• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘মাজুলীবাসীক দলং নালাগে কোৱা গৌৰৱ গগৈয়ে দলৰ কৰ্মীৰ ফোনো নধৰে’- মন্ত্ৰী পিযূষ

‘মাজুলীবাসীক দলং নালাগে কোৱা গৌৰৱ গগৈয়ে দলৰ কৰ্মীৰ ফোনো নধৰে’- মন্ত্ৰী পিযূষ

2 years ago
আপোনাৰ ফোনৰ ক’ভাৰ হালধীয়া হৈছে নেকি? ঘৰুৱা সহজ পদ্ধতিৰে কৰক নতুনৰ দৰে

আপোনাৰ ফোনৰ ক’ভাৰ হালধীয়া হৈছে নেকি? ঘৰুৱা সহজ পদ্ধতিৰে কৰক নতুনৰ দৰে

27 minutes ago
সঘনাই হাঁচি অহাৰ সমস্যা? এই সহজ উপায়েৰ পাব মুক্তি

সঘনাই হাঁচি অহাৰ সমস্যা? এই সহজ উপায়েৰ পাব মুক্তি

43 minutes ago
‘আইৰন লেডী’ সংযুক্তা পৰাশৰ সফলতা, CRPFৰ বিশেষ কামাণ্ডো ইউনিট CoBRA ৰ প্ৰথম মহিলা IG হিচাপে নিযুক্তি

‘আইৰন লেডী’ সংযুক্তা পৰাশৰ সফলতা, CRPFৰ বিশেষ কামাণ্ডো ইউনিট CoBRA ৰ প্ৰথম মহিলা IG হিচাপে নিযুক্তি

2 hours ago
বাঢ়িব নেকি ৰে’ল টিকটৰ মূল্য? UPI ৰে বুকিং কৰিলে কিমান লাগিব চাৰ্জ জানক

বাঢ়িব নেকি ৰে’ল টিকটৰ মূল্য? UPI ৰে বুকিং কৰিলে কিমান লাগিব চাৰ্জ জানক

3 hours ago
ৰীল চাই ১ নম্বৰত বিহাৰ, দ্বিতীয় স্থানত থকা ঠাইৰ নাম জানি হ’ব আচৰিত

ৰীল চাই ১ নম্বৰত বিহাৰ, দ্বিতীয় স্থানত থকা ঠাইৰ নাম জানি হ’ব আচৰিত

3 hours ago
হঠাৎ মাজ আকাশত হাহাকাৰ, উৰণৰ পিছতে ফাটি গ’ল বিমানৰ চকা

হঠাৎ মাজ আকাশত হাহাকাৰ, উৰণৰ পিছতে ফাটি গ’ল বিমানৰ চকা

4 hours ago
ৰাজপথত কিমান সুৰক্ষিত নাৰী? পোহৰলৈ আহিছে মহিলা বাইকাৰৰ সৈতে হিট-এণ্ড-ৰানৰ ঘটনা

ৰাজপথত কিমান সুৰক্ষিত নাৰী? পোহৰলৈ আহিছে মহিলা বাইকাৰৰ সৈতে হিট-এণ্ড-ৰানৰ ঘটনা

4 hours ago
ভাগ্যৰ দুৱাৰ খোলাৰ সম্ভাৱনা ৪ ৰাশিৰ, আহিব নতুন সুযোগ! জানক আজিৰ ভাগ্যৱান ৰাশিৰ বিষয়ে

ভাগ্যৰ দুৱাৰ খোলাৰ সম্ভাৱনা ৪ ৰাশিৰ, আহিব নতুন সুযোগ! জানক আজিৰ ভাগ্যৱান ৰাশিৰ বিষয়ে

5 hours ago
দৈনিক ৰাশিফল- আজি শুক্লা দশমী তিথিত কেনে যাব দিনটো, ৫ ৰাশিৰ বাবে সৌভাগ্য ভৰা দিন

আজি কোন ৰাশিৰ ভাগ্যত সফলতা, কোন হ’ব সাৱধান? জানক দৈনিক ৰাশিফল

5 hours ago
বেট-বলত ভাৰতৰ দপদপনি, আফগানিস্তানৰ বিৰুদ্ধে শৃংখলা জয়

বেট-বলত ভাৰতৰ দপদপনি, আফগানিস্তানৰ বিৰুদ্ধে শৃংখলা জয়

14 hours ago
বৰপেটাত মিঞাৰ উপদ্ৰৱ, দলবদ্ধ আক্ৰমণৰ বলি এটা পৰিয়াল

বৰপেটাত মিঞাৰ উপদ্ৰৱ, দলবদ্ধ আক্ৰমণৰ বলি এটা পৰিয়াল

16 hours ago
UPI লেনদেনত নতুন নিয়ম

UPI লেনদেনত নতুন নিয়ম

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, September 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

‘মাজুলীবাসীক দলং নালাগে কোৱা গৌৰৱ গগৈয়ে দলৰ কৰ্মীৰ ফোনো নধৰে’- মন্ত্ৰী পিযূষ

editor by editor
March 24, 2024
in অসম, উত্তৰ-পূব, গুৱাহাটী
0
‘মাজুলীবাসীক দলং নালাগে কোৱা গৌৰৱ গগৈয়ে দলৰ কৰ্মীৰ ফোনো নধৰে’- মন্ত্ৰী পিযূষ
0
SHARES
60
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

‘মাজুলীবাসীক দলং নালাগে কোৱা গৌৰৱ গগৈয়ে দলৰ কৰ্মীৰ ফোনো নধৰে’- মন্ত্ৰী পিযূষ

ৰাজ্যত তুংগত নিৰ্বাচনী প্ৰচাৰ। সমষ্টিয়ে সমষ্টিয়ে সকলো টিকট লাভ কৰা প্ৰাৰ্থী নামি পৰিছে এতিয়া জোৰদাৰ প্ৰচাৰ অভিযানত।

তাৰমাজতেই যোৰহাট লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈৰ এক মন্তব্যক লৈ সৰৱ হৈ পৰিছে বিজেপিৰ অন্যমত কেবিনেট মন্ত্ৰী পিযুষ হাজৰিকা।

মাজুলী সন্দৰ্ভত গৌৰৱ গগৈৰ মন্তব্য আছিল- ‘মাজুলীবাসীয়ে দলং নালাগে বুলি কৈছিল, আমাৰ চৰকাৰ থকাৰ দিনত আমি দলঙৰ প্ৰস্তাৱ আগবঢ়াইছিলো কিন্তু সেই সময়ত দল সংগঠন তথা স্থানীয় লোকে ইয়াৰ বিৰোধিতা কৰিছিল। সেইবাবে আমি আলোচনাৰ মাজেৰে লোকতন্ত্ৰক গুৰুত্ব দি দলং নিৰ্মাণৰ কাম আমি লাহে লাহে আগবঢ়াইছিলো।’

গৌৰৱ গগৈৰ এই মন্তব্যৰ পাছতে উভতি ধৰে ৰাজ্য চৰকাৰৰ মন্ত্ৰী পিযূষ হাজৰিকাই। মন্ত্ৰী পিযুষে কয় যে, ‘মাজুলীত দলং নালাগে বুলি কোৱা মন্তব্যৰে অপমান কৰা হৈছে মাজুলীবাসীক। মাজুলীবাসী ইমান অজ্ঞ নেকি যে তেওঁলোকে দলং নালাগে বুলি ক’ব।’

‘কংগ্ৰেছৰ দিনত মাজুলীত বাট পথেই নাছিল। সৰ্বানন্দ সোণোৱালৰ দিনতহে মাজুলীয়ে অন্য এক ৰূপ পালে।’

মন্ত্ৰী পিযূষ হাজৰিকাই লগতে কয় যে ‘গৌৰব গগৈ কলিয়াবৰ সাংসদ হৈ থাকোতে সদনত কিমান দিন কলিয়াবৰৰ সমস্যাৰ কথা কৈছিল? কিমান উন্নতি হৈছিল কলিয়াবৰৰ। কেইবাৰ সমষ্টিলৈ গৈছিল তেওঁ।’

লগতে মন্ত্ৰী পিযূষ হাজৰিকাই উদঙালে গৌৰব গগৈৰ আন এক কথাও। বহু কংগ্ৰেছ কৰ্মীৰ অভিযোগ, সহজতে হেনো ফোন ৰিছিভ নকৰে গৌৰৱ গগৈয়ে। যথেষ্ট অসুবিধাৰ সন্মুখীন হ’বলগীয়া হয় নেতা কৰ্মীসকল। যাৰ বাবে দল এৰিবলৈয়ো বাধ্য হয় একাংশ কংগ্ৰেছ কৰ্মী।

এনেদৰে নিৰ্বাচনী প্ৰচাৰৰ মাজতে নিজৰ বলিষ্ঠ কণ্ঠেৰে ৰাইজৰ সমস্যাৰ বুজ লোৱা দেখা গ’ল মন্ত্ৰী পিযূষ হাজৰিকাক।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assamassam electionBidhan Sabha Electionguwahati
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘আইৰন লেডী’ সংযুক্তা পৰাশৰ সফলতা, CRPFৰ বিশেষ কামাণ্ডো ইউনিট CoBRA ৰ প্ৰথম মহিলা IG হিচাপে নিযুক্তি
অসম

‘আইৰন লেডী’ সংযুক্তা পৰাশৰ সফলতা, CRPFৰ বিশেষ কামাণ্ডো ইউনিট CoBRA ৰ প্ৰথম মহিলা IG হিচাপে নিযুক্তি

September 16, 2026
বৰপেটাত মিঞাৰ উপদ্ৰৱ, দলবদ্ধ আক্ৰমণৰ বলি এটা পৰিয়াল
অসম

বৰপেটাত মিঞাৰ উপদ্ৰৱ, দলবদ্ধ আক্ৰমণৰ বলি এটা পৰিয়াল

September 15, 2026
আহি আছে অভিশপ্ত ১৯ ছেপ্টেম্বৰ, কেনেদৰে নিৰ্মাণ হৈছে জুবিনক্ষেত্ৰৰ নামঘৰ?
অসম

আহি আছে অভিশপ্ত ১৯ ছেপ্টেম্বৰ, কেনেদৰে নিৰ্মাণ হৈছে জুবিনক্ষেত্ৰৰ নামঘৰ?

September 15, 2026
‘ৰামানুজক এন*কাউণ্টাৰ কৰা হৈছে’ পিতৃৰ বিস্ফোৰক অভিযোগ
অসম

‘ৰামানুজক এন*কাউণ্টাৰ কৰা হৈছে’ পিতৃৰ বিস্ফোৰক অভিযোগ

September 15, 2026
Next Post
গুৱাহাটী IIT ত ২জন ISIS সন্ত্ৰাসবাদী- মুখ্যমন্ত্ৰীৰ সদৰি

গুৱাহাটী IIT ত ২জন ISIS সন্ত্ৰাসবাদী- মুখ্যমন্ত্ৰীৰ সদৰি

চুইটছ অফ হৈ থাকিলেও অনায়াসে বিচাৰি পাব চোৰ হোৱা মোবাইল

চুইটছ অফ হৈ থাকিলেও অনায়াসে বিচাৰি পাব চোৰ হোৱা মোবাইল

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.