• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৭৪ নে ৭৫? এই বছৰ ২৬ জানুৱাৰীত কিমান সংখ্যক গণতন্ত্ৰ দিৱস পালন কৰিব ভাৰতবাসীয়ে?

৭৪ নে ৭৫? এই বছৰ ২৬ জানুৱাৰীত কিমান সংখ্যক গণতন্ত্ৰ দিৱস পালন কৰিব ভাৰতবাসীয়ে?

3 years ago
বিহাৰত হৈছে কি? জামুইৰ পিছত এইবাৰ সমস্তীপুৰ…

বিহাৰত হৈছে কি? জামুইৰ পিছত এইবাৰ সমস্তীপুৰ…

3 minutes ago
১০ মাহত ১৪ বাৰ আপত্তি, SIRক লৈ কি চলিছে নিৰ্বাচন আয়োগত?

১০ মাহত ১৪ বাৰ আপত্তি, SIRক লৈ কি চলিছে নিৰ্বাচন আয়োগত?

27 minutes ago
৩৪ বছৰজোৰা নীৰৱতাৰ অন্ত! বাজি উঠিল কাশ্মীৰৰ শীতলনাথ মন্দিৰৰ ঘণ্টা

৩৪ বছৰজোৰা নীৰৱতাৰ অন্ত! বাজি উঠিল কাশ্মীৰৰ শীতলনাথ মন্দিৰৰ ঘণ্টা

2 hours ago
ভূতৰ অস্তিত্ব সঁচাকৈয়ে আছে নেকি?

ভূতৰ অস্তিত্ব সঁচাকৈয়ে আছে নেকি?

18 hours ago
পঞ্চকৰ সময়ত ভুলতো নকৰিব এই ৫টা কাম!

পঞ্চকৰ সময়ত ভুলতো নকৰিব এই ৫টা কাম!

19 hours ago
‘ছালৱাৰ টনা, বুকুত বলপূৰ্বক স্পৰ্শ ধ*ৰ্ষণৰ চেষ্টা নহয়’

‘ছালৱাৰ টনা, বুকুত বলপূৰ্বক স্পৰ্শ ধ*ৰ্ষণৰ চেষ্টা নহয়’

19 hours ago
অবিশ্বাস্য, অকল্পনীয়! ইনষ্টাগ্ৰামৰ প্ৰেমৰ বাবেই ৩ সন্তানৰ প্ৰাণ কাঢ়িলে মাতৃয়ে

অবিশ্বাস্য, অকল্পনীয়! ইনষ্টাগ্ৰামৰ প্ৰেমৰ বাবেই ৩ সন্তানৰ প্ৰাণ কাঢ়িলে মাতৃয়ে

20 hours ago
এলিয়েনৰ আগমন, তৃতীয় বিশ্বযুদ্ধ নে AIৰ ৰাজত্ব?

এলিয়েনৰ আগমন, তৃতীয় বিশ্বযুদ্ধ নে AIৰ ৰাজত্ব?

21 hours ago
শীঘ্ৰেই ছ’চিয়েল মিডিয়া ব্যৱহাৰত নতুন নিয়ম

শীঘ্ৰেই ছ’চিয়েল মিডিয়া ব্যৱহাৰত নতুন নিয়ম

21 hours ago
ডায়েবেটিছ নিয়ন্ত্ৰণ আৰু ওজন কমাবলৈ, নিয়মীয়াকৈ লৈ আছে নেকি এইবিধ ঔষধ?

ডায়েবেটিছ নিয়ন্ত্ৰণ আৰু ওজন কমাবলৈ, নিয়মীয়াকৈ লৈ আছে নেকি এইবিধ ঔষধ?

22 hours ago
পুনৰ বন বিভাগৰ বুলড’জাৰৰ গৰ্জন

পুনৰ বন বিভাগৰ বুলড’জাৰৰ গৰ্জন

23 hours ago
ভগ্নীক হ*ত্যা কৰি নিজকো শেষ কৰিলে আৰক্ষী কনিষ্টবলে

ভগ্নীক হ*ত্যা কৰি নিজকো শেষ কৰিলে আৰক্ষী কনিষ্টবলে

24 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, September 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

৭৪ নে ৭৫? এই বছৰ ২৬ জানুৱাৰীত কিমান সংখ্যক গণতন্ত্ৰ দিৱস পালন কৰিব ভাৰতবাসীয়ে?

editor by editor
January 25, 2024
in ভাৰত
0
৭৪ নে ৭৫? এই বছৰ ২৬ জানুৱাৰীত কিমান সংখ্যক গণতন্ত্ৰ দিৱস পালন কৰিব ভাৰতবাসীয়ে?
0
SHARES
3.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ২৬ জানুৱাৰী, শুকুৰবাৰে দেশজুৰি পালন কৰা হ’ব গণতন্ত্ৰ দিৱস। ২০০ বছৰীয়া ইংৰাজৰ শাসনৰ অৱসানৰ পাছতেই ১৯৪৭ চনৰ ১৫ আগষ্টত এই দেশ স্বাধীন হৈছিল। স্বাধীনতাৰ ঠিক ১১ মাহ ১৮ দিনৰ পাছত ভাৰতৰ সংবিধান ৰচনা কৰা হয়। ১৯৫০ চনৰ ২৬ জানুৱাৰীৰ পৰা ভাৰতত সংবিধানখন প্ৰযোজ্য হয়। সেই দিনটোৰ পৰাই ভাৰতবাসীয়ে ২৬ জানুৱাৰীৰ দিনটোক গণতন্ত্ৰ দিৱস হিচাপে পালন কৰি আহিছে। এদিন দুদিন ভাৰতে স্বাধীনতাৰ ৭৫টা বছৰ অতিক্ৰমো কৰিছে। কিন্তু এতিয়াও বহুতৰ মনৰ বিশেষ সন্দেহ হৈছে গণতন্ত্ৰ দিৱস এইবাৰ ৭৪সংখ্যক নে ৭৫ সংখ্যক?

প্ৰত্যেক বছৰেই গণতন্ত্ৰ দিৱসত দিল্লীত ৰাষ্ট্ৰপতিয়ে পতাকা উত্তোলন কৰে। এই দিনটোত সেনা, স্কুল কলেজৰ ছাত্ৰ ছাত্ৰীয়ে পেৰেডতো অংশগ্ৰহণ কৰে। ভাৰতৰ ইতিহাসত এই দিনটোৰ গুৰুত্ব অপৰিসীম। ১৯৫০ চনৰ ২৬ জানুৱাৰীৰ পুৱা ১০ বাজি ১৮ মিনিটত ভাৰতে গণতান্ত্ৰিক ৰাষ্ট্ৰৰ মৰ্যাদা লাভ কৰে। ইয়াৰ ঠিক ৬মিনিট পাছতেই দেশৰ প্ৰথমগৰাকী ৰাষ্ট্ৰপতি ডঃ ৰাজেন্দ্ৰ প্ৰসাদে শপতগ্ৰহণ কৰে। ১৯৫০ চনৰ ২৬ জানুৱাৰীত দেশত প্ৰথমবাৰৰ বাবে গণতন্ত্ৰ দিৱসো পালন কৰা হয়। ইয়াৰপাছতেই ১৯৫১ চনৰ ২৬ জানুৱাৰীত দ্বিতীয়বাৰৰ বাবে গণতন্ত্ৰ দিৱস পালন কৰা হয়। ১৯৫৯ চনত দশম আৰু ১৯৬৯ চনত ২০তম, ১৯৯৯ চনত ৫০ তম গণতন্ত্ৰ দিৱস পালন কৰা হয়। সেই হিচাপমতে ২০২৪ চনত দেশত পালন কৰা হ’ব ৭৫তম গণতন্ত্ৰ দিৱস।

এই দিনটোত বৰ্ণাঢ্য অনুষ্ঠানৰ কুচকাৱাজৰ মাজেৰে দেশৰ সংস্কৃতি আৰু স্বাধীনতা সংগ্ৰামৰ ইতিহাস উদযাপিত হ’ব সমগ্ৰ দেশত। নতুন দিল্লীৰ পৰা অসম, কাশ্মীৰৰ পৰা কন্যাকুমাৰী সকলোতে পালন কৰা হ’ব গণতন্ত্ৰ দিৱস।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিহাৰত হৈছে কি? জামুইৰ পিছত এইবাৰ সমস্তীপুৰ…
অপৰাধ

বিহাৰত হৈছে কি? জামুইৰ পিছত এইবাৰ সমস্তীপুৰ…

September 24, 2026
১০ মাহত ১৪ বাৰ আপত্তি, SIRক লৈ কি চলিছে নিৰ্বাচন আয়োগত?
ভাৰত

১০ মাহত ১৪ বাৰ আপত্তি, SIRক লৈ কি চলিছে নিৰ্বাচন আয়োগত?

September 24, 2026
৩৪ বছৰজোৰা নীৰৱতাৰ অন্ত! বাজি উঠিল কাশ্মীৰৰ শীতলনাথ মন্দিৰৰ ঘণ্টা
ভাৰত

৩৪ বছৰজোৰা নীৰৱতাৰ অন্ত! বাজি উঠিল কাশ্মীৰৰ শীতলনাথ মন্দিৰৰ ঘণ্টা

September 24, 2026
‘ছালৱাৰ টনা, বুকুত বলপূৰ্বক স্পৰ্শ ধ*ৰ্ষণৰ চেষ্টা নহয়’
ভাৰত

‘ছালৱাৰ টনা, বুকুত বলপূৰ্বক স্পৰ্শ ধ*ৰ্ষণৰ চেষ্টা নহয়’

September 23, 2026
Next Post
UPI ৰে ২০০০তকৈ বেছি লেনদেন কৰিবলৈ এতিয়াৰে পৰা সময় ল’ব ৪ঘণ্টা, নতুন নিয়ম অনাৰ পথত মোদী চৰকাৰ

UPI ৰে ২০০০তকৈ বেছি লেনদেন কৰিবলৈ এতিয়াৰে পৰা সময় ল’ব ৪ঘণ্টা, নতুন নিয়ম অনাৰ পথত মোদী চৰকাৰ

‘প্ৰাক্তন হিচাপে তেওঁৰ সুখে মোক…!’ অভিষেক-ঐশ্ব্যৰ্যৰ বিবাহ বিচ্ছেদৰ গুজৱক লৈ কি ক’লে ছলমান খানে?

'প্ৰাক্তন হিচাপে তেওঁৰ সুখে মোক...!’ অভিষেক-ঐশ্ব্যৰ্যৰ বিবাহ বিচ্ছেদৰ গুজৱক লৈ কি ক’লে ছলমান খানে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.