• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৪২ বছৰ বয়সতো উৰি গৈ কেছ ধৰিব পাৰে কেৱল ধোনীয়ে…ভাইৰেল কালি নিশাৰ IPLৰ দৃশ্য

৪২ বছৰ বয়সতো উৰি গৈ কেছ ধৰিব পাৰে কেৱল ধোনীয়ে…ভাইৰেল কালি নিশাৰ IPLৰ দৃশ্য

2 years ago
বাংলাদেশত হাহাকাৰ! মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ পিছতে ক্ষোভৰ উদগীৰণ বাংলাদেশত

বাংলাদেশত হাহাকাৰ! মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ পিছতে ক্ষোভৰ উদগীৰণ বাংলাদেশত

16 minutes ago
১ মে’ৰ পৰা সলনি LPG ৰ পৰা আৰম্ভ কৰি বহুকেইটা নিয়ম, প্ৰভাৱ পৰিব আপোনাৰ পকেটত!

১ মে’ৰ পৰা সলনি LPG ৰ পৰা আৰম্ভ কৰি বহুকেইটা নিয়ম, প্ৰভাৱ পৰিব আপোনাৰ পকেটত!

1 hour ago
ব্ৰাছ কৰাৰ সঠিক পদ্ধতি, ভুল কৰিলে বিপদ অনিবাৰ্য!

ব্ৰাছ কৰাৰ সঠিক পদ্ধতি, ভুল কৰিলে বিপদ অনিবাৰ্য!

18 hours ago
পশ্চিম বংগত শেষ হ’ব নেকি মমতাৰ ৰাজত্ব! Exit Poll ৰ পিছতে আৰম্ভ চৰ্চা

পশ্চিম বংগত শেষ হ’ব নেকি মমতাৰ ৰাজত্ব! Exit Poll ৰ পিছতে আৰম্ভ চৰ্চা

18 hours ago
মুকেশ আম্বানীয়ে ক্ৰয় কৰিলে প্ৰিয়ংকা চোপ্ৰাৰ কোম্পানী

মুকেশ আম্বানীয়ে ক্ৰয় কৰিলে প্ৰিয়ংকা চোপ্ৰাৰ কোম্পানী

19 hours ago
চলনাময়ী নাৰীৰ চকুত পৰাৰ পূৰ্বে পুৰুষসকল সাৱধান! মনত ৰাখক এইকেইটা কথা

চলনাময়ী নাৰীৰ চকুত পৰাৰ পূৰ্বে পুৰুষসকল সাৱধান! মনত ৰাখক এইকেইটা কথা

20 hours ago
কেৱল শৰীৰৰ নহয়, পাকঘৰৰ সমস্যাও দূৰ কৰক নেমুৰে!

কেৱল শৰীৰৰ নহয়, পাকঘৰৰ সমস্যাও দূৰ কৰক নেমুৰে!

21 hours ago
মংগলৰ কৃপাত ভাগ্য উদয় হ’ব ৫ ৰাশিৰ, পূৰ্ণ হ’ব সকলো সপোন!

মংগলৰ কৃপাত ভাগ্য উদয় হ’ব ৫ ৰাশিৰ, পূৰ্ণ হ’ব সকলো সপোন!

21 hours ago
আলহী আহিলে কিয় পানী খাবলৈ দিয়ে? আঁৰত আছে ধৰ্মীয় কাৰণ

আলহী আহিলে কিয় পানী খাবলৈ দিয়ে? আঁৰত আছে ধৰ্মীয় কাৰণ

22 hours ago
পূজাত ফুল ধুই দিয়াটো উচিত নে অনুচিত? ভুল কৰিলে নহয় ইচ্ছা পূৰণ!

পূজাত ফুল ধুই দিয়াটো উচিত নে অনুচিত? ভুল কৰিলে নহয় ইচ্ছা পূৰণ!

22 hours ago
বিপদে লগ নেৰা হৈছে ৰিয়ানক! BCCIৰ শাস্তিৰ সন্মুখীন ক্ৰিকেটাৰগৰাকী

বিপদে লগ নেৰা হৈছে ৰিয়ানক! BCCIৰ শাস্তিৰ সন্মুখীন ক্ৰিকেটাৰগৰাকী

23 hours ago
হঠাৎ অসুস্থ ভিক্টৰ দাস, কি হৈছিল জে’লৰ ভিতৰত?

হঠাৎ অসুস্থ ভিক্টৰ দাস, কি হৈছিল জে’লৰ ভিতৰত?

24 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, May 1, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

৪২ বছৰ বয়সতো উৰি গৈ কেছ ধৰিব পাৰে কেৱল ধোনীয়ে…ভাইৰেল কালি নিশাৰ IPLৰ দৃশ্য

editor by editor
March 27, 2024
in ক্ৰীড়া
0
৪২ বছৰ বয়সতো উৰি গৈ কেছ ধৰিব পাৰে কেৱল ধোনীয়ে…ভাইৰেল কালি নিশাৰ IPLৰ দৃশ্য
0
SHARES
109
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

৪২ বছৰ বয়সতো উৰি গৈ কেছ ধৰিব পাৰে কেৱল ধোনীয়ে…ভাইৰেল কালি নিশাৰ IPLৰ দৃশ্য

ধোনীৰ দৰে কোনো নাই, এইষাৰ কথা কোনোৱে বিশ্বাৰ কৰক বা নকৰক, ধোনীয়ে নিজেই বিশ্বাস কৰে। ৪২ বছৰ বয়সতো এজন সফল ডেকাৰ দৰে সক্ৰিয় মহেন্দ্ৰ সিং ধোনী।

কালি নিশাৰ আই পি এলত পুনৰ এবাৰ প্ৰমাণ কৰি দেখুৱালে ধোনী অদ্বিতীয়। উইকেটকিপাৰ হিচাপে খেলা ধোনীয়ে উৰি গৈ ধৰে এটা কেছ, লগে লগে আউট হয় বিপক্ষৰ ক্ৰেকেটাৰ।

০.৬ ছেকেণ্ডৰ এটা দৃশ্য, ২.৩ মিটাৰ দুৰত্বৰ জাঁপ আৰু লগে লগে বল ধোনীৰ হাতত। কালি ২৬ মাৰ্চ তাৰিখে আছিল চেন্নাই ছুপাৰ কিংগছ আৰু গুজৰাট টাইটানছৰ মাজত খেল।

খেল খনত চেন্নাই ছুপাৰ কিংগছে ৬৩ ৰানত গুজৰাটৰ বিৰুদ্ধে জয়ী হয়। সেই খন খেলখনৰেই এটা দৃশ্য বৰ্তমানে সামাজিক মাধ্যমত ভাইৰেল হৈ আছে।

বহু অনুৰাগীয়েই মন্তব্য কৰিছে ‘উৰন্ত ধোনী’, তাৰে মাজতে সুৰেশ ৰাইনাই ফটো শ্বেয়াৰ কৰি লিখিছে ‘টাইগাৰ অভি জিন্দা হেই’, ইৰফান পাঠানে লিখিছে- ‘এক ছিজন ঔৰ মাহী’।

উল্লেখ্য যে, বৰ্তামানলৈ চলিত ছিজনৰ আই পি এলত চেন্নাই ছুপাৰ কিংগছে এতিয়ালৈ দুখন খেলত জয়লাভ কৰি তালিকাৰ শীৰ্ষত উপবিষ্ট হৈছে। বহুতেই আশা কৰিছে এইবাৰো আই পি এলৰ ট্ৰফি চেন্নাই ছুপাৰ কিংগছ দলেই জয় কৰক।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: cricketCSKiplIPL Cricketms dhoni
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিপদে লগ নেৰা হৈছে ৰিয়ানক! BCCIৰ শাস্তিৰ সন্মুখীন ক্ৰিকেটাৰগৰাকী
ক্ৰীড়া

বিপদে লগ নেৰা হৈছে ৰিয়ানক! BCCIৰ শাস্তিৰ সন্মুখীন ক্ৰিকেটাৰগৰাকী

April 30, 2026
বিপদত ৰিয়ান পৰাগ! ড্ৰেছিং ৰূমত ই চিগাৰেট সেৱনৰ গম্ভীৰ অভিযোগ, কি হ’ব ক্ৰিকেটাৰজনৰ ভৱিষ্যৎ?
ক্ৰীড়া

বিপদত ৰিয়ান পৰাগ! ড্ৰেছিং ৰূমত ই চিগাৰেট সেৱনৰ গম্ভীৰ অভিযোগ, কি হ’ব ক্ৰিকেটাৰজনৰ ভৱিষ্যৎ?

April 29, 2026
বিৰাট কোহলিৰ সৈতে U-19 বিশ্বকাপ জয় কৰা খেলুৱৈজন কেনেকৈ হ’ল IPL ৰ আম্পায়াৰ?
বিনোদন

বিৰাট কোহলিৰ সৈতে U-19 বিশ্বকাপ জয় কৰা খেলুৱৈজন কেনেকৈ হ’ল IPL ৰ আম্পায়াৰ?

April 28, 2026
অপ্ৰতিৰোধ্য ১৫ বছৰীয়া বৈভৱ! IPL ত অৰ্জন কৰিলে আন এক সফলতা
বিনোদন

অপ্ৰতিৰোধ্য ১৫ বছৰীয়া বৈভৱ! IPL ত অৰ্জন কৰিলে আন এক সফলতা

April 25, 2026
Next Post
কথমপি প্ৰাণ ৰক্ষা, চলন্ত ৰে’লত হঠাতে জুই লগাত জপিয়াই প্ৰাণ ৰক্ষা কৰে যাত্ৰীয়ে

কথমপি প্ৰাণ ৰক্ষা, চলন্ত ৰে'লত হঠাতে জুই লগাত জপিয়াই প্ৰাণ ৰক্ষা কৰে যাত্ৰীয়ে

বিয়াৰ পাছতে ফুৰিবলৈ গৈ স্বামীয়ে পত্নীক ক’লে এনে কথা, যাৰ বাবে এতিয়া ভৰিব লাগিব ৩ কোটি টকা

বিয়াৰ পাছতে ফুৰিবলৈ গৈ স্বামীয়ে পত্নীক ক'লে এনে কথা, যাৰ বাবে এতিয়া ভৰিব লাগিব ৩ কোটি টকা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.