• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বছৰৰ শেষ সপ্তাহতেই শুক্ৰ-মঙ্গলৰ মিলন, প্ৰেমত ৰোমান্স থাকিব এই ৫ ৰাশিৰ

বছৰৰ শেষ সপ্তাহতেই শুক্ৰ-মঙ্গলৰ মিলন, প্ৰেমত ৰোমান্স থাকিব এই ৫ ৰাশিৰ

3 years ago
জুবিনে ৪০টা ভাষাত ৩ হাজাৰ গান গাইছিল!’, জুবিন গাৰ্গক লৈ মন্তব্য কৰি বিপদত বিধায়ক বিজয় গুপ্তা

জুবিনে ৪০টা ভাষাত ৩ হাজাৰ গান গাইছিল!’, জুবিন গাৰ্গক লৈ মন্তব্য কৰি বিপদত বিধায়ক বিজয় গুপ্তা

1 second ago
বন্ধ হ’ব ৰন্ধন গেছৰ বুকিং, যদি কৰা নাই E-KYC, পূজাৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰালয়ৰ ডাঙৰ নিৰ্দেশ

বন্ধ হ’ব ৰন্ধন গেছৰ বুকিং, যদি কৰা নাই E-KYC, পূজাৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰালয়ৰ ডাঙৰ নিৰ্দেশ

39 minutes ago
আজি সৌভাগ্যৰ আগমণ ঘটিব আপোনাৰ জীৱনত, জানক দৈনিক ৰাশিফল

সপোন হ’ব ভংগ, জীৱনে ল’ব গতি! কাইলৈ কোন ৰাশিৰ বাবে আহিব শুভ সুযোগ?

58 minutes ago
কেন্দ্ৰীয় চৰকাৰৰ ধামাকা আঁচনি, মাহে মাত্ৰ ৪২ টকা সঞ্চয়ৰে অৱসৰৰ পিছত কৰক আনন্দ!

কেন্দ্ৰীয় চৰকাৰৰ ধামাকা আঁচনি, মাহে মাত্ৰ ৪২ টকা সঞ্চয়ৰে অৱসৰৰ পিছত কৰক আনন্দ!

1 hour ago
ল’ৰা নে ছোৱালী? দ্বিতীয় সন্তানৰ পিতৃৃ-মাতৃ হ’ল ৰণবীৰ-দীপিকা, সকলোৱে দিলে শুভেচ্ছা

ল’ৰা নে ছোৱালী? দ্বিতীয় সন্তানৰ পিতৃৃ-মাতৃ হ’ল ৰণবীৰ-দীপিকা, সকলোৱে দিলে শুভেচ্ছা

2 hours ago
কোষ্ঠকাঠিন্য আৰু পাচনতন্ত্ৰৰ সমস্যাৰ পৰা পাব উপশম, যদি খায় এই পাত!

কোষ্ঠকাঠিন্য আৰু পাচনতন্ত্ৰৰ সমস্যাৰ পৰা পাব উপশম, যদি খায় এই পাত!

3 hours ago
‘আজি ৰাজ্যিক বন্ধ হ’ব লাগিছিল!’, জুবিন দিৱসৰ দিনটোত অনুৰোধ কণ্ঠশিল্পী জুবলীৰ

‘আজি ৰাজ্যিক বন্ধ হ’ব লাগিছিল!’, জুবিন দিৱসৰ দিনটোত অনুৰোধ কণ্ঠশিল্পী জুবলীৰ

4 hours ago
জুবিন গাৰ্গৰ স্মৃতিত মানৱতাৰ সেৱা: বানপীড়িত ২৩৭ ছাত্ৰ-ছাত্ৰীক ইউনিফৰ্ম আৰু বহী বিতৰণ সেউজী বসুন্ধৰাৰ

জুবিন গাৰ্গৰ স্মৃতিত মানৱতাৰ সেৱা: বানপীড়িত ২৩৭ ছাত্ৰ-ছাত্ৰীক ইউনিফৰ্ম আৰু বহী বিতৰণ সেউজী বসুন্ধৰাৰ

5 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, ৫ টা ৰাশিয়ে লাভ কৰিব কেৰিয়াৰত উন্নতি

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, বৃষ ৰাশিকে ধৰি ৫ ৰাশিৰ সম্পূৰ্ণ হ’ব আধৰুৱা কাম!

6 hours ago
জুবিন দাই কি উপদেশ দিছিল পাপনক? দুখৰ মাজতো কি ভাল খবৰ দিলে পাপনে?

জুবিন দাই কি উপদেশ দিছিল পাপনক? দুখৰ মাজতো কি ভাল খবৰ দিলে পাপনে?

7 hours ago
অসমলৈ আহি কিহৰ বাবে ব্যাপক TROLLৰ সন্মুখীন চেলিম মাৰ্চেণ্ট?

অসমলৈ আহি কিহৰ বাবে ব্যাপক TROLLৰ সন্মুখীন চেলিম মাৰ্চেণ্ট?

8 hours ago
হোটেলত যুৱকক পণবন্দী যুৱতীৰ

হোটেলত যুৱকক পণবন্দী যুৱতীৰ

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, September 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বছৰৰ শেষ সপ্তাহতেই শুক্ৰ-মঙ্গলৰ মিলন, প্ৰেমত ৰোমান্স থাকিব এই ৫ ৰাশিৰ

editor by editor
December 26, 2023
in জীৱনশৈলী, বিবিধ
0
বছৰৰ শেষ সপ্তাহতেই শুক্ৰ-মঙ্গলৰ মিলন, প্ৰেমত ৰোমান্স থাকিব এই ৫ ৰাশিৰ
0
SHARES
17.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ জ্যোতিষ শাস্ত্ৰৰ দিশেৰে ২০২৩ চনৰ এই শেষ সপ্তাহটো বিশেষভাৱে মাহাত্ম্যপূৰ্ণ। ২৫ ডিচেম্বৰৰ পৰা ৩১ ডিচেম্বৰলৈকে চাৰিটা গ্ৰহই গোচৰ কৰিব। এই চাৰি গ্ৰহ হৈছে বুধ, শুক্ৰ, মঙ্গল আৰু বৃহস্পতি। ডিচেম্বৰ মাহৰ এই শেষ সপ্তাহত বৃশ্চিক ৰাশিত প্ৰৱেশ কৰিব শুক্ৰই। ইয়াৰ পূৰ্বে সেই স্থানত অৱস্থান কৰি আছে মঙ্গলে। ইয়াৰ ফলত বৃশ্চিক ৰাশিত শুক্ৰ আৰু মঙ্গলৰ মিলন হ’ব। ইয়াৰোপৰি বছৰৰ শেষ মাহৰ শেষ সপ্তাহত থাকিব বুধাদিত্য ৰাজযোগ আৰু লক্ষ্মী নাৰায়ণ যোগ। এইসমূহ শুভ যোগৰ বাবেই বছৰৰ শেষ সপ্তাহত কোনো কোনো ৰাশিৰ বাবে ভাল খবৰো আহিব। বিশেষকৈ এওঁলোকৰ প্ৰেমত শুভ হ’ব। চলিত সপ্তাহত প্ৰেমত কোন কোন ৰাশিৰ বাবে শুভ বাৰ্তা আহিব?

মিথুন ৰাশি
মিথুন ৰাশিৰ জাতকৰ বাবে বছৰৰ শেষ সপ্তাহটোত প্ৰেম ভালপোৱাৰে পৰিপূৰ্ণ হৈ থাকিব। সম্পৰ্কৰ মাজত মধুৰতা বৰ্তি থাকিব। ইয়াৰোপৰি কৰোবাত ফুৰিবলৈ যোৱাৰ পৰিকল্পনা থাকিলে সফল হ’ব। বছৰৰ শেষৰ দিনকেইটাত প্ৰেমিকৰ সৈতে পৰস্পৰে পৰস্পৰৰ সৈতে মগ্ন হৈ থাকিব। নতুন বছৰতো এজনে আনজনৰ হাতত ধৰিয়েই আৰম্ভ কৰিব নতুন বছৰ।

কৰ্কট ৰাশি
ডিচেম্বৰ মাহৰ শেষ সপ্তাহটো ভালধৰণে কটাব কৰ্কট ৰাশিৰ জাতকে। বছৰৰ শেষ সময়খিনিত প্ৰেমত মধুৰতা থাকিব। সংগীৰ সৈতে সুন্দৰ কোনো স্থানত ফুৰিবলৈ যাব পাৰে। সকলো কাম বাদ দি বছৰৰ শেষৰ দিনকেইটা সংগীৰ সৈতে ফুৰিবলৈকো যাব পাৰে।

সিংহ ৰাশি
সংগীৰ প্ৰতি ভালপোৱা আৰু সন্মানবোধে বছৰৰ শেষ সপ্তাহটো শক্তিশালী হ’ব সিংহ ৰাশিৰ জাতকৰ। এই সময়ত এনে কিছু ঘটনা ঘটিব যিয়ে আপোনাৰ মনোভাৱেই সলনি কৰি পেলাব। এই সময়ত আপোনাৰ জীৱনত প্ৰচুৰ ৰোমান্স থাকিব। নিজৰ মাজত যাৱতীয় ভুল বুজাবুজি আঁতৰ হ’ব।

তুলা ৰাশি
বছৰৰ শেষ সপ্তাহত হঠাৎ ভাল খবৰ আহিব তুলা ৰাশিৰ জাতকৰ জীৱনলৈ। এই সময়ত আপুনি সম্পূৰ্ণ পাৰ্টী মুডত থাকিব। বছৰৰ শেষ সপ্তাহটোত নতুন বন্ধুও গঢ়িব পাৰে। পৰিয়ালৰ সৈতে সুখকৰ সময় কটাব।

মকৰ ৰাশি
২৫ ডিচেম্বৰৰ পৰা ৩১ ডিচেম্বৰলৈকে এই সপ্তাহটো প্ৰেমৰ বাবে শুভ হ’ব। ভালপোৱাৰ সৈতে সুখ সমৃদ্ধিও থাকিব। সংগীৰ পৰাও প্ৰচুৰ মনোযোগ লাভ কৰিব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabaraxom live 24Best Assamese News Channelbest news channel in assamBest News Portal of AssamDAILY ASTROLOGYDAILY ASTRONOMY
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জুবিনে ৪০টা ভাষাত ৩ হাজাৰ গান গাইছিল!’, জুবিন গাৰ্গক লৈ মন্তব্য কৰি বিপদত বিধায়ক বিজয় গুপ্তা
অসম

জুবিনে ৪০টা ভাষাত ৩ হাজাৰ গান গাইছিল!’, জুবিন গাৰ্গক লৈ মন্তব্য কৰি বিপদত বিধায়ক বিজয় গুপ্তা

September 19, 2026
বন্ধ হ’ব ৰন্ধন গেছৰ বুকিং, যদি কৰা নাই E-KYC, পূজাৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰালয়ৰ ডাঙৰ নিৰ্দেশ
বাণিজ্য

বন্ধ হ’ব ৰন্ধন গেছৰ বুকিং, যদি কৰা নাই E-KYC, পূজাৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰালয়ৰ ডাঙৰ নিৰ্দেশ

September 19, 2026
আজি সৌভাগ্যৰ আগমণ ঘটিব আপোনাৰ জীৱনত, জানক দৈনিক ৰাশিফল
জীৱনশৈলী

সপোন হ’ব ভংগ, জীৱনে ল’ব গতি! কাইলৈ কোন ৰাশিৰ বাবে আহিব শুভ সুযোগ?

September 19, 2026
কেন্দ্ৰীয় চৰকাৰৰ ধামাকা আঁচনি, মাহে মাত্ৰ ৪২ টকা সঞ্চয়ৰে অৱসৰৰ পিছত কৰক আনন্দ!
বাণিজ্য

কেন্দ্ৰীয় চৰকাৰৰ ধামাকা আঁচনি, মাহে মাত্ৰ ৪২ টকা সঞ্চয়ৰে অৱসৰৰ পিছত কৰক আনন্দ!

September 19, 2026
Next Post
আনন্দ মিশ্ৰও সাৰি নগ’ল! আনন্দ মিশ্ৰৰ নামেৰে কোনে মেলিছে প্ৰৱঞ্চনাৰ জাল?

আনন্দ মিশ্ৰও সাৰি নগ’ল! আনন্দ মিশ্ৰৰ নামেৰে কোনে মেলিছে প্ৰৱঞ্চনাৰ জাল?

বিদ্যুতৰ দাম বাঢ়িলেও একো নক’ব! ভৱেশ কলিতাই ক’লে-পাইছে যে, সেয়াই বহুত…

বিদ্যুতৰ দাম বাঢ়িলেও একো নক'ব! ভৱেশ কলিতাই ক'লে-পাইছে যে, সেয়াই বহুত...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.