• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিহুতেই পিঠা-পনাৰ জুঁতি লৈ মহাকাশৰ ৰসাল আড্ডা দিবলৈ অসমলৈ আহি আছে ISROৰ চেয়াৰমেন এছ সোমনাথ

বিহুতেই পিঠা-পনাৰ জুঁতি লৈ মহাকাশৰ ৰসাল আড্ডা দিবলৈ অসমলৈ আহি আছে ISROৰ চেয়াৰমেন এছ সোমনাথ

3 years ago
সংহাৰৰ পিছত ধ্বংসস্তুপৰ পৰা ওলাল ১১২টাকৈ মৃ*তদেহ

সংহাৰৰ পিছত ধ্বংসস্তুপৰ পৰা ওলাল ১১২টাকৈ মৃ*তদেহ

14 minutes ago
আটা কিনোতে সাৱধান! বজাৰত ওলাইছে শিলৰ গুড়ি মিহলি কৰা আটা

আটা কিনোতে সাৱধান! বজাৰত ওলাইছে শিলৰ গুড়ি মিহলি কৰা আটা

44 minutes ago
অকালতে পকা চুলি ৰং নকৰাকৈ পুনৰ ক’লা কৰিব পাৰিনে?

অকালতে পকা চুলি ৰং নকৰাকৈ পুনৰ ক’লা কৰিব পাৰিনে?

1 hour ago
প্ৰেচিডেন্সি ইউনিভাৰ্চিটি বেংগালুৰুত মিজোৰামৰ স্বাস্থ্যমন্ত্ৰী Lalrinpuii, দিলে শিক্ষাৰ্থীক অনুপ্ৰেৰণা

প্ৰেচিডেন্সি ইউনিভাৰ্চিটি বেংগালুৰুত মিজোৰামৰ স্বাস্থ্যমন্ত্ৰী Lalrinpuii, দিলে শিক্ষাৰ্থীক অনুপ্ৰেৰণা

3 hours ago
UPI ব্যৱহাৰকাৰীৰ বাবে ডাঙৰ খবৰ, সংসদত উত্থাপন হৈছে নতুন বিধেয়ক

UPI ব্যৱহাৰকাৰীৰ বাবে ডাঙৰ খবৰ, সংসদত উত্থাপন হৈছে নতুন বিধেয়ক

4 hours ago
PM Kisan যোজনাৰ ৪টা ডাঙৰ কথা, আপুনি জনাটো অত্যন্ত প্ৰয়োজনীয়

PM Kisan যোজনাৰ ৪টা ডাঙৰ কথা, আপুনি জনাটো অত্যন্ত প্ৰয়োজনীয়

4 hours ago
ৰঙালাও আপোনাৰ প্ৰিয় নেকি? গৰমত খোৱাৰ পূৰ্বে ১০০ বাৰ ভাবক!

ৰঙালাও আপোনাৰ প্ৰিয় নেকি? গৰমত খোৱাৰ পূৰ্বে ১০০ বাৰ ভাবক!

5 hours ago
নিমিষতে দূৰ হ’ব চৰ্দিৰ সমস্যা, এই ঘৰুৱা উপায়েৰে কৰক প্ৰতিকাৰ

নিমিষতে দূৰ হ’ব চৰ্দিৰ সমস্যা, এই ঘৰুৱা উপায়েৰে কৰক প্ৰতিকাৰ

5 hours ago
মাত্ৰ ১০০ টকা জমা কৰি পাওক ১ লাখ টকা! পিএনবিৰ এই আঁচনিখনৰ বিষয়ে জানো আহক

মাত্ৰ ১০০ টকা জমা কৰি পাওক ১ লাখ টকা! পিএনবিৰ এই আঁচনিখনৰ বিষয়ে জানো আহক

6 hours ago
বয়সীয়াল স্বামী নাহিল পছন্দ! বিচ্ছেদৰ পিছত এইগৰাকী অভিনেত্ৰীয়ে বাছি ল’লে ৭ বছৰ সৰু জীৱনসংগী

বয়সীয়াল স্বামী নাহিল পছন্দ! বিচ্ছেদৰ পিছত এইগৰাকী অভিনেত্ৰীয়ে বাছি ল’লে ৭ বছৰ সৰু জীৱনসংগী

6 hours ago
সপোন সাপ দেখে নেকি? এয়া শুভ নে অশুভ সংকেত জানক

সপোন সাপ দেখে নেকি? এয়া শুভ নে অশুভ সংকেত জানক

8 hours ago
Netflix: বিনামূল্যে Netflix চোৱাৰ সুযোগ! কিদৰে পাব Free Subscription?

Netflix: বিনামূল্যে Netflix চোৱাৰ সুযোগ! কিদৰে পাব Free Subscription?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, August 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

বিহুতেই পিঠা-পনাৰ জুঁতি লৈ মহাকাশৰ ৰসাল আড্ডা দিবলৈ অসমলৈ আহি আছে ISROৰ চেয়াৰমেন এছ সোমনাথ

editor by editor
January 9, 2024
in অসম, গুৱাহাটী, প্ৰযুক্তি, ভাৰত
0
বিহুতেই পিঠা-পনাৰ জুঁতি লৈ মহাকাশৰ ৰসাল আড্ডা দিবলৈ অসমলৈ আহি আছে ISROৰ চেয়াৰমেন এছ সোমনাথ
0
SHARES
230
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ অসমলৈ আহি আছে ইছৰোৰ চেয়াৰমেন এছ সোমনাথ। বিহুৰ বতৰতে অসম ভ্ৰমণত আহিব ইছৰোৰ চেয়াৰমেন এছ সোমনাথ। প্ৰাগজ্যোতিষ বিশ্ববিদ্যালয়ত এক বিশেষ অনুষ্ঠানত অংশগ্ৰহণ কৰিব এছ সোমনাথে। আগন্তুক ১৭ জানুৱাৰীত প্ৰাগজ্যোতিষ বিশ্ববিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ সৈতে বাৰ্তালাপতো মিলিত হ’ব এছ সোমনাথ।

ইছৰোৰ দুটাকৈ সফলতাৰ কথাও আলোচনা হ’ব এই অনুষ্ঠানত। অনুষ্ঠানত উপস্থিত থাকি চন্দ্ৰযান-৩ৰ সফলতা আৰু আদিত্য এল-১ ৰ সফলতাক বিশেষভাৱে অসমৰ ছাত্ৰ-ছাত্ৰীৰ সৈতে উদযাপন কৰিব এছ সোমনাথে। এছ সোমনাথ আহিবলগা এই বিশেষ অনুষ্ঠানৰ আয়োজক কমিটিৰ সদস্য তথা প্ৰাগজ্যোতিষ বিশ্ববিদ্যালয়ৰ অধ্যাপক ডঃ জগদীশ কাকতিয়ে জনোৱা অনুসৰি, ‘এছ সোমনাথ উপস্থিত থাকিবলগা এই বিশেষ অনুষ্ঠানটো আয়োজন কৰা হৈছে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত। সেই বিশেষ দিনটো যিহেতু জ্যোতিপ্ৰসাদ আগৰৱালাৰো মৃত্যু দিন সেয়ে শিল্পী দিৱসৰো বিশেষ আয়োজন কৰা হৈছে। এছ সোমনাথেও এই সভাত অংশ লৈ মহাকাশ গৱেষণা সন্দৰ্ভত বিশেষ বক্তব্য ৰাখিব।’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

প্ৰেচিডেন্সি ইউনিভাৰ্চিটি বেংগালুৰুত মিজোৰামৰ স্বাস্থ্যমন্ত্ৰী Lalrinpuii, দিলে শিক্ষাৰ্থীক অনুপ্ৰেৰণা
ভাৰত

প্ৰেচিডেন্সি ইউনিভাৰ্চিটি বেংগালুৰুত মিজোৰামৰ স্বাস্থ্যমন্ত্ৰী Lalrinpuii, দিলে শিক্ষাৰ্থীক অনুপ্ৰেৰণা

August 5, 2026
Netflix: বিনামূল্যে Netflix চোৱাৰ সুযোগ! কিদৰে পাব Free Subscription?
প্ৰযুক্তি

Netflix: বিনামূল্যে Netflix চোৱাৰ সুযোগ! কিদৰে পাব Free Subscription?

August 5, 2026
ৰে’লৱে আইনত বৃহৎ পৰিৱৰ্তন, এটা সৰু ভুলে জৰিমনা ভৰাব আপোনাক!
ভাৰত

ৰে’লৱে আইনত বৃহৎ পৰিৱৰ্তন, এটা সৰু ভুলে জৰিমনা ভৰাব আপোনাক!

August 5, 2026
বলীউডৰ ‘গজিনী’ আৰু নাই, ‘মহাভাৰত’-এ দিছিল চিনাকি
বিনোদন

বলীউডৰ ‘গজিনী’ আৰু নাই, ‘মহাভাৰত’-এ দিছিল চিনাকি

August 4, 2026
Next Post
হোৱাইট হাউছৰ গেট ভাঙি সোমাল গাড়ী! বাইডেন নিবাসত বাজিছে বিপদঘণ্টা

হোৱাইট হাউছৰ গেট ভাঙি সোমাল গাড়ী! বাইডেন নিবাসত বাজিছে বিপদঘণ্টা

‘সপোন সঁচা হ’ল মই কঠোৰ পৰিশ্ৰমৰ ফল পাইছো!’ বেগী বলাৰ মহম্মদ ছামীলৈ অৰ্জুন বঁটা

'সপোন সঁচা হ’ল মই কঠোৰ পৰিশ্ৰমৰ ফল পাইছো!’ বেগী বলাৰ মহম্মদ ছামীলৈ অৰ্জুন বঁটা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.