• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কঠোৰ সিদ্ধান্ত জি পি সিঙৰ! এইবাৰ অসম আৰক্ষীৰ কোনো গোটেই পালন কৰিব নোৱাৰিব নৱবৰ্ষ

কঠোৰ সিদ্ধান্ত জি পি সিঙৰ! এইবাৰ অসম আৰক্ষীৰ কোনো গোটেই পালন কৰিব নোৱাৰিব নৱবৰ্ষ

3 years ago
মুখৰ দুৰ্গন্ধ আৰু দাঁতৰ আলু ফুলা? পাকঘৰৰ এই সৰু সামগ্ৰীয়ে দূৰ কৰিব আপোনাৰ সমস্যা

মুখৰ অত্যাধিক দুৰ্গন্ধ? এয়া কোনো ভয়ংকৰ ৰোগৰ ইংগিত নেকি জানক

31 minutes ago
ঋতুস্ৰাৱৰ সময়ত অত্যাধিক পেটৰ বিষ, ভুলতো নাখাব এইবোৰ খাদ্য!

ভুল খাদ্যাভ্যাসে বৃদ্ধি কৰে মাহেকীয়াৰ সমস্যা, অন্তৰ্ভুক্ত কৰক এইবোৰ বস্তু

50 minutes ago
অপৰাজিতা ফুলে উজ্জ্বল কৰিব আপোনাৰ ছাল, উপকাৰী গুণ জানি হ’ব আচৰিত

অপৰাজিতা ফুলে উজ্জ্বল কৰিব আপোনাৰ ছাল, উপকাৰী গুণ জানি হ’ব আচৰিত

2 hours ago
কন্যাৰ ভৱিষ্যত কৰক সুৰক্ষিত, এনেকৈয়ে যোগ কৰক ৭০ লাখ টকা

কন্যাৰ ভৱিষ্যত কৰক সুৰক্ষিত, এনেকৈয়ে যোগ কৰক ৭০ লাখ টকা

2 hours ago
আজিয়েই পলাই পত্ৰং দিব পঁইতাচোৰা, কেৱল অনুসৰণ কৰক এই উপায়

আজিয়েই পলাই পত্ৰং দিব পঁইতাচোৰা, কেৱল অনুসৰণ কৰক এই উপায়

3 hours ago
দাঁতৰ অসহ্যকৰ বিষ! কি দৰে সহজ ঘৰুৱা পদ্ধতিৰে কৰিব দূৰ জানক

দাঁতৰ অসহ্যকৰ বিষ! কি দৰে সহজ ঘৰুৱা পদ্ধতিৰে কৰিব দূৰ জানক

4 hours ago
উশাহ দীঘল আৰু মানসিক চাপ… এয়া পেনিক এটেকৰ প্ৰাৰম্ভিক লক্ষণ নেকি?

উশাহ দীঘল আৰু মানসিক চাপ… এয়া পেনিক এটেকৰ প্ৰাৰম্ভিক লক্ষণ নেকি?

4 hours ago
ITR দাখিল কৰা নাই নেকি? তেন্তে এই তথ্য আপোনাৰ বাবে…

ITR দাখিল কৰা নাই নেকি? তেন্তে এই তথ্য আপোনাৰ বাবে…

5 hours ago
নীম কৰোলী বাবাৰ আশীৰ্বাদে সলাব জীৱন, কৰক এইকেইটা কাম!

নীম কৰোলী বাবাৰ আশীৰ্বাদে সলাব জীৱন, কৰক এইকেইটা কাম!

6 hours ago
আঙুলিত অৰ্ধচন্দ্ৰৰ চিন? কোনো মাৰাত্মক ৰোগৰ লক্ষণ নেকি জানক

আজি ভাগ্যই সহায় কৰিব ৩ ৰাশিক, জানক দৈনিক ৰাশিফল

7 hours ago
জন্মাষ্টমীৰ পূৰ্বে ঘৰলৈ আনক এই ৫ বিধ সামগ্ৰী

জন্মাষ্টমীৰ পূৰ্বে ঘৰলৈ আনক এই ৫ বিধ সামগ্ৰী

15 hours ago
ফুটবলক লৈ জুবিন দাৰ কি সপোন আছিল? কেনেকৈ গৰিমা বৌৱক জুবিন দাই এতিয়াও বাট দেখুৱায়?

ফুটবলক লৈ জুবিন দাৰ কি সপোন আছিল? কেনেকৈ গৰিমা বৌৱক জুবিন দাই এতিয়াও বাট দেখুৱায়?

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, September 2, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

কঠোৰ সিদ্ধান্ত জি পি সিঙৰ! এইবাৰ অসম আৰক্ষীৰ কোনো গোটেই পালন কৰিব নোৱাৰিব নৱবৰ্ষ

editor by editor
December 31, 2023
in অসম, বিবিধ
0
কঠোৰ সিদ্ধান্ত জি পি সিঙৰ! এইবাৰ অসম আৰক্ষীৰ কোনো গোটেই পালন কৰিব নোৱাৰিব নৱবৰ্ষ
0
SHARES
3.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ
অসম আৰক্ষীয়ে পালন কৰিব নোৱাৰিব নৱবৰ্ষ
৩১ ডিচেম্বৰ আৰু ১ জানুৱাৰীৰ সকলো অনুষ্ঠান বাতিলৰ নিৰ্দেশ
আৰক্ষীৰ কোনো গোটেই পালন কৰিব নোৱাৰিব নৱবৰ্ষৰ কোনো অনুষ্ঠান
অসম আৰক্ষীৰ প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান দীপক নাৰায়ণ দত্তৰ দেহৱসানৰ বাবেই এই সিদ্ধান্ত।
তেওঁৰ প্ৰতি শ্ৰদ্ধা জনাই বাতিল কৰা হৈছে সকলো অনুষ্ঠান।
২০০৫ ৰ পৰা ২০০৬ বৰ্ষলৈ অসম আৰক্ষীৰ নেতৃত্বত আছিল IPS দীপক নাৰায়ণ দত্ত।
১৯৭১ BATCH ৰ অসম-মেঘালয় কেডাৰৰ IPS বিষয়া আছিল প্ৰয়াত দত্ত।
দেওবাৰে দুপৰীয়া ১ বজাত হায়দৰাবাদত শেষ নিশ্বাস ত্যাগ কৰে আৰক্ষীৰ শীৰ্ষ বিষয়া গৰাকীক।
১ জানুৱাৰী, সোমবাৰে গুৱাহাটীত বিমানযোগে অনা হ’ব IPS বিষয়াগৰাকীৰ নশ্বৰ মৃতদেহ।
সোমবাৰে বিয়লি ২ বজাত উলুবাৰীৰ আৰক্ষী সঞ্চালক প্ৰধানৰ কাৰ্যালয়ত শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব DGP জি পি সিঙে।
১ জানুৱাৰীৰ বিয়লি ৩.৩০বজাত অন্তেষ্টিক্ৰিয়া কৰা হ’ব ৰাজ্যৰ প্ৰাক্তন DGPৰ

https://www.facebook.com/photo/?fbid=880629977396948&set=a.412930154166935

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মুখৰ দুৰ্গন্ধ আৰু দাঁতৰ আলু ফুলা? পাকঘৰৰ এই সৰু সামগ্ৰীয়ে দূৰ কৰিব আপোনাৰ সমস্যা
জীৱনশৈলী

মুখৰ অত্যাধিক দুৰ্গন্ধ? এয়া কোনো ভয়ংকৰ ৰোগৰ ইংগিত নেকি জানক

September 2, 2026
ঋতুস্ৰাৱৰ সময়ত অত্যাধিক পেটৰ বিষ, ভুলতো নাখাব এইবোৰ খাদ্য!
জীৱনশৈলী

ভুল খাদ্যাভ্যাসে বৃদ্ধি কৰে মাহেকীয়াৰ সমস্যা, অন্তৰ্ভুক্ত কৰক এইবোৰ বস্তু

September 2, 2026
অপৰাজিতা ফুলে উজ্জ্বল কৰিব আপোনাৰ ছাল, উপকাৰী গুণ জানি হ’ব আচৰিত
জীৱনশৈলী

অপৰাজিতা ফুলে উজ্জ্বল কৰিব আপোনাৰ ছাল, উপকাৰী গুণ জানি হ’ব আচৰিত

September 2, 2026
কন্যাৰ ভৱিষ্যত কৰক সুৰক্ষিত, এনেকৈয়ে যোগ কৰক ৭০ লাখ টকা
বাণিজ্য

কন্যাৰ ভৱিষ্যত কৰক সুৰক্ষিত, এনেকৈয়ে যোগ কৰক ৭০ লাখ টকা

September 2, 2026
Next Post
বছৰৰ প্রথম দিনাই চমক ইছৰোৰ! কৃষ্ণগহ্বৰ বিচাৰি মহাকাশলৈ Xposat Satellite

বছৰৰ প্রথম দিনাই চমক ইছৰোৰ! কৃষ্ণগহ্বৰ বিচাৰি মহাকাশলৈ Xposat Satellite

‘নিউ ইয়েৰ ৰেজলিউশ্ব্যন মোৰ এয়াই!’ নতুন বছৰৰ পৰিকল্পনা জনালে প্রধানমন্ত্ৰী মোদীয়ে

'নিউ ইয়েৰ ৰেজলিউশ্ব্যন মোৰ এয়াই!’ নতুন বছৰৰ পৰিকল্পনা জনালে প্রধানমন্ত্ৰী মোদীয়ে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.