• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰাজ্যৰ এই কেইখন ঠাইত নাই হোলীৰ স্থানীয় বন্ধ !

ৰাজ্যৰ এই কেইখন ঠাইত নাই হোলীৰ স্থানীয় বন্ধ !

2 years ago
আপোনাৰো সহজতে নজৰ লাগে নেকি? প্ৰেমানন্দ মহাৰাজে দিলে উত্তৰ

আপোনাৰো সহজতে নজৰ লাগে নেকি? প্ৰেমানন্দ মহাৰাজে দিলে উত্তৰ

54 minutes ago
দীৰ্ঘসময়লৈ প্ৰস্ৰাৱ ধৰি ৰাখিলে শৰীৰৰ কি কি ক্ষতি হ’ব পাৰে?

দীৰ্ঘসময়লৈ প্ৰস্ৰাৱ ধৰি ৰাখিলে শৰীৰৰ কি কি ক্ষতি হ’ব পাৰে?

1 hour ago
জিভা আৰু মুখৰ ভিতৰত সঘনাই ঘা হয় নেকি? তেন্তে সাৱধান

জিভা আৰু মুখৰ ভিতৰত সঘনাই ঘা হয় নেকি? তেন্তে সাৱধান

2 hours ago
নিশা শোৱাৰ সময়ত নকৰিব ভুল, ভয়ংকৰ বিপদত পৰিব আপুনি!

নিশা শোৱাৰ সময়ত নকৰিব ভুল, ভয়ংকৰ বিপদত পৰিব আপুনি!

3 hours ago
ভাগ্য সলনি হোৱাৰ ইংগিত, এই ৫টা ৰাশি সদায় বিশেষ

ভাগ্য সলনি হোৱাৰ ইংগিত, এই ৫টা ৰাশি সদায় বিশেষ

4 hours ago
অতিমাত্ৰা চিন্তাই মাতিব পাৰে ডাঙৰ বিপদ! ই কি ৰোগ লক্ষণ জানক বিশেষজ্ঞৰ পৰা…

অতিমাত্ৰা চিন্তাই মাতিব পাৰে ডাঙৰ বিপদ! ই কি ৰোগ লক্ষণ জানক বিশেষজ্ঞৰ পৰা…

5 hours ago
Jio ৰ আটাইতকৈ সস্তা ৰিচাৰ্জ প্লেন, পাব সম্পূৰ্ণ মাহৰ বৈধতা

Jio ৰ আটাইতকৈ সস্তা ৰিচাৰ্জ প্লেন, পাব সম্পূৰ্ণ মাহৰ বৈধতা

5 hours ago
শীঘ্ৰে কপাল ফুলিব বহু ৰাশিৰ জাতক-জাতিকাৰ! পঢ়ক ৬ এপ্ৰিলৰ পৰা ১২ এপ্ৰিললৈ সাপ্তাহিক ৰাশিফল

শীঘ্ৰে কপাল ফুলিব বহু ৰাশিৰ জাতক-জাতিকাৰ! পঢ়ক ৬ এপ্ৰিলৰ পৰা ১২ এপ্ৰিললৈ সাপ্তাহিক ৰাশিফল

6 hours ago
IPL 2026: মেচ জয়লাভৰ পিছত ৰিয়ানৰ উদযাপনক লৈ কিয় ইমান চৰ্চা?

IPL 2026: মেচ জয়লাভৰ পিছত ৰিয়ানৰ উদযাপনক লৈ কিয় ইমান চৰ্চা?

6 hours ago
৮ম দৰমহা আয়োগ আৰু পুৰণি পেঞ্চনৰ চৰ্চা! কৰ্মচাৰী সংঘই দিলে দাবীৰ তালিকা

৮ম দৰমহা আয়োগ আৰু পুৰণি পেঞ্চনৰ চৰ্চা! কৰ্মচাৰী সংঘই দিলে দাবীৰ তালিকা

7 hours ago
Induction নে LPG চিলিণ্ডাৰ? দৈনন্দিন ৰন্ধা-বঢ়াৰ বাবে কোনটো লাভজনক জানক

Induction নে LPG চিলিণ্ডাৰ? দৈনন্দিন ৰন্ধা-বঢ়াৰ বাবে কোনটো লাভজনক জানক

8 hours ago
চুম্বনে মাতিব বিপদ! এটা চুম্বন আৰু ৩ গুণ মগজুৰ ৰোগৰ আশংকা, জনালে চিকিৎসকে

চুম্বনে মাতিব বিপদ! এটা চুম্বন আৰু ৩ গুণ মগজুৰ ৰোগৰ আশংকা, জনালে চিকিৎসকে

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, April 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

ৰাজ্যৰ এই কেইখন ঠাইত নাই হোলীৰ স্থানীয় বন্ধ !

editor by editor
March 24, 2024
in অসম, উত্তৰ-পূব, গুৱাহাটী
0
ৰাজ্যৰ এই কেইখন ঠাইত নাই হোলীৰ স্থানীয় বন্ধ !
0
SHARES
119
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ৰাজ্যৰ এই কেইখন ঠাইত নাই হোলীৰ বন্ধ !

কাইলৈ সমগ্ৰ দেশজুৰি পালন কৰা হ’ব ৰঙৰ উৎসৱ হোলী। যাৰ বাবে সকলোফালে আজিৰে পৰা দেখিব পৰা গৈছে ৰঙৰ সমাহাৰ। বাটে-ঘাটে, দোকানে-পোহাৰে বিভিন্ন ৰং, মুখা, ফিচকাৰী আদিৰে ভৰি পৰিছে।

চৰকাৰী-বিচৰকাৰী সকলো কাৰ্যালয়, শিক্ষানুষ্ঠান আদি বন্ধ এই হোলী উপলক্ষে। তাৰোপৰি ঠাইভেদে স্থানীয় বন্ধৰো ঘোষণা চৰকাৰৰ। কিন্তু ৰাজ্যৰ সকলো ঠাইতে নহয় পিছদিনাৰ স্থানীয় বন্ধ। কিয়নো সমুখত নিৰ্বাচন।

হোলীৰ পাছতে সমগ্ৰ দেশতে নিৰ্বাচন। ইতিমধ্যে প্ৰথম প্ৰযায়ৰ নিৰ্বাচনৰ বাবে নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে। দেশৰ লগতে অসমতো এতিয়া নিৰ্বাচনী জ্বৰ। কোন দলে মাৰিব শেষ হাঁহি তাকে লৈ এতিয়া সকলোৰে জল্পনা কল্পনা।

পাছে কোন কোন ঠাইত নাথাকে এই স্থানীয় বন্ধ। যি সমূহ ঠাইত প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ’ব সেই ঠাইত নাথাকে স্থানীয় বন্ধ। থাকিব কেৱল ২৫ তাৰিখৰ এটাই হোলীৰ বন্ধ।

ৰাজ্যৰ প্ৰেক্ষাপটত ক’বলৈ গলে ১৯ এপ্ৰিলত অনুষ্ঠিত হ’ব প্ৰথম পৰ্যায়ৰ নিৰ্বাচন। প্ৰথম পৰ্যায়ত কাজিৰঙা, শোণিতপুৰ, লক্ষিমপুৰ, ডিব্ৰুগড় আৰু যোৰহাটত যিহেতু নিৰ্বাতন হ’ব, সেয়ে এই কেইখন ঠাইত ২৬ মাৰ্চৰ স্থানীয় বন্ধ উঠাই দিয়া হৈছে।

কেৱল যি ঠাইত দ্বিতীয় আৰু তৃতিয় পৰ্যায়ৰ ভোট হ’ব সেই ঠাইত হে ২৬ মাৰ্চ মঙলবাৰৰ স্থানীয় বন্ধ থাকিব। চৰকাৰৰ ফালৰ পৰাই পত্ৰ যোগে সদৰি এই বিষয়ে।

উল্লেখ্য যে, প্ৰথম পৰ্যায়ৰ নিৰ্বাচন হ’ব লগা এই ঠাইত ২৭ মাৰ্চ তাৰিখ মনোনয়ন দাখিলৰ মন্তিম দিন। ৩০ মাৰ্চ তাৰিখ মনোনয়ন উঠাই লোৱাৰ অন্তিম দিন। অৱশ্যে কোনো দলৰেই প্ৰাৰ্থীয়ে বৰ্তমানলৈ মনোনয়ন দাখিল কৰা নাই।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assamAssam Bidhan Sabhaassam electionguwahati
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ধনী প্ৰাৰ্থীৰ শীৰ্ষ স্থানত আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, প্ৰথম স্থানত কোন প্ৰাৰ্থী? ADR ৰিপৰ্টে কি কৈছে?
অসম

ধনী প্ৰাৰ্থীৰ শীৰ্ষ স্থানত আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, প্ৰথম স্থানত কোন প্ৰাৰ্থী? ADR ৰিপৰ্টে কি কৈছে?

March 31, 2026
বিজেপিৰ সংকল্প পত্ৰৰ ৩১টা সংকল্প, মুকলি কৰিলে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে
অসম

বিজেপিৰ সংকল্প পত্ৰৰ ৩১টা সংকল্প, মুকলি কৰিলে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে

March 31, 2026
অসমত বলবৎ হ’ব UCC! অমিত শ্বাহে কৰিলে ডাঙৰ ঘোষণা
অসম

অসমত বলবৎ হ’ব UCC! অমিত শ্বাহে কৰিলে ডাঙৰ ঘোষণা

March 29, 2026
ডঃ হিমন্ত বিশ্ব শৰ্মাক কিয় চুমা খাই মহিলাই? চুমা খোৱাৰ কাৰণ বাখ্যা কৰি কি কৈছে ডঃ শৰ্মাই?
অসম

ডঃ হিমন্ত বিশ্ব শৰ্মাক কিয় চুমা খাই মহিলাই? চুমা খোৱাৰ কাৰণ বাখ্যা কৰি কি কৈছে ডঃ শৰ্মাই?

March 29, 2026
Next Post
‘মাজুলীবাসীক দলং নালাগে কোৱা গৌৰৱ গগৈয়ে দলৰ কৰ্মীৰ ফোনো নধৰে’- মন্ত্ৰী পিযূষ

'মাজুলীবাসীক দলং নালাগে কোৱা গৌৰৱ গগৈয়ে দলৰ কৰ্মীৰ ফোনো নধৰে'- মন্ত্ৰী পিযূষ

গুৱাহাটী IIT ত ২জন ISIS সন্ত্ৰাসবাদী- মুখ্যমন্ত্ৰীৰ সদৰি

গুৱাহাটী IIT ত ২জন ISIS সন্ত্ৰাসবাদী- মুখ্যমন্ত্ৰীৰ সদৰি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.