• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বছৰৰ শেষতেই আদিত্য মঙল যোগ, ২০২৪ ৰ আৰম্ভণিতেই উজ্জ্বলি উঠিব ৩ ৰাশিৰ জীৱন

বছৰৰ শেষতেই আদিত্য মঙল যোগ, ২০২৪ ৰ আৰম্ভণিতেই উজ্জ্বলি উঠিব ৩ ৰাশিৰ জীৱন

3 years ago
কংগ্ৰেছ আধুনিক যুগৰ মুছলিম লীগ- নীতিন নবীন

কংগ্ৰেছ আধুনিক যুগৰ মুছলিম লীগ- নীতিন নবীন

7 minutes ago
‘জীৱনৰ নিৰাপত্তা নাই, শ্বিলঙলৈ কোনেও নাযাব’

‘জীৱনৰ নিৰাপত্তা নাই, শ্বিলঙলৈ কোনেও নাযাব’

39 minutes ago
নক্ষত্ৰ পৰিৱৰ্তন! এই ৩ ৰাশিৰ লোকৰ ভাল দিন আৰম্ভ, মাথোঁ কৰক এইকেইটা কাম

নক্ষত্ৰ পৰিৱৰ্তন! এই ৩ ৰাশিৰ লোকৰ ভাল দিন আৰম্ভ, মাথোঁ কৰক এইকেইটা কাম

2 hours ago
আমীৰ খানৰ কি সিদ্ধান্তত ক্ষুব্ধ ছানী দেউল?

আমীৰ খানৰ কি সিদ্ধান্তত ক্ষুব্ধ ছানী দেউল?

14 hours ago
‘কাশ্মীৰ ভাৰতৰ এক গুৰুত্বপূৰ্ণ অংশ’-ছাৰ্জিঅ’ গোৰ

‘কাশ্মীৰ ভাৰতৰ এক গুৰুত্বপূৰ্ণ অংশ’-ছাৰ্জিঅ’ গোৰ

15 hours ago
কম ৰিস্কতে সুন্দৰ লাভ! ৩১ আগষ্টৰ ভিতৰত এই স্থানত বিনিয়োগৰ সুৱৰ্ণ সুযোগ

কম ৰিস্কতে সুন্দৰ লাভ! ৩১ আগষ্টৰ ভিতৰত এই স্থানত বিনিয়োগৰ সুৱৰ্ণ সুযোগ

15 hours ago
বুধ গোচাৰ, জানক কোন ৰাশিৰ লোকৰ হ’ব লাভ, কোনে হ’ব লাগিব সাৱধান?

বুধ গোচাৰ, জানক কোন ৰাশিৰ লোকৰ হ’ব লাভ, কোনে হ’ব লাগিব সাৱধান?

15 hours ago
শ্বিলঙলৈ যোৱাৰ পৰিকল্পনা কৰিছে যদি সাৱধান!

শ্বিলঙলৈ যোৱাৰ পৰিকল্পনা কৰিছে যদি সাৱধান!

16 hours ago
অবিশ্বাস্য! এখন মেচত ১০৩টাকৈ No Ball

অবিশ্বাস্য! এখন মেচত ১০৩টাকৈ No Ball

16 hours ago
এইবাৰ জম্মু-কাশ্মীৰক লৈ আমেৰিকাৰ ৰাষ্ট্ৰদূতৰ কি মন্তব্য?

এইবাৰ জম্মু-কাশ্মীৰক লৈ আমেৰিকাৰ ৰাষ্ট্ৰদূতৰ কি মন্তব্য?

16 hours ago
Surf Excel আৰু Vimত ক্ষতিকাৰক ৰাসায়নিক উপাদান!

Surf Excel আৰু Vimত ক্ষতিকাৰক ৰাসায়নিক উপাদান!

16 hours ago
SBIৰ গ্ৰাহকৰ বাবে গুৰুত্বপূৰ্ণ খবৰ! ৪বাৰতকৈ অধিক ধন উলিয়ালে লাগিব অতিৰিক্ত মূল্য

SBIৰ গ্ৰাহকৰ বাবে গুৰুত্বপূৰ্ণ খবৰ! ৪বাৰতকৈ অধিক ধন উলিয়ালে লাগিব অতিৰিক্ত মূল্য

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, August 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বছৰৰ শেষতেই আদিত্য মঙল যোগ, ২০২৪ ৰ আৰম্ভণিতেই উজ্জ্বলি উঠিব ৩ ৰাশিৰ জীৱন

editor by editor
December 11, 2023
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
বছৰৰ শেষতেই আদিত্য মঙল যোগ, ২০২৪ ৰ আৰম্ভণিতেই উজ্জ্বলি উঠিব ৩ ৰাশিৰ জীৱন
0
SHARES
34.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ডিচেম্বৰৰ শেষত তৈয়াৰ হৈছে আদিত্য মঙল যোগ। সূৰ্য আৰু মঙলৰ যুঁটিৰ ফলত এই ৰাজযোগ তৈয়াৰ হ’ব। যাৰ ফলত ২০২৪ চনৰ আৰম্ভণিতে ভাগ্য চমকি উঠিব কেইটামান ৰাশিৰ জাতকৰ। জ্যোতিষ গণনা অনুসৰি ২৮ডিচেম্বৰত মঙলে ধনু ৰাশিত প্ৰৱেশ কৰিব। এই ৰাশিত পূৰ্বৰে পৰাই সূৰ্যই অৱস্থান কৰি আছে। ধনু ৰাশিত সূৰ্য আৰু মঙলৰ যুঁটিৰ ফলত শুভ যোগ তৈয়াৰ হৈছে। নতুন বছৰতেই সুফল লাভ কৰিব কেইটামান ৰাশিৰ জাতকে। আয় বৃদ্ধি, ব্যৱসায়, প্ৰেম আৰু পাৰিবাৰিক জীৱনত উন্নতি সম্ভৱ হ’ব। সূৰ্য আৰু মঙলৰ আদিত্য মঙল যোগ কোন কোন ৰাশিৰ বাবে শুভ জানি থওক সবিশেষ।

মেষ ৰাশি
মেষ ৰাশিৰ জাতকৰ বাবে আদিত্য মঙল যোগ শুভ ফলদায়ী। কাৰণ আপোনাৰ ৰাশিৰ নৱম স্থানত এই ৰাজযোগ তৈয়াৰ হৈছে। আপুনি এই সময়ত ভাগ্যৰ সংগ পাব। ইয়াৰোপৰি একাধিক পৰিকল্পনা পূৰণ হ’ব। ২০২৪ চনত একাধিক সুসংবাদো লাভ কৰিব এই ৰাশিৰ জাতকে। দেশ বিদেশ যাত্ৰাৰ পৰিকল্পনা থাকিলে সফল হ’ব। কেৰিয়াৰত একাধিক সুযোগ লাভ কৰিব। এই ৰাশিৰ বেকাৰ যুৱকে চাকৰি পাব। ধৰ্মীয় বা মাংগলিক অনুষ্ঠানত অংশগ্ৰহণ কৰিব পাৰে এই ৰাশিৰ জাতকে।

সিংহ ৰাশি
জ্যোতিষ অনুসৰি আদিত্য মঙল ৰাজযোগ সৃষ্টি হোৱাত ধনু ৰাশিৰ জাতকৰ বাবে ভাল খবৰ আহিব। এই ৰাশিৰ গোচৰ কোষ্ঠীৰ পঞ্চম স্থানত এই যোগ তৈয়াৰ হৈছে। সন্তান সংক্ৰান্তিয় কোনো সু সংবাদ পাব সিংহ ৰাশিৰ জাতকে। প্ৰেমৰ সম্পৰ্কত লিপ্ত থাকিলে ভাল ফল পাব। ইয়াৰোপৰি ব্যক্তিৰ আধ্যাত্মিক, জ্যোতিষ, ধৰ্মীয় ক্ষেত্ৰত যুক্ত হৈ সুখী অনুভৱ কৰিব। সম্পত্তি ক্ৰয় বিক্ৰয়ৰ মাধ্যমেৰে লাভাম্বিত হ’ব। আকস্মিক ধন লাভ কৰিব এই ৰাশিৰ জাতকে।

ধনু ৰাশি
ধনু ৰাশিত আদিত্য মঙল যোগ তৈয়াৰ হৈছে। এই ৰাশিৰ জাতকৰ বাবে ভাল খবৰ আহিব। এই সময়ত ধনু ৰাশিৰ জাতকৰ সাহস আৰু পৰাক্ৰম বৃদ্ধি পাব। ইয়াৰোপৰি ২০২৪ চনত ভাল সময় আহিব এই ৰাশিৰ জাতকৰ। এই সময়ত ধনু ৰাশিৰ জাতকৰ ব্যক্তিত্ব উন্নত হ’ব। বুদ্ধি, বিচক্ষণতাৰে কৰ্মত উন্নতি কৰিব। কেৰিয়াৰত উন্নতিৰ একাধিক যোগ আছে। আয় বৃদ্ধিৰো যোগ আছে। মান সন্মান প্ৰতিষ্ঠা বাঢ়িব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কংগ্ৰেছ আধুনিক যুগৰ মুছলিম লীগ- নীতিন নবীন
ৰাজনীতি

কংগ্ৰেছ আধুনিক যুগৰ মুছলিম লীগ- নীতিন নবীন

August 20, 2026
‘জীৱনৰ নিৰাপত্তা নাই, শ্বিলঙলৈ কোনেও নাযাব’
অসম

‘জীৱনৰ নিৰাপত্তা নাই, শ্বিলঙলৈ কোনেও নাযাব’

August 20, 2026
নক্ষত্ৰ পৰিৱৰ্তন! এই ৩ ৰাশিৰ লোকৰ ভাল দিন আৰম্ভ, মাথোঁ কৰক এইকেইটা কাম
জীৱনশৈলী

নক্ষত্ৰ পৰিৱৰ্তন! এই ৩ ৰাশিৰ লোকৰ ভাল দিন আৰম্ভ, মাথোঁ কৰক এইকেইটা কাম

August 20, 2026
আমীৰ খানৰ কি সিদ্ধান্তত ক্ষুব্ধ ছানী দেউল?
বিনোদন

আমীৰ খানৰ কি সিদ্ধান্তত ক্ষুব্ধ ছানী দেউল?

August 19, 2026
Next Post
এই পৃথিৱীয়েও আৰু ল’ব নোৱাৰিব উশাহ! বিজ্ঞানীয়ে জনালে অক্সিজেন ভাণ্ডাৰ কমি আহি থকা পৃথিৱীৰ ভয়ংকৰ ভৱিষ্যতৰ কথা

এই পৃথিৱীয়েও আৰু ল’ব নোৱাৰিব উশাহ! বিজ্ঞানীয়ে জনালে অক্সিজেন ভাণ্ডাৰ কমি আহি থকা পৃথিৱীৰ ভয়ংকৰ ভৱিষ্যতৰ কথা

মাচুল

আপোনাৰ শিশুটিৰ পঢ়াৰ নামত কিমান খৰচ কৰিছে? জুনিয়ৰ কেজিৰ এখন মাচুলৰ ৰচিদে তোলপাৰ লগাইছে ইণ্টাৰনেটত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.