• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘নিউ ইয়েৰ ৰেজলিউশ্ব্যন মোৰ এয়াই!’ নতুন বছৰৰ পৰিকল্পনা জনালে প্রধানমন্ত্ৰী মোদীয়ে

‘নিউ ইয়েৰ ৰেজলিউশ্ব্যন মোৰ এয়াই!’ নতুন বছৰৰ পৰিকল্পনা জনালে প্রধানমন্ত্ৰী মোদীয়ে

3 years ago
কাইলৈ মহালয়া, ধৰাৰ বুকুলৈ আগমণ কৰিব মা দুৰ্গাই

মা দুৰ্গাৰ কোনখন হাতত কি অস্ত্ৰ থাকে? অস্ত্ৰসমূহে কি শিক্ষা দিয়ে জানক

5 minutes ago
প্ৰতিদিনে ৰাতি এটাকৈ খাওক ইলাচি, পুৰুষে দেখিব চমৎকাৰ!

প্ৰতিদিনে ৰাতি এটাকৈ খাওক ইলাচি, পুৰুষে দেখিব চমৎকাৰ!

25 minutes ago
ICCক শেষ কৰি পেলোৱাৰ হুংকাৰ আমেৰিকাৰ

ভাৰতৰ ওপৰত ১০০% শুল্ক সলনি! ট্ৰাম্পে ভংগ কৰিলে নিজৰ নিয়ম

1 hour ago
উৎসৱ-পাৰ্বনত বুন্দিয়া সকলোৱে খায়, কিন্তু ইয়াক ইংৰাজীত কি কয় ৯৯% লোকে নাজানে!

উৎসৱ-পাৰ্বনত বুন্দিয়া সকলোৱে খায়, কিন্তু ইয়াক ইংৰাজীত কি কয় ৯৯% লোকে নাজানে!

1 hour ago
কেতিয়া দাখিল হ’ব অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন?

8th pay commission: ৬৯,০০০ টকা বেচিক পে আৰু ৫০% ডি এৰ একত্ৰীকৰণৰ দাবী, কেন্দ্ৰৰ কি ইংগিত?

2 hours ago
কৰীনা-ছেইফৰ বেডৰুমৰ গোপন ৰহস্য আহিছে পোহৰলৈ, তাৰ পিছত…

কৰীনা-ছেইফৰ বেডৰুমৰ গোপন ৰহস্য আহিছে পোহৰলৈ, তাৰ পিছত…

3 hours ago
ভাগ্যৰ খেল দেখি হ’ব আচৰিত, চাকৰিৰ পৰা অৰ্থ লাভত পাব সুযোগ!

ভাগ্যৰ খেল দেখি হ’ব আচৰিত, চাকৰিৰ পৰা অৰ্থ লাভত পাব সুযোগ!

4 hours ago
EPFO Rules: ১০ বাৰকৈ টকা উলিয়াব পাৰিব প্ৰভিডেণ্ট ফাণ্ডৰ পৰা! নতুন নিয়মবোৰ জানক

EPFO Rules: ১০ বাৰকৈ টকা উলিয়াব পাৰিব প্ৰভিডেণ্ট ফাণ্ডৰ পৰা! নতুন নিয়মবোৰ জানক

5 hours ago
শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!

দেওবাৰৰ দিনটোত ভাল খবৰ পাব ৪ ৰাশিৰ লোকে, আপুনিও নেকি ভাগ্যৱান!

6 hours ago
নতুন ফৌজদাৰী আইন ৰূপায়ণত শীৰ্ষস্থানত অসম

নতুন ফৌজদাৰী আইন ৰূপায়ণত শীৰ্ষস্থানত অসম

8 hours ago
নয়দাৰ পিতৃ-মাতৃসহ ৩ সন্তানৰ মৃ*ত্যুৰ ঘটনাৰ নতুন মোৰ

নয়দাৰ পিতৃ-মাতৃসহ ৩ সন্তানৰ মৃ*ত্যুৰ ঘটনাৰ নতুন মোৰ

8 hours ago
মন্দিৰৰ সন্মুখত বাংলাদেশীয়ে ৰান্ধি খালে গো-মাংস!

মন্দিৰৰ সন্মুখত বাংলাদেশীয়ে ৰান্ধি খালে গো-মাংস!

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, October 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

‘নিউ ইয়েৰ ৰেজলিউশ্ব্যন মোৰ এয়াই!’ নতুন বছৰৰ পৰিকল্পনা জনালে প্রধানমন্ত্ৰী মোদীয়ে

editor by editor
January 1, 2024
in জীৱনশৈলী, বিবিধ, বিশ্ব, ভাৰত
0
‘নিউ ইয়েৰ ৰেজলিউশ্ব্যন মোৰ এয়াই!’ নতুন বছৰৰ পৰিকল্পনা জনালে প্রধানমন্ত্ৰী মোদীয়ে
0
SHARES
111
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ দীৰ্ঘদিন ধৰি তেওঁ গুজৰাটৰ মুখ্যমন্ত্ৰী আছিল। বিগত ১০ বছৰ ধৰি তেওঁ দেশৰ প্রধানমন্ত্ৰী। দেশৰ প্ৰধানমন্ত্ৰী হোৱা হেতুকে দেশৰ জনতাই জানিব বিচাৰিছে নতুন বছৰত তেওঁৰ ৰেজলিউশ্ব্যন কি? প্ৰশ্নৰ উত্তৰ নিজেই দিছে নমোয়ে।

নতুন বছৰত কি কি কৰাৰ ইচ্ছা আছে প্রধানমন্ত্ৰী মোদীৰ?
প্রধানমন্ত্ৰী মোদীয়ে জনোৱা অনুসৰি নতুন বছৰত তেওঁৰ কোনো ব্যক্তিগত ইচ্ছা নাই। নৰেন্দ্ৰ মোদীয়ে জনোৱা অনুসৰি আগন্তুক বছৰত কি কি কাম কৰিব তাৰেই এখন তালিকা তৈয়াৰ কৰিছে তেওঁ। এই তালিকা অৱশ্য তেওঁৰ ব্যক্তিগত নহয়। এই তালিকা দেশৰ বাবে। কাৰণ তেওঁৰ বাবে এতিয়া ব্যক্তিগত কথাবোৰতকৈ দেশ আগত।

প্রধানমন্ত্ৰীয়ে এই সন্দৰ্ভত কয়, ‘মই সেই ব্যক্তি যিয়ে নিজৰ উইছ লিষ্ট তৈয়াৰ কৰাত বিশ্বাস নকৰো। মই কামৰ তালিকা তৈয়াৰতহে বিশ্বাসী।’ প্রধানমন্ত্ৰীয়ে লগতে কয়, ‘দলৰ এজন কৰ্মী, এজন মুখ্যমন্ত্ৰী, এজন প্রধানমন্ত্ৰী হিচাপে কাম কৰাৰ বাবে মই দেশত পৰিচিত। সেয়ে মই সকলোসময়তে দেশৰ স্বাৰ্থৰ কথাহে চিন্তা কৰো। বহুতেই মোক সোধে, মই কেনেকৈ ইমান কঠোৰ সিদ্ধান্ত লৈছো। নিজা সকলো ত্যাগ কৰাটো কঠিন সিদ্ধান্তই। তেতিয়া মোৰ উত্তৰ এটাই, মই দেশৰ বাবে সকলো কৰিব পাৰো।’

https://x.com/narendramodi/status/1741637057951498388?s=20

নমোৰ নতুৰ বছৰৰ ৰেজলিউশ্ব্যন কি?

প্ৰধানমন্ত্ৰীয়ে নতুন বছৰৰ পৰিকল্পনা সন্দৰ্ভত কয় যে, বিশেষজ্ঞসকলৰ মত অবিহনে তেওঁ দেশৰ বাস্তৱ চৰিত্ৰ আৰু মাটিৰ সৈতে সংপৃক্ত হৈ থকাসকলৰ কথা শুনিহে একোটা ষ্ট্ৰেটেজি তৈয়াৰ কৰে। তেওঁ কয়, ‘মই যিকোনো সিদ্ধান্ত মোৰ ভাললগাৰ বাবে নলও। মই এনে সিদ্ধান্ত লও যিয়ে দেশৰ উন্নতিত সহায় কৰে।’ মোদীয়ে লগতে কয়, তেওঁৰ শৈশৱো দাৰিদ্ৰতাৰ মাজতেই পাৰ হৈছে। দাৰিদ্ৰতাৰ সংজ্ঞা তেওঁ ভালধৰণেই জানে। সেয়ে দেশৰ দৰিদ্ৰ লোকসকলৰ জীৱনযাত্ৰা উন্নত হোৱাৰ বাবে তেওঁ নতুন বছৰতো কাম কৰিব খোজে। এই সন্দৰ্ভত নমোৱে কয়, ‘আমাৰ দেশত এতিয়া দ্ৰুত উন্নয়ন হৈছে। মই বিশ্বাস কৰো যে দেশৰ যি উন্নতি হৈছে সেয়া সম্ভৱ হৈছে কেৱল জন আন্দোলনৰ বাবেই।’

উভতি চোৱা যাওক ২০২৩
প্রধানমন্ত্ৰীয়ে এই সন্দৰ্ভত কয়, ‘কোনো এটা বছৰৰ কামৰ পৰ্যালোচনাৰ কৰি সামগ্ৰিক আৰু সঠিক ছবি পোৱা সম্ভৱ নহয়। মই যেতিয়া কোনো কাম আৰম্ভ কৰো তেতিয়াই জানো শেষ কেনেকৈ হ’ব। সেয়ে মই কাম শেষ নোহোৱা পৰ্যন্ত এই কামৰ ব্লু প্ৰিণ্ট ঘোষণা নকৰো।’ ২৩ বৰ্ষত প্ৰধানমন্ত্ৰীয়ে কৰা কামৰ ভিতৰত অন্য এক প্ৰধান কাম হৈছে প্ৰতিবেশী দেশসমূহৰ সৈতে গঠনমূলক আৰু সহযোগিতাপূৰ্ণ কাম আগবঢ়াই নিয়া। দৰকাৰত যদি তেওঁ কঠোৰ হৈছে আকৌ দৰকাৰত তেওঁ বন্ধুত্বও গঢ়িছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24Best Assamese News Channelbest news channel in assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কাইলৈ মহালয়া, ধৰাৰ বুকুলৈ আগমণ কৰিব মা দুৰ্গাই
জীৱনশৈলী

মা দুৰ্গাৰ কোনখন হাতত কি অস্ত্ৰ থাকে? অস্ত্ৰসমূহে কি শিক্ষা দিয়ে জানক

October 17, 2026
প্ৰতিদিনে ৰাতি এটাকৈ খাওক ইলাচি, পুৰুষে দেখিব চমৎকাৰ!
জীৱনশৈলী

প্ৰতিদিনে ৰাতি এটাকৈ খাওক ইলাচি, পুৰুষে দেখিব চমৎকাৰ!

October 17, 2026
ICCক শেষ কৰি পেলোৱাৰ হুংকাৰ আমেৰিকাৰ
বিশ্ব

ভাৰতৰ ওপৰত ১০০% শুল্ক সলনি! ট্ৰাম্পে ভংগ কৰিলে নিজৰ নিয়ম

October 17, 2026
উৎসৱ-পাৰ্বনত বুন্দিয়া সকলোৱে খায়, কিন্তু ইয়াক ইংৰাজীত কি কয় ৯৯% লোকে নাজানে!
শিক্ষা

উৎসৱ-পাৰ্বনত বুন্দিয়া সকলোৱে খায়, কিন্তু ইয়াক ইংৰাজীত কি কয় ৯৯% লোকে নাজানে!

October 17, 2026
Next Post
কাৰ কাৰ আয় বাঢ়িব? কাৰ কাৰ বিবাহৰ যোগ? জানি থওক ২০২৪ চনৰ ৰাশিফলে কি কৈছে?

কাৰ কাৰ আয় বাঢ়িব? কাৰ কাৰ বিবাহৰ যোগ? জানি থওক ২০২৪ চনৰ ৰাশিফলে কি কৈছে?

নিউ ইয়েৰ জাপানৰ বাবে মুঠেও হেপ্পী নহয়! বিধ্বংসী ভূমিকম্পই জোঁকাৰি গ’ল জাপান, জাৰি ছুনামীৰ সতৰ্কতা

নিউ ইয়েৰ জাপানৰ বাবে মুঠেও হেপ্পী নহয়! বিধ্বংসী ভূমিকম্পই জোঁকাৰি গ’ল জাপান, জাৰি ছুনামীৰ সতৰ্কতা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.