• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
 বিগত বৰ্ষত সংসাৰ গঢ়িছে, নতুন বছৰত দিছে আন এক চমক, ৰাঘৱৰ সৈতে বিবাহৰ পাছতেই আহিছে ভালখবৰ

 বিগত বৰ্ষত সংসাৰ গঢ়িছে, নতুন বছৰত দিছে আন এক চমক, ৰাঘৱৰ সৈতে বিবাহৰ পাছতেই আহিছে ভালখবৰ

3 years ago
শিক্ষাৰ্থীৰ নামভৰ্তিক লৈ শিক্ষাবিভাগৰ ৭টা বৃহৎ ঘোষণা

শিক্ষাৰ্থীৰ নামভৰ্তিক লৈ শিক্ষাবিভাগৰ ৭টা বৃহৎ ঘোষণা

34 minutes ago
উজনি অসমত নাই এখনো পিছপৰা জিলা!

উজনি অসমত নাই এখনো পিছপৰা জিলা!

1 hour ago
সাক্ষাৎকাৰৰ ভয় নেকি? এই চৰকাৰী চাকৰিত নাই ইণ্টাৰভিউ

সাক্ষাৎকাৰৰ ভয় নেকি? এই চৰকাৰী চাকৰিত নাই ইণ্টাৰভিউ

2 hours ago
দায়িত্বৰ পৰা আঁতৰোৱা হ’ব নেকি জ্ঞানেশ কুমাৰক?

দায়িত্বৰ পৰা আঁতৰোৱা হ’ব নেকি জ্ঞানেশ কুমাৰক?

2 hours ago
মা দুৰ্গাৰ আশীৰ্বাদ ল’বলৈ কাটিব লাগিব টিকট, গুৱাহাটীৰ এইখন পূজা মণ্ডপে দিব সুকীয়া অভিজ্ঞতা!

মা দুৰ্গাৰ আশীৰ্বাদ ল’বলৈ কাটিব লাগিব টিকট, গুৱাহাটীৰ এইখন পূজা মণ্ডপে দিব সুকীয়া অভিজ্ঞতা!

4 hours ago
হাগ্ৰামা মহিলাৰীৰ বিটিচি পৰিষদৰ এটা বছৰ সম্পূৰ্ণ, দিলে বহু প্ৰতিশ্ৰুতি

হাগ্ৰামা মহিলাৰীৰ বিটিচি পৰিষদৰ এটা বছৰ সম্পূৰ্ণ, দিলে বহু প্ৰতিশ্ৰুতি

4 hours ago
অসমত বান্দৰ ধৰি হওক লাখপতি! বনবিভাগে আৰম্ভ কৰিব লোকপিয়ল

অসমত বান্দৰ ধৰি হওক লাখপতি! বনবিভাগে আৰম্ভ কৰিব লোকপিয়ল

5 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, ৫ টা ৰাশিয়ে লাভ কৰিব কেৰিয়াৰত উন্নতি

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, চাকৰি আৰু ব্যৱসায়ত সুবিধা লাভ কৰিব ৫টা ৰাশি

6 hours ago
সোণ নে ৰূপ? কোনবিধ ধাতুৱে সলাব ভাগ্য জানক

সোণ নে ৰূপ? কোনবিধ ধাতুৱে সলাব ভাগ্য জানক

7 hours ago
LPG গ্ৰাহকৰ বাবে সুখবৰ! হ্ৰাস পালে চিলিণ্ডাৰ বুকিঙৰ সময়

LPG Refill EMI: EMI ত উপলব্ধ হ’ব গেছ চিলিণ্ডাৰ! দিব লাগিব মাত্ৰ ১০০ টকা, সুবিধা কেনেকৈ পাব?

7 hours ago
Bank Holidays: ২ দিনৰ বাবে বন্ধ থাকিব বেংক, শীঘ্ৰে সম্পূৰ্ণ কৰক সকলো কাম!

Saturday Bank Holiday Claim: মাহৰ প্ৰতিটো শনিবাৰে থাকিব বেংক বন্ধ? চৰকাৰে প্ৰকাশ কৰিলে সত্য…

7 hours ago
শুকুৰ আলীৰ মৃত্যু, মৃত্যুদূতৰূপী ডাম্পাৰে নিলে মহতিয়াই

শুকুৰ আলীৰ মৃত্যু, মৃত্যুদূতৰূপী ডাম্পাৰে নিলে মহতিয়াই

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, October 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

 বিগত বৰ্ষত সংসাৰ গঢ়িছে, নতুন বছৰত দিছে আন এক চমক, ৰাঘৱৰ সৈতে বিবাহৰ পাছতেই আহিছে ভালখবৰ

editor by editor
January 30, 2024
in জীৱনশৈলী, বিনোদন, ভাৰত, লেখা
0
 বিগত বৰ্ষত সংসাৰ গঢ়িছে, নতুন বছৰত দিছে আন এক চমক, ৰাঘৱৰ সৈতে বিবাহৰ পাছতেই আহিছে ভালখবৰ
0
SHARES
4.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ বিগত বছৰত নিজৰ জীৱনক নতুনভাৱে সজাইছে বলীউড অভিনেত্ৰী পৰিণীতি চোপ্ৰাই। আম আদমী পাৰ্টীৰ নেতা ৰাঘৱ চাড্ডাৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছে পৰিণীতি। মুম্বাইৰ পৰা দিল্লী দুই চহৰত দুখন ঘৰ সামৰাত বিগত এবছৰ ব্যস্ত হৈ আছে অভিনেত্ৰী পৰী। ৰাজনীতিবিদক বিয়া কৰাইয়ো বিনোদন জগতৰ পৰা কিন্তু আঁতৰি অহা নাই পৰিণীতি। বিবাহৰ পাছতো বিভিন্ন ছবিৰ অনুষ্ঠানত দেখা গৈছে পৰিণীতিক।

অভিনেত্ৰী হিচাপে তেওঁ বাৰে বাৰে প্ৰশংসিত হ’লেও বিগত কেইবাবছৰ ধৰি কিন্তু বক্স অফিচত বিশেষভাৱে তেওঁৰ ছবিৰ চৰ্চা চলা নাই। পেছাগত দিশত সেয়ে বৰ এটা শক্তিশালী নহয় বুলিয়েই বহুসংখ্যকৰে ধাৰণা। অভিনয়তকৈ এইবাৰ সেয়ে মাইক্ৰফোন হাতত তুলি লৈছে পৰিণীতিয়ে। অভিনয়ৰ ওপৰিও গানৰো চৰ্চা বহুদিনৰে পৰাই চলাই আহিছে পৰিণীতিয়ে। তেওঁৰ কণ্ঠ বেছ সুৰীয়া সেই প্ৰমাণ ‘মেৰি প্যাৰি বিন্দু’ ছবিৰ জৰিয়তেই বহুজনে পাইছে। সেই ছবিত গায়িকাৰ চৰিত্ৰত অভিনয় কৰাৰ ওপৰিও প্লেবেক ছিংগাৰ হিচাপেও কাম কৰিছে পৰিণীতিয়ে।

মাজে মাজে সামাজিকমাধ্যমতো তেওঁ গোৱা বিভিন্ন গীতৰ কলিৰ ভিডিঅ’ ভাইৰেল হয়। নতুন বছৰত এইবাৰ মঞ্চত পাৰফৰ্ম কৰিছে পৰিণীতিয়ে। এয়া তেওঁৰ প্রথম লাইভ কনছাৰ্ট বুলিও কথা কৈছে বহুজনে। সামাজিকমাধ্যমত বহুতেই তেওঁৰ ষ্টুডিঅ’ৰ ছবি প’ষ্ট কৰি লিখিছে, ‘গীত মোৰ জীৱনৰ শ্ৰেষ্ঠ ভালপোৱা। বহু গায়কক মঞ্চত পাৰফৰ্ম কৰা দেখিছো। এইবাৰ ময়ো এই জগতত ভৰি দিছো। জীৱনৰ নতুন এক অধ্যায় আৰম্ভ কৰিবলৈ লৈছো।’ উল্লেখ্য যে, বিবাহৰ পূৰ্বেও পৰিণীতিয়ে ৰাঘৱৰ সৈতে এটা বিশেষ গীত ৰেকৰ্ড কৰিছিল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24Best News Portal in AssamBest News Portal of AssamBollywood
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শিক্ষাৰ্থীৰ নামভৰ্তিক লৈ শিক্ষাবিভাগৰ ৭টা বৃহৎ ঘোষণা
অসম

শিক্ষাৰ্থীৰ নামভৰ্তিক লৈ শিক্ষাবিভাগৰ ৭টা বৃহৎ ঘোষণা

October 5, 2026
উজনি অসমত নাই এখনো পিছপৰা জিলা!
অসম

উজনি অসমত নাই এখনো পিছপৰা জিলা!

October 5, 2026
সাক্ষাৎকাৰৰ ভয় নেকি? এই চৰকাৰী চাকৰিত নাই ইণ্টাৰভিউ
নিয়োগ

সাক্ষাৎকাৰৰ ভয় নেকি? এই চৰকাৰী চাকৰিত নাই ইণ্টাৰভিউ

October 5, 2026
দায়িত্বৰ পৰা আঁতৰোৱা হ’ব নেকি জ্ঞানেশ কুমাৰক?
ভাৰত

দায়িত্বৰ পৰা আঁতৰোৱা হ’ব নেকি জ্ঞানেশ কুমাৰক?

October 5, 2026
Next Post
ৰামলালাৰ দৰ্শনৰ বাবে ৬দিনত ১৯লাখ! ভক্তিৰ বাবেই ৰাজনীতি পাহৰি ৰামমন্দিৰলৈ লাখ লাখ ভক্ত

ৰামলালাৰ দৰ্শনৰ বাবে ৬দিনত ১৯লাখ! ভক্তিৰ বাবেই ৰাজনীতি পাহৰি ৰামমন্দিৰলৈ লাখ লাখ ভক্ত

কেতিয়া মুক্তি লাভ কৰিব ‘পুষ্পা-২’য়ে? অৱশেষত জনাই দিলে আল্লু অৰ্জুনে

কেতিয়া মুক্তি লাভ কৰিব 'পুষ্পা-২’য়ে? অৱশেষত জনাই দিলে আল্লু অৰ্জুনে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.