• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
REELS আৰু চিৰিয়েল চাই মোবাইলৰ ডাটা শেষ কৰা শাহুয়েকৰ বিৰুদ্ধে থানাত গোচৰ দিলে বোৱাৰীয়েকে…

REELS আৰু চিৰিয়েল চাই মোবাইলৰ ডাটা শেষ কৰা শাহুয়েকৰ বিৰুদ্ধে থানাত গোচৰ দিলে বোৱাৰীয়েকে…

3 years ago
সহজে পোৱা এই ৫ বিধ খাদ্যই আপোনাক দিব পাৰে ভাল আৰু গভীৰ টোপনি

সহজে পোৱা এই ৫ বিধ খাদ্যই আপোনাক দিব পাৰে ভাল আৰু গভীৰ টোপনি

2 minutes ago
বিশ্বাস কৰক বা নকৰক, মেয়ৰ দৰাই বিয়া পাতিলে কইনা ঘঁৰিয়ালক

বিশ্বাস কৰক বা নকৰক, মেয়ৰ দৰাই বিয়া পাতিলে কইনা ঘঁৰিয়ালক

34 minutes ago
FIFA বিশ্বকাপত নোৰা ফাতেহীৰ গ্লেমাৰাছ লুকৰ আঁৰত কোন?

FIFA বিশ্বকাপত নোৰা ফাতেহীৰ গ্লেমাৰাছ লুকৰ আঁৰত কোন?

1 hour ago
ক্ৰিকেট মেচ সম্প্ৰচাৰৰ সময়ত নাথাকিব ক*ণ্ডম, ডে*টিং এপৰ বিজ্ঞাপন!

ক্ৰিকেট মেচ সম্প্ৰচাৰৰ সময়ত নাথাকিব ক*ণ্ডম, ডে*টিং এপৰ বিজ্ঞাপন!

2 hours ago
এইকেইটা ৰাশিৰ লোকে কেতিয়াও নিপিন্ধিব তামৰ খাৰু

এইকেইটা ৰাশিৰ লোকে কেতিয়াও নিপিন্ধিব তামৰ খাৰু

3 hours ago
জাকজমক লাইফষ্টাইলেৰে ছ’চিয়েল মিডিয়াত Show Off কৰি ভয়ংকৰ বিপদত পৰিল যুৱক

জাকজমক লাইফষ্টাইলেৰে ছ’চিয়েল মিডিয়াত Show Off কৰি ভয়ংকৰ বিপদত পৰিল যুৱক

4 hours ago
বাংলাদেশৰ সহায়ত নেপাল-ভূটানলৈ এলন মাস্কৰ Starlink

বাংলাদেশৰ সহায়ত নেপাল-ভূটানলৈ এলন মাস্কৰ Starlink

5 hours ago
গৰমৰ বাবে ছাল-চুলিৰ বিভিন্ন সমস্যাত ভুগিছে নেকি?

গৰমৰ বাবে ছাল-চুলিৰ বিভিন্ন সমস্যাত ভুগিছে নেকি?

5 hours ago
‘মই যদি তোমাৰ ফালে চাও…’ মহিলা সাংবাদিকৰ প্ৰেমত মেছি?

‘মই যদি তোমাৰ ফালে চাও…’ মহিলা সাংবাদিকৰ প্ৰেমত মেছি?

5 hours ago
সাংঘাটিক চুম্বন! বলীউডৰ এই ১০ চুম্বনৰ দৃশ্যই আজিও সকলোকে চিন্তাত পেলায়

সাংঘাটিক চুম্বন! বলীউডৰ এই ১০ চুম্বনৰ দৃশ্যই আজিও সকলোকে চিন্তাত পেলায়

6 hours ago
মচুৰ দালি আপোনাৰ প্ৰিয় নেকি? খোৱাৰ পূৰ্বে হওক সাৱধান!

মচুৰ দালি আপোনাৰ প্ৰিয় নেকি? খোৱাৰ পূৰ্বে হওক সাৱধান!

6 hours ago
জনপ্ৰিয় অভিনেতাৰ মৃত্যু! মনোৰঞ্জন জগতত পৰিছে শোকৰ ছাঁ

জনপ্ৰিয় অভিনেতাৰ মৃত্যু! মনোৰঞ্জন জগতত পৰিছে শোকৰ ছাঁ

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, July 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

REELS আৰু চিৰিয়েল চাই মোবাইলৰ ডাটা শেষ কৰা শাহুয়েকৰ বিৰুদ্ধে থানাত গোচৰ দিলে বোৱাৰীয়েকে…

এইখন ভাৰততে সংঘটিত হৈছে এই আজৱ-আচৰিত ঘটনা

editor by editor
December 26, 2023
in ভাৰত
0
REELS আৰু চিৰিয়েল চাই মোবাইলৰ ডাটা শেষ কৰা শাহুয়েকৰ বিৰুদ্ধে থানাত গোচৰ দিলে বোৱাৰীয়েকে…
0
SHARES
238
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ডিজিটেল ডেস্কঃ দিন-কাল এতিয়া সলনি হয়। সময়ৰ সৈতে সলনি হৈছে মানুহৰ মন-মানসিকতা। বহু ডাঙৰ ডাঙৰ কথাত মন নিদিয়া এতিয়াৰ একাংশ মানুহে সৰু সৰু কথাকেই ডাঙৰ ইচ্ছ্যু কৰিবলৈ ল’লে। শেহতীয়াকৈ তেনে এটা ঘটনাই সংঘটিল হল। শাহু মাকে মোবাইলত ৰীলছ চাই সকলো ডাটা শেষ কৰাৰ পাছতে খঙত টিঙিৰি তুলা হৈ বোৱাৰীয়েকে আৰক্ষীৰ ওচৰ চপাৰ দৰে ঘটনা সংঘটিত হৈছে।

ৰাষ্ট্ৰীয় সংবাদমাধ্যমত প্ৰকাশ কৰা খবৰ অনুসৰি, উত্তৰ প্ৰদেশৰ ছহাৰনপুৰত সংঘটিত হৈছে এই ঘটনাটো। ২২বছৰীয়া বোৱাৰীয়েকে ৫৫বছৰীয়া শাহুয়েকৰ বিৰুদ্ধে এক আজৱ অভিযোগ লৈ উপস্থিল হলগৈ থানাত। বোৱাৰীয়েকৰ অভিযোগ যে, দিনৰ দিনটো মোবাইলত ৰীলছ চাই প্ৰতিদিনেই মোবাইলৰ ডাটা পেক শেষ কৰি থয় শাহু মাকে। একো কামতে সহায় নকৰি দিনৰ দিনটো ৰীলছ আৰু চিৰিয়েলতে ব্যস্ত থাকে বুলি শাহু মাকৰ ওপৰত অভিযোগ কৰি বোৱাৰীয়েকে ন্যায় লাগে বুলি কলে আৰক্ষীৰ ওচৰত।

ইফালে থানাত উপস্থিত হোৱাৰ পাছত শাহুয়েকেও বোৱাৰীয়েকৰ ওপৰত অভিযোগ উত্থাপন কৰি কয় যে, মই নহয় তেওঁ নিজেই মোবাইলত ব্যস্ত হৈ থাকে। দিনৰ দিনটো তেওঁ ভনীয়েক নাইবা মাকৰ ঘৰৰ সৈতে ফোনত কথা পাতি থাকে।”বোৱাৰীয়েক-শাহুৱেকৰ মাজত এই যুদ্ধক লৈ বিপাঙত পৰে আৰক্ষীও। আৰক্ষীয়ে ঘৰৰ পুৰুষ সদস্যক থানালৈ মতাই আনি ঘৰতে এই বিষয়টো মীমাংসা কৰিবলৈ আহ্বান জনায়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নৱবিবাহিত পত্নীক স্পৰ্শ কৰিলেই স্বামীক হ*ত্যাৰ ভাবুকি, প্ৰাণৰ মমতাত স্বামীয়ে কৰিলে এই কাম
ভাৰত

নৱবিবাহিত পত্নীক স্পৰ্শ কৰিলেই স্বামীক হ*ত্যাৰ ভাবুকি, প্ৰাণৰ মমতাত স্বামীয়ে কৰিলে এই কাম

July 4, 2026
খাৰুৱা তেলৰ দাম কমাৰ পিছতো ভাৰতত কিয় কমা নাই পেট্ৰল-ডিজেলৰ দাম?
বিশ্ব

খাৰুৱা তেলৰ দাম কমাৰ পিছতো ভাৰতত কিয় কমা নাই পেট্ৰল-ডিজেলৰ দাম?

July 4, 2026
গোবিন্দাৰ পৰকীয়া প্ৰেমৰ বিষয়ে মুখ খুলিছে পত্নীয়ে, কি ক’লে পত্নী সুনীতাই
বিনোদন

গোবিন্দাৰ পৰকীয়া প্ৰেমৰ বিষয়ে মুখ খুলিছে পত্নীয়ে, কি ক’লে পত্নী সুনীতাই

July 3, 2026
ছলমান খানে যি কৰিব পৰা নাই, আমীৰ খানে কৰিলে ৩ বাৰ…
বিনোদন

ছলমান খানে যি কৰিব পৰা নাই, আমীৰ খানে কৰিলে ৩ বাৰ…

July 3, 2026
Next Post
মোডী মেজিকঃ YOUTUBEত ২০মিলিয়ন Subscriber থকা বিশ্বৰ প্ৰথমগৰাকী নেতা নৰেন্দ্ৰ মোডী…

মোডী মেজিকঃ YOUTUBEত ২০মিলিয়ন Subscriber থকা বিশ্বৰ প্ৰথমগৰাকী নেতা নৰেন্দ্ৰ মোডী...

ডাঙৰ ভাবুকি আহিছেঃ বোমাৰে উৰুৱাই দিয়া হ’ব RBI আৰু HDFCৰ মুখ্য কাৰ্যালয়…

ডাঙৰ ভাবুকি আহিছেঃ বোমাৰে উৰুৱাই দিয়া হ'ব RBI আৰু HDFCৰ মুখ্য কাৰ্যালয়...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.