• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
চাকৰিৰ সুযোগ আহিছে লাখ লাখ ভাৰতীয়লৈ! দেশলৈ আহিব বিদেশী মুদ্ৰা! ইজৰাইললৈ যাবলৈ সাঁজু ৫০০০ শ্ৰমিক

চাকৰিৰ সুযোগ আহিছে লাখ লাখ ভাৰতীয়লৈ! দেশলৈ আহিব বিদেশী মুদ্ৰা! ইজৰাইললৈ যাবলৈ সাঁজু ৫০০০ শ্ৰমিক

2 years ago
ফেব্ৰুৱাৰীত উদয় হ’ব শুক্ৰ, ৯মাহ ভাল সময় এই ৪ৰাশিৰ, থাকিব লক্ষ্মীৰ অপাৰ কৃপা

ফেব্ৰুৱাৰীত উদয় হ’ব শুক্ৰ, ৯মাহ ভাল সময় এই ৪ৰাশিৰ, থাকিব লক্ষ্মীৰ অপাৰ কৃপা

27 minutes ago
আনন্দ উদযাপন সকলোৱে কৰক, পিকনিকৰ বাবেই বন্ধ দিয়া হ’ল জিলা আয়ুক্তৰ কাৰ্যালয়, ক’ত এই ঘটনা?

আনন্দ উদযাপন সকলোৱে কৰক, পিকনিকৰ বাবেই বন্ধ দিয়া হ’ল জিলা আয়ুক্তৰ কাৰ্যালয়, ক’ত এই ঘটনা?

1 hour ago
ৰাহুৰ সৈতে ৪গ্ৰহৰ সংযোগ, উত্থান-পতন থাকিব এই ৫ৰাশিৰ জাতকৰ জীৱনত

ৰাহুৰ সৈতে ৪গ্ৰহৰ সংযোগ, উত্থান-পতন থাকিব এই ৫ৰাশিৰ জাতকৰ জীৱনত

1 hour ago
ফেব্ৰুৱাৰীৰ আৰম্ভণিতেই লক্ষ্মীনাৰায়ণ ৰাজযোগ, ২৫ দিনত ৰজা হ’ব এই ৪ৰাশিৰ জাতক-জাতিকা

ফেব্ৰুৱাৰীৰ আৰম্ভণিতেই লক্ষ্মীনাৰায়ণ ৰাজযোগ, ২৫ দিনত ৰজা হ’ব এই ৪ৰাশিৰ জাতক-জাতিকা

2 hours ago
RTI কৰিলেই নথি নাপায় আপুনি! নথি গোপনে ৰাখিব নতুন আইনে, কংগ্ৰেছে অনা ‘তথ্য জনাৰ অধিকাৰ আইন’ৰ সংশোধনৰ সিদ্ধান্ত মোদী চৰকাৰৰ

RTI কৰিলেই নথি নাপায় আপুনি! নথি গোপনে ৰাখিব নতুন আইনে, কংগ্ৰেছে অনা ‘তথ্য জনাৰ অধিকাৰ আইন’ৰ সংশোধনৰ সিদ্ধান্ত মোদী চৰকাৰৰ

2 hours ago
‘সহায় বিচাৰিছিলো উপেক্ষা কৰিলে!’ গৌৰৱ গগৈয়ে সহায় নকৰা কংগ্ৰেছৰ কৰ্মীৰ সাহস হৈ থিয় দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

‘সহায় বিচাৰিছিলো উপেক্ষা কৰিলে!’ গৌৰৱ গগৈয়ে সহায় নকৰা কংগ্ৰেছৰ কৰ্মীৰ সাহস হৈ থিয় দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

18 hours ago
কুম্ভ ৰাশিত চতুৰ্গ্ৰহী ৰাজযোগ, ফেব্ৰুৱাৰীত ৩ ৰাশিৰ ফুলিব ভাগ্য

কুম্ভ ৰাশিত চতুৰ্গ্ৰহী ৰাজযোগ, ফেব্ৰুৱাৰীত ৩ ৰাশিৰ ফুলিব ভাগ্য

19 hours ago
ভাৰতৰ শিশু-কিশোৰসকলৰ বাবে নিষিদ্ধ হ’ব পাৰে ফেছবুক-ইনষ্টাগ্ৰাম? আৰ্থিক সমীক্ষাত কি ভয়ংকৰ তথ্য

ভাৰতৰ শিশু-কিশোৰসকলৰ বাবে নিষিদ্ধ হ’ব পাৰে ফেছবুক-ইনষ্টাগ্ৰাম? আৰ্থিক সমীক্ষাত কি ভয়ংকৰ তথ্য

20 hours ago
উদ্ধাৰ ব্লেকবক্স! বিমান ভাঙি পৰাৰ ঠিক পূৰ্বে কি ঘটিছিল ককপিটত? পাইলটৰ শেষ কথা কি আছিল?

উদ্ধাৰ ব্লেকবক্স! বিমান ভাঙি পৰাৰ ঠিক পূৰ্বে কি ঘটিছিল ককপিটত? পাইলটৰ শেষ কথা কি আছিল?

21 hours ago
অলপ জ্বৰ হ’লেই Paracetamol খায়? জানি থওক কি কি সমস্যা হ’ব পাৰে আপোনাৰ শৰীৰত

অলপ জ্বৰ হ’লেই Paracetamol খায়? জানি থওক কি কি সমস্যা হ’ব পাৰে আপোনাৰ শৰীৰত

23 hours ago
টোপনি গ’লেই নাকৰ শব্দই চৌদিশে ৰজনজনাই? শৰীৰত এই ভিটামিনৰ ঘাটিৰ ইংগিত নহয়তো?

টোপনি গ’লেই নাকৰ শব্দই চৌদিশে ৰজনজনাই? শৰীৰত এই ভিটামিনৰ ঘাটিৰ ইংগিত নহয়তো?

23 hours ago
ছেটেলাইট ছেফটি গিয়েৰ নাছিল অজিত পাৱাৰৰ বিমানত! কি এই প্ৰযুক্তি? প্ৰাথমিক তদন্তই কি কৈছে?

ছেটেলাইট ছেফটি গিয়েৰ নাছিল অজিত পাৱাৰৰ বিমানত! কি এই প্ৰযুক্তি? প্ৰাথমিক তদন্তই কি কৈছে?

24 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, January 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

চাকৰিৰ সুযোগ আহিছে লাখ লাখ ভাৰতীয়লৈ! দেশলৈ আহিব বিদেশী মুদ্ৰা! ইজৰাইললৈ যাবলৈ সাঁজু ৫০০০ শ্ৰমিক

editor by editor
January 31, 2024
in বিবিধ, বিশ্ব, ভাৰত
0
চাকৰিৰ সুযোগ আহিছে লাখ লাখ ভাৰতীয়লৈ! দেশলৈ আহিব বিদেশী মুদ্ৰা! ইজৰাইললৈ যাবলৈ সাঁজু ৫০০০ শ্ৰমিক
0
SHARES
875
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ যুদ্ধই উত্তপ্ত কৰি ৰাখিছে পশ্চিম এছিয়াক। মুহূৰ্তে মুহূৰ্তে গোলাবৰ্ষণ, মিছাইল আক্ৰমণ, গুলিৰ শব্দ এতিয়া গাজাৰ আকাশত। বাৰুদেৰে ধুৱলি-কুঁৱলি পেলেষ্টাইনৰ আকাশ। যিমানেই দিন বাঢ়িছে সিমানেই দীৰ্ঘতৰ হৈছে মৃত্যুমিছিল। বিগত ৭ অক্টোবৰৰ পৰা পেলেষ্টাইনৰ সশস্ত্ৰ গোষ্ঠী হামাছে ইজৰাইলৰ ভূখণ্ডত সোমাই আক্ৰমণ চলাইছিল তাৰপিছতেই ইজৰাইলেও এই আক্ৰমমৰ প্ৰত্তুত্ত্যৰ দিছে। ইজৰাইলৰ পৰা আঢ়ৈশৰো বেছি সাধাৰণ মানুহক বন্দী কৰিছে হামাছে। হামাছৰ এই আক্ৰমণত নিহত হৈছে ১৪০০ ৰো অধিক লোকৰ। হামাছৰ এই আক্ৰমণৰ পাছৰে পৰাই পশ্চিম এছিয়াত যুদ্ধ চলি আছে। ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে হামাছক ধ্বংস কৰাৰ প্ৰতিজ্ঞা কৰিছে। ইজৰাইলৰ প্ৰত্যাঘাতত গাজাত প্ৰায় ১০ হাজাৰ লোকে প্ৰাণ হেৰুৱাইছে।

পশ্চিম এছিয়াৰ এই বিধ্বংসী যুদ্ধত ভাৰত নীৰৱ দৰ্শক। হামাছৰ আক্ৰমণৰ বিৰোধিতা কৰি প্রথমে মুখ খুলিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ভাৰতৰ বৈদেশিক মন্ত্ৰীয়ে পশ্চিম এছিয়াত শান্তি স্থাপনৰ কথাও কৈছে। যুদ্ধক লৈ ইজৰাইল আৰু পেলেষ্টাইন দুয়ো দেশকেই আলোচনাত বহিবলৈকো আহ্বান জনাইছে ভাৰতে। যুদ্ধক লৈ ভাৰতে যি অৱস্থান গ্ৰহণ কৰিছে সেই বিষয়টোক লৈয়ে সুখী হৈছে ইজৰাইল। ইজৰাইলে ভাৰতৰ সৈতে সম্পৰ্ক আৰু সুদৃঢ় কৰাৰো পৰিকল্পনা কৰিছে ইজৰাইলে।

ইজৰাইল আৰু হামাছৰ যুদ্ধৰ কাৰণে ভাৰতৰ লোকচান নহয় বৰঞ্চ লাভহে হ’ব। বৈদেশিক বাণিজ্যৰ ওপৰত গৱেষণা কৰি থকাসকলে জনোৱা অনুসৰি যুদ্ধত ভাৰতৰ লোকচান নহয় লাভহে হ’ব। ইজৰাইলত কৰ্মৰত হৈ থকা প্ৰায়সকল পেলেষ্টাইনী কৰ্মীয়েই ত্যাগ কৰিছে ইজৰাইল। ইয়াৰ ফলত সংকটত পৰিছে ইজৰাইলৰ বহুকেইটা সংস্থা। কৰ্মীৰ অভাৱতেই ইজৰাইলৰ বহু কোম্পানীয়ে কাম বন্ধ ৰাখিব লগাতো পৰিছে। ইয়াৰ ফলত দেশত অৰ্থনীতি প্ৰভাৱিত হৈছে। যুদ্ধৰ খৰত বহনৰ ওপৰিও কোম্পানী বন্ধই ভঙি পেলাইছে ইজৰাইলৰ অৰ্থনীতি। ভয়েছ অৱ আমেৰিকাৰ ৰিপৰ্ট অনুসৰি, ইজৰাইলৰ নিৰ্মাণ শিল্পৰ ছেক্টৰে দেশৰ চৰকাৰৰ ওচৰত ভাৰতৰ পৰা কৰ্মী পঠিয়াবলৈ আৱেদন জনাইছে। পেলেষ্টাইনী কৰ্মীৰ অভাৱ পূৰণৰ বাবে ভাৰতৰ শ্ৰমিককেই বাচি লৈছে এইসমূহ সংস্থাই।

প্ৰাথমিকভাৱে এক লাভ ভাৰতীয় শ্ৰমিকক ইজৰাইললৈ লৈ যোৱাৰ পৰিকল্পনা কৰা হৈছে। ইজৰাইললৈ গৈ তাত কাম কৰিলে মোটা অংকৰ ধনো দিব ইজৰাইল চৰকাৰে। যুদ্ধৰ মাজতেই ইজৰাইলৰ পৰা পেলেষ্টাইনৰ প্ৰায় ৯০ হাজাৰ কৰ্মীক ছাটাই কৰা হৈছে। তেওঁলোকক ইজৰাইলত কোনো কাৰণতে কাম কৰি থাকিবলৈ নিদিয়ে ইজৰাইল চৰকাৰে। সেই শূন্যস্থান পূৰণৰ বাবেই ভাৰতীয়সকলক মাতি পঠিয়াইছে ইজৰাইলী সংস্থাসমূহে। ইজৰাইল চৰকাৰে সংস্থাসমূহৰ এই আবেদন যদি গ্ৰহণ কৰে তেন্তে ভাৰতৰ বহু শ্ৰমিকৰ বাবে বিদেশত কাম কৰাৰ ভাল সুযোগ আহিব। প্রথমতে প্ৰায় এক লাভ কৰ্মীক নিয়োগ কৰা হ’ব। পৰবৰ্তী পৰ্যায়ত আৰু অধিক শ্ৰমিকে ইজৰাইলত কাম কৰিবলৈ যোৱাৰ সুযোগ লাভ কৰিব।

এইদৰে বিদেশলৈ কাম কৰিবলৈ যোৱাৰ সুযোগতেই ভাৰতলৈ আহিব বৈদেশিক মুদ্ৰাও। ইজৰাইলত কাম কৰিবলৈ যোৱা ভাৰতীয়সকলৰ মাধ্যমেৰে সেই মুদ্ৰা দিল্লীলৈ আহিব। ভাৰতৰ পৰা ইজৰাইললৈ পূৰ্বেও বহু লোকে কাম কৰিবলৈ গৈছে। ভাৰতৰ পৰা ১০ হাজাৰ কৰ্মী ইজৰাইললৈ পঠিওৱাৰ কথা হৈছিল চলিত বছৰতেই। সেই কৰ্মীসকলৰ একাংশ নিৰ্মাণক্ষেত্ৰত আৰু একাংশ স্বাস্থ্য ক্ষেত্ৰত নিযুক্ত হ’ব বুলিও জনাইছিল। ইজৰাইল আৰু হামাছ যুদ্ধৰ কেইবামাহ বাগৰিছে। শেষৰভাগত আশা কৰা ধৰণেই ভাল খবৰ আহিছে ভাৰতীয়লৈ। ভাৰতৰ উত্তৰপ্ৰদেশৰ পৰা প্ৰায় ৫০২০জন শ্ৰমিক ইজৰাইললৈ যাবলৈ সাঁজু হোৱা বুলি খবৰ ইতিমধ্যে ভাইৰেল হৈছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ফেব্ৰুৱাৰীত উদয় হ’ব শুক্ৰ, ৯মাহ ভাল সময় এই ৪ৰাশিৰ, থাকিব লক্ষ্মীৰ অপাৰ কৃপা
জীৱনশৈলী

ফেব্ৰুৱাৰীত উদয় হ’ব শুক্ৰ, ৯মাহ ভাল সময় এই ৪ৰাশিৰ, থাকিব লক্ষ্মীৰ অপাৰ কৃপা

January 30, 2026
আনন্দ উদযাপন সকলোৱে কৰক, পিকনিকৰ বাবেই বন্ধ দিয়া হ’ল জিলা আয়ুক্তৰ কাৰ্যালয়, ক’ত এই ঘটনা?
জীৱনশৈলী

আনন্দ উদযাপন সকলোৱে কৰক, পিকনিকৰ বাবেই বন্ধ দিয়া হ’ল জিলা আয়ুক্তৰ কাৰ্যালয়, ক’ত এই ঘটনা?

January 30, 2026
ৰাহুৰ সৈতে ৪গ্ৰহৰ সংযোগ, উত্থান-পতন থাকিব এই ৫ৰাশিৰ জাতকৰ জীৱনত
জীৱনশৈলী

ৰাহুৰ সৈতে ৪গ্ৰহৰ সংযোগ, উত্থান-পতন থাকিব এই ৫ৰাশিৰ জাতকৰ জীৱনত

January 30, 2026
RTI কৰিলেই নথি নাপায় আপুনি! নথি গোপনে ৰাখিব নতুন আইনে, কংগ্ৰেছে অনা ‘তথ্য জনাৰ অধিকাৰ আইন’ৰ সংশোধনৰ সিদ্ধান্ত মোদী চৰকাৰৰ
জীৱনশৈলী

RTI কৰিলেই নথি নাপায় আপুনি! নথি গোপনে ৰাখিব নতুন আইনে, কংগ্ৰেছে অনা ‘তথ্য জনাৰ অধিকাৰ আইন’ৰ সংশোধনৰ সিদ্ধান্ত মোদী চৰকাৰৰ

January 30, 2026
Next Post
ৰাতিটো পাৰ হ’লেই মকৰত বুধাদিত্য যোগ, ৬ৰাশিৰ ভাগ্যত ধন সম্পত্তি লাভৰ পূৰ্ণ সুযোগ

ৰাতিটো পাৰ হ’লেই মকৰত বুধাদিত্য যোগ, ৬ৰাশিৰ ভাগ্যত ধন সম্পত্তি লাভৰ পূৰ্ণ সুযোগ

হয় ইপাৰ, নহয় সিপাৰ! মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ওপজা দিনতেই তেওঁৰ জীৱনশৈলীৰ পৰা শিকি লওক জনপ্ৰিয় হোৱাৰ কিটিপ

হয় ইপাৰ, নহয় সিপাৰ! মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ওপজা দিনতেই তেওঁৰ জীৱনশৈলীৰ পৰা শিকি লওক জনপ্ৰিয় হোৱাৰ কিটিপ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.