• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
হোলী বিশেষ ব্যঞ্জন, কম সামগ্ৰী-কম সময়-কম কষ্টৰে প্ৰস্তুত কৰক এই ব্যঞ্জন, শলাগ লওক অতিথিৰ

হোলী বিশেষ ব্যঞ্জন, কম সামগ্ৰী-কম সময়-কম কষ্টৰে প্ৰস্তুত কৰক এই ব্যঞ্জন, শলাগ লওক অতিথিৰ

3 years ago
চৰম মিছলীয়া ঘাতক ঘনকান্তৰ ন ন তথ্য পোহৰলৈ

চৰম মিছলীয়া ঘাতক ঘনকান্তৰ ন ন তথ্য পোহৰলৈ

22 minutes ago
‘অৰ্ণৱ’ৰ তাণ্ডৱ আৰম্ভ! কেইবাটাও প্ৰান্তত প্ৰবল বৃষ্টিপাত, প্ৰশাসনৰ সতৰ্কবাণী

‘অৰ্ণৱ’ৰ তাণ্ডৱ আৰম্ভ! কেইবাটাও প্ৰান্তত প্ৰবল বৃষ্টিপাত, প্ৰশাসনৰ সতৰ্কবাণী

4 hours ago
মাৰপিট, মৃত্যুৰ ভাবুকি, প্ৰৱঞ্চনা, ডকাইতি, কেতিয়া জোন গগৈৰ পৰা ঘনকান্ত হৈছিল ঘাতকে?

ঘাতক ঘনকান্তৰ গাৰ নোম এডালো লৰাব নোৱাৰিব অসম আৰক্ষীয়ে! দিব লাগিব সুৰক্ষা, কিয়?

6 hours ago
নিথৰুৱা হ’ল দেৱৰ্ষি-ৰিণিকাৰ দুই কণমানি! নিমিষতে থানবান এটা সুখী পৰিয়াল

নিথৰুৱা হ’ল দেৱৰ্ষি-ৰিণিকাৰ দুই কণমানি! নিমিষতে থানবান এটা সুখী পৰিয়াল

7 hours ago
হোটেল বিলাস ইনৰ ঘটনাই নিমিষতে তচনচ কৰিলে এটা পৰিয়াল, কোনে কাক দিলে মুখাগ্নি?

হোটেল বিলাস ইনৰ ঘটনাই নিমিষতে তচনচ কৰিলে এটা পৰিয়াল, কোনে কাক দিলে মুখাগ্নি?

7 hours ago
ভাগ্যৱান ৩ ৰাশিৰ জাতক-জাতিকা, সুবিধা পাব ৰাজভোগৰ!

ভাগ্যৱান ৩ ৰাশিৰ জাতক-জাতিকা, সুবিধা পাব ৰাজভোগৰ!

8 hours ago
Daily Horoscope: গ্ৰহই সলাব গতি, উদয় হ’ব ভাগ্য! আজি কেনেকুৱা যাব আপোনাৰ দিনটো?

ভাগ্যই দিব লগ? জানক ১২ ৰাশিৰ আৰ্থিক অৱস্থা, কেৰিয়াৰ, প্ৰেম আৰু স্বাস্থ্যৰ ভৱিষ্যৎ!

8 hours ago
বৰপেটা ইচ্ছাপৰহাটীত অবৰ্ণনীয় পৰিৱেশ

বৰপেটা ইচ্ছাপৰহাটীত অবৰ্ণনীয় পৰিৱেশ

16 hours ago
ভয়ংকৰ ৰূপত আহিছে ‘অৰ্ণৱ’, কেইবাখনো ৰাজ্যলৈ সতৰ্কবাণী

ভয়ংকৰ ৰূপত আহিছে ‘অৰ্ণৱ’, কেইবাখনো ৰাজ্যলৈ সতৰ্কবাণী

16 hours ago
আগন্তুক ৮৬ দিনলৈ এই ৪ ৰাশিৰ উজলিব ভাগ্য!

আগন্তুক ৮৬ দিনলৈ এই ৪ ৰাশিৰ উজলিব ভাগ্য!

16 hours ago
ৰাজীৱ গান্ধী কিয় প্ৰধানমন্ত্ৰী হোৱাটো বিচৰা নাছিল ছোনিয়া গান্ধীয়ে?

ৰাজীৱ গান্ধী কিয় প্ৰধানমন্ত্ৰী হোৱাটো বিচৰা নাছিল ছোনিয়া গান্ধীয়ে?

17 hours ago
ছানিয়া মিৰ্জাই টেনিছ প্ৰশিক্ষণ কেন্দ্ৰৰ ভূমি দান দিলে মছজিদক

ছানিয়া মিৰ্জাই টেনিছ প্ৰশিক্ষণ কেন্দ্ৰৰ ভূমি দান দিলে মছজিদক

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, October 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী খাদ্য

হোলী বিশেষ ব্যঞ্জন, কম সামগ্ৰী-কম সময়-কম কষ্টৰে প্ৰস্তুত কৰক এই ব্যঞ্জন, শলাগ লওক অতিথিৰ

editor by editor
March 20, 2024
in খাদ্য, জীৱনশৈলী
0
হোলী বিশেষ ব্যঞ্জন, কম সামগ্ৰী-কম সময়-কম কষ্টৰে প্ৰস্তুত কৰক এই ব্যঞ্জন, শলাগ লওক অতিথিৰ
0
SHARES
122
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

হোলী বিশেষ ব্যঞ্জন, কম সামগ্ৰী-কম সময়-কম কষ্টৰে প্ৰস্তুত কৰক এই ব্যঞ্জন, শলাগ লওক অতিথিৰ

হোলী সমাগত, ২৫ তাৰিখে এই বৰ্ষৰ হোলী উদযাপনৰ বাবে সাজু দেশবাসী। মাজত আৰু মাথো দুটামান দিন বাকি। তেনে অৱস্থাত সাজু হৈছে সকলো।

বাটে-ঘাটে, দোকানে পোহাৰেও সমাগম হৈছে বিভিন্ন ফাকুৰ। কামৰ মাজতে দেশৰ জনতাই প্ৰস্তুতি চলাইছে হোলীৰ বাবে।

পাছে হোলী খেলাৰ লগতে আৰু কিদৰে উদযাপন কৰিব এই বিশেষ দিনটো। তাতে আৰু যদি হঠাতে নোকোৱাকৈ আলহী উপস্থিত হয় আপোনাৰ ঘৰত। তেন্তে কিদৰে আৰু কেনেকৈ অতি সহজতে আৰু কম সময়তে আপ্যায়ন কৰিব অতিথিক।

চচ পিঠা- অতি সহজতে আৰু কম সময়তে প্ৰস্তুত কৰিব পাৰিব এই পিঠা। ইয়াৰ বাবে প্ৰয়োজন হ’ব কেৱল চাউলৰ গুড়ি, আটা, চেনি, গাখীৰ আৰু বিস্কুটৰ গুড়ি। একাপ চাউলৰ গুড়ি, আধা কাপ আটা, আধা কাপ বিস্কুটৰ গুৰি, আধা কাপৰো আধা চেনি আৰু প্ৰয়োজন অনুসাৰে গাখীৰ একেলগে মিহলি কৰি এটা পিউৰি বনাই ল’ব। তাৰ পাছত এটা কেৰাহীত বা চচ এটা সামান্য তেল সানি মিক্সাৰ খিনি দি গেছত বহাই দি ১০-১৫ মিনিটৰ পাছতে লাভ কৰক পিঠা।

আঙুলি পিঠা- ইয়াৰ বাবে প্ৰয়োজন হ’ব কেৱল গাখীৰ, চাউলৰ গুৰি, আৰু চেনি। গৰম পানীৰে চাউলৰ গুড়ি খিনি আটা মৰাৰ দৰে মাৰি আঙুলিৰ দৰে বা তাতোকৈ সৰু সৰু আকাৰ দি লৈ গাখীৰত চেনি দি পগাই সেই আঙুলি পিঠা বোৰ দি সিজাই সহজে লাভ কৰক এই পিঠা।

মালপোৱা- অতি সহজ আৰু প্ৰায় সকলো লোকেই বনাব পৰা ব্যঞ্জনবিধেই হৈছে মালপোৱা। কেৱল আপুনি ইয়াক কিছু বেলেগ ধৰণে পৰিৱেশন কৰিব পাৰে। মিঠা মালপোৱা বনাই তাৰ লগত পগাই লোৱা গাখীৰ দি পৰিৱেশন কৰিলে দেখাতো ভাল দেখিব, খাইয়ো ভাল পাব আলহীয়ে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: HoliHoli 2024Holi mithaiHoli Special Food
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভাগ্যৱান ৩ ৰাশিৰ জাতক-জাতিকা, সুবিধা পাব ৰাজভোগৰ!
জীৱনশৈলী

ভাগ্যৱান ৩ ৰাশিৰ জাতক-জাতিকা, সুবিধা পাব ৰাজভোগৰ!

October 28, 2026
Daily Horoscope: গ্ৰহই সলাব গতি, উদয় হ’ব ভাগ্য! আজি কেনেকুৱা যাব আপোনাৰ দিনটো?
জীৱনশৈলী

ভাগ্যই দিব লগ? জানক ১২ ৰাশিৰ আৰ্থিক অৱস্থা, কেৰিয়াৰ, প্ৰেম আৰু স্বাস্থ্যৰ ভৱিষ্যৎ!

October 28, 2026
আগন্তুক ৮৬ দিনলৈ এই ৪ ৰাশিৰ উজলিব ভাগ্য!
জীৱনশৈলী

আগন্তুক ৮৬ দিনলৈ এই ৪ ৰাশিৰ উজলিব ভাগ্য!

October 27, 2026
কঁকালৰ বিষত ভোগাসকলৰ বাবে আশাৰ খবৰ!
জীৱনশৈলী

কঁকালৰ বিষত ভোগাসকলৰ বাবে আশাৰ খবৰ!

October 27, 2026
Next Post
স্বামী কন্যাসহ ৰাম লালাৰ মন্দিৰ দৰ্শন প্ৰিয়ংকা চোপ্ৰাৰ, প্ৰিয়ংকাক চাবলৈয়ে ভিৰ লাগিল বহু লোকৰ

স্বামী কন্যাসহ ৰাম লালাৰ মন্দিৰ দৰ্শন প্ৰিয়ংকা চোপ্ৰাৰ, প্ৰিয়ংকাক চাবলৈয়ে ভিৰ লাগিল বহু লোকৰ

ছেমিকণ্ডাক্টৰ চৌহদৰ ভিতৰত হ’ব দক্ষতা বিকাশ কেন্দ্ৰ

ছেমিকণ্ডাক্টৰ চৌহদৰ ভিতৰত হ’ব দক্ষতা বিকাশ কেন্দ্ৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.