• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বাৰে বাৰে মহাকাশলৈ যায়, কেইবাদিনো থাকি আকৌ উভতি আহে! কিয় যায়, কি লৈ পৃথিৱীলৈ উভতি আহে নাছাৰ এই যানখনে? ৰহস্যময় এক্স-৩৭ বি প্ৰকৃততে কি?

বাৰে বাৰে মহাকাশলৈ যায়, কেইবাদিনো থাকি আকৌ উভতি আহে! কিয় যায়, কি লৈ পৃথিৱীলৈ উভতি আহে নাছাৰ এই যানখনে? ৰহস্যময় এক্স-৩৭ বি প্ৰকৃততে কি?

2 years ago
মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

17 hours ago
২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

18 hours ago
৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

19 hours ago
দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

19 hours ago
আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

20 hours ago
শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

21 hours ago
আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

23 hours ago
চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

23 hours ago
শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

23 hours ago
মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

2 days ago
শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

2 days ago
হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

2 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, February 23, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home প্ৰযুক্তি

বাৰে বাৰে মহাকাশলৈ যায়, কেইবাদিনো থাকি আকৌ উভতি আহে! কিয় যায়, কি লৈ পৃথিৱীলৈ উভতি আহে নাছাৰ এই যানখনে? ৰহস্যময় এক্স-৩৭ বি প্ৰকৃততে কি?

editor by editor
December 26, 2023
in প্ৰযুক্তি, বিজ্ঞান, বিশ্ব, লেখা
0
বাৰে বাৰে মহাকাশলৈ যায়, কেইবাদিনো থাকি আকৌ উভতি আহে! কিয় যায়, কি লৈ পৃথিৱীলৈ উভতি আহে নাছাৰ এই যানখনে? ৰহস্যময় এক্স-৩৭ বি প্ৰকৃততে কি?
0
SHARES
12.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ মহাকাশলৈ যাবলৈ সাঁজু হৈছে আমেৰিকাৰ বায়ুসেনাৰ ৰহস্যময় মহাকাশযান এক্স-৩৭ বি। এই যান পৰিচিত চুপাৰ চিক্ৰেট বিমান হিচাপেও। আমেৰিকাৰ বায়ুসেনা আৰু বেচৰকাৰী মহাকাশ গৱেষণা সংস্থা স্পেছ এক্সৰ তৰফৰ পৰা যৌথভাৱে এই বিমান মহাকাশলৈ পঠিওৱা হৈছে। আগন্তুক ২৮ ডিচেম্বৰত আমেৰিকাৰ ৰহস্যময় বিমানখন মহাকাশৰ উদ্দেশ্যে ৰাওনা হ’ব। ফ্লোৰিডাত থকা নাছাৰ মহাকাশ বিমান উৎক্ষেপণ কেন্দ্ৰ ‘কেনেডি স্পেছ চেণ্টাৰ’ৰ পৰা এটা হেভি ৰকেটেৰে এই মহাকাশ যানখনে যাত্ৰা কৰিব। আমেৰিকাৰ বিমানবাহিনীৰ এই মানৱবিহীন যানৰ আছে বহু অজানা ৰহস্য।

পৃথিৱীৰ কক্ষপথত বৰ্তমান পৰ্যন্ত ৫বাৰ দীৰ্ঘম্যাদি অভিযান চলাইছে এক্স-৩৭ বিয়ে। প্ৰতিবাৰেই মহাকাশযানখনৰ সৈতে পঠিওৱা হয় গোপন পেলোড। কিন্তু সেই পেলোডত কি থাকে বৰ্তমান পৰ্যন্ত জানিব পৰা হোৱা নাই। নাছাৰ ৰোবোটিক মহাকাশযানখনে নাছাৰ বিখ্যাত স্পেছ ছাটলৰ দৰেই আকাৰত খুবেই সৰু। যানখন প্ৰায় ২৯ ফুট দীঘল আৰু ৯.৫ ফুট বহল। পাংখাৰ দৈৰ্ঘ্য প্ৰায় ১৫ ফুট।

যি পেলোড সেই বিমানৰ সৈতে পঠিওৱা হয় সেই পেলোড প্ৰায় ৭ ফুট দীঘল আৰু ৪ফুট ডাঙৰ। প্ৰতি অভিযানৰ সময়ত মহাকাশযানখনৰ ওজন থাকে ৫হাজাৰ কিঃগ্ৰাঃৰ ওপৰত। এই মহাকাশ অভিযানক লৈ এসময়ত বহু প্রশ্নও উঠিছিল আমেৰিকাৰ বায়ুসেনাৰ বিৰুদ্ধে। আমেৰিকান বায়ুসেনাৰ তৰফৰ পৰা দিয়া এক বিবৃত্তিত কোৱা হৈছে, ‘এক্স ৩৭ বিৰ প্ৰাথমিক উদ্দেশ্য হৈছে মহাকাশত ভৱিষ্যতৰ বাবে পুনৰ্ব্যৱহাৰযোগ্য প্ৰযুক্তি পৰীক্ষা কৰি মানুহ থকাৰ বাবে উপযোগী হ’বনে সেই গৱেষণা চলোৱা।’

১৯৯৯ চনত আমেৰিকাৰ গৱেষণা সংস্থা নাছাই প্ৰথম এক্স-৩৭ অভিযান আৰম্ভ কৰিছিল। যিয়ে প্রাথমিকভাৱে দুখন মহাকাশযান তৈয়াৰৰ পৰিকল্পনা কৰিছিল। এটা আপ্ৰোছ এণ্ড লেণ্ডিং টেষ্ট ভেহিকল আৰু অন্যখন অৰবিটেল যান। ইয়াৰ পাছতেই ২০০৪ চনত আমেৰিকাৰ বায়ুসেনাক এই প্ৰকল্প হস্তান্তৰ কৰে নাছাই। বায়ুসেনাৰ ডিফেন্স এডভাঞ্চড ৰিচাৰ্ছ প্ৰজেক্টছ এজেন্সিৰ হাতত তুলি দিয়া হয় এই প্ৰকল্প।

আমেৰিকাৰ ‘এটলাছ ভি’ ৰকেটৰ পিঠিত উটি প্ৰথম ৪টা অভিযান চলাইছিল এক্স-৩৭ বি। পঞ্চম অভিযানৰ সময়ত ব্যৱহাৰ কৰা হৈছিল আমেৰিকাৰ ধনকুবেৰ এলন মাক্সৰ মহাকাশ সংস্থা ‘স্পেছ এক্সৰ ফেলকন-৯ ৰকেটখন। অটিভি-১ অভিযান চলিছিল ২০১০ চনৰ এপ্ৰিলত। ২২৪ দিন মহাকাশত থাকি উভতি আহিছিল যানখন। অটিভি-২ অভিযান চলিছিল প্ৰথমটোতকৈ দ্বিগুণ সময় ধৰি। উৎক্ষেপণৰ পাছত প্ৰায় ৪৬৮ দিন মহাকাশত কটাইছিল এক্স-৩৭ বিয়ে। ২০১২ চনৰ জুনত সেই যান পৃথিৱীলৈ উভতি আহে। ইয়াৰ পাছতেই অটিভি-৩ আৰু অটিভি-৪ অভিযানৰ সময়ত মহাকাশযানখনে আৰু বেছি সময় মহাকাশত কটাই উভতি আহে। চতুৰ্থ অভিযানৰ সময়ত যানখনে মহাকাশত ৭১৮ দিন কটায়। ২০১৭ চনৰ ৭ ছেপ্টেম্বৰত পঞ্চম অভিযান চলাইছিল এক্স-৩৭ বিয়ে। ৭৮০ দিন মহাকাশত কটাই উভতি আহে সেই যান।

এই বিমান কিয় ৰহস্যজনক?
এক্স-৩৭ বিৰ পেলোডসমূহক লৈ বাৰে বাৰে সাৱধান হৈছে নাছা। এই মহাকাশযানখনক লৈ বহু চৰ্চা প্ৰতিসময়তে চলি থাকে। এক্স ৩৭ বি বিমানখনত থাকে এটা বিশেষ অস্ত্ৰ। এই যন্ত্ৰত আছে অন্যান্য দেশৰ উপগ্ৰহসমূহৰ ছবি তোলা আৰু ক্ষতি কৰাৰ ক্ষমতা। এই মহাকাশযানখনে ক্ষুদ্ৰতম উপগ্ৰহৰ ওপৰতো নজৰদাৰী কৰিব পাৰে। বিজ্ঞানীৰ দাবী যে অত্যন্ত সৰু উপগ্ৰহক চিনাক্ত কৰিলেও এই উপগ্ৰহক ধ্বংস কৰিব নোৱাৰে এক্স-৩৭বিয়ে। প্ৰত্যেকবাৰ মহাকাশলৈ গৈ বহুদিন কটাই কি কি কাম কৰে এই মহাকাশযানে তাৰো কাৰণ একাংশ বিজ্ঞানীয়ে জনাইছে। বিজ্ঞানীৰ দাবী যে মহাকাশত থাকি মহাকাশত থকা বিশেষ পদাৰ্থসমূহৰ সন্ধান কৰে এক্স ৩৭-বিয়ে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ
জীৱনশৈলী

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

February 22, 2026
আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?
বাণিজ্য

আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

February 22, 2026
চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট
জীৱনশৈলী

চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

February 22, 2026
জীৱনলৈ বেয়া সময় আহিবই, গীতাত থকা শ্ৰীকৃষ্ণৰ কি কি বাণীয়ে দিয়ে দুঃসময়ৰ পৰা উঠি অহাৰ শক্তি?
জীৱনশৈলী

জীৱনলৈ বেয়া সময় আহিবই, গীতাত থকা শ্ৰীকৃষ্ণৰ কি কি বাণীয়ে দিয়ে দুঃসময়ৰ পৰা উঠি অহাৰ শক্তি?

February 21, 2026
Next Post
দাহ কৰিবলৈ গৈ আৰু ঘৰলৈ উভতি নাহিলঃ আধাবাটতেই সংঘটিত হ’ল ভয়ংকৰ দুৰ্ঘটনা

দাহ কৰিবলৈ গৈ আৰু ঘৰলৈ উভতি নাহিলঃ আধাবাটতেই সংঘটিত হ’ল ভয়ংকৰ দুৰ্ঘটনা

বছৰৰ শেষ সপ্তাহতেই শুক্ৰ-মঙ্গলৰ মিলন, প্ৰেমত ৰোমান্স থাকিব এই ৫ ৰাশিৰ

বছৰৰ শেষ সপ্তাহতেই শুক্ৰ-মঙ্গলৰ মিলন, প্ৰেমত ৰোমান্স থাকিব এই ৫ ৰাশিৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.