• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কোন শিৱলিংগত পূজা কৰিলে কি ফল পাব? জানক শাস্ত্ৰই কি কয়?

কোন শিৱলিংগত পূজা কৰিলে কি ফল পাব? জানক শাস্ত্ৰই কি কয়?

2 years ago
চীনত বাঢ়িছে বান্দৰৰ চাহিদা, মূল্য জানি চকু কপালত উঠিব আপোনাৰ!

চীনত বাঢ়িছে বান্দৰৰ চাহিদা, মূল্য জানি চকু কপালত উঠিব আপোনাৰ!

59 minutes ago
শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!

শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!

2 hours ago
EPFO 3.0 ৰ ডাঙৰ পৰিকল্পনা! গিগ কৰ্মী আৰু প্ৰাইভেড কৰ্মচাৰীয়ে পাব পাৰে নতুন পেঞ্চন

EPFO 3.0 ৰ ডাঙৰ পৰিকল্পনা! গিগ কৰ্মী আৰু প্ৰাইভেড কৰ্মচাৰীয়ে পাব পাৰে নতুন পেঞ্চন

3 hours ago
ফিফা বিশ্বকাপৰ ফাইনেলত খ্যাতনামা শিল্পীৰ ভিৰ

ফিফা বিশ্বকাপৰ ফাইনেলত খ্যাতনামা শিল্পীৰ ভিৰ

4 hours ago
ৰাতি কাপোৰ ধোৱে নেকি? জানক বাস্তু বিশেষজ্ঞই কি কয়

ৰাতি কাপোৰ ধোৱে নেকি? জানক বাস্তু বিশেষজ্ঞই কি কয়

5 hours ago
Face Wash পৰ্যাপ্ত নহয়, ঘৰত সহজতে পোৱা এই ৫বিধ বস্তুৰে স্ক্ৰাব কৰক আৰু পাওক উজ্জ্বল মুখমণ্ডল

Face Wash পৰ্যাপ্ত নহয়, ঘৰত সহজতে পোৱা এই ৫বিধ বস্তুৰে স্ক্ৰাব কৰক আৰু পাওক উজ্জ্বল মুখমণ্ডল

5 hours ago
2,000 টকাতকৈ অধিক UPI পেমেণ্টত এতিয়াৰে পৰা লাগিব নেকি অতিৰিক্ত চাৰ্জ?

2,000 টকাতকৈ অধিক UPI পেমেণ্টত এতিয়াৰে পৰা লাগিব নেকি অতিৰিক্ত চাৰ্জ?

6 hours ago
‘মোদীৰ বাবেই ৰাছিয়াৰ পাৰমাণৱিক আক্ৰমণৰ পৰা ৰক্ষা পৰিছিল ইউক্ৰেইন’

‘মোদীৰ বাবেই ৰাছিয়াৰ পাৰমাণৱিক আক্ৰমণৰ পৰা ৰক্ষা পৰিছিল ইউক্ৰেইন’

7 hours ago
ৰোমাণ্টিক কেয়াৰ নে TOXIC LOVE? LOVE BOMBINGৰ স্বীকাৰ হৈছে নেকি?

ৰোমাণ্টিক কেয়াৰ নে TOXIC LOVE? LOVE BOMBINGৰ স্বীকাৰ হৈছে নেকি?

7 hours ago
সঁচাকৈ ছোনম ৱাংচুকৰ জীৱনৰ ওপৰত নিৰ্মাণ কৰা হৈছিল নেকি ‘3 Idiots’?

সঁচাকৈ ছোনম ৱাংচুকৰ জীৱনৰ ওপৰত নিৰ্মাণ কৰা হৈছিল নেকি ‘3 Idiots’?

8 hours ago
দেশৰ কেইবাটাও বেংকে এইসকল লোকৰ বাবে আনিছে বাম্পাৰ অফাৰ!

দেশৰ কেইবাটাও বেংকে এইসকল লোকৰ বাবে আনিছে বাম্পাৰ অফাৰ!

9 hours ago
হৰমুজ দখলেই মূল উদ্দেশ্য! আমেৰিকাৰ এইবাৰ কি নতুন কৌশল?

হৰমুজ দখলেই মূল উদ্দেশ্য! আমেৰিকাৰ এইবাৰ কি নতুন কৌশল?

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, July 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

কোন শিৱলিংগত পূজা কৰিলে কি ফল পাব? জানক শাস্ত্ৰই কি কয়?

editor by editor
January 30, 2024
in বিবিধ, শিক্ষা
0
কোন শিৱলিংগত পূজা কৰিলে কি ফল পাব? জানক শাস্ত্ৰই কি কয়?
0
SHARES
4.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ শিৱলিংগক মহাদেৱৰ প্ৰতীক ৰূপেৰে পূজা কৰে হিন্দুধৰ্মাৱলম্বী লোকে। দেশৰ নানান স্থানত শিৱলিংগক লৈয়েই তীৰ্থস্থান গঢ়ি উঠিছে। ইয়াৰ মাজতে কোনো কোনো শিৱলিংগ স্বয়ম্ভূ, অৰ্থাৎ এই সকলো শিৱলিংগই নিজে নিজেই প্ৰকাশিত হৈ উঠিছে আৰু শেষত তাত মন্দিৰ প্ৰতিষ্ঠা হৈছে। কোনো কোনো শিৱলিংগ আকৌ ৰজা, সন্ন্যাসী, ভক্তসকলে প্ৰতিষ্ঠা কৰিছে। স্বয়ম্ভূ শিৱলিংগক কোৱা হয় জ্যোতিৰ্লিংগ। সমগ্ৰ দেশত ১২টা জোতিৰ্লিংগ আছে।

বিভিন্ন শিৱলিংগক মহাদেৱৰ প্ৰতীক ৰূপে পূজা কৰে হিন্দুধৰ্মাৱলম্বীসকলে। শিৱলিংগ নানান সামগ্ৰীৰে নিৰ্মিত হয়। বিভিন্ন ধৰণৰ শিৱলিংগৰ আৰাধনা কৰিলে বিভিন্ন ফল লাভ কৰা সম্ভৱ। জানি থওক কোন শিৱলিংগৰ পুজা কৰিলে কি ফল পাব?

দেৱলিংগ
দক্ষিণ ভাৰতৰ ৰামেশ্বৰম শিৱলিংগ প্ৰতিষ্ঠা কৰিছিল স্বয়ং শ্ৰীৰামচন্দ্ৰ। বালি দি এই শিৱলিংগ প্ৰতিষ্ঠা কৰিছিল। সেয়ে এই শিৱলিংগক দেৱলিংগ বুলি কোৱা হয়। ইয়াৰোপৰি ভক্তসকলে বিভিন্ন সময়ত বিভিন্ন সামগ্ৰী দি শিৱলিংগ নিৰ্মাণ কৰে।

ফুলৰ শিৱলিংগ
ফুলৰ শিৱলিংগ প্ৰস্তুত কৰি তাৰ আৰাধনা কৰিলে নিজৰ মাটি কিনা, ঘৰ নিৰ্মাণ কৰাৰ সপোন পূৰ্ণ হয়। মহাদেৱৰ আশীৰ্বাদত নিজৰ মাটি ঘৰৰ সপোন পূৰণ কৰিবলৈ ভক্তই ফুলৰ শিৱলিংগক আৰাধনা কৰে।

ৰূপৰ শিৱলিংগ
শাস্ত্ৰ অনুসৰি ৰূপ দি তৈয়াৰ কৰা শিৱলিংগৰ পূজা কৰিলে প্ৰয়াত পূৰ্বপুৰুষৰ মুক্তিলাভ সম্ভৱ হয়। প্ৰয়াত পিতৃপুৰুষে কোনো দোষৰ পৰা মুক্তি লাভ নকৰিলে ৰূপৰ শিৱলিংগক আৰাধনা কৰা হয়।

স্ফটিকৰ শিৱলিংগ
প্ৰচলিত বিশ্বাস অনুসৰি স্ফটিকৰ শিৱলিংগৰ পূজা কৰিলে মনৰ সকলো ইচ্ছা পূৰণ হয়। যদি আপোনাৰ মনত এনে কোনো ইচ্ছা থাকে, যি ইচ্ছা আপুনি পূৰণ কৰাৰ চেষ্টা কৰিও সফল হ’ব পৰা নাই তেতিয়া স্ফটিকৰ শিৱলিংগৰ পূজা কৰিলে উপকাৰ লাভ কৰিব।

ব্ৰঞ্জৰ শিৱলিংগ
ব্ৰঞ্জৰ শিৱলিংগৰ অভিষেক কৰিলে মহাদেৱৰ আশীৰ্বাদ সন্মান আৰু খ্যাতি লাভ কৰা সম্ভৱ হয়। এই ব্যক্তিৰ সমাজত মান সন্মান আৰু প্ৰতিপত্তি সদায়ে বাঢ়ি থাকে।

তামৰ শিৱলিংগ
আপোনাৰ মনত যদি কিবা ভয় থাকে আৰু চেষ্টা কৰিও সেই ভয়ৰ পৰা মুক্তি লাভ কৰা নাই তেন্তে তামৰ শিৱলিংগত অভিষেক কৰক। শাস্ত্ৰ অনুসৰি তামৰ শিৱলিংগৰ পূজা কৰিলে মনৰ সকলো ভয় দূৰ হয় আৰু জীৱনলৈ সুখ-শান্তি আহে।

পাৰদ শিৱলিংগ
পাৰদত তৈয়াৰী শিৱলিংগ অত্যন্ত শুভ বুলি ধৰা হয়। প্ৰতিদিনেই এই শিৱলিংগ দৰ্শন কৰিলে শুভ ফল লাভ কৰা সম্ভৱ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

চীনত বাঢ়িছে বান্দৰৰ চাহিদা, মূল্য জানি চকু কপালত উঠিব আপোনাৰ!
বিশ্ব

চীনত বাঢ়িছে বান্দৰৰ চাহিদা, মূল্য জানি চকু কপালত উঠিব আপোনাৰ!

July 17, 2026
শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!
জীৱনশৈলী

শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!

July 17, 2026
EPFO 3.0 ৰ ডাঙৰ পৰিকল্পনা! গিগ কৰ্মী আৰু প্ৰাইভেড কৰ্মচাৰীয়ে পাব পাৰে নতুন পেঞ্চন
বাণিজ্য

EPFO 3.0 ৰ ডাঙৰ পৰিকল্পনা! গিগ কৰ্মী আৰু প্ৰাইভেড কৰ্মচাৰীয়ে পাব পাৰে নতুন পেঞ্চন

July 17, 2026
ৰাতি কাপোৰ ধোৱে নেকি? জানক বাস্তু বিশেষজ্ঞই কি কয়
জীৱনশৈলী

ৰাতি কাপোৰ ধোৱে নেকি? জানক বাস্তু বিশেষজ্ঞই কি কয়

July 17, 2026
Next Post
‘তেওঁৰ আত্মত্যাগেই মোক জনগণৰ সেৱা কৰিবলৈ অনুপ্ৰাণিত কৰে’, মহাত্মা গান্ধীৰ আদৰ্শেৰেই আগবাঢ়ে প্রধানমন্ত্ৰী মোদীও, দাঙি ধৰিলে প্ৰমাণ

'তেওঁৰ আত্মত্যাগেই মোক জনগণৰ সেৱা কৰিবলৈ অনুপ্ৰাণিত কৰে’, মহাত্মা গান্ধীৰ আদৰ্শেৰেই আগবাঢ়ে প্রধানমন্ত্ৰী মোদীও, দাঙি ধৰিলে প্ৰমাণ

মাত্ৰ ৫টকাৰ সামগ্ৰীৰ বাবেই ১০,০০০ টকাৰ জৰিমনা, কি এই ৫টকীয়া সামগ্ৰী?

মাত্ৰ ৫টকাৰ সামগ্ৰীৰ বাবেই ১০,০০০ টকাৰ জৰিমনা, কি এই ৫টকীয়া সামগ্ৰী?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.