• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কেৱল সনাতনী নহয়, ৰাম মন্দিৰৰ উদ্বোধনী অনুষ্ঠানত আমন্ত্ৰণ লাভ কৰিছে মুছলমান দেশেও

কেৱল সনাতনী নহয়, ৰাম মন্দিৰৰ উদ্বোধনী অনুষ্ঠানত আমন্ত্ৰণ লাভ কৰিছে মুছলমান দেশেও

2 years ago
প্ৰতিদিনে দাঁত ব্ৰাছ কৰাৰ পিছতো পোকে খাইছে নেকি? তেন্তে সাৱধান!

প্ৰতিদিনে দাঁত ব্ৰাছ কৰাৰ পিছতো পোকে খাইছে নেকি? তেন্তে সাৱধান!

31 minutes ago
১১ মে’ৰ পৰা আৰম্ভ কালসৰ্প দোষৰ প্ৰকোপ! সাৱধানেৰে থাকক এই ৪ ৰাশিৰ লোক!

১১ মে’ৰ পৰা আৰম্ভ কালসৰ্প দোষৰ প্ৰকোপ! সাৱধানেৰে থাকক এই ৪ ৰাশিৰ লোক!

1 hour ago
শনি অমাৱস্যাত শনিদেৱে কৃপা কৰিব এই ৪ ৰাশিৰ লোকক, পাব ধন-সম্পত্তি!

শনি অমাৱস্যাত শনিদেৱে কৃপা কৰিব এই ৪ ৰাশিৰ লোকক, পাব ধন-সম্পত্তি!

2 hours ago
পূজা কৰিলে কিয় ক’লা বস্ত্ৰ পৰিধান নকৰে? ভুল কৰাৰ পূৰ্বে সাৱধান!

পূজা কৰিলে কিয় ক’লা বস্ত্ৰ পৰিধান নকৰে? ভুল কৰাৰ পূৰ্বে সাৱধান!

2 hours ago
এমাহতেই দুটাকৈ পূৰ্ণিমা, চন্দ্ৰৰ চমৎকাৰত ফুলি উঠিব ৫ৰাশিৰ কঁপাল, অৰ্থলাভৰ যোগ আছে কাৰ কাৰ?

এমাহতেই দুটাকৈ পূৰ্ণিমা, চন্দ্ৰৰ চমৎকাৰত ফুলি উঠিব ৫ৰাশিৰ কঁপাল, অৰ্থলাভৰ যোগ আছে কাৰ কাৰ?

4 hours ago
চৰণেহে জানে মৰণৰ ঠাই, ডিচেম্বৰত বিবাহৰ দিন ধাৰ্য্য হৈছিল, কিন্তু কেদাৰনাথ মন্দিৰ দৰ্শনলৈ গৈ মন্দিৰৰ পৰা ৫০০ মিটাৰ নিলগত কৰুণ মৃত্যু পাপৰি ডেকাৰ

চৰণেহে জানে মৰণৰ ঠাই, ডিচেম্বৰত বিবাহৰ দিন ধাৰ্য্য হৈছিল, কিন্তু কেদাৰনাথ মন্দিৰ দৰ্শনলৈ গৈ মন্দিৰৰ পৰা ৫০০ মিটাৰ নিলগত কৰুণ মৃত্যু পাপৰি ডেকাৰ

5 hours ago
২০২৬ চনত সূৰ্যৰ আশীৰ্বাদ আছে ৩ৰাশিৰ জীৱনত, আপুনি তালিকাত আছেনে?

২০২৬ চনত সূৰ্যৰ আশীৰ্বাদ আছে ৩ৰাশিৰ জীৱনত, আপুনি তালিকাত আছেনে?

6 hours ago
মই এগৰাকী মাতৃ মোৰ দৰে কোনো মাতৃৰ বুকু উকা নহওক, মই দোষীৰ ফাঁচী নহয় যাৱজ্জীৱন কাৰাদণ্ড বিচাৰো! কি কৈছে চন্দ্ৰনাথ ৰথৰ মাতৃয়ে?

মই এগৰাকী মাতৃ মোৰ দৰে কোনো মাতৃৰ বুকু উকা নহওক, মই দোষীৰ ফাঁচী নহয় যাৱজ্জীৱন কাৰাদণ্ড বিচাৰো! কি কৈছে চন্দ্ৰনাথ ৰথৰ মাতৃয়ে?

7 hours ago
বাঢ়িছে চাইবাৰ অপৰাধীৰ সংখ্যা! চাইবাৰ অপৰাধীৰ বিৰুদ্ধে বৰপেটাৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যৰ নেতৃত্বত বৃহৎ অভিযান

বাঢ়িছে চাইবাৰ অপৰাধীৰ সংখ্যা! চাইবাৰ অপৰাধীৰ বিৰুদ্ধে বৰপেটাৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যৰ নেতৃত্বত বৃহৎ অভিযান

7 hours ago
বায়ুসেনা কৰ্মী হিচাপে দুই দশক দেশৰ সেৱা কৰা চন্দ্ৰনাথ কেনেকৈ শুভেন্দু অধিকাৰীৰ সোঁহাত হৈ উঠিছিল?

বায়ুসেনা কৰ্মী হিচাপে দুই দশক দেশৰ সেৱা কৰা চন্দ্ৰনাথ কেনেকৈ শুভেন্দু অধিকাৰীৰ সোঁহাত হৈ উঠিছিল?

7 hours ago
আজি ভৰণী নক্ষত্ৰত বুধৰ এন্ট্ৰি, চাকৰি আৰু ব্যৱসায়ত উন্নতি কৰিব ৩ৰাশিয়ে

আজি ভৰণী নক্ষত্ৰত বুধৰ এন্ট্ৰি, চাকৰি আৰু ব্যৱসায়ত উন্নতি কৰিব ৩ৰাশিয়ে

8 hours ago
ৰাজনীতিত ধনেই সৰ্বচ্চ নহয়, কংগ্ৰেছৰ আটাইতকৈ ধনী প্ৰাৰ্থী ৰাহুল ৰয়ক হৰুৱাই বিধায়ক হ’ল বিজেপিৰ আটাইতকৈ দুখীয়া প্ৰাৰ্থী মিলন দাস

ৰাজনীতিত ধনেই সৰ্বচ্চ নহয়, কংগ্ৰেছৰ আটাইতকৈ ধনী প্ৰাৰ্থী ৰাহুল ৰয়ক হৰুৱাই বিধায়ক হ’ল বিজেপিৰ আটাইতকৈ দুখীয়া প্ৰাৰ্থী মিলন দাস

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, May 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

কেৱল সনাতনী নহয়, ৰাম মন্দিৰৰ উদ্বোধনী অনুষ্ঠানত আমন্ত্ৰণ লাভ কৰিছে মুছলমান দেশেও

editor by editor
December 11, 2023
in বিবিধ, বিশ্ব, ভাৰত
0
কেৱল সনাতনী নহয়, ৰাম মন্দিৰৰ উদ্বোধনী অনুষ্ঠানত আমন্ত্ৰণ লাভ কৰিছে মুছলমান দেশেও
0
SHARES
560
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ অযোধ্যাৰ ৰাম মন্দিৰৰ নিৰ্মাণৰ কাম প্ৰায় শেষ পৰ্যায়ত। জোৰদাৰ ভাৱে চলিছে নিৰ্মাণৰ কাম। ২২ জানুৱাৰীত উদ্বোধন হ’ব ৰাম মন্দিৰ। ২২ জানুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰামৰ মূৰ্তি প্ৰতিষ্ঠা কৰিব। ইতিমধ্যেই অতিথি আমন্ত্ৰণৰ কাম ৰাম মন্দিৰ কৰ্তৃপক্ষই আৰম্ভ কৰিছে। মুঠ ৫০ খন দেশৰ প্ৰতিনিধিৰ আমন্ত্ৰণ জনাইছে ৰামমন্দিৰ তীৰ্থক্ষেত্ৰ ট্ৰাষ্টে। ইয়াৰ মাজতেই মুছলমান দেশসমূহকো আমন্ত্ৰণ জনোৱা হ’ব। ২২ জানুৱাৰীত ৰামৰ প্ৰাণপ্ৰতিষ্ঠা অনুষ্ঠানৰ বাবে মুছলমান দেশসহ ৫০ খন দেশৰ প্ৰতিনিধিক অযোধ্যালৈ আমন্ত্ৰণ জনাইছে ৰাম মন্দিৰ ট্ৰাষ্টে।

ৰাম মন্দিৰ ট্ৰাষ্টৰ তৰফৰ পৰা জনোৱা অনুসৰি কেৱল সনাতন ধৰ্মত বিশ্বাসী মানুহেই এই উদ্বোধনী অনুষ্ঠানলৈ আহিব তেনে নহয়। নতুন দিল্লীত ছিনিয়ৰ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ আৰু ভিএইছপি নেতাই বিদেশী প্ৰতিনিধিৰ তালিকা চূড়ান্ত কৰিছে। RSSৰ তৰফৰ পৰা চূড়ান্ত কৰা তালিকাত আছে, ছৌদি আৰৱ, আমেৰিকা, অষ্ট্ৰেলিয়া, ব্ৰিটেইন, ডুবাইকে ধৰি অন্যান্য কেইবাখনো দেশৰ নেতাসকল।

উল্লেখ্য যে ৰাম মন্দিৰৰ উদ্বোধনী অনুষ্ঠানত মোদীৰ সৈতে উপস্থিত থাকিব উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ, আৰ এছ এছ প্ৰধান মোহন ভাগৱত। ব্যৱসায়ৰ পৰা বিনোদন, খেলৰ পৰা ৰাজনীতি সকলো ক্ষেত্ৰৰেই হাইপ্ৰফাইল ছেলিব্ৰিটিসকল আছে আমন্ত্ৰিত অতিথিৰ তালিকাত। ৰাম মন্দিৰ ট্ৰাষ্টৰ তৰফৰ পৰা জনোৱা অনুসৰি ৭ হাজাৰো অধিক অতিথি এই অনুষ্ঠানত উপস্থিত থাকিব। ইয়াৰমাজতেই আছে ৩হাজাৰ জন ভি আই পি অতিথি। ভিন্ন ধৰ্মৰ ধৰ্মগুৰুও উপস্থিত থাকিব এই অনুষ্ঠানত। ৰাম মন্দিৰ আন্দোলনত যি ৫০ জন লোকে প্ৰাণ হেৰুৱাইছিল তেওঁলোকৰ পৰিয়ালকো এই অনুষ্ঠানলৈ আমন্ত্ৰণ জনোৱা হৈছে। নিৰাপত্তা যাতে কোনো কাৰণতে বিঘ্নিত নহয় তাৰবাবে একাধিক নিয়ম তৈয়াৰো কৰিছে যোগী চৰকাৰে। যিসকল ধৰ্মগুৰু ২২ জানুৱাৰীত মন্দিৰত উপস্থিত হ’ব তেওঁলোকৰ পৰিচয় পত্ৰ হিচাপে আধাৰ কাৰ্ড দাখিল কৰিব লাগিব। মোবাইল কিংবা মানি পাৰ্ছ আৰু পূজাৰ সামগ্ৰী বাহিৰৰ পৰা লৈ যাব নোৱাৰিব কোনোৱে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

প্ৰতিদিনে দাঁত ব্ৰাছ কৰাৰ পিছতো পোকে খাইছে নেকি? তেন্তে সাৱধান!
জীৱনশৈলী

প্ৰতিদিনে দাঁত ব্ৰাছ কৰাৰ পিছতো পোকে খাইছে নেকি? তেন্তে সাৱধান!

May 7, 2026
১১ মে’ৰ পৰা আৰম্ভ কালসৰ্প দোষৰ প্ৰকোপ! সাৱধানেৰে থাকক এই ৪ ৰাশিৰ লোক!
জীৱনশৈলী

১১ মে’ৰ পৰা আৰম্ভ কালসৰ্প দোষৰ প্ৰকোপ! সাৱধানেৰে থাকক এই ৪ ৰাশিৰ লোক!

May 7, 2026
শনি অমাৱস্যাত শনিদেৱে কৃপা কৰিব এই ৪ ৰাশিৰ লোকক, পাব ধন-সম্পত্তি!
জীৱনশৈলী

শনি অমাৱস্যাত শনিদেৱে কৃপা কৰিব এই ৪ ৰাশিৰ লোকক, পাব ধন-সম্পত্তি!

May 7, 2026
পূজা কৰিলে কিয় ক’লা বস্ত্ৰ পৰিধান নকৰে? ভুল কৰাৰ পূৰ্বে সাৱধান!
জীৱনশৈলী

পূজা কৰিলে কিয় ক’লা বস্ত্ৰ পৰিধান নকৰে? ভুল কৰাৰ পূৰ্বে সাৱধান!

May 7, 2026
Next Post
বচ্চন পৰিয়ালত কি হৈছে? ঐশ্বৰ্যক আনফ’ল কৰি বিশেষ পোষ্ট দিলে এইবাৰ অমিতাভ বচ্চনে

বচ্চন পৰিয়ালত কি হৈছে? ঐশ্বৰ্যক আনফ’ল কৰি বিশেষ পোষ্ট দিলে এইবাৰ অমিতাভ বচ্চনে

বছৰৰ শেষতেই আদিত্য মঙল যোগ, ২০২৪ ৰ আৰম্ভণিতেই উজ্জ্বলি উঠিব ৩ ৰাশিৰ জীৱন

বছৰৰ শেষতেই আদিত্য মঙল যোগ, ২০২৪ ৰ আৰম্ভণিতেই উজ্জ্বলি উঠিব ৩ ৰাশিৰ জীৱন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.