰ নাই? চ’ত নৱৰাত্ৰি চলি থাকোতেই কৰক এই কাম

প্ৰমোছন বিচাৰে? এতিয়াও দৰমহা বৃদ্ধিৰ খবৰ নাই? চ’ত নৱৰাত্ৰি চলি থাকোতেই কৰক এই কাম

3 hours ago
কঠিন সময় আহিছে, সতৰ্কবাণী প্ৰধানমন্ত্ৰী মোদীৰ, কৰ’নাৰ সংকটৰ কথা দেশবাসীক সোঁৱৰাই কি ক’লে প্ৰধানমন্ত্ৰীয়ে?

কঠিন সময় আহিছে, সতৰ্কবাণী প্ৰধানমন্ত্ৰী মোদীৰ, কৰ’নাৰ সংকটৰ কথা দেশবাসীক সোঁৱৰাই কি ক’লে প্ৰধানমন্ত্ৰীয়ে?

4 hours ago
৫মাহৰ ভিতৰত বৃহস্পতিৰ দুবাৰ গোচৰ, সুখ সাগৰত ভাঁহিব এই ৪ৰাশিৰ জাতক, কেৰিয়াৰত উন্নতি আৰু কি কি সুখবৰ?

৫মাহৰ ভিতৰত বৃহস্পতিৰ দুবাৰ গোচৰ, সুখ সাগৰত ভাঁহিব এই ৪ৰাশিৰ জাতক, কেৰিয়াৰত উন্নতি আৰু কি কি সুখবৰ?

4 hours ago
মাত্ৰ ৩দিনৰ অপেক্ষা, শুক্ৰই গোচৰ কৰিলেই টকা, প্ৰেম যি বিচাৰে সেয়াই পাব ৫ৰাশিৰ জাতকে

মাত্ৰ ৩দিনৰ অপেক্ষা, শুক্ৰই গোচৰ কৰিলেই টকা, প্ৰেম যি বিচাৰে সেয়াই পাব ৫ৰাশিৰ জাতকে

5 hours ago
বক্ৰী হ’ব শনি, সম্পূৰ্ণ ১৩৮ দিন ধৰি সুখ-সাফল্য ৩ৰাশিৰ, ভাগ্য চমকিব দীপাৱলি পৰ্যন্ত

বক্ৰী হ’ব শনি, সম্পূৰ্ণ ১৩৮ দিন ধৰি সুখ-সাফল্য ৩ৰাশিৰ, ভাগ্য চমকিব দীপাৱলি পৰ্যন্ত

5 hours ago
কাইলৈৰ পৰা বাসন্তী পূজা, পূজাৰ কেইদিন দুৰ্গাৰ কৃপা ৪ৰাশিত, দেৱীৰ আশীৰ্বাদত দূৰ হব সকলো বিপদ

কাইলৈৰ পৰা বাসন্তী পূজা, পূজাৰ কেইদিন দুৰ্গাৰ কৃপা ৪ৰাশিত, দেৱীৰ আশীৰ্বাদত দূৰ হব সকলো বিপদ

5 hours ago
‘১০০দিনত ন্যায় পাব জুবিন গাৰ্গে !’,  ঘোষণা অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈৰ

‘১০০দিনত ন্যায় পাব জুবিন গাৰ্গে !’, ঘোষণা অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈৰ

6 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, March 23, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

সন্মুখত ৰাস পূৰ্ণিমা! সনাতন ধৰ্মত এই দিনটোৰ কি কি বিশেষ তাৎপৰ্য আছে?

editor by editor
November 24, 2023
in অসম, জীৱনশৈলী, ভাৰত, লেখা
0
সন্মুখত ৰাস পূৰ্ণিমা! সনাতন ধৰ্মত এই দিনটোৰ কি কি বিশেষ তাৎপৰ্য আছে?
0
SHARES
1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ প্ৰতিবছৰে আঘোণ মাহৰ পূৰ্ণিমা তিথিত পালন কৰা ৰাস পূৰ্ণিমা। এই বছৰ ২৭ নৱেম্বৰ ২০২৩ সোমবাৰে পালিত হ’ব ৰাস পূৰ্ণিমা। হেমন্ত ঋতুৰ অন্যতম গুৰুত্বপূৰ্ণ উৎসৱ হৈছে ৰাস। ভগৱান শ্ৰী কৃষ্ণ আৰু ৰাধাক এই দিনটোত আৰাধনা কৰা হয়। বৈষ্ণৱ তীৰ্থক্ষেত্ৰত আৰু বিভিন্ন কৃষ্ণ মন্দিৰসমূহত এই উৎসৱৰ আয়োজন কৰা হয়।

ৰাস পূৰ্ণিমাৰ তাৰিখ আৰু সময়
এই বছৰ ৰাস পূৰ্ণিমা আৰম্ভ হ’ব ২৬ নৱেম্বৰ ২০২৩ৰ দেওবাৰৰ পুৱা ১১.২৩ মিনিট।
পূৰ্ণিমা শেষ হ’ব ২৭ নৱেম্বৰৰ ২০২৩ সোমবাৰে পুৱা ১০.১৫ মিনিটত।
উদয়া তিথি অনুসৰি ৰাস পালন কৰা হ’ব ২৭ নৱেম্বৰ সোমবাৰে।

ৰাসৰ উৎপত্তি ক’ত?
বৈষ্ণৰ সম্প্ৰদায়ৰ প্রধান উৎসৱ হৈছে ৰাস। পুৰাণ অনুসৰি বৃন্দাবনত থকাৰ সময়ত শ্ৰী কৃষ্ণই গোপিনীসকলৰ সন্মুখত প্ৰতিজ্ঞা কৰিছিল যে তেওঁলোকৰ মনৰ সকলো ইচ্ছা পূৰণ কৰিব আৰু তেওঁলোকৰ সৈতে প্ৰত্যেকবছৰেই তেওঁ ৰাসলীলা কৰিব। এই প্ৰতিজ্ঞা অনুসৰি পূৰ্ণিমা তিথিত ৰাধা আৰু অন্যান্য গোপিনীসকলৰ সৈতে ৰাসলীলা কৰিছিল কৃষ্ণই। তেতিয়াৰে পৰাই প্ৰত্যেকবছৰে প্ৰেমৰ উৎসৱ ৰাস পালন কৰা হয়।

ৰাস উৎসৱৰ ইতিহাস
প্ৰচলিত বিশ্বাস অনুসৰি ৰস শব্দৰ পৰাই ৰাসৰ উৎপত্তি। প্ৰেমৰ ৰস থকা এই উৎসৱক ৰাস বুলি কোৱা হয়। শ্ৰী চৈতন্যদেৱে নৱদ্বীপত এই উৎসৱৰ সূচনা কৰিছিল। বহুতৰে মতে ঈশ্বৰৰ সৈতে আত্মাৰ মহামিলনেই ৰাস। পুৰাণত শাৰদ ৰাস আৰু বসন্ত ৰাসৰ কথা উল্লেখ আছে। সনাতন ধৰ্মাৱলম্বীৰ এয়া বিশেষ উৎসৱ। শ্ৰী কৃষ্ণৰ ব্ৰজলীলাৰ অনুকৰণতেই বৈষ্ণৱীয় ভাৱধাৰাৰে এই উৎসৱ পালন কৰা হয়। নদিয়াৰ শান্তিপুৰ আৰু নৱদ্বীপত চাৰিদিন ধৰি এই মহাসমাৰোহ পোনতে পালন কৰা হৈছিল। বৰ্তমান সমগ্ৰ দেশতেই ৰাস পালন কৰা হয়। বিশেষকৈ উত্তৰপ্ৰদেশ, মথুৰা, বৃন্দাবন, ওড়িশা, অসম আৰু মনিপুৰত বিশেষভাৱে ৰাস পালন কৰা হয়।

ৰাস পুৰ্ণিমাক বহুতে কাৰ্তিক পূৰ্ণিমা বুলিও কয়। এই পূৰ্ণিমাত উপবাসে থাকিলে অশ্বমেধ যজ্ঞৰ সমান পূণ্যফল লাভ কৰিব পাৰি বুলি লোকবিশ্বাস। এই দিনটোত সূৰ্যোদয়ৰ পূৰ্বে অৰ্থাৎ ব্ৰাহ্ম মুহূৰ্তত গা ধুলে শুভ বুলি ধৰ্মীয় বিশ্বাস। হিন্দুধৰ্মত এই পূৰ্ণিমাৰ মাহাত্ম্য বিশেষ। পৌৰাণিক কাহিনী অনুসৰি এই দিনটোত ভগৱান শিৱই ত্ৰিপুৰাছুৰ নামত এজন ৰাক্ষসক বধ কৰিছিল। এই পূৰ্ণিমাক ত্ৰিপুৰী বা ত্ৰিপুৰাৰী পূৰ্ণিমা নামেৰেও জনা যায়। আৰু এক কিংবদন্তীৰ কাহিনী অনুসৰি এই দিনটোতেই শ্ৰী বিষ্ণুয়ে মৎস্য অৱতাৰ গ্ৰহণ কৰিছিল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কিমান বছৰ বয়সত নিজৰ ঘৰ তৈয়াৰ কৰিব? কি কয় জ্যোতিষশাস্ত্ৰই?
জীৱনশৈলী

কিমান বছৰ বয়সত নিজৰ ঘৰ তৈয়াৰ কৰিব? কি কয় জ্যোতিষশাস্ত্ৰই?

March 23, 2026
ৰাইজক সেৱা কৰাৰ মন নে ক্ষমতাৰ প্ৰয়োজন? কোন হেভিয়েট নেতাই কোন দলত কৰিলে যোগদান?
জীৱনশৈলী

ৰাইজক সেৱা কৰাৰ মন নে ক্ষমতাৰ প্ৰয়োজন? কোন হেভিয়েট নেতাই কোন দলত কৰিলে যোগদান?

March 23, 2026
মঙ্গলৰ ৰাশিত সূৰ্যৰ গোচৰ, ৰবিগ্ৰহৰ প্ৰভাৱত আমূল সাল-সলনি হ’ব ৪ৰাশিৰ জাতকৰ জীৱনত
জীৱনশৈলী

মঙ্গলৰ ৰাশিত সূৰ্যৰ গোচৰ, ৰবিগ্ৰহৰ প্ৰভাৱত আমূল সাল-সলনি হ’ব ৪ৰাশিৰ জাতকৰ জীৱনত

March 23, 2026
কোন কোন বেংকত কম সুদত পাব ৭৫ লাখতকৈ বেছি হোম লোন? জানি থওক হিচাপ
জীৱনশৈলী

কোন কোন বেংকত কম সুদত পাব ৭৫ লাখতকৈ বেছি হোম লোন? জানি থওক হিচাপ

March 23, 2026
Next Post
ৰাস মহোৎসৱত ৰাধাৰ প্ৰসংগ! শ্ৰীকৃষ্ণৰ প্ৰেয়সী ৰাধাৰ মৃত্যু কেনেকৈ ঘটিছিল, শ্ৰীকৃষ্ণই প্ৰিয় বাঁহীটোও কিয় ত্যাগ কৰিছিল?

ৰাস মহোৎসৱত ৰাধাৰ প্ৰসংগ! শ্ৰীকৃষ্ণৰ প্ৰেয়সী ৰাধাৰ মৃত্যু কেনেকৈ ঘটিছিল, শ্ৰীকৃষ্ণই প্ৰিয় বাঁহীটোও কিয় ত্যাগ কৰিছিল?

Google Pay ইউজাৰ যদি এইকেইটা এপ আপোনাৰ ফোনৰ পৰা এতিয়াই আনষ্টল কৰক, অন্যথা হেৰুৱাব পাৰে ধন

Google Pay ইউজাৰ যদি এইকেইটা এপ আপোনাৰ ফোনৰ পৰা এতিয়াই আনষ্টল কৰক, অন্যথা হেৰুৱাব পাৰে ধন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.