• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিদ্যুতৰ দাম বাঢ়িলেও একো নক’ব! ভৱেশ কলিতাই ক’লে-পাইছে যে, সেয়াই বহুত…

বিদ্যুতৰ দাম বাঢ়িলেও একো নক’ব! ভৱেশ কলিতাই ক’লে-পাইছে যে, সেয়াই বহুত…

3 years ago
জুলাই মাহত সাৱধানে থাকক ৪ ৰাশিৰ লোক, হ’ব আৰ্থিক ক্ষতি!

৭ ছেপ্টেম্বৰৰ পৰা শনি-বুধৰ সমসপ্তক যোগ, কোন ৩টা ৰাশি হ’ব মালামাল?

8 minutes ago
Google Chrome Alert: হেকাৰে কিদৰে গুগলৰ লাভ উঠায়? জানি হ’ব আচৰিত

Google Chrome Alert: হেকাৰে কিদৰে গুগলৰ লাভ উঠায়? জানি হ’ব আচৰিত

33 minutes ago
জোহেৰীৰ শিৰত Miss World 2026 ৰ বিজয় মুকুট

জোহেৰীৰ শিৰত Miss World 2026 ৰ বিজয় মুকুট

1 hour ago
হাতত নাই ধন, নাই কোনো মেছিন… কিদৰে বিট্টুৱে তবাহীয়ে অকলে চাফা কৰিলে লেতেৰা নদী?

হাতত নাই ধন, নাই কোনো মেছিন… কিদৰে বিট্টুৱে তবাহীয়ে অকলে চাফা কৰিলে লেতেৰা নদী?

3 hours ago
৮ম দৰমহা আয়োগত সলনি হ’ব পেঞ্চনৰ নিয়ম, ১০০% পৰ্যন্ত পেঞ্চনৰ পৰিকল্পনা

8th Pay Commission: কোনবোৰ কৰ্মচাৰীৰ নতুন দৰমহা কাৰ্যকৰী হোৱাৰ লগে লগে গৃহ ভাট্টা দুগুণ হ’ব!

3 hours ago
ভাৰতত ভুৱা জলাতংক ভেকচিন, অষ্ট্ৰেলিয়াৰ সতৰ্কবাণীৰ পিছত বিতৰ্ক

ভাৰতত ভুৱা জলাতংক ভেকচিন, অষ্ট্ৰেলিয়াৰ সতৰ্কবাণীৰ পিছত বিতৰ্ক

4 hours ago
Post Office SCSS: প্ৰতিমাহে  পাব ২০,৫০০ টকা, মাত্ৰ এবাৰ বিনিয়োগ কৰক এই আঁচনিখনত

Post Office SCSS: প্ৰতিমাহে পাব ২০,৫০০ টকা, মাত্ৰ এবাৰ বিনিয়োগ কৰক এই আঁচনিখনত

5 hours ago
অৰ্শ ৰোগৰ সমস্যাত ভুগিছে নেকি? এইবিধ ফুলে দূৰ কৰিব আপোনাৰ সমস্যা

অৰ্শ ৰোগৰ সমস্যাত ভুগিছে নেকি? এইবিধ ফুলে দূৰ কৰিব আপোনাৰ সমস্যা

18 hours ago
আজিৰ দিনটোৰ ১০ টা গুৰুত্বপূৰ্ণ খবৰ থোৰতে পঢ়ক

আজিৰ দিনটোৰ ১০ টা গুৰুত্বপূৰ্ণ খবৰ থোৰতে পঢ়ক

18 hours ago
আপোনাৰো সহজতে নজৰ লাগে নেকি? প্ৰেমানন্দ মহাৰাজে দিলে উত্তৰ

আপোনাৰো সোনকালে নজৰ লাগে নেকি? জানক প্ৰেমানন্দ মহাৰাজে কি ক’লে

18 hours ago
শৰীৰৰ Private parts-ক নকৰিব আওকাণ, ৯৯% লোকে নাজানে সঠিক যতন

শৰীৰৰ Private parts-ক নকৰিব আওকাণ, ৯৯% লোকে নাজানে সঠিক যতন

19 hours ago
হঠাৎ দাঁতত ব্ৰাছৰ আঘাত, সংক্ৰমণৰ পূৰ্বে অনুসৰণ কৰক এই ঘৰুৱা টিপছ

হঠাৎ দাঁতত ব্ৰাছৰ আঘাত, সংক্ৰমণৰ পূৰ্বে অনুসৰণ কৰক এই ঘৰুৱা টিপছ

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, September 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

বিদ্যুতৰ দাম বাঢ়িলেও একো নক’ব! ভৱেশ কলিতাই ক’লে-পাইছে যে, সেয়াই বহুত…

অসম প্ৰদেশ বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ এটা মন্তব্যই চৰ্চা লাভ কৰিছে

editor by editor
December 26, 2023
in অসম
0
বিদ্যুতৰ দাম বাঢ়িলেও একো নক’ব! ভৱেশ কলিতাই ক’লে-পাইছে যে, সেয়াই বহুত…
0
SHARES
153
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ডিজিটেল ডেস্কঃ  মূল্যবৃদ্ধিৰ সময়ত শাসকীয় নেতাসকলে প্ৰদান কৰা মন্তব্যই প্ৰায়েই চৰ্চা লাভ কৰাৰ লগতে বহু সময়ত বিৰ্তকৰো সৃষ্টি কৰে। শেহতীয়াকৈ এ পি ডি টি এলৰ শ শ কোটি টকাৰ ধাৰৰ সৈতে মোকাবিলা কৰিবলৈ বিদ্যুতৰ মাচুল পুনৰ বৃদ্ধি কৰাৰ সিদ্ধান্তৰ পাছতে অসম প্ৰদেশ বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ এটা মন্তব্যই চৰ্চা লাভ কৰিছে।

বিদ্যুত মূল্যবৃদ্ধিক লৈ ভৱেশ কলিতাই সংবাদিকৰ আগত কয় যে, বিদ্যুতৰ মাচুল বঢ়া-কাম হৈ থাকিব। বিদ্যুতৰ ঘাটি পুৰণ কৰিবলৈ ৰাজ্য চৰকাৰেও বহু কোটি টকা ধাৰত পোত গৈছে। গতিকে এই সময়ত বিদ্যুতৰ মাচুল বৃদ্ধি কৰা প্ৰসংগক আওকাণ কৰি বিদ্যুত যে পাই আছে সেয়াই বহুত বুলি ভাৱক।”

উল্লেখ কৰা প্ৰয়োজন যে, MPPAৰ নামত APDCLএ প্ৰতি ইউনিটত ১.২৯টকাকৈ বৃদ্ধি কৰাৰ যোজা চলোৱা হৈছে। অসম বিদ্যুত নিয়ামক আয়োগৰ ওচৰত বিদ্যুত মাচুলৰ সন্দৰ্ভত প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে। এই প্ৰস্তাৱত উল্লেখ কৰা হৈছে যে, বিগত অক্টোবৰ মাহৰ পৰা তিনিমাহৰ বাবে বিদ্যুতৰ ১.২৯টকাৰ মাচুল স্থায়ীভাৱে সংলগ্ন নকৰিলে APDCLএ শ শ কোটিৰ লোকচানৰ পৰা উদ্ধাৰ হোৱাটো কোনোপধ্যেই সম্ভৱ নহয়।

লক্ষ্যণীয়ভাৱে APDCLএ অক্টোবৰ পৰা তিনিমাহৰ বাবে বিদ্যুতৰ মাচুল ১.২৯টকাকৈ বৃদ্ধি কৰিছিল আৰু এই সময়সীমা ৩১ডিচেম্বৰত অন্ত পৰিব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আজিৰ দিনটোৰ ১০ টা গুৰুত্বপূৰ্ণ খবৰ থোৰতে পঢ়ক
অসম

আজিৰ দিনটোৰ ১০ টা গুৰুত্বপূৰ্ণ খবৰ থোৰতে পঢ়ক

September 5, 2026
প্ৰেম নে সৰ্বনাশ? অবৈধ সম্পৰ্কই কেনেকৈ ধ্বংস কৰে স্বাভাৱিক জীৱন!
অসম

প্ৰেম নে সৰ্বনাশ? অবৈধ সম্পৰ্কই কেনেকৈ ধ্বংস কৰে স্বাভাৱিক জীৱন!

September 5, 2026
নেমকেয়াৰৰ চিকিৎসক প্ৰয়াস সিংহলৰ মৃ*ত্যুক লৈ ন ন তথ্য উদঘাটন
অসম

নেমকেয়াৰৰ চিকিৎসক প্ৰয়াস সিংহলৰ মৃ*ত্যুক লৈ ন ন তথ্য উদঘাটন

September 4, 2026
দ্ৰুতগতিত গলিছে টাৱাঙৰ খাংগ্ৰি হিমবাহ, অসম-অৰুণাচললৈ বিপদঘণ্টা!
অসম

দ্ৰুতগতিত গলিছে টাৱাঙৰ খাংগ্ৰি হিমবাহ, অসম-অৰুণাচললৈ বিপদঘণ্টা!

September 4, 2026
Next Post
REELS আৰু চিৰিয়েল চাই মোবাইলৰ ডাটা শেষ কৰা শাহুয়েকৰ বিৰুদ্ধে থানাত গোচৰ দিলে বোৱাৰীয়েকে…

REELS আৰু চিৰিয়েল চাই মোবাইলৰ ডাটা শেষ কৰা শাহুয়েকৰ বিৰুদ্ধে থানাত গোচৰ দিলে বোৱাৰীয়েকে...

মোডী মেজিকঃ YOUTUBEত ২০মিলিয়ন Subscriber থকা বিশ্বৰ প্ৰথমগৰাকী নেতা নৰেন্দ্ৰ মোডী…

মোডী মেজিকঃ YOUTUBEত ২০মিলিয়ন Subscriber থকা বিশ্বৰ প্ৰথমগৰাকী নেতা নৰেন্দ্ৰ মোডী...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.