• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৭৪ নে ৭৫? এই বছৰ ২৬ জানুৱাৰীত কিমান সংখ্যক গণতন্ত্ৰ দিৱস পালন কৰিব ভাৰতবাসীয়ে?

৭৪ নে ৭৫? এই বছৰ ২৬ জানুৱাৰীত কিমান সংখ্যক গণতন্ত্ৰ দিৱস পালন কৰিব ভাৰতবাসীয়ে?

3 years ago
শুই থাকোঁতে হঠাৎ ভৰি টানি ধৰে নেকি? জানক কিদৰে উপশম পাব

শুই থাকোঁতে হঠাৎ ভৰি টানি ধৰে নেকি? জানক কিদৰে উপশম পাব

16 minutes ago
দীপিকা-ৰণবীৰৰ দ্বিতীয় কন্যাৰ নাম ঘোষণা, জানক কণমানিজনীৰ নামৰ অৰ্থও!

দীপিকা-ৰণবীৰৰ দ্বিতীয় কন্যাৰ নাম ঘোষণা, জানক কণমানিজনীৰ নামৰ অৰ্থও!

36 minutes ago
কেতিয়া আহিব PM Kisan যোজনাৰ ধন? দেশৰ কোটি কোটি কৃষকৰ বাবে আছে ভাল খবৰ

কেতিয়া আহিব PM Kisan যোজনাৰ ধন? দেশৰ কোটি কোটি কৃষকৰ বাবে আছে ভাল খবৰ

1 hour ago
SBI ৰ যাদুকৰী FD আঁচনি! দেশৰ সৰ্ববৃহৎ বেংকে দিছে বাম্পাৰ সুযোগ

SBI ৰ যাদুকৰী FD আঁচনি! দেশৰ সৰ্ববৃহৎ বেংকে দিছে বাম্পাৰ সুযোগ

2 hours ago
২৫ মে’ত ভাগ্যৰ দুৱাৰ খুলিব ৪ ৰাশিৰ, হ’ব টকাৰ বৰষুণ!

নৱেম্বৰৰ পূৰ্বেই ভাল খবৰ পাব ৩ ৰাশিৰ জাতকে! কেৰিয়াৰ, ধন-সম্পত্তি আৰু সম্পৰ্কৰ ক্ষেত্ৰত আহিব পাৰে সুখবৰ

3 hours ago
‘জুবিন গাৰ্গ জনতাৰ কণ্ঠ’ জুবিনৰ ন্যায়ৰ দাবীত অব্যাহত প্ৰতিবাদক সমৰ্থন গৰিমাৰ

‘জুবিন গাৰ্গ জনতাৰ কণ্ঠ’ জুবিনৰ ন্যায়ৰ দাবীত অব্যাহত প্ৰতিবাদক সমৰ্থন গৰিমাৰ

4 hours ago
সোণে আচৰিত কৰিব আপোনাক, আজি ১ গ্ৰাম সোণৰ শেহতীয়া মূল্য জানক

আজি সোণ ক্ৰয় কৰিলে হ’ব লাভজনক? গুৱাহাটীত কিমান হৈছে সোণ-ৰূপৰ মূল্য জানক

5 hours ago
আপুনি কিমান দামী অন্তৰ্বাস পিন্ধিছে? কিন্তু কাইলী জেনাৰৰ ব্ৰাৰ মূল্য শুনি চকু কপালত উঠিব!

আপুনি কিমান দামী অন্তৰ্বাস পিন্ধিছে? কিন্তু কাইলী জেনাৰৰ ব্ৰাৰ মূল্য শুনি চকু কপালত উঠিব!

6 hours ago
শৰীৰৰ কোন অংশৰ তিলে সলাব পাৰে আপোনাৰ ভাগ্য?

শৰীৰৰ এই অংশত তিল থকা মানে সৌভাগ্যৱানৰ লক্ষণ, জানক

7 hours ago
২০ অক্টোবৰত ৪ ৰাশি ধন-সম্পত্তিৰ লগতে কৰ্মক্ষেত্ৰতো লাভৰ সম্ভাৱনা!

২০ অক্টোবৰত ৪ ৰাশি ধন-সম্পত্তিৰ লগতে কৰ্মক্ষেত্ৰতো লাভৰ সম্ভাৱনা!

23 hours ago
LPG গেছ চিলিণ্ডাৰৰো থাকে Expiry Date, ক্ৰয়ৰ পূৰ্বে জানক এই কথা

LPG গেছ চিলিণ্ডাৰৰো থাকে Expiry Date, ক্ৰয়ৰ পূৰ্বে জানক এই কথা

24 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

কাইলৈ ৩ ৰাশিৰ হাতলৈ আহিব ধন, কাৰ কাৰ হ’ব ভাগ্য উদয় জানক

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, October 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

৭৪ নে ৭৫? এই বছৰ ২৬ জানুৱাৰীত কিমান সংখ্যক গণতন্ত্ৰ দিৱস পালন কৰিব ভাৰতবাসীয়ে?

editor by editor
January 25, 2024
in ভাৰত
0
৭৪ নে ৭৫? এই বছৰ ২৬ জানুৱাৰীত কিমান সংখ্যক গণতন্ত্ৰ দিৱস পালন কৰিব ভাৰতবাসীয়ে?
0
SHARES
3.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ২৬ জানুৱাৰী, শুকুৰবাৰে দেশজুৰি পালন কৰা হ’ব গণতন্ত্ৰ দিৱস। ২০০ বছৰীয়া ইংৰাজৰ শাসনৰ অৱসানৰ পাছতেই ১৯৪৭ চনৰ ১৫ আগষ্টত এই দেশ স্বাধীন হৈছিল। স্বাধীনতাৰ ঠিক ১১ মাহ ১৮ দিনৰ পাছত ভাৰতৰ সংবিধান ৰচনা কৰা হয়। ১৯৫০ চনৰ ২৬ জানুৱাৰীৰ পৰা ভাৰতত সংবিধানখন প্ৰযোজ্য হয়। সেই দিনটোৰ পৰাই ভাৰতবাসীয়ে ২৬ জানুৱাৰীৰ দিনটোক গণতন্ত্ৰ দিৱস হিচাপে পালন কৰি আহিছে। এদিন দুদিন ভাৰতে স্বাধীনতাৰ ৭৫টা বছৰ অতিক্ৰমো কৰিছে। কিন্তু এতিয়াও বহুতৰ মনৰ বিশেষ সন্দেহ হৈছে গণতন্ত্ৰ দিৱস এইবাৰ ৭৪সংখ্যক নে ৭৫ সংখ্যক?

প্ৰত্যেক বছৰেই গণতন্ত্ৰ দিৱসত দিল্লীত ৰাষ্ট্ৰপতিয়ে পতাকা উত্তোলন কৰে। এই দিনটোত সেনা, স্কুল কলেজৰ ছাত্ৰ ছাত্ৰীয়ে পেৰেডতো অংশগ্ৰহণ কৰে। ভাৰতৰ ইতিহাসত এই দিনটোৰ গুৰুত্ব অপৰিসীম। ১৯৫০ চনৰ ২৬ জানুৱাৰীৰ পুৱা ১০ বাজি ১৮ মিনিটত ভাৰতে গণতান্ত্ৰিক ৰাষ্ট্ৰৰ মৰ্যাদা লাভ কৰে। ইয়াৰ ঠিক ৬মিনিট পাছতেই দেশৰ প্ৰথমগৰাকী ৰাষ্ট্ৰপতি ডঃ ৰাজেন্দ্ৰ প্ৰসাদে শপতগ্ৰহণ কৰে। ১৯৫০ চনৰ ২৬ জানুৱাৰীত দেশত প্ৰথমবাৰৰ বাবে গণতন্ত্ৰ দিৱসো পালন কৰা হয়। ইয়াৰপাছতেই ১৯৫১ চনৰ ২৬ জানুৱাৰীত দ্বিতীয়বাৰৰ বাবে গণতন্ত্ৰ দিৱস পালন কৰা হয়। ১৯৫৯ চনত দশম আৰু ১৯৬৯ চনত ২০তম, ১৯৯৯ চনত ৫০ তম গণতন্ত্ৰ দিৱস পালন কৰা হয়। সেই হিচাপমতে ২০২৪ চনত দেশত পালন কৰা হ’ব ৭৫তম গণতন্ত্ৰ দিৱস।

এই দিনটোত বৰ্ণাঢ্য অনুষ্ঠানৰ কুচকাৱাজৰ মাজেৰে দেশৰ সংস্কৃতি আৰু স্বাধীনতা সংগ্ৰামৰ ইতিহাস উদযাপিত হ’ব সমগ্ৰ দেশত। নতুন দিল্লীৰ পৰা অসম, কাশ্মীৰৰ পৰা কন্যাকুমাৰী সকলোতে পালন কৰা হ’ব গণতন্ত্ৰ দিৱস।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভাৰতৰ ক’ত Blackbuck বেছি পোৱা যায়? কিয় বিষ্ণোই সমাজৰ বাবে বিশেষ এই হৰিণ জানক
ভাৰত

ভাৰতৰ ক’ত Blackbuck বেছি পোৱা যায়? কিয় বিষ্ণোই সমাজৰ বাবে বিশেষ এই হৰিণ জানক

October 18, 2026
বিজয়ক ১০০ বাৰতকৈ অধিক বিয়াৰ প্ৰস্তাৱ দিছিল ৰশ্মিকাই
বিনোদন

বিজয়ক ১০০ বাৰতকৈ অধিক বিয়াৰ প্ৰস্তাৱ দিছিল ৰশ্মিকাই

October 18, 2026
চাহক লৈ FSSAIৰ বৃহৎ পদক্ষেপ
অসম

চাহক লৈ FSSAIৰ বৃহৎ পদক্ষেপ

October 18, 2026
বিপদ অনিবাৰ্য, ৰাখী সাৱন্তে কৰিলে এই কাম
বিনোদন

বিপদ অনিবাৰ্য, ৰাখী সাৱন্তে কৰিলে এই কাম

October 18, 2026
Next Post
UPI ৰে ২০০০তকৈ বেছি লেনদেন কৰিবলৈ এতিয়াৰে পৰা সময় ল’ব ৪ঘণ্টা, নতুন নিয়ম অনাৰ পথত মোদী চৰকাৰ

UPI ৰে ২০০০তকৈ বেছি লেনদেন কৰিবলৈ এতিয়াৰে পৰা সময় ল’ব ৪ঘণ্টা, নতুন নিয়ম অনাৰ পথত মোদী চৰকাৰ

‘প্ৰাক্তন হিচাপে তেওঁৰ সুখে মোক…!’ অভিষেক-ঐশ্ব্যৰ্যৰ বিবাহ বিচ্ছেদৰ গুজৱক লৈ কি ক’লে ছলমান খানে?

'প্ৰাক্তন হিচাপে তেওঁৰ সুখে মোক...!’ অভিষেক-ঐশ্ব্যৰ্যৰ বিবাহ বিচ্ছেদৰ গুজৱক লৈ কি ক’লে ছলমান খানে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.