• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কথমপি প্ৰাণ ৰক্ষা, চলন্ত ৰে’লত হঠাতে জুই লগাত জপিয়াই প্ৰাণ ৰক্ষা কৰে যাত্ৰীয়ে

কথমপি প্ৰাণ ৰক্ষা, চলন্ত ৰে’লত হঠাতে জুই লগাত জপিয়াই প্ৰাণ ৰক্ষা কৰে যাত্ৰীয়ে

3 years ago
ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহ*ত ৭

ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহ*ত ৭

31 minutes ago
গ্ৰীষ্মকালত কিয় বাঢ়ে পেটৰ সমস্যা? নকৰিব এইবোৰ ভুল!

প্ৰস্ৰাৱ জ্বলা-পোৰা বা দুৰ্গন্ধ… UTI সমস্যা হোৱাৰ পূৰ্বে কি খাব, কি নাখাব?

2 hours ago
নিমিষা হত্যাৰ অভিযুক্ত আছিক আলীক এনকাউণ্টাৰ, বৰ্তমান কেনে আছে স্বাস্থ্য?

নিমিষা হত্যাৰ অভিযুক্ত আছিক আলীক এনকাউণ্টাৰ, বৰ্তমান কেনে আছে স্বাস্থ্য?

3 hours ago
শুকুৰ আলীৰ মৃত্যু, মৃত্যুদূতৰূপী ডাম্পাৰে নিলে মহতিয়াই

ভয়ংকৰ পথ দুৰ্ঘটনা, সংকটজনক অৱস্থাত ৩ জনক হাস্পতাললৈ প্ৰেৰণ

4 hours ago
৫৮ বছৰৰ পাছত দুৰ্গা পূজাত বিশেষ যোগ, ভাগ্য উদয় হ’ব আপোনাৰ!

৫৮ বছৰৰ পাছত দুৰ্গা পূজাত বিশেষ যোগ, ভাগ্য উদয় হ’ব আপোনাৰ!

4 hours ago
হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়: হাতলৈ আহিব ধন, হ’ব উন্নতি…

হনুমান পূজা কৰাৰ সময়ত নকৰিব ভুল, নহ’লে নাপাব পূজাৰ ফল!

4 hours ago
Auto Rickshaw Facts: অটো ৰিক্সাত কিয় তিনিটা চকা থাকে? ৯৯% লোকে নাজানে এই কথা

Auto Rickshaw Facts: অটো ৰিক্সাত কিয় তিনিটা চকা থাকে? ৯৯% লোকে নাজানে এই কথা

5 hours ago
IndiGo Fair Charge: ব্যয়বহুল হ’ব বিমানৰ ভাড়া, কিমান দূৰত্বত কিমান ধন ব্যয় কৰিব আপুনি?

IndiGo Fair Charge: ব্যয়বহুল হ’ব বিমানৰ ভাড়া, কিমান দূৰত্বত কিমান ধন ব্যয় কৰিব আপুনি?

5 hours ago
Hotel Check In Time: হোটেলত চেক-ইনৰ সময় দুপৰীয়া ১২ বজা কিয় দিয়ে?

Hotel Check In Time: হোটেলত চেক-ইনৰ সময় দুপৰীয়া ১২ বজা কিয় দিয়ে?

6 hours ago
বিজেপিৰ প্ৰাৰ্থী তালিকা ঘোষণা, কাৰ কাৰ স্বপ্ন ভংগ দিছপুৰ যোৱাৰ?

নগাঁও উপ-নিৰ্বাচনৰ ভোটগ্ৰহণ, কাৰ দখললৈ নগাঁও লোকসভা সমষ্টি?

7 hours ago
Luckiest zodiac sign: আজিৰ দিনটোত কাৰ ভাগ্য জিলিকিব? লাভৰ সুযোগ পাব এই ৰাশিৰ জাতকে

Luckiest zodiac sign: আজিৰ দিনটোত কাৰ ভাগ্য জিলিকিব? লাভৰ সুযোগ পাব এই ৰাশিৰ জাতকে

8 hours ago
8th Pay Commission: ১৮ হাজাৰৰ মৌলিক দৰমহা হ’ব পাৰে ৬৮ হাজাৰ ক্লাবৰ অংশ! সম্পূৰ্ণ হিচাপ জানি লওক

পুনৰ ৰাজ্যত ভূমিকম্পৰ জোকাৰণি, আপোনাৰ অঞ্চলত অনুভূত হৈছেনে?

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, October 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

কথমপি প্ৰাণ ৰক্ষা, চলন্ত ৰে’লত হঠাতে জুই লগাত জপিয়াই প্ৰাণ ৰক্ষা কৰে যাত্ৰীয়ে

editor by editor
March 27, 2024
in ভাৰত
0
কথমপি প্ৰাণ ৰক্ষা, চলন্ত ৰে’লত হঠাতে জুই লগাত জপিয়াই প্ৰাণ ৰক্ষা কৰে যাত্ৰীয়ে
0
SHARES
65
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কথমপি প্ৰাণ ৰক্ষা, চলন্ত ৰে’লত হঠাতে জুই লগাত জপিয়াই প্ৰাণ ৰক্ষা কৰে যাত্ৰীয়ে

হোলী বিশেষ ট্ৰেইনত যোৱা নিশা ভয়ংকৰ ঘটনা। কথমপি প্ৰাণ ৰক্ষা পৰে বহু লোকৰ। নিশা হঠাতে ট্ৰেইনৰ এটা ডবাত জুই লাগি যোৱাত চলন্ত ট্ৰেইনৰ পৰা জপিয়াই প্ৰাণ ৰক্ষা কৰে বহু লোকে।

এই ঘটনা বিহাৰৰ। হোলী বুলি বিশেষ ট্ৰেইন আছিল , সেই ট্ৰেইনখন বিহাৰৰ পাটনাৰ পৰা মুম্বাই অভিমুখে যাত্ৰা কৰিছিল। সেই যাত্ৰাৰ সময়তে সংঘটিত হয় অগ্নিকাণ্ডৰ ঘটনাটো।

সৌভাগ্যক্ৰমে এটা ষ্টেছন পাৰ হৈছিল হে মাত্ৰ ট্ৰেইনখনে। ভালদৰে গতিবেগ লোৱাই নাছিল। লাহে লাহে অগ্ৰসৰ হৈছিল হে । তেনে সময়তে এটা যাত্ৰী নথকা এচি ডবাত জুই লাগি যায়। জুইৰ লেলিহান শিখাই আগুৰি ধৰে গোটেই ডবাটো।

লগে লগে তাৰ কাষৰ ডবাৰ যাত্ৰীৰ মাজত হাহাকাৰ লাগি যায় আৰু বহু যাত্ৰীয়ে বাহিৰলৈ জপিয়াই দিয়ে। ঘটনাৰ খবৰ লাভৰ লগে লগে ঘটনাস্থলীত ৰে’ল বিভাগৰ আৰক্ষী আৰু সুৰক্ষা কৰ্মী উপস্থিত হয়।

অগ্নিনিৰ্বাপক বাহিনীয়ো উপস্থিত হয় আৰু নিকট গাঁওবাসী লোকৰ সৈতে মিলি জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়। অৱশ্যে এই ঘটনাত কোনো যাত্ৰী আহত হোৱা নাই। সকলো কুশলে থকা বুলি সদৰি ৰে’ল আৰক্ষীৰ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: firerailwayRailway departmenttraintrain accident
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহ*ত ৭
ভাৰত

ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহ*ত ৭

October 6, 2026
মহিলাক হাৰাশাস্তি কৰি আছিল যুৱকে! ঘৰলৈ মাতি মহিলাই যুৱকৰ কাঢ়িলে প্ৰাণ
অপৰাধ

মহিলাক হাৰাশাস্তি কৰি আছিল যুৱকে! ঘৰলৈ মাতি মহিলাই যুৱকৰ কাঢ়িলে প্ৰাণ

October 5, 2026
ডিটেনচন চেণ্টাৰত বাংলাদেশী মহিলাৰে ৩ আৰক্ষী কনিষ্টবলৰ জঘন্য কাণ্ড
অপৰাধ

ডিটেনচন চেণ্টাৰত বাংলাদেশী মহিলাৰে ৩ আৰক্ষী কনিষ্টবলৰ জঘন্য কাণ্ড

October 5, 2026
মোমায়েকৰে মিলি যুৱতীক নিৰ্মমভাৱে হ*ত্যা মাতৃৰ
অপৰাধ

মোমায়েকৰে মিলি যুৱতীক নিৰ্মমভাৱে হ*ত্যা মাতৃৰ

October 5, 2026
Next Post
বিয়াৰ পাছতে ফুৰিবলৈ গৈ স্বামীয়ে পত্নীক ক’লে এনে কথা, যাৰ বাবে এতিয়া ভৰিব লাগিব ৩ কোটি টকা

বিয়াৰ পাছতে ফুৰিবলৈ গৈ স্বামীয়ে পত্নীক ক'লে এনে কথা, যাৰ বাবে এতিয়া ভৰিব লাগিব ৩ কোটি টকা

প্ৰমোদ বড়োৰ দলৰ নেতাই শোৱে কেৱল ৫০০ টকীয়া নোটৰ ওপৰত

প্ৰমোদ বড়োৰ দলৰ নেতাই শোৱে কেৱল ৫০০ টকীয়া নোটৰ ওপৰত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.