• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
Good Friday, কিয় যীশুক ক্ৰুছবিদ্ধ কৰা হৈছিল? জানি লওক মৃত্যুৰ পূৰ্বে যীশুৱে কোৱা শেষ কথা

Good Friday, কিয় যীশুক ক্ৰুছবিদ্ধ কৰা হৈছিল? জানি লওক মৃত্যুৰ পূৰ্বে যীশুৱে কোৱা শেষ কথা

2 years ago
ফেটি লিভাৰত শৰীৰৰ কোনবোৰ অংগ প্ৰভাৱিত হ’ব পাৰে? বিশেষজ্ঞৰ পৰা জানক

ফেটি লিভাৰত শৰীৰৰ কোনবোৰ অংগ প্ৰভাৱিত হ’ব পাৰে? বিশেষজ্ঞৰ পৰা জানক

25 minutes ago
আপোনাৰ Ovarian cyst আছে নেকি? অস্ত্ৰোপচাৰ কৰাৰ পূৰ্বে সাৱধান!

আপোনাৰ Ovarian cyst আছে নেকি? অস্ত্ৰোপচাৰ কৰাৰ পূৰ্বে সাৱধান!

1 hour ago
যান-বাহন চলাচলক লৈ আহিছে নতুন নিৰ্দেশনা, ১২ মে’ত কোনফালেৰে যাব আপুনি?

যান-বাহন চলাচলক লৈ আহিছে নতুন নিৰ্দেশনা, ১২ মে’ত কোনফালেৰে যাব আপুনি?

2 hours ago
কষ্টাৰিকাৰ নতুন ৰাষ্ট্ৰপতিৰ শপত গ্ৰহণত ভাৰতক প্ৰতিনিধিত্ব পবিত্ৰ মাৰ্ঘেৰিটাৰ

কষ্টাৰিকাৰ নতুন ৰাষ্ট্ৰপতিৰ শপত গ্ৰহণত ভাৰতক প্ৰতিনিধিত্ব পবিত্ৰ মাৰ্ঘেৰিটাৰ

2 hours ago
মুখ্যমন্ত্ৰী হোৱাৰ পথ মুকলি বিজয় থালাপতিৰ, শক্তিশালী ৰূপত চৰকাৰ গঠন কৰিবলৈ সাজু

মুখ্যমন্ত্ৰী হোৱাৰ পথ মুকলি বিজয় থালাপতিৰ, শক্তিশালী ৰূপত চৰকাৰ গঠন কৰিবলৈ সাজু

4 hours ago
কেদাৰনাথৰ শিৱলিংগ কিয় ত্ৰিকোণ? ৰহস্য জানি হ’ব আচৰিত!

কেদাৰনাথৰ শিৱলিংগ কিয় ত্ৰিকোণ? ৰহস্য জানি হ’ব আচৰিত!

5 hours ago
শনি দেৱৰ পূজাত ভুলতো ব্যৱহাৰ নকৰিব তামৰ বাচন-বৰ্তন, ৰোষত পৰিব আপুনি!

শনি দেৱৰ পূজাত ভুলতো ব্যৱহাৰ নকৰিব তামৰ বাচন-বৰ্তন, ৰোষত পৰিব আপুনি!

5 hours ago
8th Pay Commission: চৰকাৰী কৰ্মচাৰীৰ বাবে ডাঙৰ খবৰ, দৰমহা ৩ গুণতকৈ অধিক পাব বৃদ্ধি!

8th Pay Commission: চৰকাৰী কৰ্মচাৰীৰ বাবে ডাঙৰ খবৰ, দৰমহা ৩ গুণতকৈ অধিক পাব বৃদ্ধি!

6 hours ago
এইমাহৰ পৰা ATM ৰ পৰা উলিয়াব পাৰিব PF ৰ ধন, এইদৰে কাম কৰিব EPFO ​​3.0

এইমাহৰ পৰা ATM ৰ পৰা উলিয়াব পাৰিব PF ৰ ধন, এইদৰে কাম কৰিব EPFO ​​3.0

6 hours ago
কেতুৰ নক্ষত্ৰত চন্দ্ৰৰ গোচৰ, প্ৰচুৰ ধন উপাৰ্জন কৰিব ৪ৰাশিয়ে, ভাগ্য চমকিব কাৰ কাৰ?

কেতুৰ নক্ষত্ৰত চন্দ্ৰৰ গোচৰ, প্ৰচুৰ ধন উপাৰ্জন কৰিব ৪ৰাশিয়ে, ভাগ্য চমকিব কাৰ কাৰ?

9 hours ago
পশ্চিমবংগৰ নৱম মুখ্যমন্ত্ৰী হিচাপে শুভেন্দু অধিকাৰীৰ শপতগ্ৰহণ, তেওঁৰ সৈতে শপত লোৱা বিশেষ ৫মন্ত্ৰী কোন কোন?

পশ্চিমবংগৰ নৱম মুখ্যমন্ত্ৰী হিচাপে শুভেন্দু অধিকাৰীৰ শপতগ্ৰহণ, তেওঁৰ সৈতে শপত লোৱা বিশেষ ৫মন্ত্ৰী কোন কোন?

10 hours ago
কিয় ৫৭ বছৰ বয়সতো অবিবাহিত মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰী? চৰ্চাত তেওঁৰ এটা সাক্ষাৎকাৰ, বিবাহ নকৰোৱাৰ বাখ্যা কি দিছিল শুভেন্দুৱে?

কিয় ৫৭ বছৰ বয়সতো অবিবাহিত মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰী? চৰ্চাত তেওঁৰ এটা সাক্ষাৎকাৰ, বিবাহ নকৰোৱাৰ বাখ্যা কি দিছিল শুভেন্দুৱে?

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, May 9, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

Good Friday, কিয় যীশুক ক্ৰুছবিদ্ধ কৰা হৈছিল? জানি লওক মৃত্যুৰ পূৰ্বে যীশুৱে কোৱা শেষ কথা

editor by editor
March 29, 2024
in জীৱনশৈলী, বিবিধ, বিশ্ব, ভাৰত
0
Good Friday, কিয় যীশুক ক্ৰুছবিদ্ধ কৰা হৈছিল? জানি লওক মৃত্যুৰ পূৰ্বে যীশুৱে কোৱা শেষ কথা
0
SHARES
288
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ২৯ মাৰ্চ গুড ফ্ৰাই ডে। খ্ৰিষ্টীয়ান ধৰ্মত আজিৰ দিনটো শোক দিৱস হিচাপে পালন কৰা হয়। এই দিনটোতেই ক্ৰুশবিদ্ধ কৰা হৈছিল যীশুখ্ৰীষ্টক। সমাজকল্যাণৰ বাবে নিজৰ জীৱনকেই আগুৱাই দিছিল যীশুখ্ৰীষ্টই। সত্য আৰু ধৰ্মৰ বাবেই মৃত্যুবৰণ কৰিবলৈকো দ্বিধাবোধ কৰা নাছিল যীশুৱে। এই দিনটোত খ্ৰীষ্টিয়ান ধৰ্মাৱলম্বীসকলে প্ৰভু যীশুক তেওঁৰ আত্মত্যাগৰ বাবে স্মৰণ কৰি শোক দিৱস হিচাপে পালন কৰে৷ এই দিনটোক ক’লা দিন হিচাপেও জনা যায়৷ খ্ৰীষ্টিয়ানসকলৰ বাবে খুবেই গুৰুত্বপূৰ্ণ এই দিনটোত প্ৰকৃততে কি ঘটিছিল?

ঈশ্বৰ যীশুয়ে সদায়েই দয়া আৰু ক্ষমাৰ পথ অৱলম্বন কৰি মানুহক অহিংসাৰ পথত চলিবলৈ অনুপ্ৰেৰণা যোগায়৷ কিন্তু কি কাৰণে তেনে এজন শান্ত সমাহিত লোকক ইমান শাস্তি দি হত্যা কৰা হৈছিল? যীশুৱে ইমান শাস্তি দিয়া স্বত্ত্বেও মৃত্যুৰ পূৰ্বে কি কৈছিল? যীশুখ্ৰীষ্টক খ্ৰীষ্টধৰ্মৰ প্ৰতিষ্ঠাতা বুলিও বিবেচনা কৰা হয়৷ যীশুৱে তেওঁৰ জীৱনটোৱেই মানৱজাতিৰ কল্যাণৰ নামতেই ব্যয় কৰিছিল৷ তেওঁক শান্তি আৰু ভালপোৱাৰ প্ৰণেতা বুলিও বহুতেই ক’ব খোজে৷ মানুহে যীশুখ্ৰীষ্টৰ চিন্তাধাৰৰ দ্বাৰা প্ৰভাৱিত হোৱাৰ এয়াও অন্য এক কাৰণ৷ যীশুৰ বাৰ্তাসমূহে কুসংস্কাৰ আৰু মিথ্যচাৰত ডুবি থকা একাংশ ধৰ্মান্ধ লোকক বিৰক্ত কৰিছিল৷ সেয়ে ৰোমৰ শাসকসকলে যীশুখ্ৰীষ্টক শাৰীৰিক আৰু মানসিক নিৰ্যাতন দিবলৈ পাকে প্ৰকাৰে চেষ্টা কৰিয়েই আহিছিল৷ শেষলৈ ইহুদি শাসকসকলে তেওঁৰ ক্ৰুছবিদ্ধ কৰে৷

যীশুক ক্ৰুছবিদ্ধ কৰা ইহুদীসকল অত্যন্ত নিষ্ঠুৰ আছিল বুলি ইতিহাসবিদসকলে ক’ব খোজে৷ যীশুকো বলপূৰ্বকভাৱে তেওঁলোকৰ ধৰণে পৰিচালিত কৰিবলৈ যত্ন কৰিছিল৷ কিন্তু ক্ৰুছবিদ্ধ হৈয়ো যীশুখ্ৰীষ্টই এবাৰলৈকো তেওঁলোকৰ মতে পৰিচালিত নহ’ল৷ তাৰ পৰিবৰ্তে তেওঁ মৃত্যুৰ পূৰ্বে কৈ গ’ল, ‘হে ঈশ্বৰ, তেওঁলোকক ক্ষমা কৰিব৷ তেওঁলোকে নাজানে, তেওঁলোকে কি কৰিব খুজিছে৷ হে ঈশ্বৰ মই মোৰ আত্মা আপোনাৰ হাতত অৰ্পণ কৰিছো৷’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ফেটি লিভাৰত শৰীৰৰ কোনবোৰ অংগ প্ৰভাৱিত হ’ব পাৰে? বিশেষজ্ঞৰ পৰা জানক
জীৱনশৈলী

ফেটি লিভাৰত শৰীৰৰ কোনবোৰ অংগ প্ৰভাৱিত হ’ব পাৰে? বিশেষজ্ঞৰ পৰা জানক

May 9, 2026
আপোনাৰ Ovarian cyst আছে নেকি? অস্ত্ৰোপচাৰ কৰাৰ পূৰ্বে সাৱধান!
জীৱনশৈলী

আপোনাৰ Ovarian cyst আছে নেকি? অস্ত্ৰোপচাৰ কৰাৰ পূৰ্বে সাৱধান!

May 9, 2026
যান-বাহন চলাচলক লৈ আহিছে নতুন নিৰ্দেশনা, ১২ মে’ত কোনফালেৰে যাব আপুনি?
অসম

যান-বাহন চলাচলক লৈ আহিছে নতুন নিৰ্দেশনা, ১২ মে’ত কোনফালেৰে যাব আপুনি?

May 9, 2026
কষ্টাৰিকাৰ নতুন ৰাষ্ট্ৰপতিৰ শপত গ্ৰহণত ভাৰতক প্ৰতিনিধিত্ব পবিত্ৰ মাৰ্ঘেৰিটাৰ
বিশ্ব

কষ্টাৰিকাৰ নতুন ৰাষ্ট্ৰপতিৰ শপত গ্ৰহণত ভাৰতক প্ৰতিনিধিত্ব পবিত্ৰ মাৰ্ঘেৰিটাৰ

May 9, 2026
Next Post
ৰাজনীতিলৈ কৰিশ্মা-কৰিণাও! লোকসভা নিৰ্বাচনত কোন দলৰ হৈ যুঁজত নামিব কৰিণা-কৰিশ্মা?

ৰাজনীতিলৈ কৰিশ্মা-কৰিণাও! লোকসভা নিৰ্বাচনত কোন দলৰ হৈ যুঁজত নামিব কৰিণা-কৰিশ্মা?

থ্ৰি ইডিয়টক বুকুত কঢ়িওৱা বহুলোকেই নাজানে ৱাংড়ুৰ অনশনৰ কাহিনী? কিয় ২১ দিন ধৰি এটুপি পানীও খোৱা নাই চনম ৱাংচুকে?

থ্ৰি ইডিয়টক বুকুত কঢ়িওৱা বহুলোকেই নাজানে ৱাংড়ুৰ অনশনৰ কাহিনী? কিয় ২১ দিন ধৰি এটুপি পানীও খোৱা নাই চনম ৱাংচুকে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.