• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ডাঙৰ ভাবুকি আহিছেঃ বোমাৰে উৰুৱাই দিয়া হ’ব RBI আৰু HDFCৰ মুখ্য কাৰ্যালয়…

ডাঙৰ ভাবুকি আহিছেঃ বোমাৰে উৰুৱাই দিয়া হ’ব RBI আৰু HDFCৰ মুখ্য কাৰ্যালয়…

3 years ago
ODI ক্ৰিকেটৰ ইতিহাসত প্ৰথমবাৰৰ বাবে হ’ল এই ৰেকৰ্ড

ODI ক্ৰিকেটৰ ইতিহাসত প্ৰথমবাৰৰ বাবে হ’ল এই ৰেকৰ্ড

43 seconds ago
মহাকাশৰ পৰা আহিছে মহাবিনাশৰ ভয়ংকৰ সংকেত!

মহাকাশৰ পৰা আহিছে মহাবিনাশৰ ভয়ংকৰ সংকেত!

50 minutes ago
এই ৪ ৰাশিৰ হাতলৈ আহিব প্ৰচুৰ পৰিমাণে ধন!

এই ৪ ৰাশিৰ হাতলৈ আহিব প্ৰচুৰ পৰিমাণে ধন!

2 hours ago
টীম ইণ্ডিয়াৰ এইগৰাকী ক্ৰিকেটাৰৰ চুৰি হ’ল ৩খনকৈ বেট

টীম ইণ্ডিয়াৰ এইগৰাকী ক্ৰিকেটাৰৰ চুৰি হ’ল ৩খনকৈ বেট

3 hours ago
কেনেকৈ হ*ত্যা কৰা হৈছিল নিমিষাক?

কেনেকৈ হ*ত্যা কৰা হৈছিল নিমিষাক?

3 hours ago
বিয়াৰ আনন্দ নিমিষতে সলনি হ’ল চকুপানীলৈ…

বিয়াৰ আনন্দ নিমিষতে সলনি হ’ল চকুপানীলৈ…

4 hours ago
ভাৰততো নাবালকৰ বাবে বন্ধ হ’ব নেকি ছ’চিয়েল মিডিয়া?

ভাৰততো নাবালকৰ বাবে বন্ধ হ’ব নেকি ছ’চিয়েল মিডিয়া?

4 hours ago
বিগত ৫ বছৰত হোমষ্টেসমূহত সংঘটিত ১০টা হ*ত্যাকাণ্ড

বিগত ৫ বছৰত হোমষ্টেসমূহত সংঘটিত ১০টা হ*ত্যাকাণ্ড

5 hours ago
জালুকবাৰীত পুনৰ নিমিষা কাণ্ডৰ পুনৰাবৃত্তি

জালুকবাৰীত পুনৰ নিমিষা কাণ্ডৰ পুনৰাবৃত্তি

6 hours ago
জুবিনবিহীন অসম, জুবিনময় অসম

জুবিনবিহীন অসম, জুবিনময় অসম

6 hours ago
বাংলাদেশত হাহাকাৰ! মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ পিছতে ক্ষোভৰ উদগীৰণ বাংলাদেশত

‘মোৰ জালুকবাৰী সমষ্টিৰ জীয়ৰী নিমিষা, আৰক্ষীয়ে এক্সন ল’বই’, ক’লে মুখ্যমন্ত্ৰীয়ে

9 hours ago
আমেৰিকাৰ অস্ত্ৰ বিচাৰিছে চীনে, ট্ৰাম্পে দিলে ছি জিনপিঙক অফাৰ

আমেৰিকাৰ অস্ত্ৰ বিচাৰিছে চীনে, ট্ৰাম্পে দিলে ছি জিনপিঙক অফাৰ

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, September 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

ডাঙৰ ভাবুকি আহিছেঃ বোমাৰে উৰুৱাই দিয়া হ’ব RBI আৰু HDFCৰ মুখ্য কাৰ্যালয়…

২৬ডিচেম্বৰৰ পুৱাৰ ভাগতে ভাৰতীয় ৰিৰ্জাভ বেংকৰ মুখ্য কাৰ্যালয়লৈ আহিল এটা ইমেইল

editor by editor
December 26, 2023
in ভাৰত
0
ডাঙৰ ভাবুকি আহিছেঃ বোমাৰে উৰুৱাই দিয়া হ’ব RBI আৰু HDFCৰ মুখ্য কাৰ্যালয়…
0
SHARES
6.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ডিজিটেল ডেস্কঃ এটা ডাঙৰ খবৰ। ২৬ডিচেম্বৰৰ পুৱাৰ ভাগতে ভাৰতীয় ৰিৰ্জাভ বেংকৰ মুখ্য কাৰ্যালয়লৈ আহিল এটা ইমেইল।  এই ইমেইলটোত উল্লেখ আছিল যে, মুম্বাই ১১টা স্থানত সন্ত্ৰাসবাদীয়ে বোমা বিস্ফোৰণ কৰাৰ পৰিকল্পনা কৰিছে। ইয়াৰ ভিতৰত মুখ্য দুটা স্থান হৈছে ৰিৰ্জাভ বেংক অৱ ইণ্ডিয়াৰ মুখ্য কাৰ্যালয় আৰু HDFCৰ মুখ্য কাৰ্যালয়।

ই মেইলটোত উল্লেখ কৰা আছিল যে, তেওঁলোকে দেশৰ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমন আৰু আৰ বি আইৰ গৱৰ্নৰ শক্তিকান্ত দাসে পদত্যাগ কৰাটো বিচাৰিছে। যদিহে তেওঁলোকে নিৰ্ধাৰিত সময়মতে পদত্যাগ নকৰে, তেন্তে মুম্বাইৰ লগতে দেশৰ ১১টা বচা বচা স্থানত ভয়ংকৰ বোমা বিস্ফোৰণ কৰা হব।

উল্লেখ কৰা প্ৰয়োজন যে, এই ই মেইল পোৱাৰ পাছতে উল্লেখিত সকলো স্থানত কটকটীয়া নিৰাপত্তা গঢ়ি তোলা হৈছে। মুম্বাই আৰক্ষীয়েও বিষয়টো গভীৰতাৰে লৈ তদন্ত আৰম্ভ কৰিছে। ই মেইলটোত উল্লেখিত স্থান সমূহৰ ভিতৰত আছে ICICI বেংকৰ মুখ্য কাৰ্যালয়ৰ নামো উল্লেখ আছে।

ইফালে এই সমগ্ৰ বিষয়ক লৈ আৰ বি আয়ে কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই। কোনে এই কূটাঘাটমূলক কাৰ্য সংঘটিত কৰাৰ ভাবুকি প্ৰদান কৰিছে তাক লৈ অচিৰেই মুম্বাই আৰক্ষীয়ে এক সংবাদমেল সম্বোধন কৰিব বুলিও মুম্বাই পুলিচে সদৰি কৰিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

টীম ইণ্ডিয়াৰ এইগৰাকী ক্ৰিকেটাৰৰ চুৰি হ’ল ৩খনকৈ বেট
বিনোদন

টীম ইণ্ডিয়াৰ এইগৰাকী ক্ৰিকেটাৰৰ চুৰি হ’ল ৩খনকৈ বেট

September 28, 2026
বিয়াৰ আনন্দ নিমিষতে সলনি হ’ল চকুপানীলৈ…
ভাৰত

বিয়াৰ আনন্দ নিমিষতে সলনি হ’ল চকুপানীলৈ…

September 28, 2026
ভাৰততো নাবালকৰ বাবে বন্ধ হ’ব নেকি ছ’চিয়েল মিডিয়া?
প্ৰযুক্তি

ভাৰততো নাবালকৰ বাবে বন্ধ হ’ব নেকি ছ’চিয়েল মিডিয়া?

September 28, 2026
বিকাশৰ অসমতা আৰু ২০৪৭ৰ ভাৰত
সমীক্ষণ (আলোচনী)

বিকাশৰ অসমতা আৰু ২০৪৭ৰ ভাৰত

September 27, 2026
Next Post
অসম এৰি একেবাৰে যাবগৈ বিহাৰলৈ!  আনন্দ মিশ্ৰই আৰু চাকৰি নকৰে!

অসম এৰি একেবাৰে যাবগৈ বিহাৰলৈ! আনন্দ মিশ্ৰই আৰু চাকৰি নকৰে!

অজয়ে ঠগিছিল বেয়াকৈ! ৰবীনাই লৈছিল নিজকে শেষ কৰি দিয়াৰ সিদ্ধান্ত…

অজয়ে ঠগিছিল বেয়াকৈ! ৰবীনাই লৈছিল নিজকে শেষ কৰি দিয়াৰ সিদ্ধান্ত...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.