• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
চুইটছ অফ হৈ থাকিলেও অনায়াসে বিচাৰি পাব চোৰ হোৱা মোবাইল

2 years ago
মিথুন, সিংহৰ পৰা কন্যা, ২১ এপ্ৰিলৰ পৰা ভাগ্য চমকিব ৫ৰাশিৰ, গজকেশৰী ৰাজযোগত আৰম্ভ হ’ব শুভ সময়

10 minutes ago
সাৱধানে থাকক ৩ৰাশি, ১৭ এপ্ৰিলতে শনিয়ে গোচৰ আৰম্ভ কৰিছে উত্তৰভাদ্ৰা নক্ষত্ৰত

34 minutes ago
১৯ এপ্ৰিলৰ পৰা ধন-সম্পদ বাঢ়িব ৫ৰাশিৰ, তৈয়াৰ হৈছে মালব্য ৰাজযোগ

48 minutes ago
পহিলা ব’হাগত লটাৰী জিকিল, একো একোজনৰ নামত থাৰ, ইনোভাকে ধৰি বিলাসী বাহন, নলবাৰীলৈ বাহন নিবলৈ আহি কিয় মূৰে-কঁপালে হাত লটাৰী জিকা ব্যক্তিৰ?

11 hours ago
বিতৰ্কত লেন্সকাৰ্টঃ হিজাব পিন্ধিব পাৰিব, কিন্তু বিন্দি বা তিলক নহয়, বিষয়ক লৈ কি কৈছে লেন্সকাৰ্টৰ CEOয়ে?

12 hours ago
জীৱনলৈ কেতিয়া আহে শনিৰ চাৰে সাতি দশা? ব্যক্তিৰ সৈতে কি ঘটে এই সময়ত? জানক ইয়াৰ পৰা মুক্তিৰ উপায়

13 hours ago
মাহত ২০ হাজাৰ টকা EMI দিব পাৰিব? তেন্তে HDFC বেংকে আপোনাক কিমান টকা ঋণ দিব?

বেংক অফ বৰোদাৰ পৰা ৬০ লাখৰ গৃহঋণ ল’ব খোজে? ৬০লাখ গৃহঋণত ৩০ বছৰৰ EMI কিমান হ’ব?

শনিদেৱৰ প্ৰিয় এই ২ ৰাশি, জীৱনত বিপদমুক্ত থাকে তেওঁলোক, শনিৰ কৃপা আপুনি লাভ কৰিবই

14 hours ago
পৰকীয়া প্ৰেম বাঢ়িছে, পৰকীয়া প্ৰেমত মহিলাই কোন বয়সৰ পুৰুষ বিচাৰে?

15 hours ago
PNBত ৪৬ দিনৰ FD ত ২লাখ টকা ৰাখিছে? ম্যাদৰ শেষত কিমান টকা পাব বিনিয়োগকাৰীয়ে?

২০২৬ চনতেই ৪টাকৈ বিৰল ৰাজযোগ, ৩ৰাশিৰ কঁপালত টকাই টকা

  • About
  • Advertise
  • Careers
  • English Edition
Friday, April 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home প্ৰযুক্তি

চুইটছ অফ হৈ থাকিলেও অনায়াসে বিচাৰি পাব চোৰ হোৱা মোবাইল

editor by editor
March 24, 2024
in প্ৰযুক্তি, ভাৰত
0
চুইটছ অফ হৈ থাকিলেও অনায়াসে বিচাৰি পাব চোৰ হোৱা মোবাইল
0
SHARES
115
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

চুইটছ অফ হৈ থাকিলেও অনায়াসে বিচাৰি পাব চোৰ হোৱা মোবাইল

এতিয়াৰ পৰা চোৰ হোৱা মোবাইলৰ সন্ধান কৰা সহজ হৈ পৰিব। মোবাইল চুইটছ অফ হৈ থাকিলেও সহজে ইয়াক বিচাৰিব পৰা যাব। ইয়াৰ বাবে গুগলে উলিয়ালে এক নতুন সুবিধা।

গুগলে সদ্যহতে এই বছৰত আহিবলগীয়া এক নতুন মোবাইলৰ মুকলিৰ তাৰিখ সদৰি কৰে। সেই মোবাইলতেই থাকিব নতুন সুবিধা। যাৰ নাম এনড্ৰ’ইড ১৫ .

সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি এই নতুন আপডেটেড মোবাইল ভাৰ্জনটোতে তাকিব এই বিশেষ সুবিধা। যাৰ ফলত মোবাইল বন্ধ হৈ থাকিলেও হেৰালে বা চোৰ হলে ইয়াক বিচাৰি পোৱা যাব, বা সন্ধান উলিয়াব পৰা যাব।

বৰ্তমানে মোবাইল সমূহত থকা ফাইন্ড মাই ডিভাইছ চিষ্টেমৰ কিছুমান সীমাবদ্ধতা থাকে। এক নিৰ্দিষ্ট সীমাৰ ভিতৰত থাকিলে আৰু ফোন অন হৈ থাকিলে, লগতে ইণ্টাৰনেট কানেকচন থাকিলেহে ইয়াক বিচাৰি উলিয়াব পৰা যায়।

সেয়ে ভৱিষ্যতে এই সুবিধাকো উন্নত কৰিব। আৰু ইণ্টাৰনেট কানেকচন অবিহনেই হেৰুৱা ফোন বিচাৰি উলিয়াব পৰা যাব। যি ভৱিষ্যতলৈ বহু সুবিধাজনক হ’ব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: android mobileMobile TheftMobilerNew Mobile Version
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মিথুন, সিংহৰ পৰা কন্যা, ২১ এপ্ৰিলৰ পৰা ভাগ্য চমকিব ৫ৰাশিৰ, গজকেশৰী ৰাজযোগত আৰম্ভ হ’ব শুভ সময়
জীৱনশৈলী

April 17, 2026
সাৱধানে থাকক ৩ৰাশি, ১৭ এপ্ৰিলতে শনিয়ে গোচৰ আৰম্ভ কৰিছে উত্তৰভাদ্ৰা নক্ষত্ৰত
জীৱনশৈলী

সাৱধানে থাকক ৩ৰাশি, ১৭ এপ্ৰিলতে শনিয়ে গোচৰ আৰম্ভ কৰিছে উত্তৰভাদ্ৰা নক্ষত্ৰত

April 17, 2026
১৯ এপ্ৰিলৰ পৰা ধন-সম্পদ বাঢ়িব ৫ৰাশিৰ, তৈয়াৰ হৈছে মালব্য ৰাজযোগ
জীৱনশৈলী

১৯ এপ্ৰিলৰ পৰা ধন-সম্পদ বাঢ়িব ৫ৰাশিৰ, তৈয়াৰ হৈছে মালব্য ৰাজযোগ

April 17, 2026
বিতৰ্কত লেন্সকাৰ্টঃ হিজাব পিন্ধিব পাৰিব, কিন্তু বিন্দি বা তিলক নহয়, বিষয়ক লৈ কি কৈছে লেন্সকাৰ্টৰ CEOয়ে?
জীৱনশৈলী

বিতৰ্কত লেন্সকাৰ্টঃ হিজাব পিন্ধিব পাৰিব, কিন্তু বিন্দি বা তিলক নহয়, বিষয়ক লৈ কি কৈছে লেন্সকাৰ্টৰ CEOয়ে?

April 16, 2026
Next Post
আজিৰে পৰা আৰম্ভ মনোনয়ন দাখিলৰ পৰ্ব- সৰ্বানন্দ-লুৰীণ-গৌৰৱ..তালিকাত আৰু আছে কোন কোন !

বতৰ বিজ্ঞান বিভাগৰ এইবাৰ অৰেঞ্জ এলাৰ্ট, অধিক সংখ্যকতে আছে ইয়েল্ল’ এলাৰ্ট

বতৰ বিজ্ঞান বিভাগৰ এইবাৰ অৰেঞ্জ এলাৰ্ট, অধিক সংখ্যকতে আছে ইয়েল্ল' এলাৰ্ট

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন