• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ব্যতিক্ৰমী মাস্কক চেৰ পেলাই বিশ্বৰ ধনী ব্যক্তিৰ শীৰ্ষ তালিকাত এইবাৰ বাৰ্নাৰ্ড আৰনল্ট, কোন এই ধনকুবেৰ?

2 years ago
ভাৰতীয় ৰে’লবিভাগে বিশেষভাৱে সক্ষম লোকৰ বাবে আনিছে নতুন নিয়ম, কি কি লাভলাভ পাব তেওঁলোকে?

7 hours ago
ভাগ্যৰ চকা ঘূৰিব ৪০ বছৰৰ পাছতহে! এই ৩ মূল্যাংকৰ জাতক ৪০ৰ পাছতহে কোটিপতি হয়

8 hours ago
বেংক অফ বৰোদাৰ পৰা ১০ লাখ টকাৰ পাৰ্ছনেল ঋণ ল’ব? প্ৰতিমাহে EMI কিমান দিব লাগিব? প্ৰছেচিং ফি কিমান হ’ব?

এটা দুটা নহয় ৩০টাকৈ শিশুৰ জীৱন ৰক্ষা কৰিলে এটা পথৰ কুকুৰে, শিশুকেইটিৰ জীৱন ৰক্ষাৰ বাবে প্ৰাণ দিয়া এটা বিশেষ কুকুৰক লৈ দেশজুৰি চৰ্চা, ক’ত এই ঘটনা?

ক্ৰান্তিবৃত্ত পৰিবৰ্তন কৰিব বুধে, বাঢ়িব সম্পদ, ব্যৱসায়তো আকাশলংঘী সাফল্য পাব এই ৪ৰাশিয়ে

9 hours ago
মোটা অংকৰ দৰমহা, আছিল নিশ্চিত কেৰিয়াৰ! চাকৰি এৰি কিয় বলীউডলৈ আহিল, বিকি, জন, তাপসীৰ দৰে এইসকল অভিনেতা?

বিনোদন জগতলৈ আকৌ দুঃসংবাদ! ৩০ বছৰ বয়সতে পৃথিৱীৰ পৰা বিদায় ল’লে জনপ্ৰিয় অভিনেত্ৰী দিব্যাংকাই

কেৰিয়াৰত লাভৰ যোগ, মে মাহৰ সকলোতকৈ ভাগ্যবান ৫ৰাশি কি কি?

10 hours ago
নিশাটো পাৰ হ’লেই গংগা সপ্তমী, এই দিনটোতেই গজকেশৰী যোগো, অন্ধকাৰ ভেদি জিলিকি উঠিব এই ৪ৰাশি

11 hours ago
গুৰুবাৰে দেৱী লক্ষ্মীৰ কৃপা আছে ৫ৰাশিত, বৃহৎ লাভৰ যোগ কাৰ কাৰ?

বালেন্দ্ৰ শ্বাহ চৰকাৰৰ ২৬দিন নৌহওঁতেই দুগৰাকীকৈ মন্ত্ৰীয়ে এৰিলে মন্ত্ৰীসভা, কিয় পদত্যাগ কৰিলে গৃহমন্ত্ৰী ছুডান গুৰুঙে?

12 hours ago
কেইটামান দিনৰ পিছতেই অস্ত যাব বুধ, ১মে’ৰ পৰা পদোন্নতি-অৰ্থলাভৰ সুযোগ পাব কোনে কোনে?

  • About
  • Advertise
  • Careers
  • English Edition
Thursday, April 23, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ব্যতিক্ৰমী মাস্কক চেৰ পেলাই বিশ্বৰ ধনী ব্যক্তিৰ শীৰ্ষ তালিকাত এইবাৰ বাৰ্নাৰ্ড আৰনল্ট, কোন এই ধনকুবেৰ?

editor by editor
January 29, 2024
in জীৱনশৈলী, বিশ্ব, লেখা
0
ব্যতিক্ৰমী মাস্কক চেৰ পেলাই বিশ্বৰ ধনী ব্যক্তিৰ শীৰ্ষ তালিকাত এইবাৰ বাৰ্নাৰ্ড আৰনল্ট, কোন এই ধনকুবেৰ?
0
SHARES
5.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ বিশ্বৰ সকলোতকৈ ধনী ব্যক্তিৰ তালিকাৰ শীৰ্ষত কোন বুলিলেই আমি নাম লওঁ মাৰ্কিন উদ্যোগী এলন মাস্কৰ। কিন্তু এইবাৰ সেই তালিকাত শীৰ্ষৰ পৰা মাস্ক আঁতৰিল। বিশ্বৰ ধনী ব্যক্তিৰ তালিকাত এইবাৰ ফৰাচী ব্যৱসায়ী বাৰ্নাৰ্ড আৰনল্ট। বিশ্বৰ সকলো ডাঙৰ ডাঙৰ ধনকুবেৰক পিছপেলাই ধনী ব্যক্তিৰ তালিকাত শীৰ্ষস্থান দখল কৰি আছিল এলন মাস্কে। কিন্তু এইবাৰ সেই স্থানলৈ আহিছে ফৰাচী ব্যৱসায়ী বাৰ্নাৰ্ড আৰনল্ট।

বিখ্যাত পোছাক নিৰ্মাতা সংস্থা লুই ভুঁতোৰ প্ৰতিষ্ঠাতা এইগৰাকী বাৰ্নাৰ্ড আৰনল্ট। সদ্য প্ৰকাশিত ফোৰ্বছ ৰিয়েল টাইম বিলিয়নিয়ৰৰ তালিকা প্ৰকাশিত হৈছে। তাতেই দেখা গৈছে, বাৰ্নাৰ্ড আৰনল্টৰ মুঠ সম্পত্তিৰ পৰিমাণ ২০৭.৬ বিলিয়ন মাৰ্কিন ডলাৰ। অন্যহাতে পূৰ্বৰ ধনী ব্যক্তিৰ শীৰ্ষত থকা এলন মাস্কৰ মুঠ সম্পত্তিৰ পৰিমাণ ২০৪.৭ বিলিয়ন মাৰ্কিন ডলাৰ।

আমাজনৰ প্ৰতিষ্ঠাতা জের বেজোছ এই তালিকাত আছে তৃতীয় স্থানত। তেওঁৰ মুঠ সম্পত্তিৰ পৰিমাণ ১৮১.৩ বিলিয়ন মাৰ্কিন ডলাৰ।

উল্লেখ্য যে বিশ্বৰ বিলাসী পণ্য নিৰ্মাতা সংস্থা লুই ভুঁতোৰ প্ৰতিষ্ঠাতা বাৰ্নাৰ্ড আৰনল্ট এজন শিল্প বিলাসীও। মাস্কৰ সৈতে আৰনল্টে প্ৰথম স্থানত আহিবৰ বাবে দুবছৰ ধৰি প্ৰতিযোগিতাত নামিছিল। আৰনল্ড ফ্লান্সৰ প্ৰথমশাৰীৰ ইঞ্জিনিয়াৰীং স্কুলৰ ছাত্ৰ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভাৰতীয় ৰে’লবিভাগে বিশেষভাৱে সক্ষম লোকৰ বাবে আনিছে নতুন নিয়ম, কি কি লাভলাভ পাব তেওঁলোকে?
জীৱনশৈলী

April 22, 2026
ভাগ্যৰ চকা ঘূৰিব ৪০ বছৰৰ পাছতহে! এই ৩ মূল্যাংকৰ জাতক ৪০ৰ পাছতহে কোটিপতি হয়
জীৱনশৈলী

ভাগ্যৰ চকা ঘূৰিব ৪০ বছৰৰ পাছতহে! এই ৩ মূল্যাংকৰ জাতক ৪০ৰ পাছতহে কোটিপতি হয়

April 22, 2026
বেংক অফ বৰোদাৰ পৰা ১০ লাখ টকাৰ পাৰ্ছনেল ঋণ ল’ব? প্ৰতিমাহে EMI কিমান দিব লাগিব? প্ৰছেচিং ফি কিমান হ’ব?
জীৱনশৈলী

বেংক অফ বৰোদাৰ পৰা ১০ লাখ টকাৰ পাৰ্ছনেল ঋণ ল’ব? প্ৰতিমাহে EMI কিমান দিব লাগিব? প্ৰছেচিং ফি কিমান হ’ব?

April 22, 2026
এটা দুটা নহয় ৩০টাকৈ শিশুৰ জীৱন ৰক্ষা কৰিলে এটা পথৰ কুকুৰে, শিশুকেইটিৰ জীৱন ৰক্ষাৰ বাবে প্ৰাণ দিয়া এটা বিশেষ কুকুৰক লৈ দেশজুৰি চৰ্চা, ক’ত এই ঘটনা?
জীৱনশৈলী

এটা দুটা নহয় ৩০টাকৈ শিশুৰ জীৱন ৰক্ষা কৰিলে এটা পথৰ কুকুৰে, শিশুকেইটিৰ জীৱন ৰক্ষাৰ বাবে প্ৰাণ দিয়া এটা বিশেষ কুকুৰক লৈ দেশজুৰি চৰ্চা, ক’ত এই ঘটনা?

April 22, 2026
Next Post
ঘৰত এজোপা ডালিম গছ এইকেইটা কাৰণতেই ৰুই থব, মা লক্ষ্মী সুখী হোৱাৰ লগতে হ’ব এইকেইটা পৰিবৰ্তনো

 বিগত বৰ্ষত সংসাৰ গঢ়িছে, নতুন বছৰত দিছে আন এক চমক, ৰাঘৱৰ সৈতে বিবাহৰ পাছতেই আহিছে ভালখবৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন