• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ব্যতিক্ৰমী মাস্কক চেৰ পেলাই বিশ্বৰ ধনী ব্যক্তিৰ শীৰ্ষ তালিকাত এইবাৰ বাৰ্নাৰ্ড আৰনল্ট, কোন এই ধনকুবেৰ?

ব্যতিক্ৰমী মাস্কক চেৰ পেলাই বিশ্বৰ ধনী ব্যক্তিৰ শীৰ্ষ তালিকাত এইবাৰ বাৰ্নাৰ্ড আৰনল্ট, কোন এই ধনকুবেৰ?

3 years ago
কলৰ সৈতে গাখীৰ একেলগে খালে কি হয়? জানি হ’ব আচৰিত

কলৰ সৈতে গাখীৰ একেলগে খালে কি হয়? জানি হ’ব আচৰিত

1 hour ago
টাইগাৰ নহয়, বিষ্ণোই গেঙৰ টাৰ্গেট আমিৰ খান! আৰক্ষীৰ হাতত কি নতুন তথ্য?

টাইগাৰ নহয়, বিষ্ণোই গেঙৰ টাৰ্গেট আমিৰ খান! আৰক্ষীৰ হাতত কি নতুন তথ্য?

2 hours ago
চতুৰ্থবাৰৰ বাবে ব্ৰাজিলৰ ৰাষ্ট্ৰপতি লুলা দা ছিলভা, ভাৰতে পালে সুখৰ বতৰা!

চতুৰ্থবাৰৰ বাবে ব্ৰাজিলৰ ৰাষ্ট্ৰপতি লুলা দা ছিলভা, ভাৰতে পালে সুখৰ বতৰা!

2 hours ago
শান্তিৰ নিশ্বাস ল’লে ৰাহুল গান্ধী! অমিত শ্বাহক লৈ কৰা মন্তব্য সন্দৰ্ভত দোষমুক্ত ঘোষণা আদালতৰ

শান্তিৰ নিশ্বাস ল’লে ৰাহুল গান্ধী! অমিত শ্বাহক লৈ কৰা মন্তব্য সন্দৰ্ভত দোষমুক্ত ঘোষণা আদালতৰ

2 hours ago
হ্ৰাস পাইছে সোণ-ৰূপৰ মূল্য! এয়া সোণ কিনাৰ সঠিক সময় নেকি?

Gold-Silver Price : উৎসৱৰ বতৰত সোণ-ৰূপৰ মূল্যই দেখাইছে যাদু, মূল্য জানি লওক

3 hours ago
পৃথিৱীৰ ভিতৰতে অন্য এখন জগত, ‘এলিয়েন গ্ৰহ’ত আবদ্ধ ৩৮ জন ভাৰতীয়!

পৃথিৱীৰ ভিতৰতে অন্য এখন জগত, ‘এলিয়েন গ্ৰহ’ত আবদ্ধ ৩৮ জন ভাৰতীয়!

4 hours ago
দেৱালীৰ পূৰ্বে বৃহস্পতিয়ে কৰিব ভাগ্য উজ্জ্বল! প্ৰচেষ্টাৰ ফল পাব ৪ ৰাশিৰ লোকে

দেৱালীৰ পূৰ্বে বৃহস্পতিয়ে কৰিব ভাগ্য উজ্জ্বল! প্ৰচেষ্টাৰ ফল পাব ৪ ৰাশিৰ লোকে

6 hours ago
ভক্তিৰসত বিলীন বিৰাট-অনুষ্কা! কৃষ্ণ দাসৰ কনচাৰ্টত হৰি নামৰ জপ

ভক্তিৰসত বিলীন বিৰাট-অনুষ্কা! কৃষ্ণ দাসৰ কনচাৰ্টত হৰি নামৰ জপ

7 hours ago
উশাহ চুটি আৰু অত্যধিক ঘাম ওলোৱা… এয়া গেছৰ নে হাৰ্ট এটেকৰ সংকেত?

উশাহ চুটি আৰু অত্যধিক ঘাম ওলোৱা… এয়া গেছৰ নে হাৰ্ট এটেকৰ সংকেত?

8 hours ago
৫ ৰাশিৰ ভাগ্যই ল’ব নতুন ৰূপ! ধন-সম্পত্তি আৰু কেৰিয়াৰত আহিব নতুন সুযোগ?

৫ ৰাশিৰ ভাগ্যই ল’ব নতুন ৰূপ! ধন-সম্পত্তি আৰু কেৰিয়াৰত আহিব নতুন সুযোগ?

8 hours ago
দৈনিক ৰাশিফল- আজি বজৰংবলীৰ কৃপা বৃষ আৰু তুলা ৰাশিৰ ওপৰত, কি আছে অন্য ৰাশিৰ ভাগ্যত

ভাগ্যই দেখুৱাব যাদু! আজি কেনেকুৱা যাব আপোনাৰ দিনটো?

9 hours ago
ভৰি ফুলা আৰু ছালত খজুৱতি, হ’ব পাৰে বৃক্কৰ ৰোগৰ লক্ষণ

ভৰি ফুলা আৰু ছালত খজুৱতি, হ’ব পাৰে বৃক্কৰ ৰোগৰ লক্ষণ

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, October 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ব্যতিক্ৰমী মাস্কক চেৰ পেলাই বিশ্বৰ ধনী ব্যক্তিৰ শীৰ্ষ তালিকাত এইবাৰ বাৰ্নাৰ্ড আৰনল্ট, কোন এই ধনকুবেৰ?

editor by editor
January 29, 2024
in জীৱনশৈলী, বিশ্ব, লেখা
0
ব্যতিক্ৰমী মাস্কক চেৰ পেলাই বিশ্বৰ ধনী ব্যক্তিৰ শীৰ্ষ তালিকাত এইবাৰ বাৰ্নাৰ্ড আৰনল্ট, কোন এই ধনকুবেৰ?
0
SHARES
5.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ বিশ্বৰ সকলোতকৈ ধনী ব্যক্তিৰ তালিকাৰ শীৰ্ষত কোন বুলিলেই আমি নাম লওঁ মাৰ্কিন উদ্যোগী এলন মাস্কৰ। কিন্তু এইবাৰ সেই তালিকাত শীৰ্ষৰ পৰা মাস্ক আঁতৰিল। বিশ্বৰ ধনী ব্যক্তিৰ তালিকাত এইবাৰ ফৰাচী ব্যৱসায়ী বাৰ্নাৰ্ড আৰনল্ট। বিশ্বৰ সকলো ডাঙৰ ডাঙৰ ধনকুবেৰক পিছপেলাই ধনী ব্যক্তিৰ তালিকাত শীৰ্ষস্থান দখল কৰি আছিল এলন মাস্কে। কিন্তু এইবাৰ সেই স্থানলৈ আহিছে ফৰাচী ব্যৱসায়ী বাৰ্নাৰ্ড আৰনল্ট।

বিখ্যাত পোছাক নিৰ্মাতা সংস্থা লুই ভুঁতোৰ প্ৰতিষ্ঠাতা এইগৰাকী বাৰ্নাৰ্ড আৰনল্ট। সদ্য প্ৰকাশিত ফোৰ্বছ ৰিয়েল টাইম বিলিয়নিয়ৰৰ তালিকা প্ৰকাশিত হৈছে। তাতেই দেখা গৈছে, বাৰ্নাৰ্ড আৰনল্টৰ মুঠ সম্পত্তিৰ পৰিমাণ ২০৭.৬ বিলিয়ন মাৰ্কিন ডলাৰ। অন্যহাতে পূৰ্বৰ ধনী ব্যক্তিৰ শীৰ্ষত থকা এলন মাস্কৰ মুঠ সম্পত্তিৰ পৰিমাণ ২০৪.৭ বিলিয়ন মাৰ্কিন ডলাৰ।

আমাজনৰ প্ৰতিষ্ঠাতা জের বেজোছ এই তালিকাত আছে তৃতীয় স্থানত। তেওঁৰ মুঠ সম্পত্তিৰ পৰিমাণ ১৮১.৩ বিলিয়ন মাৰ্কিন ডলাৰ।

উল্লেখ্য যে বিশ্বৰ বিলাসী পণ্য নিৰ্মাতা সংস্থা লুই ভুঁতোৰ প্ৰতিষ্ঠাতা বাৰ্নাৰ্ড আৰনল্ট এজন শিল্প বিলাসীও। মাস্কৰ সৈতে আৰনল্টে প্ৰথম স্থানত আহিবৰ বাবে দুবছৰ ধৰি প্ৰতিযোগিতাত নামিছিল। আৰনল্ড ফ্লান্সৰ প্ৰথমশাৰীৰ ইঞ্জিনিয়াৰীং স্কুলৰ ছাত্ৰ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কলৰ সৈতে গাখীৰ একেলগে খালে কি হয়? জানি হ’ব আচৰিত
জীৱনশৈলী

কলৰ সৈতে গাখীৰ একেলগে খালে কি হয়? জানি হ’ব আচৰিত

October 26, 2026
টাইগাৰ নহয়, বিষ্ণোই গেঙৰ টাৰ্গেট আমিৰ খান! আৰক্ষীৰ হাতত কি নতুন তথ্য?
বিনোদন

টাইগাৰ নহয়, বিষ্ণোই গেঙৰ টাৰ্গেট আমিৰ খান! আৰক্ষীৰ হাতত কি নতুন তথ্য?

October 26, 2026
চতুৰ্থবাৰৰ বাবে ব্ৰাজিলৰ ৰাষ্ট্ৰপতি লুলা দা ছিলভা, ভাৰতে পালে সুখৰ বতৰা!
বিশ্ব

চতুৰ্থবাৰৰ বাবে ব্ৰাজিলৰ ৰাষ্ট্ৰপতি লুলা দা ছিলভা, ভাৰতে পালে সুখৰ বতৰা!

October 26, 2026
শান্তিৰ নিশ্বাস ল’লে ৰাহুল গান্ধী! অমিত শ্বাহক লৈ কৰা মন্তব্য সন্দৰ্ভত দোষমুক্ত ঘোষণা আদালতৰ
ভাৰত

শান্তিৰ নিশ্বাস ল’লে ৰাহুল গান্ধী! অমিত শ্বাহক লৈ কৰা মন্তব্য সন্দৰ্ভত দোষমুক্ত ঘোষণা আদালতৰ

October 26, 2026
Next Post
ঘৰত এজোপা ডালিম গছ এইকেইটা কাৰণতেই ৰুই থব, মা লক্ষ্মী সুখী হোৱাৰ লগতে হ’ব এইকেইটা পৰিবৰ্তনো

ঘৰত এজোপা ডালিম গছ এইকেইটা কাৰণতেই ৰুই থব, মা লক্ষ্মী সুখী হোৱাৰ লগতে হ’ব এইকেইটা পৰিবৰ্তনো

 বিগত বৰ্ষত সংসাৰ গঢ়িছে, নতুন বছৰত দিছে আন এক চমক, ৰাঘৱৰ সৈতে বিবাহৰ পাছতেই আহিছে ভালখবৰ

 বিগত বৰ্ষত সংসাৰ গঢ়িছে, নতুন বছৰত দিছে আন এক চমক, ৰাঘৱৰ সৈতে বিবাহৰ পাছতেই আহিছে ভালখবৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.