• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিৰাটতকৈ বয়সত কিমান ডাঙৰ অনুষ্কা? দুয়োৰে প্ৰেমৰ আৰম্ভণিও হৈছিল আচৰিত ধৰণেই

বিৰাটতকৈ বয়সত কিমান ডাঙৰ অনুষ্কা? দুয়োৰে প্ৰেমৰ আৰম্ভণিও হৈছিল আচৰিত ধৰণেই

3 years ago
গুৱাহাটীত নেৰানেপেৰা বৰষুণ, বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিলে সতৰ্কবাণী

গুৱাহাটীত নেৰানেপেৰা বৰষুণ, বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিলে সতৰ্কবাণী

3 minutes ago
শনি আৰু বৃহস্পতিয়ে সলাব ভাগ্য, আগন্তুক ৬ মাহত হ’ব মালামাল!

শনি আৰু বৃহস্পতিয়ে সলাব ভাগ্য, আগন্তুক ৬ মাহত হ’ব মালামাল!

34 minutes ago
Bank Holiday: অহা সপ্তাহত ৪ দিনৰ বাবে বন্ধ থাকিব বেংক, শীঘ্ৰে কৰক সকলো কাম

Bank Holiday: অহা সপ্তাহত ৪ দিনৰ বাবে বন্ধ থাকিব বেংক, শীঘ্ৰে কৰক সকলো কাম

53 minutes ago
আপোনাৰ সংগীয়ে ধূম্ৰপান কৰে নেকি? চুম্বন কৰাৰ পূৰ্বে ১০০ বাৰ ভাবক!

আপোনাৰ সংগীয়ে ধূম্ৰপান কৰে নেকি? চুম্বন কৰাৰ পূৰ্বে ১০০ বাৰ ভাবক!

2 hours ago
গৰমত অত্যাধিক চুলি সৰা আৰু খজুৱতি? জানক কিদৰে কৰিব ঠিক

গৰমত অত্যাধিক চুলি সৰা আৰু খজুৱতি? জানক কিদৰে কৰিব ঠিক

3 hours ago
আপুনি অবিহনে থাকিব নোৱাৰিব সংগী, মাত্ৰ মনত ৰাখক এইকেইটা কথা!

আপুনি অবিহনে থাকিব নোৱাৰিব সংগী, মাত্ৰ মনত ৰাখক এইকেইটা কথা!

4 hours ago
নিশা টোপনিত নকৰিব এইবোৰ ভুল, ডাঙৰ সমস্যাত পৰিব আপুনি!

দুপৰীয়া ভাত খালে টোপনি লাগে নেকি? তেন্তে সাৱধান হওক!

5 hours ago
ভাৰতত কেতিয়া আৰু কেনেকৈ আহিছিল ইছলাম?

ভাৰতত কেতিয়া আৰু কেনেকৈ আহিছিল ইছলাম?

7 hours ago
কেটন আগৰৱালা হ*ত্যাকাণ্ডৰ পুনৰাবৃত্তি! 

কেটন আগৰৱালা হ*ত্যাকাণ্ডৰ পুনৰাবৃত্তি! 

7 hours ago
‘দীপিকাই মোক আগবঢ়াইছিল প্ৰেমৰ প্ৰস্তাৱ’ কাৰ এই দাবী?

‘দীপিকাই মোক আগবঢ়াইছিল প্ৰেমৰ প্ৰস্তাৱ’ কাৰ এই দাবী?

7 hours ago
বিশ্বৰ আটাইতকৈ ধনী ফুটবলাৰ কোন?

বিশ্বৰ আটাইতকৈ ধনী ফুটবলাৰ কোন?

8 hours ago
শ্লোভেনিয়ান ফুটবলাৰ পিঠিত শিৱৰ টেটু অংকন, জানক ইয়াৰ আঁৰৰ ৰহস্য

শ্লোভেনিয়ান ফুটবলাৰ পিঠিত শিৱৰ টেটু অংকন, জানক ইয়াৰ আঁৰৰ ৰহস্য

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, July 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বিৰাটতকৈ বয়সত কিমান ডাঙৰ অনুষ্কা? দুয়োৰে প্ৰেমৰ আৰম্ভণিও হৈছিল আচৰিত ধৰণেই

editor by editor
December 31, 2023
in জীৱনশৈলী, বিনোদন, বিবিধ
0
বিৰাটতকৈ বয়সত কিমান ডাঙৰ অনুষ্কা? দুয়োৰে প্ৰেমৰ আৰম্ভণিও হৈছিল আচৰিত ধৰণেই
0
SHARES
8.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ বিৰাট কোহলী, নামেই পৰিচয়। আন্তৰ্জাতিক ক্ৰিকেটত ইতিমধ্যেই তেওঁ নিজৰ পৰিচয় গঢ়ি তুলিবলৈ সক্ষম হৈছে। শচীনৰ ৰেকৰ্ড ভাঙি এদিনীয়া ক্ৰিকেটত সকলোতকৈ বেছি শতৰান কৰিছে বিৰাটে। আগন্তুক কেইবাবছৰৰ মাজত মাষ্টাৰ-ব্লাষ্টাৰৰ শততম শতৰানৰ ৰেকৰ্ডো তেওঁ স্পৰ্শ কৰিব বুলি আশাবাদী ক্ৰিকেটপ্ৰেমী। অন্যহাতে বিৰাটৰ পত্নী অনুষ্কা শৰ্মাও বলীউডৰ এগৰাকী লেখত ল’বলগীয়া অভিনেত্ৰী। ‘ৰব নে বানা দি জৌৰি, যব তক হে জান, ছুলতান, পিকেৰ দৰে একাধিক ব্লকব্লাষ্টাৰ ছবি তেওঁ দৰ্শকক উপহাৰ দিছে।

অনুষ্কা শৰ্মাই জন্মগ্ৰহণ কৰিছিল ১৯৮৮ চনৰ ১ মে’ত। অন্যহাতে বিৰাট কোহলীয়ে জন্মগ্ৰহণ কৰিছিল ১৯৮৮ চনৰ ৫ নৱেম্বৰত। ফলত দুজনেই বৰ্তমান ৩৫ বছৰীয়া। ৩৫ বছৰীয়া হ’লেও অনুষ্কা বিৰাটৰ মাজত বয়সৰ ব্যৱধান ৬মাহ ৪দিন। বয়সৰ ব্যৱধান থাকিলেও তেওঁলোকৰ সম্পৰ্কত কিন্তু এই কথাই কোনো প্ৰভাৱ পেলোৱা নাই। কেইবামাহ পূৰ্বে কোহলীয়ে এটা ইণ্টাৰভিউত কৈছিল অনুষ্কাৰ সৈতে তেওঁৰ চিনাকি আচৰিত ধৰণেই হৈছিল। কেনেকৈ তেওঁলোকৰ বিয়া হৈছিল? ইণ্টাৰভিউত কোহলীয়ে কয়, ‘আমি এটা ইণ্টাৰভিউত চিনাকী হৈছিলো। প্ৰসাধনী সংস্থাৰ বিজ্ঞাপনত আমি প্ৰথম এজনে আনজনক লগ পাওঁ। প্ৰথম দেখাত অনুষ্কাই মোক পাত্তাই দিয়া নাছিল। তাৰপিছতেই লাহে লাহে আমাৰ মাজত বন্ধুত্বপূৰ্ণ সম্পৰ্ক এটা গঢ় লৈ উঠে। বন্ধুত্বৰ পৰাই কথাবোৰে প্ৰেমৰ ৰূপ পায়। কেইবাবছৰ ধৰি আমি প্ৰেমৰ সম্পৰ্কত থাকো।’

উল্লেখ্য যে তেঁওলোকে কেইবাবছৰ ধৰি ডেট কৰাৰ পাছত বিবাহপাশত আৱদ্ধ হয়। কেতিয়াবা যদি দুয়োকে মুম্বাইত দেখা গৈছে কেতিয়াবা আকৌ দুয়োকে লণ্ডনত দেখা গৈছিল। বিবাহৰ সময়ত দুজনেই ২৯ বছৰত ভৰি দিছিল। ২০১৭চনৰ ১১ ডিচেম্বৰত ইটালীত দুয়োৱে বিবাহপাশত আৱদ্ধ হয়। ইয়াৰপাছতেই মুম্বাইলৈ আহি ৰিচিপশ্ব্যন পাৰ্টী দিয়ে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24Best Assamese News ChannelBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

গুৱাহাটীত নেৰানেপেৰা বৰষুণ, বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিলে সতৰ্কবাণী
অসম

গুৱাহাটীত নেৰানেপেৰা বৰষুণ, বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিলে সতৰ্কবাণী

July 11, 2026
শনি আৰু বৃহস্পতিয়ে সলাব ভাগ্য, আগন্তুক ৬ মাহত হ’ব মালামাল!
জীৱনশৈলী

শনি আৰু বৃহস্পতিয়ে সলাব ভাগ্য, আগন্তুক ৬ মাহত হ’ব মালামাল!

July 11, 2026
Bank Holiday: অহা সপ্তাহত ৪ দিনৰ বাবে বন্ধ থাকিব বেংক, শীঘ্ৰে কৰক সকলো কাম
বাণিজ্য

Bank Holiday: অহা সপ্তাহত ৪ দিনৰ বাবে বন্ধ থাকিব বেংক, শীঘ্ৰে কৰক সকলো কাম

July 11, 2026
আপোনাৰ সংগীয়ে ধূম্ৰপান কৰে নেকি? চুম্বন কৰাৰ পূৰ্বে ১০০ বাৰ ভাবক!
জীৱনশৈলী

আপোনাৰ সংগীয়ে ধূম্ৰপান কৰে নেকি? চুম্বন কৰাৰ পূৰ্বে ১০০ বাৰ ভাবক!

July 11, 2026
Next Post
সোৱঁৰণিত গ্ৰিটিংছ কাৰ্ড! প্ৰিয়জনৰ একলম পাবলৈ আজিও হেঁপাহ জাগে নেকি আপোনাৰ? শুভেচ্ছা বাৰ্তাত প্ৰিয়জনলৈ বুলি এইকেইটা বাৰ্তা দিব পাৰে আপুনিও

সোৱঁৰণিত গ্ৰিটিংছ কাৰ্ড! প্ৰিয়জনৰ একলম পাবলৈ আজিও হেঁপাহ জাগে নেকি আপোনাৰ? শুভেচ্ছা বাৰ্তাত প্ৰিয়জনলৈ বুলি এইকেইটা বাৰ্তা দিব পাৰে আপুনিও

কঠোৰ সিদ্ধান্ত জি পি সিঙৰ! এইবাৰ অসম আৰক্ষীৰ কোনো গোটেই পালন কৰিব নোৱাৰিব নৱবৰ্ষ

কঠোৰ সিদ্ধান্ত জি পি সিঙৰ! এইবাৰ অসম আৰক্ষীৰ কোনো গোটেই পালন কৰিব নোৱাৰিব নৱবৰ্ষ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.