• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰামলালাৰ দৰ্শনৰ বাবে ৬দিনত ১৯লাখ! ভক্তিৰ বাবেই ৰাজনীতি পাহৰি ৰামমন্দিৰলৈ লাখ লাখ ভক্ত

ৰামলালাৰ দৰ্শনৰ বাবে ৬দিনত ১৯লাখ! ভক্তিৰ বাবেই ৰাজনীতি পাহৰি ৰামমন্দিৰলৈ লাখ লাখ ভক্ত

2 years ago
চীনত বাঢ়িছে বান্দৰৰ চাহিদা, মূল্য জানি চকু কপালত উঠিব আপোনাৰ!

চীনত বাঢ়িছে বান্দৰৰ চাহিদা, মূল্য জানি চকু কপালত উঠিব আপোনাৰ!

8 minutes ago
শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!

শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!

1 hour ago
EPFO 3.0 ৰ ডাঙৰ পৰিকল্পনা! গিগ কৰ্মী আৰু প্ৰাইভেড কৰ্মচাৰীয়ে পাব পাৰে নতুন পেঞ্চন

EPFO 3.0 ৰ ডাঙৰ পৰিকল্পনা! গিগ কৰ্মী আৰু প্ৰাইভেড কৰ্মচাৰীয়ে পাব পাৰে নতুন পেঞ্চন

2 hours ago
ফিফা বিশ্বকাপৰ ফাইনেলত খ্যাতনামা শিল্পীৰ ভিৰ

ফিফা বিশ্বকাপৰ ফাইনেলত খ্যাতনামা শিল্পীৰ ভিৰ

3 hours ago
ৰাতি কাপোৰ ধোৱে নেকি? জানক বাস্তু বিশেষজ্ঞই কি কয়

ৰাতি কাপোৰ ধোৱে নেকি? জানক বাস্তু বিশেষজ্ঞই কি কয়

4 hours ago
Face Wash পৰ্যাপ্ত নহয়, ঘৰত সহজতে পোৱা এই ৫বিধ বস্তুৰে স্ক্ৰাব কৰক আৰু পাওক উজ্জ্বল মুখমণ্ডল

Face Wash পৰ্যাপ্ত নহয়, ঘৰত সহজতে পোৱা এই ৫বিধ বস্তুৰে স্ক্ৰাব কৰক আৰু পাওক উজ্জ্বল মুখমণ্ডল

4 hours ago
2,000 টকাতকৈ অধিক UPI পেমেণ্টত এতিয়াৰে পৰা লাগিব নেকি অতিৰিক্ত চাৰ্জ?

2,000 টকাতকৈ অধিক UPI পেমেণ্টত এতিয়াৰে পৰা লাগিব নেকি অতিৰিক্ত চাৰ্জ?

5 hours ago
‘মোদীৰ বাবেই ৰাছিয়াৰ পাৰমাণৱিক আক্ৰমণৰ পৰা ৰক্ষা পৰিছিল ইউক্ৰেইন’

‘মোদীৰ বাবেই ৰাছিয়াৰ পাৰমাণৱিক আক্ৰমণৰ পৰা ৰক্ষা পৰিছিল ইউক্ৰেইন’

6 hours ago
ৰোমাণ্টিক কেয়াৰ নে TOXIC LOVE? LOVE BOMBINGৰ স্বীকাৰ হৈছে নেকি?

ৰোমাণ্টিক কেয়াৰ নে TOXIC LOVE? LOVE BOMBINGৰ স্বীকাৰ হৈছে নেকি?

6 hours ago
সঁচাকৈ ছোনম ৱাংচুকৰ জীৱনৰ ওপৰত নিৰ্মাণ কৰা হৈছিল নেকি ‘3 Idiots’?

সঁচাকৈ ছোনম ৱাংচুকৰ জীৱনৰ ওপৰত নিৰ্মাণ কৰা হৈছিল নেকি ‘3 Idiots’?

7 hours ago
দেশৰ কেইবাটাও বেংকে এইসকল লোকৰ বাবে আনিছে বাম্পাৰ অফাৰ!

দেশৰ কেইবাটাও বেংকে এইসকল লোকৰ বাবে আনিছে বাম্পাৰ অফাৰ!

9 hours ago
হৰমুজ দখলেই মূল উদ্দেশ্য! আমেৰিকাৰ এইবাৰ কি নতুন কৌশল?

হৰমুজ দখলেই মূল উদ্দেশ্য! আমেৰিকাৰ এইবাৰ কি নতুন কৌশল?

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, July 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ৰামলালাৰ দৰ্শনৰ বাবে ৬দিনত ১৯লাখ! ভক্তিৰ বাবেই ৰাজনীতি পাহৰি ৰামমন্দিৰলৈ লাখ লাখ ভক্ত

editor by editor
January 30, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত
0
ৰামলালাৰ দৰ্শনৰ বাবে ৬দিনত ১৯লাখ! ভক্তিৰ বাবেই ৰাজনীতি পাহৰি ৰামমন্দিৰলৈ লাখ লাখ ভক্ত
0
SHARES
733
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ৰাজনৈতিক মহলৰ মাজৰ ৰামমন্দিৰক লৈ তৰ্ক-বিতৰ্ক অব্যাহত আছে। কিন্তু ভক্তই জানো ৰাজনৈতিক অংক মানি চলিব। কি কংগ্ৰেছ, কি বিজেপি ধৰ্মক লৈ কিন্তু কিছু ভক্তই মনত ৰামৰ প্ৰতি শ্ৰদ্ধাভাৱ কঢ়িয়াইয়ে ৰাম মন্দিৰলৈ যাত্ৰা কৰিছে। এবাৰ ৰামমন্দিৰত প্ৰৱেশ কৰি ৰামলালাক দৰ্শন কৰিয়েই তেওঁলোক সুখী। সেয়ে শীতকো নেওচি লাখ লাখ দৰ্শনাৰ্থীয়ে ভিৰ কৰিছে অযোধ্যাত। ফলস্বৰূপে বিগত ৬দিনত প্ৰায় ১৯লাখ ভক্তই দৰ্শন কৰিছে ৰাম মন্দিৰ।

বিগত ২২ জানুৱাৰীত ৰামমন্দিৰ উদ্বোধনত সমগ্ৰ দেশৰ বহুসংখ্যক নামী দামী লোকে আমন্ত্ৰণ লাভ কৰিছিল। সাধাৰণ লোকৰ বাবে সেইদিনা অৱশ্যে মন্দিৰ দৰ্শনৰ সুযোগ নাছিল। ২২ জানুৱাৰীত ৰামৰ প্ৰাণপ্ৰতিষ্ঠা কৰিছিল প্রধানমন্ত্ৰী মোদীয়ে। অমিতাভ বচ্চনৰ পৰা ৰজনীকান্ত, ৰণবীৰ কাপুৰৰ পৰা কংগনা ৰানাওট, মুকেশ আম্বানীসহ বহু অতিথি উপস্থিত আছিল সেই বিশেষ অনুষ্ঠানত। উদ্বোধনী অনুষ্ঠানৰ সমাপ্তিৰ পাছতেই সাধাৰণ লোকৰ বাবে খুলি দিয়া হয় মন্দিৰৰ দুৱাৰ। ৰাম জন্মভূমি তীৰ্থক্ষেত্ৰ ট্ৰাষ্টে জনোৱা অনুসৰি ৫লাখ মানুহে ৰামমন্দিৰত উপস্থিত হৈছিল।

কিন্তু প্ৰবল ভিৰৰ বাবে ২৩ জানুৱাৰীত বহুতেই অসুস্থ হৈ পৰিছিল। এই সমস্যা দূৰ কৰিবলৈকে উত্তৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে অনিৰ্দিষ্টকালৰ বাবে বন্ধ কৰি দিছিল ৰাম মন্দিৰৰ দুৱাৰ। অৱশেষত ভক্তৰ কথাভাৱি এই সিদ্ধান্ত সলনি কৰে যোগী চৰকাৰে। দৰ্শনাৰ্থীয়ে যাতে সুস্থভাৱে ৰামৰ দৰ্শন লাভ কৰিব পাৰে তাৰ বাবে তৈয়াৰ কৰি দিয়া হৈছে বিশেষ দল। ফলত পৰবৰ্তীকালত ভক্তৰ ঢল নামিলেও কোনো অপ্ৰীতিকৰ ঘটনা সংঘটিত হোৱা নাই।

ৰাম মন্দিৰ ট্ৰাষ্টৰ হিচাপ অনুসৰি ২৪,২৫, ২৬, ২৭ আৰু ২৮ জানুৱাৰীত ৰামমন্দিৰ ভক্তৰ সংখ্যা আছিল যথাক্ৰমে ২.৫ লাখ, ২লাখ, ৩.৫ লাখ, ২.৫লাখ আৰু ৩.২৫ লাখ। বিগত ৬দিনত ১৮লাখ ৭৫ হাজাৰৰো বেছি মানুহক স্বাগত জনাইছে ৰামমন্দিৰে। ইয়াৰফলত লাভৱান হৈছে স্থানীয় ব্যৱসায়ীসকলো। ৰামমন্দিৰত হাজাৰ হাজাৰ ভক্ত থাকিলেও কোনো অসুবিধা নোহোৱাকৈ ইয়াৰ কেম্পাছ তৈয়াৰ কৰা হৈছে। এই মন্দিৰ এনেকৈ তৈয়াৰ কৰা হৈছে যে তীব্ৰ ভূমিকম্প আহিলেও ইয়াত কোনো আঁচোৰ নপৰে। ৰুৰকিৰ CSIRৰ গৱেষক আৰু বিজ্ঞানীয়ে জনোৱা অনুসৰি ৰিখটাৰ স্কেলত কম্পনৰ মাত্ৰা ৮হ’লেও সমস্যা নহয়। অৰ্থাৎ আগন্তুক বহু বছৰ যাতে ৰামমন্দিৰ অক্ষত হৈ থাকে তেনেধৰণেই এই মন্দিৰ তৈয়াৰ কৰা হৈছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

চীনত বাঢ়িছে বান্দৰৰ চাহিদা, মূল্য জানি চকু কপালত উঠিব আপোনাৰ!
বিশ্ব

চীনত বাঢ়িছে বান্দৰৰ চাহিদা, মূল্য জানি চকু কপালত উঠিব আপোনাৰ!

July 17, 2026
শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!
জীৱনশৈলী

শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!

July 17, 2026
EPFO 3.0 ৰ ডাঙৰ পৰিকল্পনা! গিগ কৰ্মী আৰু প্ৰাইভেড কৰ্মচাৰীয়ে পাব পাৰে নতুন পেঞ্চন
বাণিজ্য

EPFO 3.0 ৰ ডাঙৰ পৰিকল্পনা! গিগ কৰ্মী আৰু প্ৰাইভেড কৰ্মচাৰীয়ে পাব পাৰে নতুন পেঞ্চন

July 17, 2026
ৰাতি কাপোৰ ধোৱে নেকি? জানক বাস্তু বিশেষজ্ঞই কি কয়
জীৱনশৈলী

ৰাতি কাপোৰ ধোৱে নেকি? জানক বাস্তু বিশেষজ্ঞই কি কয়

July 17, 2026
Next Post
কেতিয়া মুক্তি লাভ কৰিব ‘পুষ্পা-২’য়ে? অৱশেষত জনাই দিলে আল্লু অৰ্জুনে

কেতিয়া মুক্তি লাভ কৰিব 'পুষ্পা-২’য়ে? অৱশেষত জনাই দিলে আল্লু অৰ্জুনে

কোন শিৱলিংগত পূজা কৰিলে কি ফল পাব? জানক শাস্ত্ৰই কি কয়?

কোন শিৱলিংগত পূজা কৰিলে কি ফল পাব? জানক শাস্ত্ৰই কি কয়?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.