• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘তেওঁৰ আত্মত্যাগেই মোক জনগণৰ সেৱা কৰিবলৈ অনুপ্ৰাণিত কৰে’, মহাত্মা গান্ধীৰ আদৰ্শেৰেই আগবাঢ়ে প্রধানমন্ত্ৰী মোদীও, দাঙি ধৰিলে প্ৰমাণ

‘তেওঁৰ আত্মত্যাগেই মোক জনগণৰ সেৱা কৰিবলৈ অনুপ্ৰাণিত কৰে’, মহাত্মা গান্ধীৰ আদৰ্শেৰেই আগবাঢ়ে প্রধানমন্ত্ৰী মোদীও, দাঙি ধৰিলে প্ৰমাণ

3 years ago
House Lizard:  ঘৰত জেঠীৰ উপদ্ৰৱ? এই সহজ উপায়েৰে কৰক দূৰ কৰক

House Lizard: ঘৰত জেঠীৰ উপদ্ৰৱ? এই সহজ উপায়েৰে কৰক দূৰ কৰক

26 minutes ago
Personal Loan: কিমান দৰমহা পালে ব্যক্তিগত ঋণ ল’ব পাৰে?

Personal Loan: কিমান দৰমহা পালে ব্যক্তিগত ঋণ ল’ব পাৰে?

58 minutes ago
ভাঙি দিয়া হ’ল সোণাপুৰৰ টোলগেট! দুৰ্ঘটনাৰ পিছতে ক্ষোভিত দল-সংগঠন আৰু স্থানীয় ৰাইজ

ভাঙি দিয়া হ’ল সোণাপুৰৰ টোলগেট! দুৰ্ঘটনাৰ পিছতে ক্ষোভিত দল-সংগঠন আৰু স্থানীয় ৰাইজ

2 hours ago
Mobile Charge: সম্পূৰ্ণ চাৰ্জ হোৱাৰ পিছতো ফোনটো চাৰ্জ দিয়ে নেকি? তেন্তে অজানিতে কৰিছে ডাঙৰ ভুল

Mobile Charge: সম্পূৰ্ণ চাৰ্জ হোৱাৰ পিছতো ফোনটো চাৰ্জ দিয়ে নেকি? তেন্তে অজানিতে কৰিছে ডাঙৰ ভুল

2 hours ago
UPI ব্যৱহাৰকাৰীৰ বাবে ডাঙৰ খবৰ, সংসদত উত্থাপন হৈছে নতুন বিধেয়ক

UPI ৰ জৰিয়তে এদিনত কিমান টকা পঠিয়াব পাৰে আপুনি? জানেনে এই নিয়ম

2 hours ago
ছেপ্টেম্বৰত সলনি হ’ব ৫ ৰাশিৰ ভাগ্য! আপোনাৰো ৰাশিৰ নাম আছে নেকি জানি লওক

ছেপ্টেম্বৰত সলনি হ’ব ৫ ৰাশিৰ ভাগ্য! আপোনাৰো ৰাশিৰ নাম আছে নেকি জানি লওক

4 hours ago
সকলো উটি গ’ল, কিন্তু কেনেকৈ সুৰক্ষিত থাকিল নেপালৰ সেউজীয়া অট্টালিকাবোৰ?

সকলো উটি গ’ল, কিন্তু কেনেকৈ সুৰক্ষিত থাকিল নেপালৰ সেউজীয়া অট্টালিকাবোৰ?

5 hours ago
নেপালৰ বিধ্বংসী বানৰ পিছত সন্ধানহীন বহুলোক, চিন্তিত আত্মীয়

নেপালৰ বিধ্বংসী বানৰ পিছত সন্ধানহীন বহুলোক, চিন্তিত আত্মীয়

6 hours ago
সময় হ’ব সলনি, যদি পিন্ধে দামী ঘড়ী! জানক ঘড়ী পিন্ধাৰ সঠিক নিয়ম

সময় হ’ব সলনি, যদি পিন্ধে দামী ঘড়ী! জানক ঘড়ী পিন্ধাৰ সঠিক নিয়ম

6 hours ago
শক্তি বাঢ়িব নৌসেনাৰ, আজিৰে পৰা যোগ হ’ব আই এন এছ নিপুন!

শক্তি বাঢ়িব নৌসেনাৰ, আজিৰে পৰা যোগ হ’ব আই এন এছ নিপুন!

7 hours ago
আঙুলিত অৰ্ধচন্দ্ৰৰ চিন? কোনো মাৰাত্মক ৰোগৰ লক্ষণ নেকি জানক

আজিৰ দিনটোত কোন ৰাশিৰ ভাগ্যত কি আছে? পঢ়ক দৈনিক ৰাশিফল

8 hours ago
আজি কোন ৰাশিৰ কেনে যাব দিনটো? জানক কাৰ কাৰ ভাগ্যই কৰিব সহায়

শিৱৰ কৃপাত সলনি হ’ব জীৱন, কাইলৈ কাৰ কাৰ উদয় হ’ব ভাগ্য?

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, August 31, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

‘তেওঁৰ আত্মত্যাগেই মোক জনগণৰ সেৱা কৰিবলৈ অনুপ্ৰাণিত কৰে’, মহাত্মা গান্ধীৰ আদৰ্শেৰেই আগবাঢ়ে প্রধানমন্ত্ৰী মোদীও, দাঙি ধৰিলে প্ৰমাণ

editor by editor
January 30, 2024
in ৰাজনীতি, লেখা
0
‘তেওঁৰ আত্মত্যাগেই মোক জনগণৰ সেৱা কৰিবলৈ অনুপ্ৰাণিত কৰে’, মহাত্মা গান্ধীৰ আদৰ্শেৰেই আগবাঢ়ে প্রধানমন্ত্ৰী মোদীও, দাঙি ধৰিলে প্ৰমাণ
0
SHARES
203
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ জাতিৰ পিতা মহাত্মা গান্ধীৰ আদৰ্শ, মূল্যবোধে অনুপ্ৰাণিত কৰে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকো। ৩০ জানুৱাৰী, মহাত্মা গান্ধীৰ মৃত্যু দিনত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ব্যক্তিগত ডায়েৰীৰ কিছু তথ্য সামাজিক মাধ্যমত ভাইৰেল হৈছে। মহাত্মা গান্ধীৰ ৭৬তম মৃত্যু তিথিত মোদী আৰ্কাইভ নামৰ পেজৰ পৰা এক্স হেণ্ডেলত শ্বেয়াৰ হৈছে কেইখনমান বিশেষ পেজ।

মহাত্মা গান্ধী এনে এক সত্ত্বা যি কেৱল স্বাধীনতা সংগ্ৰামীয়েই নহয় তেওঁৰ জীৱনটোৱেই আদৰ্শ। যি আদৰ্শ আপুনি মই সকলোৱেই ল’ব পাৰো। অহিংসাৰ পথেৰে কেনেকৈ অন্যায়ৰ বিৰুদ্ধে যুঁজ দিব পাৰি, শত্ৰুক কেনেকৈ নিয়ন্ত্ৰণত আনিব পাৰি সেই আদৰ্শ গান্ধীজীয়ে দেখুৱাই থৈ গৈছে। আক্ষৰিক অৰ্থত সেয়ে তেওঁক জাতিৰ জনক বুলি কোৱা হয়। তেওঁৰ আদৰ্শ, মূল্যবোধে অনুপ্ৰাণিত কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকো। ৩০ জানুৱাৰী মহাত্মা গান্ধীৰ ৭৬তম প্ৰয়াণ দিৱসত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ব্যক্তিগত ডায়েৰীৰ পৃষ্ঠাৰ সেই তথ্য ভাইৰেল হৈছে।

https://x.com/modiarchive/status/1752179566595231990?s=20

প্রধানমন্ত্ৰী মোদীয়ে মহাত্মা গান্ধীক ইমানেই অনুসৰণ কৰে যে তেওঁ ডায়েৰীৰ মহাত্মা গান্ধীৰ বহুকেইটা বাণী লিখি থৈছে। তাৰ ভিতৰত আছে
১) আমাৰ কোনো অস্ত্ৰ নাই, কিন্তু ভালপোৱাৰেই কাৰোবাৰ ওপৰত কৰ্তৃত্ব খটাব পাৰি।

২) অহিংসাৰ লোভ অত্যন্ত সক্ৰিয় এক শক্তি। ইয়াত কাপুৰুষতা বা দুৰ্বলতাৰ কোনো অৱকাশ নাই। এজন হিংস্ৰ লোকো অহিংস হোৱাৰ আশা থাকে।

৩) যদি ৰক্তপাত হয় তেতিয়া নিজৰ হাততো তেজ লাগে। সেয়ে হত্যা নহয় শান্তভাৱে মৰাৰ সাহস অৰ্জন কৰো আহক।

উল্লেখ্য যে, জাতিৰ পিতাৰ মৃত্যু দিনত সকলোৱে সোৱঁৰাৰ লগতে প্ৰধানমন্ত্ৰী মোদীয়েও টুইটাৰত লিখিছে, ‘মই পূজ্য বাপুক তেঁঁওৰ পুণ্য তিথিত শ্ৰদ্ধা নিবেদন কৰিছো। যিসকল আমাৰ জাতিৰ বাবে শ্বহীদ হৈছিল তেঁওলোকৰ প্ৰতিও শ্ৰদ্ধা নিবেদন কৰিছো। তেওঁলোকৰ আত্মত্যাগে আমাক জনগণৰ সেৱা কৰিবলৈ অনুপ্ৰাণিত কৰে।’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest News Portal of Assambjp
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

House Lizard:  ঘৰত জেঠীৰ উপদ্ৰৱ? এই সহজ উপায়েৰে কৰক দূৰ কৰক
জীৱনশৈলী

House Lizard: ঘৰত জেঠীৰ উপদ্ৰৱ? এই সহজ উপায়েৰে কৰক দূৰ কৰক

August 31, 2026
Personal Loan: কিমান দৰমহা পালে ব্যক্তিগত ঋণ ল’ব পাৰে?
বাণিজ্য

Personal Loan: কিমান দৰমহা পালে ব্যক্তিগত ঋণ ল’ব পাৰে?

August 31, 2026
ভাঙি দিয়া হ’ল সোণাপুৰৰ টোলগেট! দুৰ্ঘটনাৰ পিছতে ক্ষোভিত দল-সংগঠন আৰু স্থানীয় ৰাইজ
অসম

ভাঙি দিয়া হ’ল সোণাপুৰৰ টোলগেট! দুৰ্ঘটনাৰ পিছতে ক্ষোভিত দল-সংগঠন আৰু স্থানীয় ৰাইজ

August 31, 2026
Mobile Charge: সম্পূৰ্ণ চাৰ্জ হোৱাৰ পিছতো ফোনটো চাৰ্জ দিয়ে নেকি? তেন্তে অজানিতে কৰিছে ডাঙৰ ভুল
প্ৰযুক্তি

Mobile Charge: সম্পূৰ্ণ চাৰ্জ হোৱাৰ পিছতো ফোনটো চাৰ্জ দিয়ে নেকি? তেন্তে অজানিতে কৰিছে ডাঙৰ ভুল

August 31, 2026
Next Post
মাত্ৰ ৫টকাৰ সামগ্ৰীৰ বাবেই ১০,০০০ টকাৰ জৰিমনা, কি এই ৫টকীয়া সামগ্ৰী?

মাত্ৰ ৫টকাৰ সামগ্ৰীৰ বাবেই ১০,০০০ টকাৰ জৰিমনা, কি এই ৫টকীয়া সামগ্ৰী?

৯দিনত কোটিপতি ৰামলালা! ৰাম মন্দিৰত মুঠ কিমান অনুদান জমা হৈছে?

৯দিনত কোটিপতি ৰামলালা! ৰাম মন্দিৰত মুঠ কিমান অনুদান জমা হৈছে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.