• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
চিভিল ভাল! আকৌ ১হাজাৰ কোটি ঋণ ল’ব বিচাৰিছে অসম চৰকাৰে…

চিভিল ভাল! আকৌ ১হাজাৰ কোটি ঋণ ল’ব বিচাৰিছে অসম চৰকাৰে…

3 years ago
বেলতলাৰ বশিষ্ঠপুৰ হত্যাকাণ্ডৰ ন ন তথ্য উদঘাটন

বেলতলাৰ বশিষ্ঠপুৰ হত্যাকাণ্ডৰ ন ন তথ্য উদঘাটন

20 minutes ago
কেৰিয়াৰত কেতিয়াও কৰিব নোৱাৰা কাম কৰিলে চাইনামেনে

কেৰিয়াৰত কেতিয়াও কৰিব নোৱাৰা কাম কৰিলে চাইনামেনে

1 hour ago
iPhone18 মুকলিৰ পিছতে Appleক কটাক্ষ SAMSUNGৰ

iPhone18 মুকলিৰ পিছতে Appleক কটাক্ষ SAMSUNGৰ

2 hours ago
ভাড়া ঘৰত থকাসকলৰ বাবে এক গুৰুত্বপূৰ্ণ খবৰ

ভাড়া ঘৰত থকাসকলৰ বাবে এক গুৰুত্বপূৰ্ণ খবৰ

3 hours ago
ঘৰৰ দুৱাৰ, বাহনত কিয় ওলোমাই ৰখা হয় নেমু-জলকীয়া?

ঘৰৰ দুৱাৰ, বাহনত কিয় ওলোমাই ৰখা হয় নেমু-জলকীয়া?

3 hours ago
জন্মদিনৰ পাৰ্টিৰ বাবে টনা বিদ্যুতৰ তাঁৰত লাগি মহিলাৰ মৃ*ত্যু

জন্মদিনৰ পাৰ্টিৰ বাবে টনা বিদ্যুতৰ তাঁৰত লাগি মহিলাৰ মৃ*ত্যু

4 hours ago
আহি আছে বুধৰ গোচাৰ, এই ৪ ৰাশিৰ লোকৰ ‘ৰাজযোগ’ হ’ব আৰম্ভ

আহি আছে বুধৰ গোচাৰ, এই ৪ ৰাশিৰ লোকৰ ‘ৰাজযোগ’ হ’ব আৰম্ভ

4 hours ago
বিৱাহ মানে স্বাধীনতাৰ অন্ত নেকি? পত্নীৰ সন্মতি অবিহনে শাৰীৰিক সম্পৰ্ক ধ*ৰ্ষণৰ সমতুল্য নেকি?

বিৱাহ মানে স্বাধীনতাৰ অন্ত নেকি? পত্নীৰ সন্মতি অবিহনে শাৰীৰিক সম্পৰ্ক ধ*ৰ্ষণৰ সমতুল্য নেকি?

5 hours ago
ছচিয়েল মিডিয়া ইনফ্লুৱেন্সাৰক ধ*ৰ্ষণ SSBৰ ASIৰ!

ছচিয়েল মিডিয়া ইনফ্লুৱেন্সাৰক ধ*ৰ্ষণ SSBৰ ASIৰ!

5 hours ago
আৰ্চাৰীত বিশ্ব চেম্পিয়ন ভাৰতৰ ১৯ বছৰীয়া শীতলৰ

আৰ্চাৰীত বিশ্ব চেম্পিয়ন ভাৰতৰ ১৯ বছৰীয়া শীতলৰ

6 hours ago
AIৰ বাবে বিপদত মানৱ জাতিৰ ভৱিষ্যৎ!

AIৰ বাবে বিপদত মানৱ জাতিৰ ভৱিষ্যৎ!

6 hours ago
ভাৰতৰ MasterStroke! ডলাৰৰ বিপৰীতে টকাত হ’ব বাণিজ্য!

ভাৰতৰ MasterStroke! ডলাৰৰ বিপৰীতে টকাত হ’ব বাণিজ্য!

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, September 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home Uncategorized

চিভিল ভাল! আকৌ ১হাজাৰ কোটি ঋণ ল’ব বিচাৰিছে অসম চৰকাৰে…

ঋণ বিচাৰি ভাৰতীয় ৰিজাৰ্ভ বেংকক প্ৰস্তাৱ দাখিল কৰিছে অসম চৰকাৰে

editor by editor
January 7, 2024
in Uncategorized
0
চিভিল ভাল! আকৌ ১হাজাৰ কোটি ঋণ ল’ব বিচাৰিছে অসম চৰকাৰে…
0
SHARES
3.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ডিজিটেল ডেস্কঃ আকৌ ১হাজাৰ কোটি টকাৰ ঋণ বিচাৰিছে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰে। ইতিমধ্যে এই ঋণ বিচাৰি ভাৰতীয় ৰিজাৰ্ভ বেংকক প্ৰস্তাৱ দাখিল কৰিছে অসম চৰকাৰে। ইফালে এই খবৰ ৰাজহুৱা হোৱাৰ পাছতে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে, তৰুণ গগৈয়ে তেওঁৰ তিনিটা কাৰ্যকালত ৪১ হাজাৰ ৯৬৪ কোটি টকাৰ ঋণ লৈছিল। ইয়াৰ বিপৰীতে সৰ্বানন্দ সোণোৱালে তেওঁৰ এটা কাৰ্যকালতে প্ৰায় ৪৯হাজাৰ কোটি টকাৰ ঋণ লৈছিল।  সৰ্বানন্দ সোণোৱালে এই ঋণ লোৱাৰ পাছতে অসমৰ সৰ্বমুঠ ঋণৰ পৰিমাণ বৃদ্ধি হৈছিল ৯০হাজাৰ  ৯৬৪কোটি টকালৈ।

সৰ্বানন্দ সোণোৱালৰ পাছতে ৰাজ্যৰ দায়িত্বভাৰ লোৱা ড০ হিমন্ত বিশ্ব শৰ্মাই এতিয়ালৈকে প্ৰায় ৫৫হাজাৰ কোটি টকাৰো অধিক ঋণ লৈছে। প্ৰাপ্ত তথ্য অনুসৰি,  ২০২১-২২বিত্তীয় বৰ্ষত  ১৬,৯৫৫কোটি টকা, ২০২২-২৩ বিত্তীয় বৰ্ষত ২৩,৫৫৩কোটি টকা আৰু ২০২৩-২৪বৰ্ষৰ এতিয়ালৈকে ঋণ লৈছে প্ৰায় ১৫হাজাৰ কোটি টকা। খবৰ অনুসৰি,  চলিত বিত্তীয় বৰ্ষ সামৰণি পৰা লৈকে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে আৰু ৫হাজাৰ কোটি টকাৰ ঋণ লোৱাৰ যোজা কৰিছে।

হিমন্ত বিশ্ব শৰ্মাই এতিয়ালৈকে ৫৫হাজাৰ ৫০৮কোটি টকা ঋণ লৈছে। বৰ্তমান অসমৰ প্ৰতিগৰাকী ব্যক্তিৰ মূৰত আছে ৪৫হাজাৰৰো অধিক টকাৰ ঋণৰ বোজা।  বছৰি প্ৰায় ২৩হাজাৰ কোটি টকা ঋণৰ ওপৰতে নিৰ্ভৰশীল অসম চৰকাৰে কিছুদিনৰ পূৰ্বে চৰকাৰী বণ্ড বন্ধকত থৈ ঋণ লোৱা ঘটনাক লৈ ৰাজ্যৰ সচেতন মহলৰ মাজতো তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ
জীৱনশৈলী

৯ আগষ্টত ৪ ৰাশিৰ জাতক-জাতিকাৰ ঘূৰিব ভাগ্যৰ চকৰি!

August 9, 2026 - Updated on August 10, 2026
গা ধুলে প্ৰস্ৰাৱ কৰে নেকি? তেন্তে পৰিব পাৰে ভয়ংকৰ বিপদত!
জীৱনশৈলী

সঘনাই শৌচ কৰাৰ অনুভৱ? এয়া কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি?

August 2, 2026
দীৰ্ঘদিনীয়া সম্পত্তিৰ সমস্যা আজি হ’ব পাৰে নিষ্পত্তি
জীৱনশৈলী

দীৰ্ঘদিনীয়া সম্পত্তিৰ সমস্যা আজি হ’ব পাৰে নিষ্পত্তি

July 1, 2026
পৰকীয়া প্ৰেমক আইনত কি বোলে? স্বামীয়ে বিশ্বাসঘাতকতা কৰিলে আইন অনুসৰি কিমান ভৰণপোষণ দাবী কৰিব পাৰে পত্নীয়ে?
Uncategorized

পৰকীয়া প্ৰেমক আইনত কি বোলে? স্বামীয়ে বিশ্বাসঘাতকতা কৰিলে আইন অনুসৰি কিমান ভৰণপোষণ দাবী কৰিব পাৰে পত্নীয়ে?

May 28, 2026
Next Post
অযথা বেমাৰ গোটাই নল’ব! ৰাতি ভুলটো নাখাব এইকেইবিধ খাদ্য…

অযথা বেমাৰ গোটাই নল'ব! ৰাতি ভুলটো নাখাব এইকেইবিধ খাদ্য...

মুম্বাইৰ পাছতেই উদয়পুৰ! অভিনৱ বিবাহৰ আয়োজন কৰিছে আমিৰ কন্যাই? কি কি ব্যতিক্ৰম হ’ব এই বিয়াত?

মুম্বাইৰ পাছতেই উদয়পুৰ! অভিনৱ বিবাহৰ আয়োজন কৰিছে আমিৰ কন্যাই? কি কি ব্যতিক্ৰম হ’ব এই বিয়াত?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.